For faster navigation, this Iframe is preloading the Wikiwand page for দীপান্বিতা শৰ্মা.

দীপান্বিতা শৰ্মা

দীপান্বিতা শৰ্মা

দীপান্বিতা শৰ্মা
জন্ম দীপান্বিতা শৰ্মা
০২ নৱেম্বৰ, ১৯৭৬ (৪৭ বছৰ)
দুলীয়াজান, অসম, ভাৰতবৰ্ষ
পেচা অভিনেত্ৰী তথা ছুপাৰ মদেল
উচ্চতা ৫' ৯"
ওজন ৫৫ কেজি
দাম্পত্যসঙ্গী দিলশ্বেৰ সিং অটৱাল

দীপান্বিতা শৰ্মা (ইংৰাজী: Dipannita Sharma) বলিউডত খ্যাতি লাভ কৰা এগৰাকী অসমীয়া অভিনেত্ৰী তথা ছুপাৰ মডেল।[1][2] ১৯৯৮ চনত অনুষ্ঠিত ফেমিনাৰ মিছ ইণ্ডিয়া প্ৰতিযোগিতাত শীৰ্ষ পাঁচগৰাকীৰ ভিতৰত থাকি তেখেতে দৃষ্টি আকৰ্ষণ কৰে। ২০০২ চনৰ '১৬ ডিচেম্বৰ' চলচ্চিত্ৰত অভিনয়ৰ দ্বাৰা তেখেতে চলচ্চিত্ৰজগতত খোজ দিয়ে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

দীপান্বিতা শৰ্মাৰ ১৯৭৬ চনৰ ২ নৱেম্বৰ তাৰিখে অসমদুলীয়াজানত জন্ম হয়। তেখেতৰ পিতৃ ভাৰতীয় তৈল নিগমৰ এগৰাকী চিকিৎসক আছিল। দীপান্বিতা শৰ্মা গুৱাহাটীৰ কৃষ্ণ নগৰৰ হ'লি চাইল্ড বিদ্যালয়ৰ ছাত্ৰী আছিল, নৱম শ্ৰেণীলৈ এই বিদ্যালয়ত পঢ়াৰ পাছত তেখেতে নাহৰকটীয়াৰ ছেইণ্ট মেৰী স্কুলৰ পৰা বিদ্যালয়ৰ শিক্ষা সাং কৰে।[3]

দিল্লীৰ ব্যৱসায়ী দিলশ্বেৰ সিং অটৱাল নামৰ এজন ব্যক্তিৰ সৈতে বিবাহত বহে,[4] তেখেতসকল বৰ্তমান ভাৰতমুম্বাই চহৰ বাসিন্দা।

১৬ ডিচেম্বৰত শীবাৰ ভূমিকাত দীপান্বিতা শৰ্মা

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বছৰ শিৰোনাম ভূমিকা উল্লেখনীয়
২০০২ ১৬ ডিচেম্বৰ শীবা মনোনীত, জী এণ্ড স্ক্ৰীণ এৱাৰ্ডছ
দিল ভিল প্যাৰ ব্যাৰ পায়ল সিং
২০০৪ অসম্ভৱ কিঞ্জল
২০০৫ মাই ব্ৰাদাৰ... নিখিল লীনা গোমচ
কোই আপ চা প্ৰীতি
২০১১ লেডিজ ভাৰ্চেজ ৰিকি বাহ্ল ৰাইনা পাৰুলেকাৰ মনোনীত (জী চিনে এৱাৰ্ডছ, ২০১২, best supporting actor female category)
২০১২ জোৰী ব্ৰেকাৰ্ছ মেগী
২০১৪ পিজ্জা
২০১৫ টেক ইট ইজি ৰামা
২০১৭ কফি উইথ ডি নেহা
২০১৭ শৈশৱতে ধেমালিতে প্ৰথম অসমীয়া চলচ্চিত্ৰ
২০১৯ ৱাৰ ড॰ মল্লিকা শিংঘল

টেলিভিছন ধাৰাবাহিক

[সম্পাদনা কৰক]
ছিৰিয়েল চেনেল
হৰ দিল জো ল'ভ কৰেগা জূম টিভি চেনেল
ৱিলছ লাইফষ্টাইল ইণ্ডিয়া ফেচন ৱিক ষ্টাৰ ৱ'ৰ্ল্ড
ফিয়েৰ ফেক্টৰ- খাটৰো কে খিলাড়ী #চিজন ১ ক'লৰ্চ টিভি
এম টিভি মেকিং দা কাট এম টিভি ইণ্ডিয়া
পিয়া কে ঘৰ জানা হে এ আৰ ৱাই ডিজিটেল
আনটেগ (ৱেব ছিৰিজ) ভূট
বেৱাফা চি ৱাফা (ৱেব ছিৰিজ) এ এল টি বালাজী ('বিজয়ী' আই ডব্লিউ এম ডিজিটেল এৱাৰ্ড 'Best Supporting Role Female in a Webseries')

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
দীপান্বিতা শৰ্মা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?