For faster navigation, this Iframe is preloading the Wikiwand page for বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট.

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
প্ৰতিষ্ঠা ১৯৮৮
অৱস্থিতি যোৰহাট জিলা
অসম, ভাৰতবৰ্ষ
ঠিকনা এ টি ৰ'ড (পূব), যোৰহাট জিলা
অসম, ভাৰতবৰ্ষ
ৱেবছাইট rfri.icfre.gov.in

বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট (ইংৰাজী: Rain Forest Research Institute, Jorhat) হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বনপালন বিদ্যাৰ গৱেষণা কেন্দ্ৰ। ইয়াৰ মুখ্য কাৰ্যালয় অসমযোৰহাট জিলাত অৱস্থিত। পূৰ্বতে ইয়াৰ নাম ইনষ্টিটিউট অফ ৰেইন এণ্ড মইষ্ট ডেচিডিউয়াচ ফৰেষ্ট ৰিচাৰ্চ (Institute of Rain and Moist Deciduous Forest Research, IRMDER) আছিল। উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত ইয়াক স্থাপন কৰা হৈছিল[1]। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। বৰ্তমান ছিক্কিমৰ বনাঞ্চলো ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামআইজলত স্থাপন কৰা হৈছে[1]

ভাৰতবৰ্ষৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ডেৰাডুনত ১৯৭৬ চনত ৰিজনেল চেণ্টাৰ অফ ফ’ৰেষ্ট ৰিচাৰ্ছ ইনষ্টিটিউট, ডেৰাডুন (Regional Centre of Forest Research Institute, Dehra Dun) নামৰ প্ৰতিষ্ঠানটো গঢ় লৈ উঠিছিল। ইয়াৰ সহায়ক হিচাবে উত্তৰ পূৰ্বাঞ্চলৰ বনাঞ্চল বিভাগৰ উন্নয়নৰ বাবে ১৯৮৮ চনত যোৰহাটত বৰ্ষা বন অনুসন্ধান সংস্থান, যোৰহাট স্থাপন কৰা হৈছিল । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অৰুণাচল প্ৰদেশ, অসম, মিজোৰাম, মণিপুৰ, মেঘালয়, নাগালেণ্ড, ছিক্কিম আৰু ত্ৰিপুৰাৰ বনাঞ্চলসমূহ ইয়াৰ অন্তৰ্গত। ২০০৪ চনত বাঁহ গছৰ গৱেষণাৰ বাবে ইয়াৰ আন এটা শাখা মিজোৰামআইজলত স্থাপন কৰা হৈছে।

জনাদেশ (Mandates)

[সম্পাদনা কৰক]
  1. Conservation of forest ecosystem with emphasis on natural regeneration
  2. Management of shifting cultivation areas
  3. Management of community forests
  4. Planting practices for eco-restoration
  5. Conservation and sustainable management of Bamboos and Rattans[1]

বৈশিষ্ট্যসমূহ

[সম্পাদনা কৰক]

বাঁহ মিশ্ৰিত কেন্দ্ৰ (Bamboo Composite Centre)

[সম্পাদনা কৰক]

Indian Plywood Industries Research and Training Institute (IPIRTI), Bangalore ৰ পৰা পোৱা প্ৰযুক্তিবিদ্যাৰ সহায়ত এই প্ৰতিষ্ঠানটোত এটা বাঁহ মিশ্ৰিত কেন্দ্ৰ স্থাপন কৰা হৈছে[2]। উৎকৃষ্ট মানদণ্ডৰ বাঁহৰ উৎপাদিত সামগ্ৰী প্ৰস্তুত কৰিবৰ বাবে ইয়াত কেইবাটাও যন্ত্ৰ স্থাপন কৰা হৈছে। এই কেন্দ্ৰৰ মূল উদ্দেশ্য হৈছে যে বাঁহৰ উৎপাদিত সামগ্ৰীৰ ক্ষেত্ৰত স্থানীয় নিবনুৱা যুৱকক প্ৰশিক্ষণ দিয়া। ইয়াৰ উপৰিও এই বিভাগটোৱে বাঁহৰ সদ্ব্যৱহাৰ আৰু সংৰক্ষণৰ ওপৰত বিশেষ গুৰুত্ব দিয়ে। ইয়াত স্থাপিত হোৱা কেইটামান যন্ত্ৰৰ নাম হৈছে:

  • Cross Cutting Machine
  • Splitting Machine
  • Sliver Making Machine
  • Squire Stick Making Machine
  • Round Stick Making Machine
  • Polishing Machine
  • Bamboo Tray and Mat Broad Making Hot Press
  • Resin Kettle
  • Industrial Oven

২০০২ চনত এই বিভাগটো প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ অধীনত ১ হেক্টৰ মাটিত ৩৯ বিধ প্ৰজাতিৰ বাঁহ গছৰ খেতি আৰম্ভ কৰা হৈছে। ইয়াৰ ভিতৰত ভাৰত-উপমহাদেশৰ বিভিন্ন বিলুপ্তিপ্ৰায়, দুৰ্লভ প্ৰজাতিৰ বাঁহ গছ ও আছে[3]। বাঁহ গছৰ প্ৰজাতিবোৰ হৈছে:

  • Bambusa affinis
  • B. assamica
  • B. balcooa
  • B. bambos
  • B. glauscens
  • B. khasina
  • B. multiplex
  • B. nutans
  • B. pallida
  • B. polymorpha
  • B. pseudopallida.
  • B. tulda.
  • B. tulda (var.nal)
  • B. vulgaris
  • B. wamin
  • Dendrocalamus asper
  • D. giganteous
  • D. hamiltonii
  • D. longispathus
  • D. sp (var .mota kako)
  • D. sikkmensis
  • D. strictus
  • Gigantochloa macrostachya
  • Guadua angustifolia
  • Melocanna baccifera
  • Ochlandra travoncorica
  • Oxytenanthera albociliata
  • Phyllostachys mannii
  • P. pubescens
  • Pseodosasa japonica
  • Schizostachyum fuchsianum ( poisonous)
  • S. polymorphum
  • S. pergracile
  • Sessa fortunii
  • Teinostachyum dullooa
  • Thyrostachys oliveri
  • T. regia


লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংযোগ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 "About Rain Forest Research Institute, Jorhat". Government of India. Archived from the original on August 24, 2013. https://web.archive.org/web/20130824161059/http://rfri.icfre.gov.in/AboutRFRI.php। আহৰণ কৰা হৈছে: August 15, 2012. 
  2. "বাঁহ মিশ্ৰিত কেন্দ্ৰ". Government of India. Archived from the original on August 24, 2013. https://web.archive.org/web/20130824161101/http://rfri.icfre.gov.in/BambooCompositeCentre.php। আহৰণ কৰা হৈছে: August 15, 2012. 
  3. "RFRI BAMBUSETUM". Government of India. Archived from the original on August 24, 2013. https://web.archive.org/web/20130824161106/http://rfri.icfre.gov.in/BambooSetum.php। আহৰণ কৰা হৈছে: August 15, 2012. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান, যোৰহাট
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?