For faster navigation, this Iframe is preloading the Wikiwand page for ডিব্ৰু মহাবিদ্যালয়.

ডিব্ৰু মহাবিদ্যালয়

ডিব্ৰু মহাবিদ্যালয়
Dibru College
স্থাপিত ১৯৬৩
ধৰণ ৰাজহুৱা
অধ্যক্ষ ড॰ পৰেশ বৰুৱা
স্থান বৈৰাগীমঠ, ডিব্ৰুগড় , অসম, ভাৰত ভাৰত
চৌহদ চহৰীয়া
ভুক্তি ডিব্ৰুগড় বিশ্ববিদ্যালয়
ৱেবছাইট www.dibrucollege.org

ডিব্ৰু মহাবিদ্যালয় ১৯৬৩ চনত ডিব্ৰুগড়বৈৰাগীমঠত স্থাপন কৰা হৈছিল। কলা, বিজ্ঞান আৰু বাণিজ্যি শাখাত স্নাতক মহলাৰ পাঠ্যক্ৰম আগবঢ়োৱা ডিব্ৰু মহাবিদ্যালয় অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে এখন উল্লেখযোগ্য মহাবিদ্যালয়। বৰ্তমান মহাবিদ্যালয়খনে ২১টা বিষয়ৰ ভিতৰত ১২টা বিষয়ত মুখ্য বিষয় হিচাপে অধ্যয়ন কৰাৰ সুবিধা আছে। ভাৰত চৰকাৰে ডিব্ৰু মহাবিদ্যালয়ক জীৱপ্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰ হিচাপে চিনাক্ত কৰিছে। মহাবিদ্যালয়খনে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা দপ্তৰৰ পৰা অনুদান পাইছে। শিক্ষামূলক ভ্ৰমণ, আলোচনী আৰু খেলৰ উৎকৰ্ষ সাধন কৰিবলৈ মহাবিদ্যালয়খনে অসম চৰকাৰৰ পৰা পুঁজি লাভ কৰিছে। অঞ্চল খনৰ শৈক্ষিক উন্নতিত ডিব্ৰু মহাবিদ্যালয়খনে অৰিহনা যোগাই আহিছে।

মহাবিদ্যালয়খনে কলা, বিজ্ঞান আৰু বাণিজ্য শাখাত দুবছৰীয়া উচ্চতৰ মাধ্যমিক আৰু তিনি বছৰীয়া স্নাতক পাঠ্যক্ৰম আগবঢ়ায়। উচ্চতৰ মাধ্যমিক পাঠ্যক্ৰম অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদ আৰু স্নাতক পাঠ্যক্ৰম ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত।

বিভাগ সমূহ

[সম্পাদনা কৰক]
  • ইংৰাজী বিভাগ (English Department)
  • অসমীয়া বিভাগ (Assamese Department)
  • বাংলা বিভাগ (Bengali Department)
  • সংস্কৃত বিভাগ (Sanskrit Department)
  • শিক্ষা বিভাগ (Education Department)
  • অৰ্থনীতি বিভাগ (Economics Department)
  • বাণিজ্য বিভাগ (Commerce Department)
  • ইতিহাস বিভাগ (History Department)
  • ৰাজনীতি বিজ্ঞান বিভাগ (Political Science Department)
  • নৃতত্ত্ব বিভাগ (Anthropology Department)
  • ভূগোল বিভাগ (Geography Department)
  • দৰ্শন বিভাগ (Philosophy Department)
  • হিন্দী বিভাগ (Hindi Department)
  • গণিত বিভাগ (Mathematics Department)
  • উদ্ভিদবিজ্ঞান বিভাগ (Botany Department)
  • প্ৰাণী বিজ্ঞান বিভাগ (Zoology Department)
  • ৰসায়ন বিভাগ (Chemistry Department)
  • পদাৰ্থ বিজ্ঞান (Physics Department)
  • কম্পিউটাৰ বিজ্ঞান বিভাগ (Computer Science Department)
  • পৰিসংখ্যা বিজ্ঞান বিভাগ (Statistical Science Department)[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বহিঃ সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ডিব্ৰু মহাবিদ্যালয়
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?