স্বামী ৰামতীৰ্থ
স্বামী ৰামতীৰ্থ | |
---|---|
জন্ম | ১৮৭৩ চন পাকিস্তান ৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। |
মৃত্যু | ১৯০৬ চন তেহৰি |
ৰাষ্ট্ৰীয়তা | হিন্দু |
নাগৰিকত্ব | ভাৰতীয় |
স্বামী ৰামতীৰ্থ (ইংৰাজী: Swami Rama Tirtha) আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।তেখেতক ৰাম সোমী বুলিও জনা যায়।[1]
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]স্বামী ৰামতীৰ্থ ৰ জন্ম হৈছিল এটা পাঞ্জাৱী ব্ৰাহ্মণ পৰিয়ালত ১৮৭৩ চনৰ ২২ অক্টোবৰ তাৰিখে পাকিস্তানৰ পাঞ্জাৱ ৰ গুজৰানৱালা জিলাত। তেখেতৰ জন্মৰ কেইবছৰমান পিছতেই মাকৰ মৃত্যু হৈছিল।আৰু তেওঁক তেওঁৰ ডাঙৰ ভায়েক গোছেইনে ডাঙৰ দীঘল কৰিছিল।[2]
কৰ্মজীৱন
[সম্পাদনা কৰক]স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত লাহোৰ চৰকাৰী মহাবিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক হৈছিল। তেখেত আছিল বেদন্তৰ হিন্দু দৰ্শনৰ ভাৰতীয় শিক্ষক।[3]
মৃত্যু
[সম্পাদনা কৰক]১৯০৬ চনৰ ১৭ অক্টোবৰ তাৰিখে ৩২ বছৰ বয়সত তেহৰি ত তেখেতে মৃত্যুবৰণ কৰে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.