দুৰ্যোধন
দুৰ্যোধন | |
---|---|
দাম্পত্যসঙ্গী | ভানুমতী আৰু ময়ুৰী |
পিতৃ-মাতৃ | |
সন্তান | লক্ষ্মণ কুমাৰ, লক্ষ্মণা |
দুৰ্যোধন (সংস্কৃত: दुर्योधन) মহাভাৰতৰ এটি চৰিত্ৰ। কৌৰৱৰ এশ ভাইৰ ভিতৰত জেষ্ঠ্য। তেওঁ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰীৰ পুত্ৰ।
জন্ম-বৃত্তান্ত
মহাভাৰতৰ মতে গান্ধাৰীয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওঁৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়, যাৰ জেষ্ঠ্যজনেই দুৰ্যোধন।
মৃত্যু
মহাভাৰতৰ কুৰুক্ষেত্ৰ ৰণত তেওঁৰ ভীমৰ হাতত নিহত হৈছিল।
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.