For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১.

ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১

ৱিকিপত্ৰিকা
অসমীয়া ৱিকিপিডিয়াৰ দাপোণ
দশম বৰ্ষ | অক্টোবৰ | ২০২১ | দশম সংখ্যা
উচৰ্গা
সদ্য প্ৰয়াত ব্যক্তি সম্পাদনা কৰক
অসমীয়া ৱিকিপিডিয়াত এখেতসকলৰ বিষয়ে পঢ়িবলৈ অনুগ্ৰহ কৰি নামটোত ক্লিক কৰক।
সম্পাদকীয়
ৱিকিপিডিয়ানৰ মনৰ কথা সম্পাদনা কৰক
  • বহুতে প্ৰশ্ন কৰিছিল ‘অসমীয়া ৱিকিপিডিয়া’ৰ কেইবাটাও ডাঙৰ গ্ৰুপ আছেই ফেচবুকত। তেনে অৱস্থাত আৰু এটা গ্ৰুপটো খোলাৰ প্ৰয়োজন কি? আমি ভাবিছিলোঁ প্ৰয়োজন আছে। পাছত আমি চৌহদৰ প্ৰায় প্ৰতিখন হোষ্টেলৰ এজনকৈ ছাত্ৰক দায়িত্ব দিছিলোঁ হোষ্টেলত আগ্ৰহী যেন লগা ছাত্ৰ- ছাত্ৰীসকলক গ্ৰুপটোত এদ কৰিবলৈ। এনেদৰেই লগ পাইছিলোঁ তেতিয়া জুনিয়ৰ হোষ্টেলৰ আবাসী ছাইদুল ইছলাম আৰু অন্যান্য হোষ্টেলৰ নিতু দাস, চম্পকজ্যোতি ৰাজবংশী আদিক। আমি আটাইকেইজনে মিলি ৰাতি ৰাতি হোষ্টেলে হোষ্টেলে গৈ মিটিং পাতি হ’বলগীয়া ‘ৱিকিপিডিয়া সন্মিলন’ৰ বিষয়ে প্ৰচাৰ কৰি ফুৰিছিলোঁ। ফেচবুকৰ যোগেদি হওক বা মুখেৰে আমি আটায়ে প্ৰায় দুশজনক আমি এই সন্মিলনৰ বিষয়ে কৈছিলোঁ আৰু ইয়াৰ ভিতৰত চল্লিছজনমানে আগ্ৰহ দেখুৱাইছিল। এইবোৰ কৰি ফুৰা কাৰণে আমাৰ কেইবাজনো সহযোগীয়ে ‘কামোৰ’ নাম পাইছিল। তথাপি আমি সফলতাৰে এন আই টি শিলচৰৰ চৌহদত আমি প্ৰথমখন ‘ৱিকি সন্মিলন’ পতাত সফল হৈছিলোঁ (৬ মাৰ্চ,২০১৪)। সিদিনা প্ৰায় ২৫জন ছাত্ৰ উপস্থিতিত প্ৰভাকৰ ছাৰে ৱিকিৰ বিভিন্ন কাৰিকৰী দিশৰ বিষয়ে আলোচনা কৰিছিল। প্ৰথমখন ‘ৱিকি সন্মিলন’ৰ পাছত আমাৰ সৰু ক্লাবটোৰ পৰা কেইবাটাও প্ৰবন্ধ আমি ‘অসমীয়া ৱিকিপিডিয়া’লৈ আগবঢ়াবলৈ সমৰ্থ হৈছিলোঁ। - ফাৰুক আজিজ (মাৰ্চ, ২০১৫)
  • প্ৰথম অনুঘটকটো হ’ল, অসম আৰু অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি কিবা এটা কৰাৰ হেঁপাহ! এনে এটা হেঁপাহ হয়তো প্ৰতিজন অসমীয়াৰে কম-বেছি পৰিমাণে থাকেই। বাহিৰৰ বহু লোকৰে উত্তৰ-পূৰ্বাঞ্চল সম্পৰ্কীয় জ্ঞান সীমিত বুলি আমি অভিযোগ কৰোঁ, ইয়াৰ নিৰাময়ৰ বাবে কি কৰিব পাৰি সেই সম্পৰ্কে নানা আলোচনা, বিতৰ্কও চলে। তেনেদৰে ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষা-সংস্কৃতিৰ চালুকীয়া অৱস্থা আদিৰ বিষয়েও বহুতে কয়। উচ্চশিক্ষাৰ বাবে অসম এৰি দূৰৈত থকাৰে পৰা এইবিষয়ে যেন মই বেছি সচেতন হ’বলৈ ল’লো। সাধ্যানুসাৰে কিবা এটা কৰাৰ হেঁপাহটোও হয়তো তীব্ৰ হৈ উঠিল। ইচ্ছা থাকিলেও পঢ়াৰ বা কামৰ ব্যস্ততাৰ বাবে এনে ক্ষেত্ৰত সক্ৰিয়ভাৱে জড়িত হ’ব নোৱাৰা বহুতৰ দৰে মোৰ বাবেও অসমীয়া ৱিকি এক উপযুক্ত মাধ্যম হৈ পৰিল যেন। এটোপ দুটোপ পানীৰেই সাগৰ ভৰাৰ দৰে এটা-দুটাকৈ প্ৰতিদিনে যোগ হোৱা অসমীয়া ৱিকিৰ প্ৰবন্ধবোৰে ধীৰে ধীৰে ইণ্টাৰনেটৰ পৃথিৱীত অসমীয়া ভাষাৰ এক বিনামূলীয়া আৰু বিশ্বৰ যিকোনো ঠাইতে উপলব্ধ হোৱা এক বিশাল তথ্যভাণ্ডাৰ প্ৰতিষ্ঠা কৰিছে। ৱিকিউৎস নামৰ ভগ্নী প্ৰকল্পত আপুৰুগীয়া অসমীয়াগ্ৰন্থসমূহ ইউনিক’ড ৰূপত পাব পৰা হৈছে। অসম আৰু অসমীয়া ভাষাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ যিকোনো ব্যক্তিয়ে সাধ্যানুসৰি অৱদান আগবঢ়াব পৰা ইয়াতকৈ সঠিক আৰু উপযুক্ত মাধ্যম আৰু কি হ’ব পাৰে! - জলী ৰুমী বৰা (এপ্ৰিল, ২০১৫)
  • বৰ্তমান 'অসমীয়াৰ সংজ্ঞা' বিচৰা হৈছে। আমি সকলোৱে অসমীয়া, কিন্তু অসমীয়ানো কোন, আমি নাজানো!! অসমীয়া ভাষাৰো যেন তেনে অৱস্থা কেতিয়াও নহওক। আৰু তাৰ বাবে প্ৰয়োজন, অধিক লোকে অসমীয়া ভাষালৈ অৱদান আগবঢ়োৱাৰ.... যুগৰ দাবীত, আন্তৰ্জালত!! অসমীয়া ৱিকিপিডিয়াত যদিও এতিয়াও সক্ৰিয় সদস্যৰ সংখ্যা কম, মই দেখাত নতুন সদস্য ভৰ্তিৰ হাৰ আগতকৈ দ্ৰুততৰ হৈছে। দেখিছোঁ, অপঞ্জীভূত লোকেও অৱদান আগবঢ়াইছে। এয়া নিশ্চয় অসমীয়া ৱিকিপিডিয়া সমাজৰ মৰমিয়াল প্ৰকৃতিৰ বাবে হৈছে। এই দিশত ৱিকিমেলসমূহৰ গুৰুত্বও আওকাণ কৰিব নোৱাৰি। সকলোৰে চেষ্টাৰ ফলত অসমীয়া ৱিকিপিডিয়াত বৰ্তমান ১১০০০তকৈ অধিক সদস্য আছে। এই মাহ অসমীয়া ৱিকিপিডিয়াৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এই মাহতেই অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধৰ সংখ্যা ৩৩৭০টালৈ বৃদ্ধি পালে। অসমীয়া ৱিকিপিডিয়াত প্ৰতি মাহে সৃষ্ট প্ৰবন্ধৰ সংখ্যা বৃদ্ধি পোৱাটো অতি সুখৰ বিষয়। বহু কৰা হ'ল, বহু কৰিবলৈ আছে, কষ্ট আছে, কিন্তু সকলো কষ্ট সহ্য কৰিবলৈ, শক্তি দিবলৈ নিজৰ ভাষাটোৰ প্ৰতি প্ৰেমো আছে! শেষত সকলোকে এয়ে আহ্বান কৰিলোঁ যে সকলোৱে বৰ্তমানলৈকে দেখুওৱা পাৰদৰ্শিতা আৰু যতনেৰেই আগলৈও কাম কৰি যায়, সকলোৰে মনত যেন মাতৃ ভাষাৰ প্ৰতি প্ৰেম কম নহয়, আৰু নিজৰ এই মহৎ গুণেৰে যেন আনকো প্ৰভাৱিত কৰে, অসমীয়া ৱিকিপিডিয়াত লিখিবলৈ যেন আন বহু লোক আগবাঢ়ি আহে। - ঈশান কাশ্যপ হাজৰিকা (মে', ২০১৫)
  • ন-শিকাৰু বাবে যুঁজি যুঁজি অসমীয়া টাইপ কৰোঁতেই বহু সময় লাগিল। সেইদিনা আছিল ২০১১ চনৰ ১১ ফেব্ৰুৱাৰী। তেতিয়াৰ পৰাই অসমীয়া ৱিকিপিডিয়াৰ লগত যুক্ত হ'লোঁ আৰু আজিও সেই সম্পৰ্ক অলপো টুটা নাই বুলি ভাবোঁ। অসমীয়া ৱিকিপিডিয়াৰ অৱস্থা ভাল কৰিবলৈ চিজু এলেক্স নামৰ এজন কেৰালাৰ ব্যক্তি আগবাঢ়ি আহিল। লগত কেইজনমান অসমীয়া e-সেনা। সকলোৱে মিলি আমি বেটুপাত সাজিলোঁ, সাঁচবোৰ ঠিক-ঠাক কৰিলোঁ, ইউজাৰ ইণ্টাৰফে'চৰ গতি লগালোঁ ইত্যাদি। আক-তাক ৱিকিপিডিয়াত লিখিবলৈ শিকালোঁ। লাহে লাহে দুই-এজনকৈ সক্ৰিয় সদস্য বাঢ়ি আহিল, প্ৰবন্ধৰ সংখ্যা-মানৰ উন্নতি হ'ল। ২০১৩ চনৰ ৪ জানুৱাৰীত সকলোৱে লাগি-ভাগি অনলাইন মুক্ত পুথিভঁৰাল অসমীয়া ৱিকিউৎসও মুকলি কৰিলোঁ। - গীতাৰ্থ বৰদলৈ (ছেপ্টেম্বৰ, ২০১৫)
  • অসমীয়া ৱিকিপিডিয়াৰ কাম কৰাৰ কথা বহুত দিনৰ পৰা ভাবি আছিলোঁ, কিন্তু নাজানিছিলোঁ কি দৰে কৰিম, শিকাবলৈও মানুহ নাই। ২৮ ফেব্ৰুৱাৰী,২০১৫। মহাবিদ্যালয়ত অনুষ্ঠিত কৰ্মশালালৈ আগ্ৰহেৰে গ'লোঁ। শ্ৰীযুত বিষ্ণু শইকীয়া ডাঙৰীয়া আৰু শ্ৰীযুত নিতুল বৰা ডাঙৰীয়া আহিল সমল ব্যক্তি হিচাবে। আগ্ৰহবোৰ বাঢ়ি গ'ল। মহাবিদ্যালয়ৰ পৰা গৈ হোষ্টেল পাই ৰ'ব নোৱাৰিলোঁ। অপৰিপক্ব জ্ঞানেৰে আৰম্ভ কৰিলোঁ এটি প্ৰবন্ধ, নকছাৰি। কৰাৰ পাছত নিতুল বৰা ডাঙৰীয়াই শুধৰাই দিলে, শিকাই দিলে কিছুমান কথা। তেনেকৈয়ে আৰম্ভণি। ফে'চবুকৰ নিচা আঁতৰিল, ৱিকিপিডিয়াত নিচা লাগিল। আবেলিৰ কলেজৰ পৰা অহাৰ পাছত শোৱাৰ সময়খিনি লেপটপটো খুলি ৱিকিপিডিয়াৰ কামত লাগোঁ, ৰুমমেটে ভাবে কি হ'ল ইয়াৰ। - ৰাম কিংকৰ মহন্ত (অক্টোবৰ, ২০১৫)
  • এটা কথা উপলব্ধি কৰি দুখ লাগে যে অসমীয়া ভাষাত এখন ৱিকিপিডিয়া থকাৰ কথা এতিয়াও বহুতে নাজানে বা জানিলেও আজিলৈকে ইয়াৰ সদব্যৱহাৰ কৰি পোৱা নাই। আনহাতে বহুতে ইয়াক ইংৰাজী ৱিকিপিডিয়াৰ এক অনুকৰণ মাত্ৰ বুলি ভাবে। প্ৰায়বোৰ ব্যৱহাৰকাৰীয়ে কোনো বিষয়ৰ ওপৰত নিৰ্ভৰযোগ্য তথ্য বিচাৰিলে ইংৰাজী ৱিকিপিডিয়াৰ সহায় লয়। কিন্তু অনলাইন বিশ্বকোষখনৰ আঞ্চলিক ভাষাৰ অন্যতম ভাগ হিচাপে অসমীয়া ৱিকিপিডিয়াতো সেই একেখিনি তথ্যই মাতৃভাষাত উপলব্ধ। তদুপৰি ইংৰাজী বা অন্য ভাষাৰ ৱিকিপিডিয়াত বিতংকৈ তথ্য নোপোৱা অসমৰ বিভিন্ন অঞ্চল, জনগোষ্ঠী, লোক সংস্কৃতি বা ব্যক্তিৰ বিষয়েও সবিশেষ অসমীয়া ভাষাৰ সংস্কৰণত আছে। এই কথাবোৰ সৰ্বসাধাৰণ ব্যৱহাৰকাৰীয়ে উমান পোৱাৰ ব্যৱস্থা কৰিব পাৰিলেহে অসমীয়া ৱিকিপিডিয়াৰ প্ৰকৃত উদ্দেশ্য সফল হ’ব। - চন্দন চিৰিং ফুকন (নৱেম্বৰ, ২০১৫)
  • "অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰাৰ ক্ষেত্ৰত ছাত্ৰ সমাজে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব পাৰে। শিক্ষাৰ্থীসকলে তেওঁলোকৰ পাঠ্যবিষয় সমূহ, যেনে- বিজ্ঞান, গণিত, অৰ্থনীতি, ৰাজনীতি, সাহিত্য আদিৰ বিষয়সমূহ ৱিকিপিডিয়াত লিখিব পাৰে। ই দুই প্ৰকাৰৰ লাভ প্ৰদান কৰিব, প্ৰথমতে শিক্ষাৰ্থীসকলৰ নিজৰ অধ্যয়ন হ'ব লগতে ৱিকিপিডিয়াও জ্ঞানবৰ্ধক লিখনিৰে সমৃদ্ধিশালী হ'ব। 'ফেচবুক'ৰ দৰে সামাজিক ৱেবছাইটত আজিৰ যুৱ-সমাজে যিমান সময় খৰচ কৰে তাৰ আধা সময়ো যদি ৱিকিপিডিয়াত খৰচ কৰে, তেতিয়া তেওঁলোকৰ লগতে সমাজৰো বহু উপকাৰ সাধন কৰা হ'ব বুলি ভাব হয়। সেইবাবে অসমৰ শিক্ষাৰ্থী তথা যুৱ-সমাজক ৱিকিপিডিয়াত বৰঙণি আগবঢ়াবলৈ আহ্বান জনালোঁ।" - দিব্য দত্ত (জানুৱাৰী, ২০১৬)
  • ২০১৫ চনৰ ৭ নবেম্বৰত ৱিকিপিডিয়াত সম্পাদনা কৰিবলৈ একাউণ্ট এটা খুলিলোঁ। সৰু সুৰা কিছুমান সম্পাদনা কৰাৰ পিছত ১১ নবেম্বৰত প্ৰথম বিনেশ্বৰ ব্ৰহ্ম অভিযান্ত্ৰিক মহাবিদ্যালয় প্ৰবন্ধটো সৃষ্টি কৰিলোঁ। তাৰ পিছৰে পৰা আজৰি সময় পালে ৱিকিত নতুন প্ৰবন্ধ লিখা মোৰ হবি হৈ পৰিল! এটা দুটাকৈ এতিয়ালৈকে প্ৰায় ৫৮টা প্ৰবন্ধ সৃষ্টি কৰিলোঁ আৰু যিমান পাৰোঁ কৰি গৈ থাকিম। মাজে মাজে হোৱা সম্পাদনা মেলা বোৰত অংশগ্ৰহণো কৰিছোঁ। মুঠতে এই তিনি মাহতে ৱিকিপিডিয়াৰ বহুতো নজনা কথা শিকিলোঁ। বৰ্তমান সময়ত অসমীয়া ভাষাৰ যি সংকটৰ সন্মুখীন হৈছে তাৰ বাবে ইণ্টাৰনেটত অসমীয়া ভাষাৰ ব্যৱহাৰ নিতান্তই প্ৰয়োজনীয়। সেই দৃষ্টিত অসমীয়া ৱিকিপিডিয়াও সমানে গুৰুত্বপূৰ্ণ। নিজৰ মাতৃভাষাত ইণ্টাৰনেটত কিবা পঢ়িবলৈ পোৱা নিশ্চয় এক বুজাব নোৱাৰা অনুভূতি। তদুপৰি ৱিকিত কিবা লিখিলে আত্মসন্তুষ্টি লাভ হয়। ৱিকিপিডিয়া সম্পাদনা কৰিলে নিজৰ জ্ঞান বঢ়াৰ লগতে আন বহুজন পাঠকৰ লাভ হয়। - অজয় দাস (ফেব্ৰুৱাৰী, ২০১৬)
  • ৱিকিপিডিয়া বা ৱিকিউৎসত কাম কৰা দেখি বহুতেই মোক প্ৰায়ে প্ৰশ্ন কৰিছিল, যে ৱিকিপিডিয়াত কাম কৰিলে অৰ্থাৎ লিখিলে কিবা মাননি পোৱা যায় নেকি? এই প্ৰশ্নটোৰ মুখামুখি বহুবাৰ হৈছিলোঁ, যদিও সকলোকে কথাটো বুজাই কৈছিলোঁ যে জীৱনত কিছুমান এনে কাম কৰা হয় যাক মূল্যৰে জুখিব নোৱাৰি। অসম আৰু অসমীয়াক প্ৰকৃততে যদিহে ভাল পোৱা যায়, তেনেহলে নিজৰ গাঁঠিৰ ধন ভাঙি হলেও কাম কৰাত মাদকতা আছে। মোৰো তেনে অনুভৱ হয়। মই এটা কথাই বুজিছিলোঁ, জীৱনত আন একো কৰিব নোৱাৰিলেও অসম আৰু অসমীয়াৰ বাবে নীৰৱে কিবা কৰাৰ এয়াই মোৰ বাবে সোণালী সুযোগ, এই সুযোগ হেৰুৱাবলৈ মই নিবিচাৰোঁ। - নিতুল বৰা (মাৰ্চ, ২০১৬)
ভাল প্ৰবন্ধ
ভাল প্ৰবন্ধ সম্পাদনা কৰক
ভেনাছ প্ৰতীক।

এগৰাকী নাৰী (ইংৰাজী: Woman) হৈছে এক প্ৰাপ্তবয়স্ক মানৱী। প্ৰাপ্তবয়স্ক হোৱাৰ আগতে, এগৰাকী নাৰীক ছোৱালী (কন্যা শিশু বা কিশোৰী) বুলি কোৱা হয়।

সাধাৰণতে, এগৰাকী নাৰীৰ দুটা এক্স ক্ৰম'জম থাকে আৰু ইয়াৰ দ্বাৰা তেওঁ গৰ্ভধাৰণ কৰিবলৈ আৰু যৌৱনৰ পৰা ৰজোনিবৃত্তিলৈকে সন্তান জন্ম দিবলৈ সক্ষম। স্ত্ৰী প্ৰজনন তন্ত্ৰই নাৰীৰ শাৰীৰিক গঠনক পুৰুষৰ শৰীৰতন্ত্ৰৰ পৰা পৃথক কৰে ইয়াৰ ভিতৰত আছে ডিম্বাশয়, ফেলোপিয়ান নলী, জৰায়ু, যোনি, আৰু ভালভা। প্ৰাপ্তবয়স্ক নাৰীৰ শ্ৰোণী বহল, কঁকাল বহল, আৰু স্তনদ্বয় প্ৰাপ্তবয়স্ক পুৰুষতকৈ ডাঙৰ। মহিলাৰ মুখমণ্ডল আৰু শৰীৰৰ অন্যান্য অংশত লোমৰ পৰিমাণ যথেষ্ট কম, শৰীৰৰ চৰ্বিৰ গঠন অধিক, আৰু পুৰুষতকৈ গড়ে চাপৰ আৰু কম পেশীবহুল।

সমগ্ৰ মানৱ ইতিহাসত, পৰম্পৰাগত লিংগ ভূমিকাই প্ৰায়ে নাৰীৰ কাৰ্যকলাপ আৰু সুযোগবোৰক নিৰ্ধাৰণ কৰাৰ লগতে তাক সীমিত কৰি ৰাখিছে। বহুতো ধৰ্মীয় মতবাদত মহিলাসকলৰ বাবে কিছুমান নিয়ম নিৰ্ধাৰণ কৰা হৈছে। বহুতো সমাজত বিংশ শতিকাৰ সময়ছোৱাত প্ৰতিবন্ধকতা শিথিল হোৱাৰ লগতে মহিলাসকলে পৰম্পৰাগত গৃহিণীৰ বাহিৰেও কেৰিয়াৰৰ প্ৰৱেশাধিকাৰ লাভ কৰিছে, আৰু উচ্চ শিক্ষা গ্ৰহণ কৰাৰ সামৰ্থ্য লাভ কৰিছে। মহিলাৰ বিৰুদ্ধে হিংসা(পৰিয়ালৰ ভিতৰত হওক বা সম্প্ৰদায়ত হওক)ৰ এক দীঘলীয়া ইতিহাস আছে আৰু এই হিংসা মুখ্যতঃ পুৰুষৰ দ্বাৰা সংঘটিত হৈ আহিছে।

ট্ৰান্স মহিলা সকলৰ জন্মৰ সময়ত পুৰুষ যৌনাংগ থাকে যি তেওঁলোকৰ লিংগ পৰিচয়ৰ সৈতে সংগতি নাৰাখে, আনহাতে আন্তঃযৌন মহিলাৰ এনে কিছুমান যৌন বৈশিষ্ট্য থাকিব পাৰে যি সমূহ নাৰী জীৱবিজ্ঞানৰ সাধাৰণ ধাৰণাৰ সৈতে খাপ নাখায়। ইয়াত বিতংকৈ পঢ়ক


যোৱা মাহৰ ভাল প্ৰবন্ধ গেম অফ থ্ৰোনছৰ বিষয়ে ইয়াত পঢ়ক
সৃষ্টি কৰা প্ৰবন্ধসমূহ
ছেপ্টেম্বৰ-২০২১ত সৃষ্টি কৰা প্ৰবন্ধসমূহ সম্পাদনা কৰক
মুঠ প্ৰবন্ধৰ সংখ্যা = ৫১৮

বিশ্বৰ প্ৰেক্ষাপট

ব্যক্তি বিষয়ক

  1. আৰিয়ানা ছয়ীদ
  2. তাহমিমা আনাম
  3. কামিলা শামসী
  4. ছেহলা লাহিজি
  5. ফিৰডৌছি কাদ্ৰি
  6. শ্বাহনাজ বুখাৰী
  7. ডেই জাং-গাম
  8. জাকিয়া খুদাদাদী
  9. জৰ্জ এলিয়ট
  10. ডেল কাৰ্নেগী
  11. আনা ফ্ৰাংক
  12. ৰিচাৰ্ড এবাৰহাৰ্ট
  13. জৰ্জ বাৰ্ণাৰ্ড শ্ব
  14. ক্লড চাইমন
  15. ৰেনে ডিকাৰ্ট
  16. ডেভিদ হিলবাৰ্ট
  17. জৰ্জ কেণ্টৰ
  18. থমাছ মান
  19. ভানু‌ভক্ত ‌আচাৰ্য
  20. চেমুৱেল বেকেট
  21. আলেকজেণ্ডাৰ গ্ৰাহাম বে'ল
  22. জে’মচ্ ৱাট
  23. হেনৰী কেভেণ্ডিছ
  24. আলেকজেণ্ডাৰ গ্ৰথেণ্ডিক
  25. চল বেলো
  26. আৰ.এফ.এ.চুলিপ্ৰুধোম
  27. গটফ্ৰিড উইলহেল্ম লেইবনিজ
  28. উইলিয়াম বাট্লাৰ ইয়েটচ্
  29. সৰলা বেন
  30. কাউণ্টি কিউলেন
  31. মীৰাবেন
  32. বান কি-মুন
  33. চিনক্লেয়াৰ লিউইছ
  34. উইলিয়াম ৱৰ্ডছৱৰ্থ
  35. ক'ফি আন্নান
  36. ৱাল্ট হুইটমেন
  37. আইজাক বাচেভিচ্ চিংগাৰ
  38. এজৰা পাউণ্ড
  39. মিচিয়ো চুজিমুৰা
  40. বিলকিছ এধি
  41. শিৰীন শাৰমিন চৌধুৰী
  42. জৰ্জ হাবাৰ্ট
  43. জেন অষ্টিন
  44. আব্ৰাহাম লিংকন
  45. ‎জন ডেল্টন
  46. ‎আনন্দ কুমাৰস্বামী
  47. ‎ডাণ্টে এলিগিয়েৰি
  48. তুলসা থাপা

চলচ্চিত্ৰ বিষয়ক

  1. দ্য পাৰছুট অৱ হেপিনেছ


পৌৰাণিক আখ্যান

  1. সুভন্নমচ্ছ
  2. ‎ফছপ

অন্যান্য

  1. ছিষ্টাৰ-হুড
  2. তালিবান আৰু মহিলাৰ প্ৰতি আচৰণ
  3. আফগানিস্তানত বাল্য বিবাহ
  4. ধৰ্ষণ সংস্কৃতি
  5. বিশ্ব আত্মহত্যা প্ৰতিৰোধ দিৱস
  6. মহিলাৰ বাবে ৰাষ্ট্ৰসংঘৰ উন্নয়ন পুঁজি
  7. ৰমন্যাসবাদ
  8. মালালা ফাণ্ড
  9. এ ছং অফ আইচ এণ্ড ফায়াৰ
  10. এছিয়ান গেমছ
  11. দ্য ডায়েৰী অৱ এ য়ং গাৰ্ল
  12. গাৰ্ল পাৱাৰ
  13. ৱমেন ইন ৰেড
  14. ‎ছাউপড়ী
  15. ‎ৰূপবান (আলোচনী)
  16. ৱমেন ইন ব্লেক

ভাৰতীয় পটভূমি

ব্যক্তি বিষয়ক

  1. বি. ভি. নাগৰত্না
  2. দুৰ্গা খোটে
  3. গিৰীশা নাগাৰাজেগৌড়া
  4. যোগিন্দৰ সিং বেদী
  5. মুৰলীকান্ত পেটকাৰ
  6. ভীমৰাও কেচৰকাৰ
  7. ৰাজিন্দৰ সিং ৰহেলু
  8. তাৰাবাই শিন্দে
  9. বামা
  10. ফাটিমা জাকাৰীয়া
  11. বিজয়লক্ষ্মী নৱনীতাকৃষ্ণণ
  12. মধুমিতা ৰাউত
  13. সৰলা দেৱী চৌধুৰাণী
  14. ললিতা ৰায়
  15. মাহ লাকা বাই
  16. বীণা আগৰৱালা
  17. হুছনা বাঈ
  18. সুনেত্ৰা গুপ্তা
  19. উষা কিৰণ
  20. নিমিষা ছাজায়ন
  21. সোণালী দেব
  22. শ্যামা (অভিনেত্ৰী)
  23. শ্বেতা বাসু প্ৰসাদ
  24. লক্ষ্মী ছেহগল
  25. সোনা চৰাইপোত্ৰা
  26. কুৰটোলেইন হাইদৰ
  27. ৰাণী মুখাৰ্জী
  28. হৰবিন্দৰ সিং
  29. প্ৰবীণ কুমাৰ
  30. মনীষ নাৰৱাল
  31. প্ৰমোদ ভগত
  32. মনোজ চৰকাৰ
  33. সুহাস ললিনাকেৰী য়াথিৰাজ
  34. নন্দা (অভিনেত্ৰী)
  35. এএনএম
  36. বাপচি সিধৱা
  37. হেমা নায়ক
  38. নমিতা গোখলে
  39. কৃষ্ণা নাগৰ
  40. শশীকলা
  41. মেঘনা পন্ত
  42. নন্দিতা দাস
  43. কজ্জনবাঈ
  44. শোভা মোদগল
  45. ৰীণা ৰয়
  46. নিকিতা সিং
  47. কৰুণা বেনাৰ্জী
  48. টুইংকল খান্না
  49. তিশানী দোশী
  50. কলামণ্ডলাম কল্যাণীকুট্টি আম্মা
  51. নিবেদিতা মেনন
  52. মেলানী চিলগাৰ্ডো
  53. ইৰা ত্ৰিবেদী
  54. ৰশ্মি বনচল
  55. ৰানু মণ্ডল (কণ্ঠশিল্পী)
  56. কেলাদি চেন্নাম্মা
  57. গিন্নী মাহী
  58. সৰলা দেৱী
  59. পদ্মিনী (অভিনেত্ৰী)
  60. ফ্ৰিডা পিণ্টো
  61. দুৰ্গাবাঈ দেশমুখ
  62. মৈত্ৰেয়ী ভট্টাচাৰ্য
  63. মহাৰাণী চক্ৰৱৰ্তী
  64. প্ৰজৱাল শাস্ত্ৰী
  65. এছ. জানকী
  66. সাগৰিকা মুখাৰ্জী
  67. সুপ্ৰিয়া পাঠক
  68. গীতা কাপুৰ
  69. পদ্মশ্ৰী ৱাৰিৱৰ
  70. কিৰণ মনৰাল
  71. উমা চক্ৰৱৰ্তী
  72. চিত্ৰা বেনাৰ্জী দিৱাকাৰুণী
  73. আঁচল ঠাকুৰ
  74. শান
  75. মানসী প্ৰধান
  76. সুচিত্ৰা পিল্লাই
  77. বীৰবল চাহনী
  78. জিজাবাঈ
  79. মৃণালিনী দেৱী
  80. বিষ্ণু নাৰায়ণ ভাতখাণ্ডে
  81. প্ৰতিমা দেৱী (চিত্ৰশিল্পী)
  82. বিষ্ণুদিগম্বৰ পালুস্কৰ
  83. শ্ৰীকৃষ্ণ নাৰায়ণ ৰতনঝংকাৰ
  84. ৰামামাত্য
  85. তাৰাশংকৰ বন্দ্যোপাধ্যায়
  86. অমিয় ভূষণ মজুমদাৰ
  87. বিষ্ণু দে
  88. বাণী বসু
  89. বড়ে গুলাম আলি খাঁ
  90. ববিতা কুমাৰী
  91. ছানী লিয়নি
  92. কেশৱ বলিৰাম হেডগেৱাৰ
  93. তানাজী মালুচাৰে
  94. তানসেন
  95. ইৰা সিংঘল
  96. অমীৰ খুচৰো
  97. চুলাগিট্টি নৰসাম্মা
  98. স্বামী ৰামতীৰ্থ
  99. ইন্দ্ৰাণী বসু
  100. ‎ৰিতু ৰাণী
  101. মহীশূৰ নৰসিংহশ্বৰ শ্ৰীনিবাস
  102. লাইশ্ৰাম মনিকা দেৱী
  103. অনুৰাধা থোকচোম
  104. দাদোজী কোণ্ডাদেৱ
  105. শ্বাইনী আব্ৰাহাম
  106. পূজা ৰাণী
  107. ‎বিবেক ৰাম চৌধুৰী
  108. ৰাকেশ কুমাৰ সিং ভদৰিয়া
  109. হাৰজিৎ সিং অৰোৰা
  110. একনাথ ৰামকৃষ্ণ ৰানাদে
  111. ‎স্বামী হৰিদাস
  112. ‎ব্ৰজেন্দ্ৰনাথ শীল
  113. ‎মহৰ্ষি ভৰত
  114. ‎সুষমা আহুজা
  115. পামেলা ৰুক্‌ছ
  116. কবিতা লংকেশ
  117. প্ৰিয়া কুমাৰ
  118. ডায়েনা হেইডেন
  119. ‎প্ৰিয়া শেঠ
  120. নিম্ৰত কৌৰ
  121. ভাৱনা (অভিনেত্ৰী)
  122. সাক্ষী তানৱাৰ
  123. টংগাম ৰীণা
  124. পেট্ৰিচিয়া মুখিম
  125. প্ৰীতি শ্বিনয়
  126. ‎বিনোদিনী নীলকণ্ঠ
  127. সাৰদা মেহতা
  128. ‎ভগৱতী চৰণ বৰ্মা
  129. ‎ইমা কৈথেল
  130. ঊষা মংগেশকাৰ
  131. ৰমাবাঈ ৰানডে
  132. বীণা মজুমদাৰ
  133. বিদ্যাগৌৰী নীলকণ্ঠ
  134. ‎সৰোজিনী মেহতা
  135. গংগাবাই য়াগনিক
  136. চিত্ৰা মোদগল
  137. ‎জানকী অম্মল (ৰামানুজনৰ পত্নী)
  138. গৌৰী মা
  139. ‎স্বৰ্ণকুমাৰী দেৱী
  140. অৰুণা ৰায়
  141. ‎ফৈজুন্নেছা চৌধুৰাণী
  142. ‎কবিতা দেৱী (মল্ল যোদ্ধা)
  143. কল্পনা দাশ
  144. গজল ধালিৱাল
  145. অনুৰাধা কৈৰালা
  146. গৌৰী সাৱন্ত

পৌৰাণিক ভাৰতীয় আখ্যান

  1. অম্বা
  2. শিখণ্ডী
  3. ভদ্ৰকালী
  4. গায়ত্ৰী
  5. মোহিনী
  6. চণ্ডী
  7. দিতি
  8. দৈত্য
  9. মহাগৌৰী
  10. বিনতা
  11. চন্দ্ৰঘণ্টা
  12. যক্ষিণী
  13. কণ্ণগি
  14. মাধৱী
  15. ব্ৰহ্মচাৰিণী
  16. জগদ্ধাত্ৰী
  17. হিন্দু মহাকাব্যৰ এলজিবিটি বিষয়বস্তু
  18. আৰ্যিকা
  19. অগ্নেয়া
  20. অখিলনন্দেশ্বৰী
  21. ভগৱতী
  22. খ্যাতি
  23. শতৰূপা
  24. ব্ৰহ্মাণী
  25. প্ৰসূতি
  26. কদ্ৰু
  27. বহুচৰা মাতা
  28. দনু
  29. সতী
  30. ললিতা (গোপী)
  31. পৃথিৱী (দেৱী)
  32. কুমাৰী (দেৱী)
  33. সুৰসা
  34. ছায়া
  35. স্কন্দমাতা
  36. জগদম্বা
  37. বৰাহী
  38. প্ৰত্যঙ্গিৰা
  39. ডাকিনী
  40. দুঃশলা
  41. শাকম্ভৰী
  42. ৰাধা কৃষ্ণ
  43. অশোকসুন্দৰী
  44. পঞ্চকন্যা
  45. গজলক্ষ্মী
  46. অষ্টলক্ষ্মী
  47. হিন্দু ধৰ্মত তুলসী
  48. কৌশিকী
  49. লঙ্কিনী
  50. পদ্মাৱতী (দেৱী)
  51. জ্যেষ্ঠা (দেৱী)
  52. হৰসিদ্ধি
  53. শান্তাদুৰ্গা
  54. দেৱসেনা
  55. মনোহৰা
  56. ইলা (দেৱতা)
  57. ভানুমতী (দুৰ্যোধনৰ পত্নী)
  58. বৰুণী
  59. বিপত্তাৰিণী
  60. ‎নিঋতি
  61. নীলা দেৱী
  62. আশাপুৰা মাতা
  63. তাপ্তি (দেৱী)

অন্যান্য

  1. ভাৰতত নাৰীৰ যৌনাঙ্গ বিকৃতকৰণ
  2. ঘৰুৱা হিংসাৰ পৰা মহিলাৰ সুৰক্ষা আইন, ২০০৫
  3. যৌতুকৰ বাবে মৃত্যু
  4. ‎গুলাবি গেং
  5. ৰাষ্ট্ৰীয় পোষণ মাহ
  6. স্বীকৃতিপ্ৰাপ্ত সামাজিক স্বাস্থ্যকৰ্মী
  7. ৰাজাবালা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  8. বহুপতি প্ৰথা
  9. ভাৰতৰ বহুপতি প্ৰথা
  10. গুলপীয়া ৰিক্সা
  11. আব্বাক্কা চৌটা
  12. ২০১২ দিল্লীৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যা
  13. অপ্সৰা নৃত্য
  14. দুৰ্গা বাহিনী
  15. জেণ্ডাৰ পাৰ্ক
  16. ৰাষ্ট্ৰীয় কামিঙআউট দিৱস
  17. ৰজপৰ্ব
  18. মহিলা কিষাণ সশক্তিকৰণ পৰিযোজনা
  19. মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়
  20. ৰাজীৱ গান্ধী কিশোৰী সবলীকৰণ আঁচনি
  21. ভনিতা মাথিল
  22. ভাৰতৰ কৃষিক্ষেত্ৰত মহিলা
  23. নিৰ্ভয়া সমাৰোহ
  24. ডান্স বাৰ
  25. প্ৰাচীন ভাৰতীয় সভ্যতা
  26. ভাৰতত নাৰীবাদ
  27. সৰ্ব ভাৰতীয় মহিলা সন্মিলন
  28. অংগনবাদী
  29. নৱতেজ সিং জোহৰ বনাম ভাৰত চৰকাৰ
  30. ধৰ্ষণ আৰু বৈষম্যৰ বিৰুদ্ধে পুৰুষ
  31. ভাৰতত লিংগ অনুসৰি মজুৰিৰ ব্যৱধান
  32. ৰামাপ্পা মন্দিৰ
  33. ফেমিনা মিছ ইণ্ডিয়া
  34. ফেমিনা
  35. স্বদেশী আন্দোলন
  36. ‎বংগ বিভাজন
  37. নুপি লান
  38. জৌহৰ
  39. ‎আজ জানে কী জিদ না কৰো
  40. ৰাণী ঝান্সী ৰেজিমেণ্ট
  41. স্ত্ৰীবোধ (আলোচনী)

অসম বিষয়ক

ব্যক্তি বিষয়ক

  1. বেঞ্জামিন দৈমাৰী
  2. যমুনা বড়ো
  3. অৰ্চনা বৰঠাকুৰ
  4. পানীন্দ্ৰনাথ গগৈ
  5. প্ৰীতিমা কৌশিক বৰুৱা
  6. নিৰ্মলা দেৱী
  7. হিৰণ্ময়ী দেৱী
  8. অণিমা দত্ত
  9. অন্নদা দেৱী বৰকটকী
  10. আভা হাজৰিকা
  11. মিত্ৰা ফুকন
  12. ইন্দ্ৰাণী ৰায়মেধি
  13. শ্ৰুতিমালা দুৱৰা
  14. সংগীতা বৰুৱা পিছাৰ'তি
  15. উদ্দীপনা গোস্বামী
  16. কমলালয়া কাকতি
  17. উমেশ বৈশ্য
  18. ধনদা দেৱী
  19. ৰূপালীম দত্ত
  20. নীৰাজনা মহন্ত বেজবৰা
  21. সুবাসনা মহন্ত
  22. পল্লৱী ডেকা বুজৰবৰুৱা
  23. জ্যোতিৰেখা হাজৰিকা
  24. বিভা দত্ত নেওগ
  25. অৰ্পণা কোঁৱৰ
  26. দীপ্তি ফুকন পাটগিৰি
  27. তুলিকা চেতিয়া য়েইন
  28. জয়া সেনাপতি
  29. জয়ন্ত কুমাৰ বৰা
  30. প্ৰাণজিৎ বৰা
  31. দিগন্ত ওজা
  32. জ্যোতি খাটনিয়াৰ
  33. ভাস্কৰজ্যোতি শৰ্মা
  34. আনন্দ বৰমুদৈ
  35. ভীমকান্ত বৰুৱা
  36. যোগীৰাজ বসু
  37. হৰেন্দ্ৰ নাথ কলিতা
  38. অৱনী চক্ৰৱৰ্তী
  39. পৰাগধৰ চলিহা
  40. হৰিনাৰায়ণ দত্ত বৰুৱা
  41. পদ্মেশ্বৰ গগৈ
  42. মিনতি হাজৰিকা
  43. দৈৱচন্দ্ৰ তালুকদাৰ
  44. প্ৰফুল্ল চন্দ্ৰ বৰা
  45. দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা
  46. শৈলধৰ ৰাজখোৱা
  47. পৰীক্ষিত হাজৰিকা
  48. কমলেশ্বৰ চলিহা
  49. বিনন্দ বৰুৱা
  50. প্ৰদীপ চলিহা
  51. ভূপেন চেতিয়া
  52. ৰত্নেশ্বৰ মহন্ত
  53. গোবিন্দ মিশ্ৰ
  54. গোপাল মিশ্ৰ
  55. ৰিপুনাথ বুঢ়াগোহাঞি
  56. সৰ্বেশ্বৰ দত্ত
  57. ধমেশ্বৰী দেবী বৰুৱানী
  58. ধীৰেন্দ্ৰ চন্দ্ৰ দত্ত
  59. নৃপেন ফুকন
  60. হৰি বৰকাকতি
  61. ভবানন্দ দত্ত
  62. বিদ্যা পঞ্চানন
  63. সদা বেজবৰুৱা
  64. প্ৰতাপচন্দ্ৰ বৰুৱা
  65. পুৰুষোত্তম ঠাকুৰ
  66. সুবোধ মল্লবৰুৱা
  67. যদুমণিদেৱ
  68. প্ৰভাস চন্দ্ৰ গোস্বামী
  69. ধীৰেন্দ্ৰ নাথ দত্ত
  70. ৰিণিকি ভূঞা শৰ্মা
  71. তাৰক চন্দ্ৰ গোস্বামী
  72. প্ৰণয় বৰদলৈ
  73. শ্ৰীধৰ কন্দলি
  74. উত্তম বৰুৱা
  75. বন্দিতা আচাৰ্য
  76. কৰবী গগৈ
  77. তালেবৰ ৰহমান
  78. নবীন চন্দ্ৰ শৰ্মা
  79. ভাগ্যৱতী কছাৰী
  80. নিত্যানন্দ সেনাপতি
  81. নিলয় দত্ত
  82. কমল কুমাৰ তাঁতী
  83. ‎তুলিকা শইকীয়া
  84. মণিকা দেৱী
  85. তৰণ দুৱাৰা
  86. মদন শৰ্মা
  87. সুৰেশ শৰ্মা
  88. কেশৱ কায়স্থ
  89. মঞ্জিল প্ৰতীম শইকীয়া
  90. দিলীপ শৰ্মা (গণিতজ্ঞ)
  91. ‎জৰ্জ ছান্তায়ানা
  92. হেমন্ত কুমাৰ শৰ্মা
  93. মুকুন্দ ৰাজবংশী
  94. ফণী তালুকদাৰ
  95. কেশৱানন্দ দেৱগোস্বামী
  96. ‎নিৰুপমা ফুকন
  97. বিপাশা বৰা
  98. ‎প্ৰণবিৰাম বৰুৱা
  99. ‎দিলীপ চৌধুৰী
  100. ‎আমিনুৰ ৰহমান
  101. হোমেন হাজৰিকা
  102. সুদক্ষিনা শৰ্মা
  103. ‎পূৰ্ণিমা ৰাজখোৱা
  104. ‎অনুজ বৰুৱা
  105. লক্ষ্মীনাথ দাস
  106. বিনয় কুমাৰ শইকীয়া
  107. ‎মইনা গোস্বামী
  108. ‎অভিজিত শৰ্মা বৰুৱা
  109. ঈশ্বৰ প্ৰসন্ন হাজৰিকা

গ্ৰন্থ বিষয়ক

  1. সংক্ষিপ্ত অসম বিশ্বকোষ
  2. সফলতাৰ সোপান
  3. সোঁতৰ বিপৰীতে
  4. এধানী মাহীৰ হাঁহি
  5. অনুভৱৰ প্ৰতিধ্বনি
  6. প্ৰত্যাশাৰ প্ৰতিলিপি
  7. আৱেগৰ কুঁৱলী ফালি
  8. চেতনাৰ স্পন্দন
  9. জাতিভেদ প্ৰথা আৰু শংকৰদেৱ
  10. চিন্তাৰ ভগ্নাংশ
  11. হিন্দু ধৰ্মত ঈশ্বৰ আৰু নাস্তিকতা
  12. ভাবনাৰ স্বৰলিপি
  13. অসমীয়াৰ স্বাভিমানৰ ৰূপৰেখা
  14. মাৰ্ক্সেই বজালে নেকি কমিউনিজমৰ মৃত্যুঘণ্টা
  15. ব্ৰাহ্মণ্যবাদৰ ক’লীয়া ডাৱৰ আৰু অসম
  16. কিউপিড আৰু ছাইকী
  17. অসম আন্দোলনৰ তথ্যকোষ
  18. চাহেবপুৰাৰ বৰষুণ
  19. অল দ'জ ইয়েৰনিংছ্
  20. ৰেণ্ডম ৰিফ্লেকশ্যনছ্
  21. প্ৰতিভাৰ উৎস (গ্ৰন্থ)
  22. কাঞ্চন (উপন্যাস)
  23. ‎এটা দ্বীপ সাতটা কবৰ

অন্যান্য

  1. ঘৰ জেউতী
  2. ২০১২ গুৱাহাটীৰ যুৱতী উৎপীড়ণ ঘটনা
  3. ৱানচোৱা
  4. চহৰাই পৰৱ
  5. জাম্বিলা আঠন
  6. ঘোঁৰাবাঁক
  7. চাউল ভোজনি
  8. চাং
  9. চেৰা-বিহু
  10. কনকলতা মহিলা সবলীকৰণ যোজনা
  11. অসম লেখিকা সন্থা
  12. চাৰুল পৰৱ
  13. অৰুন্ধতী স্বৰ্ণ আঁচনি
  14. অসমীয়া লোক কবিতা
  15. ফুলকোঁৱৰ-মণিকোঁৱৰৰ গীত
  16. চিংফৌ ভাষা
  17. মৌখিক লোকসাহিত্য
  18. অসমীয়া ভাষাৰ শব্দসম্ভাৰ
  19. শিশু সাহিত্য
  20. জিকিৰ আৰু জাৰি
  21. ধাইনাম
  22. মালিতা
  23. জনা গাভৰু গীত
  24. অপেচৰা সবাহৰ নাম
  25. হাচং পূজা
  26. লাংলাই পূজা
  27. ৰাজিনী গাবাৰা পূজা
  28. ঠেঙ্গা পাৰা
  29. জোনাকী মন
  30. বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ
  31. ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেন্সন আঁচনি

সানমিহলি

  1. পতিতাবৃত্তি
  2. আন-নিশা
  3. ছেক্স ষ্ট্ৰাইক
  4. কুমাৰীত্ব পৰীক্ষা
  5. কইনা দাহ
  6. ডাইনীবিদ্যা
  7. যৌন শুদ্ধিকৰণ
  8. কুমাৰী শুদ্ধিকৰণ জনবিশ্বাস
  9. এচিদ আক্ৰমণ
  10. অভিসাৰ ধৰ্ষণ
  11. আল-বাক্বাৰা
  12. আল-ইমৰান
  13. আল-আন'আম
  14. ষ্টেম ক্ষেত্ৰত নাৰীৰ শিক্ষা
  15. আল-মা'ইদা
  16. আল-আৰফ
  17. বাইফ'বিয়া
  18. সামাজিক উপভাষা
  19. কইনা ক্ৰয়
  20. বাৰগাৰ্ল
  21. মহিলাৰ বিৰুদ্ধে হিংসা
  22. ধ্ৰুৱবাদ
  23. স্তন্যপান
  24. বাল্য বিবাহ
  25. ৰাজহুৱা স্থানত স্তন্যপান
  26. চিটি স্কেন
  27. টমবয়
  28. হিন্দুধৰ্মত নাৰী
  29. যোনিৰ আঘাত
  30. পৰিচাৰিকা উৎপীড়ন
  31. স্ত্ৰীৰোগ বিজ্ঞান
  32. জলকুঁৱৰী
  33. ‎প্ৰাক্-ছক্ৰেটেছীয় দৰ্শন
  34. হংসকন্যা
  35. চিজাৰিয়ান ছেক্সন
  36. আল-আনফল
  37. সৃষ্টিশীলসাহিত্য আৰু ভাল লেখনৰ কৌশল
  38. মাতৃ
  39. ‎নাৰী
নিৰ্বাচিত চিত্ৰ সম্পাদনা কৰক
তল শুৱাই সৰি থকা শৰৎ ঋতুৰ শেৱালি ফুল।
আলোকচিত্ৰ শিল্পী: ৰাজদ্বীপ ৰাজবংশী
পদক সম্পাদনা কৰক
পদক
পাওঁতাৰ নাম
এই মাহৰ ৱিকিমিডিয়ান
চাণক্য কুমাৰ দাস, মৃদুল সিংহ ফুকন
এক সহস্ৰ তাৰকা পদক
অজয় দাস
বিচাৰক পদক
চন্দন চিৰিং ফুকন, বাবুল বৈশ্য
কাৰিকৰী পদক
চাণক্য কুমাৰ দাস, দিব্য দত্ত
প্ৰতিভাবান ন-সম্পাদকৰ পদক
সূৰজ দলে
আয়োজক পদক
ঈশান জ্যোতি বৰা, নয়নজ্যোতি নাথ





বিশেষ অভিলেখ
ছেপ্টেম্বৰ-২০২১ৰ বিশেষ অভিলেখ সম্পাদনা কৰক

২০২১ চনৰ ১৫ আগষ্টৰ পৰা ৩১ আগষ্টলৈকে অনুষ্ঠিত হোৱা ভাৰতীয় ৱিকিউৎসৰ মুদ্ৰণ সংশোধন প্ৰতিযোগিতাৰ অলপতে ঘোষিত ফলাফল অনুসৰি অসমীয়া ৱিকিউৎসই ৰাষ্ট্ৰীয় পৰ্যায়ত দ্বিতীয় স্থান লাভ কৰিছে। ইয়াৰ লগতে অসমীয়া ৱিকি পৰিয়ালৰ তিনিগৰাকী সদস্য ক্ৰমে অজয় দাসে অসমীয়া ৱিকিপিডিয়াত ব্যক্তিগতভাৱে ১,০০০, বাবুল বৈশ্যই ৪০০ আৰু নয়ন জ্যোতি নাথে ৩০০ প্ৰবন্ধৰ সীমা অতিক্ৰম কৰে।

উল্লেখনীয় কাম সম্পাদনা কৰক
  • অসমীয়া ৱিকিপিডিয়াত লেখাৰ সংখ্যা ৯,৬২০ টালৈ বৃদ্ধি পালে।
  • অসমীয়া ৱিকিউৎসত উপলব্ধ গ্ৰন্থৰ সংখ্যা ৩৪৮ খনলৈ বৃদ্ধি পালে।



পৰিসংখ্যা আৰু অন্যান্য সম্পাদনা কৰক
পৰিসংখ্যা

অন্যান্য সংযোগ


  • ইন্‌ষ্টাগ্ৰামত অনুসৰণ কৰক: @assamesewikimedia

ঘোষণা


ৱিকিপিডিয়াত থাকিব লগা অত্যাৱশ্যকীয় প্ৰবন্ধসমূহৰ তালিকাৰ পৰা প্ৰবন্ধ সৃষ্টি কৰি অসমীয়া ভাষাৰ সমল বৃদ্ধি কৰাত সহায় কৰক।
ক্ৰমিক নং সদস্য সম্পাদনা সংখ্যা বিস্তাৰিত সংযোগ
ৱিকিপিডিয়া ৱিকিউৎস ৱিকিকমন্‌ছ ৱিকিতথ্য
অজয় দাস ২৯৪ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অনামিকা বড়া ৩০০ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অভিজিৎ মহন ৯৭ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
অম্লান বসুমতাৰী ৬৫১ - - ১৭৪ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
ঈশান জ্যোতি বৰা ৩১১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
মো. সাদমান ছাকিব ৯২ ১৬ ১৬ ৫১৭ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
কুলধৰ ৰাভা ২৪০ ২৪ - ৩৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
গীতাৰ্থ বৰদলৈ ৫৯ ৮২ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
চন্দন চিৰিং ফুকন ৪১২ - - ৬০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১০ চাণক্য দাস ১৬৯৫ ২০৪ - ১৭০ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১১ জোনালী বৰুৱা ১৯৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১২ দিব্য দত্ত ৩৫৩ ১৪৮ ১৭ ২৩ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৩ ধৰিত্ৰী বৰুৱা ৫০ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৪ নয়ন জ্যোতি নাথ ৬৪০ - ১৮ ৫৮ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৫ পল্লৱী দত্ত বৰুৱা ১০ ৫১ - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৬ প্ৰণৱ জ্যোতি ভূঞা ২০১ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৭ প্ৰণামিকা অধিকাৰী ১৩ ১৫৪ - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৮ প্ৰাণজ্যোতি নাথ ১০৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
১৯ বাবুল বৈশ্য ৩৮৮ - - ১৭৬ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২০ ভাস্কৰ ভূঞা ৩০৮ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২১ মৃদুল সিংহ ফুকন ৬০৭ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২২ সূৰজ দলে ৮৯ - - - (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )
২৩ হানিফ আলী ৮২ - ১৭ ১৫ (আলোচনা · সৃষ্টি কৰা প্ৰবন্ধসমূহ· গোলকীয় বৰঙণি )


মাহটোত ৱিকিপিডিয়া অথবা ৱিকিউৎসত সম্পাদনা কৰা অন্যান্য সদস্যসকল: অভিজিৎ দত্ত, জলী ৰুমী বৰা, নাং মধুস্মিতা, প্ৰিয়াংকুশ ডেকা, বিকাশ দিহিঙ্গীয়া, ৰাজদ্বীপ ৰাজবংশী, ৰুমী বৰা

ইনকুবেটৰ (Wq/as): অনামিকা বড়া (১২), কুলধৰ ৰাভা (১৫৯), চন্দন চিৰিং ফুকন (১২), চাণক্য কুমাৰ দাস (৬৩), দিব্য দত্ত (২০), নাং মধুস্মিতা (১২)৷

বিঃদ্ৰঃ তালিকাখন সদস্যনামৰ বৰ্ণানুক্ৰমিক কৰি সজোৱা হৈছে।

ৱিকিপত্ৰিকাৰ পৰৱৰ্তী প্ৰকাশনৰ বাবে আপোনাৰো সহায়ৰ প্ৰয়োজন। অনুগ্ৰহ কৰি ইয়াত যোগদান কৰি ইয়াক সাফল্যমণ্ডিত কৰি তোলক।
ৱিকিপিডিয়াৰ লগত জড়িত হ’বৰ বাবে ৱিকিপিডিয়া পৰিচিতি পৃষ্ঠাটো আপোনাৰ উপযোগীকৈ বনোৱা হৈছে, প্ৰয়োজন সাপেক্ষে আপুনি চকু ফুৰাব বুলি আশা কৰা হ’ল।
ৱিকিপত্ৰিকাৰ বিষয়ে আপোনাৰ মন্তব্য ইয়াত লিখক।
{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:ৱিকিপত্ৰিকা/অক্টোবৰ-২০২১
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?