For faster navigation, this Iframe is preloading the Wikiwand page for লক্ষ্মী.

লক্ষ্মী

এই চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ আগতে অনুগ্ৰহ কৰি সহায়িকাখনত এবাৰ চকু ফুৰাব।


লক্ষ্মী দেৱী
ধন-সম্পত্তি

লক্ষ্মী দেৱীৰ প্ৰতিমুৰ্তি
অন্য নাম শ্ৰী, নাৰায়ণী, ভাৰ্গৱী, ভাগৱতী, পদ্মা, কমলা, বৈষ্ণৱী
দেৱনাগৰী लक्ष्मी
সংস্কৃত লিপ্যন্তৰ लक्ष्मी
সম্পৰ্ক দেৱী
নিবাস বৈকুণ্ঠ আৰু মণিদ্বীপ
মন্ত্ৰ ॐ श्रीं श्रियें नमः।
ॐ श्रीं महालक्ष्म्यै नमः।
ॐ श्री महालक्ष्म्यै नमः।
সঙ্গী বিষ্ণু
সহোদৰ অলক্ষ্মী আৰু জ্যেষ্ঠা
আসন/বাহন পদ্ম আৰু হাতী
উৎসৱ দেৱালী (লক্ষ্মী পূজা), শৰদ পূৰ্ণিমা, বৰলক্ষ্মী ব্ৰত, নৱৰাত্ৰি, সংক্ৰান্তি[1]

লক্ষ্মী হিন্দু ধৰ্মাৱলম্বীসকলৰ ধন, সম্পদ, উন্নতি (আধ্যাত্মিক আৰু পাৰ্থিৱ), পোহৰ, জ্ঞান, সৌভাগ্য, উৰ্বৰতা, দানশীলতা, সাহস আৰু সৌন্দৰ্যৰ দেৱী।[2] তেওঁ হিন্দু ত্ৰিদেৱী বুলি পৰিচিত পাৰ্বতী আৰু সৰস্বতীৰ মাজৰ এগৰাকী৷[3]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

লক্ষ্মী শব্দটো মূল সংস্কৃত শব্দ লক্ষ্‌ (সংস্কৃত: लक्ष्) আৰু লক্ষ (সংস্কৃত: लक्ष) -ৰ পৰা আহিছে৷ যাৰ অৰ্থ হৈছে- ক্ৰমান্বয়ে 'লক্ষ্য কৰা', 'দৰ্শন কৰা', 'ভালকৈ চোৱা', 'নিৰিক্ষণ কৰা'৷[4][5] লক্ষ্মীৰ মূল শব্দটোৱে নিজ লক্ষ্যক জনা আৰু বুজাটোক সূচায়।[6] ইয়াৰ সৈতে সম্পৰ্কিত আন এটা শব্দ হৈছে লক্ষণ; যাৰ অৰ্থ হৈছে- 'চিহ্নযুক্ত', 'শুভচিহ্ন যুক্ত', 'ভাগ্যবান'।[7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Translating the secrets of Makara Sankranti". Times of India. 14 January 2021. https://timesofindia.indiatimes.com/blogs/tea-with-life/translating-the-secrets-of-makara-sankranti/. 
  2. Ph.D, James G. Lochtefeld (2001-12-15) (en ভাষাত). The Illustrated Encyclopedia of Hinduism, Volume 1. The Rosen Publishing Group, Inc. ISBN 978-0-8239-3179-8. https://books.google.com/books?id=5kl0DYIjUPgC&q=Lakshmi. 
  3. Mark W. Muesse. The Hindu Traditions: A Concise Introduction. Fortress Press. পৃষ্ঠা. 157. ISBN 978-1451414004. https://books.google.com/books?id=VlQBfbwk7CwC. 
  4. শৰ্মা শাস্ত্ৰী, নাৰায়ণ চন্দ্ৰ (২০১৬). লক্ষ্ (সংস্কৃত-অসমীয়া শব্দাৰ্থকোষ. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩৯. 
  5. "lakṣ, लक्ष्." Monier-Williams Sanskrit-English Dictionary. Germany: University of Koeln. Archived 20 May 2015 at the Wayback Machine
  6. Plum-Ucci, Carol. Celebrate Diwali. আই.এচ.বি.এন. 978-0766027787. pp. 79–86.
  7. শৰ্মা শাস্ত্ৰী, নাৰায়ণ চন্দ্ৰ (২০১৬). লক্ষণ (সংস্কৃত-অসমীয়া শব্দাৰ্থকোষ. প্ৰকাশক পাণবজাৰ, গুৱাহাটী: জ্যোতি প্ৰকাশন. পৃষ্ঠা. ২৩৯. 
  8. "lakṣaṇa." Monier-Williams Sanskrit-English Dictionary. Germany: University of Koeln. Archived 20 May 2015 at the Wayback Machine.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
লক্ষ্মী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?