For faster navigation, this Iframe is preloading the Wikiwand page for ফ্ৰিড্ৰিচ এংগেল্‌ছ.

ফ্ৰিড্ৰিচ এংগেল্‌ছ

ফ্ৰিড্ৰিচ এংগেল্‌ছ
Friedrich Engels

১৮৭৭ চনত এংগেল্‌ছ
সম্পূৰ্ণ নাম ফ্ৰিড্ৰিচ এংগেল্‌ছ
Friedrich Engels
জন্ম ২৮ নৱেম্বৰ ১৮২০
Barmen, প্ৰুচিয়া
(এতিয়াৰ Wuppertal, জাৰ্মানী)
মৃত্যু ০৫ আগষ্ট, ১৮৯৫ (৭৪ বছৰ)
লণ্ডন, ইংলেণ্ড
যুগ ১৯শ শতিকাৰ দৰ্শন
অঞ্চল পশ্চিমীয়া দৰ্শন
ধাৰা মাৰ্ক্সবাদ
দ্বান্দ্বিক বস্তুবাদ
ঐতিহাসিক বস্তুবাদ
আগ্ৰহ ৰাজনৈতিক দৰ্শন, অৰ্থনীতি, শ্ৰেণী সংগ্ৰাম, পুঁজিবাদৰ সমালোচনা
উল্লেখযোগ্য কৰ্ম Alienation and exploitation of the worker, historical materialism
প্ৰভাৱিত হয়
  • Hegel, Feuerbach, Stirner, Smith, Ricardo, Marx, Rousseau, Goethe, Fourier, Hess, Morgan, Heraclitus
প্ৰভাৱিত কৰে
  • List of Marxists
স্বাক্ষৰ

ফ্ৰিড্ৰিচ এংগেল্‌ছ জাৰ্মান: [ˈfʁiːdʁɪç ˈɛŋəls]; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী। .[1] তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে। ১৮৪৫ত তেখেতে কণ্ডিচঞ্ছ অৱ দ্য ৱৰ্কিং ক্লাছ ইন ইংলেণ্ড নামৰ গ্ৰন্থ নিজ পৰ্যবেক্ষণ আৰু অধ্যয়নেৰে লিখি উলিয়ালে। ১৮৪৮ত মাৰ্ক্সৰ সৈতে 'কমিউনিষ্ট পাৰ্টিৰ ইস্তাহাৰ' লিখাৰ উপৰিও তেখেতে আন কেইবাখনো গ্ৰন্থত অকলে আৰু কেইবাখনো গ্ৰন্থ মাৰ্ক্সৰ সৈতে লিখিছিল। মাৰ্ক্সৰ দছ কেপিতেল লিখাৰ সময়ত তেখেতেই মাৰ্ক্সক আৰ্থিকভাৱে সহায় কৰিছিল। মাৰ্ক্সৰ মৃত্যুৰ পাছত তেখেতে দ্বিতীয় আৰু তৃতীয় সংস্কৰণ সম্পাদনা কৰিছিল আৰু মাৰ্ক্সৰ 'থিয়ৰী অৱ চাৰ্প্লাছ ভেল্যু'ক তেখেতে দছ কেপিতেল্অৰ চতুৰ্থ ভল্যুম হিচাপে প্ৰকাশ কৰিছিল।[2] পৰিয়াল অৰ্থনীতিতো তেখেতৰ অৱদান আছে।

ব্যক্তিত্ব

[সম্পাদনা কৰক]
Friedrich Engels in 1868[3]

এংগেল্‌ছ আছিল কাব্য, শিয়াল চিকাৰ আৰু বামপন্থী বুদ্ধিজীৱীসকলৰ সৈতে পাৰ্টি কৰাত অভ্যস্ত। তেখেত আছিল এগৰাকী সুখী স্বভাৱৰ ব্যক্তি। .[4]

তেখেত ৰুছ, ইটালীয়, পৰ্টুগীজ, আইৰিছ, গেলিক, স্পেনীয়, পলিছ, ফৰাচী, ইংৰাজী, মিলানী আদি বিভিন্ন ভাষ-উপভাষাত পাকৈত আছিল। .[5]

কৰ্মৰাজীৰ অংশ

[সম্পাদনা কৰক]
Cover of the 1st Edition of Engels' The Origin of the Family, Private Property and the State, first published in 1884

দ্য হ'লি ফেমিলি (১৮৪৪)

[সম্পাদনা কৰক]

দ্য কণ্ডিচঞ্চ অৱ দ্য ৱৰ্কিং ক্লাছ ইন ইংলেণ্ড (১৮৪৪)

[সম্পাদনা কৰক]

মেঞ্চেষ্টাৰ আৰু ছেলফ'ৰ্ডত থাকোঁতে এংগেল্‌ছ লক্ষ্য কৰা ব্ৰিটেইনৰ শ্ৰমিকসকলৰ অৱস্থাৰ কথা বিৱৰিত।[6]

হাৰ ইউজেন ডুহ্ৰিংছ ৰিভ'ল্যুচন ইন চাইঞ্চ (১৮৭৮)

[সম্পাদনা কৰক]

ই আছিল মাৰ্ক্সৰ বিৰোধী ইউজেন দুহ্ৰিঙৰ সমালোচনা কৰা এখন গ্ৰন্থ। পাছলৈ এই গ্ৰন্থৰ কিছু অংশ চ'চিয়েলিজম: ইউট'পিয়ান এণ্ড চইণ্টিফিক নামৰ গ্ৰন্থত প্ৰকাশ হ'ল।

চ'চিয়েলিজম: ইউট'পিয়ান এণ্ড চাইণ্টিফিক (১৮৮০)

[সম্পাদনা কৰক]

এই গ্ৰন্থত ইউট'পিয়ান সমাজবাদী ফৌৰীয়াৰ আৰু অৱেন আদিৰ সমালোচনা কৰাৰ উপৰিও ঐতিহাসিক বস্তুবাদী সমাজবাদী দৃষ্টিৰে পুজিবাদৰ আলোচনা কৰা হৈছে।[7]

দ্য অৰিজিন অৱ দ্য ফেমিলি, প্ৰাইভেট প্ৰপাৰ্টি এণ্ড দ্য ষ্টেট (১৮৮৪)

[সম্পাদনা কৰক]

টোকা আৰু তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Hunt, Tristram (2009), Marx's General: The Revolutionary Life of Friedrich Engels, Metropolitan/Henry Holt & Co, https://www.worldcat.org/title/marxs-general-the-revolutionary-life-of-friedrich-engels/oclc/263983621. 
  2. Theories of Surplus Value, in Collected Works of Marx and Englels: Volumes 30, 31 and 32 (International Publishers: New York, 1988).
  3. Manchester Photographers by Gillian Read.
  4. Engels, Friedrich. "Friedrich Engels’ "Confession"". Marxists Internet Archive. Archived from the original on 27 April 2014. https://web.archive.org/web/20140427034624/http://www.marxists.org/archive/marx/works/1868/04/01.htm। আহৰণ কৰা হৈছে: 2014-10-25. 
  5. Paul Lafargue; Jacques Bonhomme (15 August 1905). "Friedrich Engels". Marxists Internet Archive (from The Social Democrat journal). Marxists Internet Archive. http://www.marxists.org/archive/lafargue/1905/08/engels.htm। আহৰণ কৰা হৈছে: 15 April 2013. 
  6. Griffin, Emma. "The 'industrial revolution': interpretations from 1830 to the present". http://www.academia.edu/1843995/The_industrial_revolution_interpretations_from_1830_to_the_present। আহৰণ কৰা হৈছে: 9 March 2013. 
  7. Engels, Friedrich (1970) [1892]. "Introduction". Socialism: Utopian and Scientific. Marx/Engels Selected Works. 3. Progress Publishers. http://www.marxists.org/archive/marx/works/1880/soc-utop/index.htm. "From this French text, a Polish and a Spanish edition were prepared. In 1883, our German friends brought out the pamphlet in the original language. Italian, Russian, Danish, Dutch, and Roumanian translations, based upon the German text, have since been published. Thus, the present English edition, this little book circulates in 10 languages. I am not aware that any other Socialist work, not even our Communist Manifesto of 1848, or Marx's Capital, has been so often translated. In Germany, it has had four editions of about 20,000 copies in all." 
  • Carlton, Grace (1965), Friedrich Engels: The Shadow Prophet, London: Pall Mall Press
  • Carver, Terrell (1989), Friedrich Engels: His Life and Thought, London: Macmillan
  • Green, John (2008), Engels: A Revolutionary Life, London: Artery Publications, ISBN 0-9558228-0-7
  • Henderson, W. O. (1976), The life of Friedrich Engels, London : Cass, 1976. ISBN 0-7146-4002-6
  • Hunt, Tristram (2009), The Frock-Coated Communist: The Revolutionary Life of Friedrich Engels, London: Allen Lane. ISBN 978-0-7139-9852-8
  • Mayer, Gustav (1936), Friedrich Engels: A Biography, (1934; trans. 1936)
{{bottomLinkPreText}} {{bottomLinkText}}
ফ্ৰিড্ৰিচ এংগেল্‌ছ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?