শান্তনু
শান্তনু | |
---|---|
![]() শান্তনু আৰু গংগা দেৱী | |
তথ্য | |
পৰিয়াল | প্ৰতীপ (পিতৃ), সুনন্দা (মাতৃ), দেৱাপি (ভাতৃ) আৰু বাহ্লীক (ভাতৃ)[1] |
দাম্পত্যসঙ্গী | গংগা দেৱী আৰু সত্যৱতী |
সন্তান | ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্য |
শান্তনু (ইংৰাজী: Shantanu) হৈছে হিন্দু ধৰ্মৰ মহাকাব্য মহাভাৰতৰ অনুসৰি হস্তিনাপুৰৰ মহাৰাজ প্ৰতীপৰ পুত্ৰ, গংগা দেৱী আৰু সত্যৱতীৰ পতি আৰু দেৱব্ৰত বা ভীষ্ম, চিত্ৰাঙ্গদ আৰু বিচিত্ৰবীৰ্য্যৰ পিতৃ আছিল। তেওঁ ভাৰত বংশৰ উত্তৰাধিকাৰী তথা পাণ্ডৱ আৰু কৌৰৱৰ পূৰ্বপুৰুষ আছিল।[1]
শান্তনু আৰু গংগা
-
শান্তনু আৰু গংগা
-
শান্তনুৰ অষ্টম সন্তানক উটুৱাবলৈ যোৱাত, গংগাক বাধা প্ৰদানৰ দৃশ্য। যিটো সন্তানক পৰৱৰ্তী সময়ত ভীষ্ম নামেৰে জনা যায়
শান্তনুৰ, পুত্ৰৰ সৈতে পুনৰ মিলন
-
Painting depicting presentation by Ganga of her son Devavrata (the future Bhishma) to his father, Shantanu
শান্তনু আৰু সত্যৱতী
-
A painting by Raja Ravi Varma depicting Shantanu wooing the fisherwoman Satyavati
-
দেৱব্ৰতৰ ভীষ্ম প্ৰতিজ্ঞা
তথ্য সংগ্ৰহ
- ↑ 1.0 1.1 শৰ্মা, ড॰ সত্যেন্দ্ৰনাথ (jul 1996). মহাভাৰতৰ চৰিত্ৰাৱলী. বীণা লাইব্ৰেৰী. পৃষ্ঠা. 41. https://archive.org/details/in.ernet.dli.2015.451375/page/n1/mode/2up। আহৰণ কৰা হৈছে: 4 jun 2020.
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.