পদ্মবিভূষণ
পদ্মবিভূষণ | ||
বঁটাৰ তথ্য | ||
---|---|---|
প্ৰকাৰ | অসামৰিক | |
শ্ৰেণী | জাতীয় | |
প্ৰথমবাৰ প্ৰদান | ১৯৫৪ | |
অন্তিমবাৰ প্ৰদান | ২০২৩ | |
মুঠ প্ৰদানৰ সংখ্যা | ৩২৫ | |
প্ৰদানকৰ্তা | ভাৰত চৰকাৰ | |
পূৰ্বৰ নাম | প্ৰথম বৰ্গ | |
প্ৰথম প্ৰাপক | সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন | |
বঁটাৰ মৰ্যদা | ||
ভাৰতৰত্ন ← পদ্মবিভূষণ → পদ্মভূষণ |
পদ্মবিভূষণ (ইংৰাজী: Padma Vibhushan, হিন্দী: पद्म विभूषण) ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান। পদ্মবিভূষণ প্ৰাপকে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা এটা পদক আৰু এখন মানপত্ৰ প্ৰদান কৰে। পদ্মবিভূষণ পদ্ম সন্মানসমূহৰ ভিতৰত এই সন্মান শীৰ্ষ স্থানীয়। ১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। মৰ্যাদাক্ৰম অনুসৰি, পদ্মবিভূষণ সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত আৰু পদ্মভূষণৰ আগত। চৰকাৰী সেৱা সহ যিকোনো ক্ষেত্ৰত জাতিৰ প্ৰতি বিশেষ আৰু ব্যতিক্ৰমী অবদানেৰ স্বীকৃতিস্বৰূপে এই সম্মান প্ৰদান কৰা হয়। সতেন্দ্ৰ নাথ বসু, নন্দ লাল বসু, জাকিৰ হুচেইন, বলচাহেব গংগাধৰ খেৰ, জিগমে দৰ্জি ৱাঙচুক, ভি. কে. কৃষ্ণ মেনন - এই সকল ব্যক্তিয়ে ১৯৫৪ চনত প্ৰথমবাৰৰ বাবে পদ্মবিভূষণ সন্মান লাভ কৰে।
ইতিহাস
[সম্পাদনা কৰক]১৯৫৪ চনৰ ২ জানুৱাৰীত এই সম্মান প্ৰবৰ্তিত হয়। প্ৰকৃততে তিন-বৰ্গৰ "পদ্মবিভূষণ" সম্মানৰ "প্ৰথম বৰ্গ" ৰূপে এই সম্মান প্ৰবৰ্তিত কৰা হৈছিল। যদিও ১৯৫৫ চনত এই সম্মানৰ ধৰণ পৰিৱৰ্তন কৰা হয় আৰু প্ৰকৃত পৰিকল্পনাৰ আকাৰে এই সম্মান প্ৰদান কৰাৰ কথা উল্লেখ পোৱা নাযায়। ১৯৭৭ চনৰ পৰা ১৯৮০ চন আৰু ১৯৯২ চনৰ পৰা ১৯৯৮ চনলৈকে এই সম্মান প্ৰদান কৰা হোৱা নাছিল।
২০১১ চনৰ শেষলৈকে, কেৱল ২৮৮জন ব্যক্তিলৈহে এই সন্মান আগবঢ়োৱা হৈছে[1][2]।
পদকৰ বিৱৰণ
[সম্পাদনা কৰক]প্ৰথম পদক (১৯৫৪-১৯৫৫)
[সম্পাদনা কৰক]প্ৰথম পদকটো আছিল এটা গোলাকাৰ স্বৰ্ণপদক। ইয়াৰ ব্যাস আছিল ১-৩/৮ ইঞ্চি। মাজত এপাহ পদুমফুল, ওপৰত "পদ্মবিভূষণ" কথাষাৰৰ তলত এটা পুষ্পবৃত্ত চিত্ৰিত আছিল। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। তাৰ ওপৰত "দেশ সেৱা" কথাষাৰ আৰু তলত এপাহ পদুমফুল চিত্ৰিত আছিল। তেতিয়া এই নক্সাটো কোনো প্ৰাপকৰ সম্মানপদকৰ ক্ষেত্ৰত ব্যবহৃত হৈছিল নে নাই তাৰ কোনো লিখিত উল্লেখ পোৱা নাযায়।
দ্বিতীয় পদক (১৯৫৫-১৯৫৭)
[সম্পাদনা কৰক]১৯৫৫ চনত পদকৰ নক্সাটো "প্ৰধানত গোলাকাৰ"লৈ পৰিৱৰ্তন কৰা হয়। ট'নড ব্ৰঞ্জ (Toned bronze)ৰ দ্বাৰা নিৰ্মিত পদকটোৰ ব্যাস ১-৩/১৬ ইঞ্চি। এই পদকত বিভিন্ন জ্যামিতিক আকাৰ সংযোগ কৰা হয়। পদকৰ মাজত সোণৰ বগা পাত চৰোৱা, চাৰিটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। ফুল পাহৰ ওপৰত আৰু তলত "পদ্মবিভূষণ" কথাষাৰ ৰূপালী গ্লিল্টি (silver-gilt)ৰে খোদিত কৰা হয়।
বৰ্তমানৰ পদক (১৯৫৭-বৰ্তমান লৈকে)
[সম্পাদনা কৰক]১৯৫৭ চনত পদকৰ নক্সা একে ৰাখি ইয়াৰ নিৰ্মাণত ট'নড ব্ৰঞ্জ (Toned bronze)ৰ সলনি বাৰ্ণিছড ব্ৰঞ্জ (Burnished bronze) ব্যৱহাৰ কৰিবলৈ লোৱা হয়।
পদ্মবিভূষণ বঁটা বিজয়ীৰ তালিকা
[সম্পাদনা কৰক]বৰ্ষ | বঁটা প্ৰাপকৰ নাম | ক্ষেত্ৰ | ৰাজ্য | দেশ |
---|---|---|---|---|
১৯৫৪ | Satyendra Nath Bose | বিজ্ঞান | পশ্চিম বংগ | ভাৰত |
১৯৫৪ | Zakir Hussain | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৫৪ | Balasaheb Gangadhar Kher | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৫৪ | Jigme Dorji Wangchuk | জননীতি | ভূটান* | |
১৯৫৪ | Nand Lal Bose | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
১৯৫৪ | V. K. Krishna Menon | জননীতি | কেৰালা | ভাৰত |
১৯৫৫ | Dhondo Keshav Karve | সাহিত্য আৰু শিক্ষা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৫৫ | J. R. D. Tata | শিল্প আৰু বাণিজ্য | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৫৬ | Chandulal Madhavlal Trivedi | জননীতি | মধ্য প্ৰদেশ | ভাৰত |
১৯৫৬ | Fazal Ali | জননীতি | বিহাৰ | ভাৰত |
১৯৫৬ | Jankibai Bajaj | সমাজসেৱা় | মধ্য প্ৰদেশ | ভাৰত |
১৯৫৭ | Ghanshyam Das Birla | শিল্প আৰু বাণিজ্য | ৰাজস্থান | ভাৰত |
১৯৫৭ | Motilal Chimanlal Setalvad | আইন আৰু জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৫৭ | Shriprakash | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৫৯ | John Matthai | সাহিত্য আৰু শিক্ষা | কেৰালা | ভাৰত |
১৯৫৯ | Radhabinod Pal | জননীতি | পশ্চিম বংগ | ভাৰত |
১৯৫৯ | Gaganvihari Lallubhai Mehta | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬০ | Naryana Raghvan Pillai | জননীতি | তামিল নাডু | ভাৰত |
১৯৬২ | H. Varda Raja Iyengar | Civil Service | তামিল নাডু | ভাৰত |
১৯৬২ | Padmaja Naidu | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৬২ | Vijaya Lakshmi Pandit | Civil Service | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৬৩ | A. Lakshmanaswami Mudaliar | চিকিৎসা বিজ্ঞান | তামিল নাডু | ভাৰত |
১৯৬৩ | Suniti Kumar Chatterji | সাহিত্য আৰু শিক্ষা | পশ্চিম বংগ | ভাৰত |
১৯৬৩ | Hari Vinayak Pataskar | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬৪ | Gopinath Kaviraj | সাহিত্য আৰু শিক্ষা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৬৪ | Acharya Kalelkar | সাহিত্য আৰু শিক্ষা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬৫ | Arjan Singh | সামৰিক সেৱা | দিল্লী | ভাৰত |
১৯৬৫ | Joyanto Nath Chaudhuri | সামৰিক সেৱা | পশ্চিম বংগ | ভাৰত |
১৯৬৫ | Mehdi Nawaz Jung | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৬৬ | Valerian Gracias | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬৭ | Bhola Nath Jha | Civil Service | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৬৭ | Chandra Kisan Daphtary | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬৭ | Hafix Mohammed Ibrahim | Civil Service | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৬৭ | Pattadakal Venkanna R Rao | Civil Service | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৬৮ | Madhav Shrihari Aney | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬৮ | Subrahmanyan Chandrasekhar | বিজ্ঞান | তামিল নাডু | আমেৰিকা যুক্তৰাষ্ট্ৰ* |
১৯৬৮ | Prasanta Chandra Mahalanobis | [[Statistics|পৰিসংখ্যা বিজ্ঞান]] | দিল্লী | ভাৰত |
১৯৬৮ | K. Vaidyanatha Kalyana Sundaram | জননীতি | তামিল নাডু | ভাৰত |
১৯৬৮ | Kripal Singh | Civil Service | দিল্লী | ভাৰত |
১৯৬৯ | Hargobind Khorana | বিজ্ঞান | Massachusetts | আমেৰিকা যুক্তৰাষ্ট্ৰ* |
১৯৬৯ | Mohan Sinha Mehta | Civil Service | ৰাজস্থান | ভাৰত |
১৯৬৯ | Dattatraya Shridhar Joshi | Civil Service | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৬৯ | Ghananand Pande | Civil Service | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৬৯ | Rajeshwar Dayal | Civil Service | দিল্লী | ভাৰত |
১৯৭০ | Binay Ranjan Sen | Civil Service | পশ্চিম বংগ | ভাৰত |
১৯৭০ | Tara Chand | সাহিত্য আৰু শিক্ষা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৭০ | Paramasiva Prabhakar Kumaramangalam | Civil Service | তামিল নাডু | ভাৰত |
১৯৭০ | Suranjan Das | Civil Service | পশ্চিম বংগ | ভাৰত |
১৯৭০ | Harbaksh Singh | সামৰিক সেৱা | পঞ্জাব | ভাৰত |
১৯৭০ | A. Rameswami Mudaliar | Civil Service | তামিল নাডু | ভাৰত |
১৯৭০ | Anthony Lancelot Dias | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭১ | Vithal Nagesh Shirodkar | চিকিৎসা বিজ্ঞান | গোৱা | ভাৰত |
১৯৭১ | Balaram Sivaraman | Civil Service | তামিল নাডু | ভাৰত |
১৯৭১ | Bimala Prasad Chaliha | Civil Service | অসম | ভাৰত |
১৯৭১ | Uday Shankar | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
১৯৭১ | Sumati Morarjee | Civil Service | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭১ | Allauddin Khan | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
১৯৭২ | S. M. Nanda | সামৰিক সেৱা | দিল্লী | ভাৰত |
১৯৭২ | Pratap Chandra Lal | সামৰিক সেৱা | পঞ্জাব | ভাৰত |
১৯৭২ | Aditya Nath Jha | জননীতি | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৭২ | Jivraj Narayan Mehta | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭২ | P. Balacharya Gajendragadkar | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭২ | বিক্ৰম সাৰাভাই | বিজ্ঞান | গুজৰাট | ভাৰত |
১৯৭২ | Sam Manekshaw | সামৰিক সেৱা | তামিল নাডু | ভাৰত |
১৯৭২ | Ghulam Mohammed Sadiq | জননীতি | জম্মু আৰু কাশ্মীৰ | ভাৰত |
১৯৭২ | Hormasji Maneckji Seervai | Law and Public affairs | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭৩ | Daulat Singh Kothari | বিজ্ঞান | দিল্লী | ভাৰত |
১৯৭৩ | Nagendra Singh | জননীতি | ৰাজস্থান | ভাৰত |
১৯৭৩ | Tirumalrao Swaminathan | Civil Service | তামিল নাডু | ভাৰত |
১৯৭৩ | U. N. Dhebar | সমাজসেৱা় | গুজৰাট | ভাৰত |
১৯৭৩ | Basanti Devi | Civil Service | পশ্চিম বংগ | ভাৰত |
১৯৭৩ | Nellie Sengupta | সমাজসেৱা় | পশ্চিম বংগ | ভাৰত |
১৯৭৪ | V. Kasturi Ranga Varadarja Rao | Civil Service | কৰ্ণাটক | ভাৰত |
১৯৭৪ | Benode Behari Mukherjee | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
১৯৭৪ | Harish Chandra Sarin | Civil Service | দিল্লী | ভাৰত |
১৯৭৪ | Niren De | আইন আৰু জননীতি | পশ্চিম বংগ | ভাৰত |
১৯৭৫ | Basanti Dulal Nag Chaudhuri | সাহিত্য আৰু শিক্ষা | পশ্চিম বংগ | ভাৰত |
১৯৭৫ | Chintaman Dwarkanath Deshmukh | জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭৫ | Durgabai Deshmukh | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭৫ | Premlila Vithaldas Thackersey | সাহিত্য আৰু শিক্ষা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭৫ | Raja Ramanna | বিজ্ঞান | কৰ্ণাটক | ভাৰত |
১৯৭৫ | Homi Nusserwanji Sethna | Civil Service | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৭৫ | M.S. Subbulakshmi | শিল্পকলা | তামিল নাডু | ভাৰত |
১৯৭৫ | Mary Clubwala Jadhav | সমাজসেৱা় | তামিল নাডু | ভাৰত |
১৯৭৬ | Bashir Hussain Zaidi | সাহিত্য আৰু শিক্ষা | দিল্লী | ভাৰত |
১৯৭৬ | Kalpathi Ramakrishna Ramanathan | বিজ্ঞান | কেৰালা | ভাৰত |
১৯৭৬ | Kalu Lal Shrimali | সাহিত্য আৰু শিক্ষা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৭৬ | Giani Gurmukh Singh Mussafir | সাহিত্য আৰু শিক্ষা | পঞ্জাব | ভাৰত |
১৯৭৬ | Keshava Shankar Pillai | শিল্পকলা | দিল্লী | ভাৰত |
১৯৭৬ | Salim Moizuddin Ali Abdul | বিজ্ঞান | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৭৬ | Satyajit Ray | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
১৯৭৭ | Om Prakash Mehra | সামৰিক সেৱা | পঞ্জাব | ভাৰত |
১৯৭৭ | Ajudhia Nath Khosla | Civil Service | দিল্লী | ভাৰত |
১৯৭৭ | Ajoy Kumar Mukherjee | জননীতি | পশ্চিম বংগ | ভাৰত |
১৯৭৭ | Ali Yavar Jung | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৭৭ | Chandeshwar Prasad Narayan Singh | সাহিত্য আৰু শিক্ষা | দিল্লী | ভাৰত |
১৯৭৭ | T. Balasaraswati | শিল্পকলা | তামিল নাডু | ভাৰত |
১৯৮০ | Rai Krishnadasa | Civil Service | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৮০ | Bismillah Khan | শিল্পকলা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৮১ | Satish Dhawan | বিজ্ঞান | কৰ্ণাটক | ভাৰত |
১৯৮১ | Ravi Shankar | শিল্পকলা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৮২ | Mira Behn | সমাজসেৱা় | United Kingdom* | |
১৯৮৫ | C. N. R. Rao | বিজ্ঞান | কৰ্ণাটক | ভাৰত |
১৯৮৫ | Mambillikalathil Kumar Menon | Civil Service | কেৰালা | ভাৰত |
১৯৮৬ | Autar Singh Paintal | চিকিৎসা বিজ্ঞান | দিল্লী | ভাৰত |
১৯৮৬ | Birju Maharaj | শিল্পকলা | দিল্লী | ভাৰত |
১৯৮৬ | Baba Amte | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৮৭ | Benjamin Peary Pal | বিজ্ঞান | পঞ্জাব | ভাৰত |
১৯৮৭ | Manmohan Singh | Civil Service | দিল্লী | ভাৰত |
১৯৮৭ | Arun Shridhar Vaidya | সামৰিক সেৱা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৮৭ | Kamladevi Chattopadhyay | সমাজসেৱা় | কৰ্ণাটক | ভাৰত |
১৯৮৮ | Kuppalli Venkatappa Puttappa | সাহিত্য আৰু শিক্ষা | কৰ্ণাটক | ভাৰত |
১৯৮৮ | Mirza Hameedullah Beg | আইন আৰু জননীতি | দিল্লী | ভাৰত |
১৯৮৮ | Mahadevi Verma | সাহিত্য আৰু শিক্ষা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৮৯ | M. S. Swaminathan | বিজ্ঞান | দিল্লী | ভাৰত |
১৯৮৯ | Umashankar Dikshit | জননীতি | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৮৯ | Ali Akbar Khan | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
১৯৯০ | A. P. J. Abdul Kalam | বিজ্ঞান | তামিল নাডু | ভাৰত |
১৯৯০ | Semmangudi Srinivasa Iyer | শিল্পকলা | তামিল নাডু | ভাৰত |
১৯৯০ | Vallmpadugai Srinivasa Raghavan অৰুণাচলam | সাহিত্য আৰু শিক্ষা | দিল্লী | ভাৰত |
১৯৯০ | Bhabatosh Dutta | সাহিত্য আৰু শিক্ষা | পশ্চিম বংগ | ভাৰত |
১৯৯০ | Kumar Gandharva | শিল্পকলা | কৰ্ণাটক | ভাৰত |
১৯৯০ | Triloki Nath Chaturvedi | Civil Service | কৰ্ণাটক | ভাৰত |
১৯৯১ | Indraprasad Gordhanbhai Patel | বিজ্ঞান | গুজৰাট | ভাৰত |
১৯৯১ | M. Balamuralikrishna | শিল্পকলা | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৯১ | Hiren Mukerjee | জননীতি | পশ্চিম বংগ | ভাৰত |
১৯৯১ | N. G. Ranga | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৯১ | Rajaram Shastri | সাহিত্য আৰু শিক্ষা | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৯১ | Gulzari Lal Nanda | জননীতি | গুজৰাট | ভাৰত |
১৯৯১ | Khusro Faramurz Rustamji | Civil Service | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯১ | M.F. Husain | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯২ | Mallikarjun Mansur | শিল্পকলা | কৰ্ণাটক | ভাৰত |
১৯৯২ | V. Shantaram | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯২ | Sivaramakrishna Iyer Padmavati | চিকিৎসা বিজ্ঞান | দিল্লী | ভাৰত |
১৯৯২ | Lakshmanshastri Joshi | সাহিত্য আৰু শিক্ষা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯২ | Atal বিহাৰi Vajpayee | জননীতি | দিল্লী | ভাৰত |
১৯৯২ | Govinddas Shroff | সাহিত্য আৰু শিক্ষা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯২ | Kaloji Narayana Rao | শিল্পকলা | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৯২ | Ravi Narayan Reddy | জননীতি | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
১৯৯২ | Sardar Swaran Singh | জননীতি | পঞ্জাব | ভাৰত |
১৯৯২ | Aruna Asaf Ali | জননীতি | দিল্লী | ভাৰত |
১৯৯৮ | Lakshmi Sahgal | জননীতি | উত্তৰ প্ৰদেশ | ভাৰত |
১৯৯৮ | Usha Mehta | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯৮ | Nani Ardeshir Palkhivala | আইন আৰু জননীতি | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯৮ | Walter Sisulu | জননীতি | দক্ষিণ আফ্ৰিকা | |
১৯৯৯ | Rajagopala Chidambaram | বিজ্ঞান | তামিল নাডু | ভাৰত |
১৯৯৯ | Sarvepalli Gopal | সাহিত্য আৰু শিক্ষা | তামিল নাডু | ভাৰত |
১৯৯৯ | Verghese Kurien | বিজ্ঞান | গুজৰাট | ভাৰত |
১৯৯৯ | Hans Raj Khanna | জননীতি | দিল্লী | ভাৰত |
১৯৯৯ | V. R. Krishna Iyer | আইন আৰু জননীতি | কেৰালা | ভাৰত |
১৯৯৯ | Lata Mangeshkar | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯৯ | Bhimsen Joshi | শিল্পকলা | কৰ্ণাটক | ভাৰত |
১৯৯৯ | Braj Kumar Nehru | Civil Service | হিমাচল প্ৰদেশ | ভাৰত |
১৯৯৯ | Dharma Vira | Civil Service | দিল্লী | ভাৰত |
১৯৯৯ | Lallan Prasad Singh | Civil Service | দিল্লী | ভাৰত |
১৯৯৯ | Nana Deshmukh | সমাজসেৱা় | দিল্লী | ভাৰত |
১৯৯৯ | Pandurang Shastri Athavale | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
১৯৯৯ | Satish Gujral | শিল্পকলা | দিল্লী | ভাৰত |
১৯৯৯ | D. K. Pattammal | শিল্পকলা | তামিল নাডু | ভাৰত |
২০০০ | Krishen Behari Lall | Civil Service | দিল্লী | ভাৰত |
২০০০ | Krishnaswamy Kasturirangan | বিজ্ঞান | কৰ্ণাটক | ভাৰত |
২০০০ | Manohar Singh Gill | Civil Service | দিল্লী | ভাৰত |
২০০০ | Kelucharan Mohapatra | শিল্পকলা | উৰিষ্যা | ভাৰত |
২০০০ | Hari Prasad Chaurasia | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০০ | Pandit Jasraj | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০০ | Jagdish Natwarlal Bhagwati | সাহিত্য আৰু শিক্ষা | গুজৰাট | ভাৰত |
২০০০ | Kakkadan Nandanath Raj | সাহিত্য আৰু শিক্ষা | কেৰালা | ভাৰত |
২০০০ | Bhairab Dutt Pande | Civil Service | উত্তৰাখণ্ড | ভাৰত |
২০০০ | Maidavolu Narasimham | শিল্প আৰু বাণিজ্য | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
২০০০ | Rasipuram Krishnaswami Narayan | সাহিত্য আৰু শিক্ষা | তামিল নাডু | ভাৰত |
২০০০ | Sikander Bakht | জননীতি | দিল্লী | ভাৰত |
২০০০ | Tarlok Singh | Civil Service | দিল্লী | ভাৰত |
২০০১ | Calyampudi Radhakrishna Rao | বিজ্ঞান | আমেৰিকা যুক্তৰাষ্ট্ৰ* | |
২০০১ | Chakravarthi Vijayaraghava Narasimhan | Civil Service | তামিল নাডু | ভাৰত |
২০০১ | Shivkumar Sharma | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০১ | Man Mohan Sharma | বিজ্ঞান | মহাৰাষ্ট্ৰ | ভাৰত |
২০০১ | Amjad Ali Khan | শিল্পকলা | দিল্লী | ভাৰত |
২০০১ | Benjamin Arthur Gilman | জননীতি | আমেৰিকা যুক্তৰাষ্ট্ৰ* | |
২০০১ | Hosei Norota | জননীতি | জাপান* | |
২০০১ | Hrishikesh Mukherjee | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০১ | John Kenneth Galbraith | সাহিত্য আৰু শিক্ষা | আমেৰিকা যুক্তৰাষ্ট্ৰ* | |
২০০১ | Kotha Satchidanda Murthy | সাহিত্য আৰু শিক্ষা | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
২০০১ | Zubin Mehta | শিল্পকলা | ভাৰত | |
২০০২ | Chakravthi Rangarajan | সাহিত্য আৰু শিক্ষা | তামিল নাডু | ভাৰত |
২০০২ | Gangubai Hangal | শিল্পকলা | কৰ্ণাটক | ভাৰত |
২০০২ | Kishan Maharaj | শিল্পকলা | উত্তৰ প্ৰদেশ | ভাৰত |
২০০২ | Soli Jehangir Sorabjee | আইন | দিল্লী | ভাৰত |
২০০২ | Kishori Amonkar | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৩ | Bal Ram Nanda | সাহিত্য আৰু শিক্ষা | দিল্লী | ভাৰত |
২০০৩ | Kazi Lhendup Dorji Kangsarpa | জননীতি | পশ্চিম বংগ | ভাৰত |
২০০৩ | Sonal Mansingh | শিল্পকলা | দিল্লী | ভাৰত |
২০০৩ | Bhrihaspati Dev Triguna | চিকিৎসা বিজ্ঞান | দিল্লী | ভাৰত |
২০০৪ | Manepalli Narayana Rao Venkatachaliah | আইন আৰু জননীতি | কৰ্ণাটক | ভাৰত |
২০০৪ | Amrita Pritam | সাহিত্য আৰু শিক্ষা | দিল্লী | ভাৰত |
২০০৪ | Jayant Vishnu Narlikar | বিজ্ঞান | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৫ | B. K. Goyal | চিকিৎসা বিজ্ঞান | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৫ | Karan Singh | জননীতি | দিল্লী | ভাৰত |
২০০৫ | Mohan Dharia | সমাজসেৱা় | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৫ | Ram Narayan | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৫ | Marthanda Varma Sankaran Valiathan | চিকিৎসা বিজ্ঞান | কৰ্ণাটক | ভাৰত |
২০০৫ | Jyotindra Nath Dixit | Civil Service | দিল্লী | ভাৰত |
২০০৫ | Milon Kumar Banerji | আইন আৰু জননীতি | দিল্লী | ভাৰত |
২০০৫ | R. K. Laxman | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৬ | Norman E. Borlaug | বিজ্ঞান | Texas | আমেৰিকা যুক্তৰাষ্ট্ৰ* |
২০০৬ | V. N. Khare | আইন আৰু জননীতি | উত্তৰ প্ৰদেশ | ভাৰত |
২০০৬ | Mahasveta Devi | সাহিত্য আৰু শিক্ষা | পশ্চিম বংগ | ভাৰত |
২০০৬ | Nirmala Deshpande | সমাজসেৱা় | দিল্লী | ভাৰত |
২০০৬ | Obaid Siddiqui | বিজ্ঞান | কৰ্ণাটক | ভাৰত |
২০০৬ | Prakash Narain Tandon | চিকিৎসা বিজ্ঞান | দিল্লী | ভাৰত |
২০০৬ | Adoor Gopalakrishnan | শিল্পকলা | কেৰালা | ভাৰত |
২০০৬ | C. R. Krishnaswamy Rao | Civil Service | তামিল নাডু | ভাৰত |
২০০৬ | Charles Correa | বিজ্ঞান | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৭ | Raja Jesudoss Chelliah | জননীতি | তামিল নাডু | ভাৰত |
২০০৭ | Venkataraman Krishnamurthy | Civil Service | তামিল নাডু | ভাৰত |
২০০৭ | Balu Sankaran | চিকিৎসা বিজ্ঞান | তামিল নাডু | ভাৰত |
২০০৭ | Fali Sam Nariman | আইন আৰু জননীতি | দিল্লী | ভাৰত |
২০০৭ | Prafullachandra Natwarlal Bhagwati | আইন আৰু জননীতি | দিল্লী | ভাৰত |
২০০৭ | Khushwant Singh | সাহিত্য আৰু শিক্ষা | দিল্লী | ভাৰত |
২০০৭ | Raja Rao | সাহিত্য আৰু শিক্ষা | কৰ্ণাটক | আমেৰিকা যুক্তৰাষ্ট্ৰ |
২০০৭ | N.N. Vohra | Civil Service | হাৰিয়ানা | ভাৰত |
২০০৭ | Naresh Chandra | Civil Service | দিল্লী | ভাৰত |
২০০৭ | Ennackal Chandy George Sudarshan | বিজ্ঞান | কেৰালা | আমেৰিকা যুক্তৰাষ্ট্ৰ* |
২০০৭ | Viswanathan Anand | Sports | তামিল নাডু | ভাৰত |
২০০৭ | Rajendra K. Pachauri | Environmentalism | ভাৰত | |
২০০৮ | Narayana Murthy | Information Technology | কৰ্ণাটক | ভাৰত |
২০০৮ | E. Sreedharan | দিল্লী Metro | কেৰালা | ভাৰত |
২০০৮ | Lakshmi Niwas Mittal | Industry | ভাৰত | |
২০০৮ | Adarsh Sein Anand | জননীতি | দিল্লী | ভাৰত |
২০০৮ | P. N. Dhar | Civil Service | ভাৰত | |
২০০৮ | P. R. S. Oberoi | বাণিজ্য | ভাৰত | |
২০০৮ | Asha Bhosle | শিল্পকলা | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৮ | Edmund Hillary | Mountaineering | অকলেণ্ড | নিউজিলেণ্ড* |
২০০৮ | Ratan Tata | Industry | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৮ | Pranab Mukherjee | জননীতি | পশ্চিমবংগ | ভাৰত |
২০০৮ | Sachin Tendulkar | Sports | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৯ | Chandrika Prasad Srivastava | Civil Service | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৯ | Sunderlal Bahuguna | Environmental Conservation | উত্তৰাখণ্ড | ভাৰত |
২০০৯ | D. P. Chattopadhyaya | সাহিত্য আৰু শিক্ষা | পশ্চিম বংগ | ভাৰত |
২০০৯ | Jasbir Singh Bajaj | চিকিৎসা বিজ্ঞান | পঞ্জাব | ভাৰত |
২০০৯ | Purshotam Lal | চিকিৎসা বিজ্ঞান | উত্তৰ প্ৰদেশ | ভাৰত |
২০০৯ | Govind Narain | জননীতি | উত্তৰ প্ৰদেশ | ভাৰত |
২০০৯ | Anil Kakodkar | বিজ্ঞান | মহাৰাষ্ট্ৰ | ভাৰত |
২০০৯ | Dr. G. Madhavan Nair | বিজ্ঞান | কেৰালা | ভাৰত |
২০০৯ | Sister Nirmala | সমাজসেৱা় | পশ্চিম বংগ | ভাৰত |
২০০৯ | A. S. Ganguly | শিল্প আৰু বাণিজ্য | মহাৰাষ্ট্ৰ | ভাৰত |
২০১০ | Ebrahim Alkazi | শিল্পকলা | দিল্লী | ভাৰত |
২০১০ | Umayalpuram K. Sivaraman | শিল্পকলা | তামিল নাডু | ভাৰত |
২০১০ | Zohra Segal | শিল্পকলা | দিল্লী | ভাৰত |
২০১০ | Y. Venugopal Reddy | আইন and Public affairs | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
২০১০ | Venkatraman Ramakrishnan | বিজ্ঞান | তামিল নাডু | United Kingdom* |
২০১০ | Prathap C. Reddy | শিল্প আৰু বাণিজ্য | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
২০১১ | Akkineni Nageshwara Rao | শিল্পকলা | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
২০১১ | Kapila Vatsyayan | শিল্পকলা | দিল্লী | ভাৰত |
২০১১ | Homai Vyarawalla | শিল্পকলা | গুজৰাট | ভাৰত |
২০১১ | K. Parasaran | জননীতি | দিল্লী | ভাৰত |
২০১১ | AR Kidwai | জননীতি | দিল্লী | ভাৰত |
২০১১ | Vijay Kelkar | জননীতি | দিল্লী | ভাৰত |
২০১১ | Montek Singh Ahluwalia | জননীতি | দিল্লী | ভাৰত |
২০১১ | Palle Rama Rao | Science | অন্ধ্ৰ প্ৰদেশ | ভাৰত |
২০১১ | Azim Premji | Trade and Industry | কৰ্ণাটক | ভাৰত |
২০১১ | Brajesh Mishra | Civil Service | মধ্য প্ৰদেশ | ভাৰত |
২০১১ | Ottaplakkal Neelakandan Velu Kurup | সাহিত্য | কেৰালা | ভাৰত |
২০১১ | Sitakant Mahapatra | সাহিত্য | উৰিষ্যা | ভাৰত |
২০১১ | Lakshmi Chand Jain | জননীতি | দিল্লী | ভাৰত |
২০১২ | K. G. Subramanyan | শিল্পকলা | পশ্চিম বংগ | ভাৰত |
২০১২ | Mario Miranda* | শিল্পকলা | গোৱা | ভাৰত |
২০১২ | Bhupen Hazarika* | শিল্পকলা | অসম | ভাৰত |
২০১২ | Kantilal Hastimal Sancheti | চিকিৎসা বিজ্ঞান | মহাৰাষ্ট্ৰ | ভাৰত |
২০১২ | T. V. Rajeswar | Civil Service | দিল্লী | ভাৰত |
Note: * denotes awardees in the category of Foreigners/ NRIs/ PIOs/Posthumous.[2][3]
- Maharashtra State appearing above up to 1960 should be read as erstwhile Bombay State, consisting of present day Maharashtra and Gujarat.
আৰু চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Padma Vibhushan Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmavibhushan_awards_list1.php। আহৰণ কৰা হৈছে: 2009-06-28.
- ↑ 2.0 2.1 "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307। আহৰণ কৰা হৈছে: 25 January 2010.
- ↑ "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881। আহৰণ কৰা হৈছে: 25 January 2012.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত পদ্মবিভূষণ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- "This Year's Padma Awards announced". Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307.
- "Padma Awards". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padma_awards.php.
- "Padma Awards Directory (1954-2007)" (PDF). Ministry of Home Affairs. 2007-05-30. Archived from the original on 2009-04-10. https://web.archive.org/web/20090410024701/http://www.mha.nic.in/pdfs/PadmaAwards1954-2007.pdf। আহৰণ কৰা হৈছে: 2012-03-08.
- "Padma Awards Announced (2012)". Press and Information Bureau, Government of India. http://www.pib.nic.in/newsite/erelease.aspx?relid=79881। আহৰণ কৰা হৈছে: 25 January 2012.
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.