For faster navigation, this Iframe is preloading the Wikiwand page for ৫ আগষ্ট.

৫ আগষ্ট

১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৫ আগষ্ট (ইংৰাজী: 5 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৭তম (অধিবৰ্ষত ২১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৪৮টা দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-


ঘটনাৱলী

[সম্পাদনা কৰক]
  • ১৬৬৯ - আলাবৈৰ ৰণত (শৰাইঘাটৰ যুদ্ধ) ১০,০০০ আহোম সেনাই প্ৰাণ দিছিল।
  • ১৭৭৫ - মহাৰজা নন্দকুমাৰক ভুৱা অভিযোগত ইংৰাজে কলিকতাত ফাঁচি দিছিল। মহাৰজা নন্দকুমাৰ এজন ইংৰাজৰ দেৱান আছিল আৰু ইংৰাজে ফাঁচি দিয়া প্ৰথম ভাৰতীয় আছিল।
  • ১৯৯১ - ন্যায়াধীশ লীলা চেঠ হিমাচল প্ৰদেশৰ উচ্চ ন্যায়ালয়ৰ মুখ্য় ন্যায়াধীশ ৰূপে অধিষ্ঠিত হৈ যিকোনো ৰাজ্য়িক উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা মুখ্য় ন্যায়াধীশ হিচাপে পৰিগণিত হয়।
  • ২০১২ - চনত হোৱা প্ৰথম ৰাউণ্ডৰ বিশ্বৰ তৃতীয়খন মহিলাৰ অলিম্পিকৰ মুষ্টিযুদ্ধ খেলত মেৰী কমে পোলেণ্ডৰ কেৰলিনা মিচেলচ্‌জাক (Karolina Michalczuk)-ক ১৯-১৪ -ত পৰাস্ত কৰে।
  • ১৮৫০ - দ্য মোপাছাঁ, ফৰাচী লেখক।
  • ১৯১৫ - শিৱমংগল সিং, প্ৰসিদ্ধ ভাৰতীয় কবি।
  • ১৯৩০ - নীল আৰ্মষ্ট্ৰং, প্ৰখ্যাত আমেৰিকাৰ মহাকাশচাৰী। তেওঁ চন্দ্ৰত খোজ কঢ়া প্ৰথম মানৱ আছিল। (মৃত্যু: ২৫ আগষ্ট, ২০১২)
  • ১৯৬৬ - কবিতা কেইন, ভাৰতীয় পৌৰাণিক কল্পকাহিনী লেখক।
  • ১৯৭৪ - কাজল দেৱগন, বলিউদৰ অভিনেত্ৰী।
  • ১৯৮৮ - ৰণজিত সিংহ ডিচলে, ভাৰতীয় শিক্ষক তথা প্ৰযুক্তিবিদ।
  • ১৯৯৪ - বৈশালী মহান্তি, ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য পৰিকল্পক, লেখক, স্তম্ভ লেখক আৰু বিদেশী তথা জননীতিৰ বিশ্লেষক।
  • ১৭৯২ - ফেড্ৰিক নৰ্থ বা লৰ্ড নৰ্থ, গ্ৰেট ব্ৰিটেইন প্ৰাক্তন প্ৰধানমন্ত্ৰী।
  • ১৮৯৫ - ফ্ৰিড্ৰিচ এংগেল্‌ছ, জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী।
  • ১৯৫০ - গোপীনাথ বৰদলৈ, স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। (জন্ম:৬ জুন ১৮৯০)
  • ১৯৬২ - মেৰিলিন মন্‌ৰ', আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল।
  • ১৯৯৮ - কেশৱ চন্দ্ৰ গগৈ, অসমৰ এজন প্ৰাক্তন মুখ্যমন্ত্ৰী। (জন্ম: ২৯ আগষ্ট, ১৯২৫)
  • ২০০০ - লালা অমৰনাথ, ভাৰতৰ এজন প্ৰখ্যাত ক্ৰিকেটাৰ।
  • ২০১৪ - প্ৰাণ কুমাৰ শৰ্মা, ভাৰতৰ এজন কাৰ্টুননিষ্ট কমিক্‌ছ শিল্পী৷ চাচা চৌধৰী নামৰ বিখ্য়াত কমিক্‌ছ চৰিত্ৰটো তেঁও সৃষ্টি কৰিছিল।
  • ২০১৬ - মহিম বৰা, অসমীয় গল্পকাৰ, কবি আৰু সাহিত্যিক তথা শিক্ষাবিদ।
  • ২০১৯ - টনি মৰিছন, আমেৰিকান ঔপন্যাসিক, সাহিত্যিক, সম্পাদক, শিক্ষক আৰু অধ্যাপক।
  • কৰ্মচাৰী দিৱস (অসম)
  • স্বাধীনতা দিৱস (বাৰ্কিনা ফাছো)
  • বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ পঞ্চম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]


{{bottomLinkPreText}} {{bottomLinkText}}
৫ আগষ্ট
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?