For faster navigation, this Iframe is preloading the Wikiwand page for গিলবাৰ্টছন চাংমা.

গিলবাৰ্টছন চাংমা

গিলবাৰ্টছন চাংমা
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নামগিলবাৰ্টছন চাংমা
জন্ম১২ এপ্ৰিল, ১৯৫৫ (৬৯ বছৰ)
জন্মস্থানডিব্ৰুগড়, অসম, ভাৰত
খেলা স্থানফৰৱাৰ্ড
চিনিয়'ৰ কেৰিয়াৰ*
বৰ্ষদলঅংশগ্ৰহণ(গ'ল)
১৯৭২–১৯৮৫অসম পুলিচ?(?)
১৯৭৩–১৯৮০অসম?(?)
ৰাষ্ট্ৰীয় দল
১৯৭৫–?ভাৰত
* চিনিয়'ৰ ক্লাব অংশগ্ৰহণ আৰু গ'লৰ সংখ্যা কেৱল ঘৰুৱা লীগৰ বাবেহে।

গিলবাৰ্টছন চাংমা অসমৰ এগৰাকী প্ৰসিদ্ধ ফুটবল খেলুৱৈ।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

খেলুৱৈ জীৱন

[সম্পাদনা কৰক]

দশম শ্ৰেণীতে শিক্ষা সামৰি গিলবাৰ্টছন চাংমাই ১৯৭১ চনত পুলিচ কনিষ্টবল হিচাপে কৰ্মজীৱন আৰম্ভ কৰে। এই সময়ছোৱাতে তেওঁ অসম পুলিচৰ ফুটবল দলত যোগদান কৰি তেওঁ জনপ্ৰিয় হৈ পৰে। তেওঁ ১৯৭২ চনৰ পৰা ১৯৮২ চনলৈ অসম পুলিচ দলৰ অধিনায়ক দায়িত্ব পালন কৰে।[1]

ৰাষ্ট্ৰীয় পৰ্য্যায়ত

[সম্পাদনা কৰক]

১৯৭৩ চনত তেওঁ কেৰালাৰ কোচিত অনুষ্ঠিত ফুটবল টুৰ্ণামেণ্টত ৰাজ্যিক দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰে। পৰৱৰ্ত্তীকালত গিলবাৰ্টছন চাংমাই ১৯৭৩ চনৰ পৰা ১৯৮২ চনলৈ মুঠতে সাতবাৰ সন্তোষ ট্ৰফী ছিনিয়ৰ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাত অসমক প্ৰতিনিধিত্ব কৰে। তেওঁ ১৯৭৬ চনৰ পৰা ১৯৭৮ চনলৈ ৰাজ্যিক দলৰ অধিনায়কৰ দায়িত্ব লয়। [1]

তদুপৰি গিলবাৰ্টছন চাংমাই অসম পুলিচৰ হৈ বৰদলৈ ট্ৰফী, এ টি পি এ শ্বিল্ড, কেপ্টেইন এন এম গুপ্তা ট্ৰফী লাভ কৰে। ১৯৮১ চনৰ তেওঁ সন্তোষ ট্ৰফীৰ চেম্পিয়ন হয়।

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত

[সম্পাদনা কৰক]

১৯৭৫ চনত গিলবাৰ্টছন চাংমাই ইণ্ডোনেছিয়া আৰু মালয়েছিয়াত প্ৰদৰ্শনীমূলক খেলত ভাৰতক প্ৰতিনিধিত্ব কৰে।[1]

অৱসৰ গ্ৰহণ

[সম্পাদনা কৰক]

১৯৮৫ চনত গিলবাৰ্টছন চাংমাই যোৰহাটত নাগালেণ্ড পুলিচৰ বিপক্ষে জীৱনৰ অন্তিমখন খেলত ভাগ লয়।[1] ২০২২ চনত তেওঁক অসম চৰকাৰে অসমৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান অসম সৌৰভ বঁটা প্ৰদান কৰে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
গিলবাৰ্টছন চাংমা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?