For faster navigation, this Iframe is preloading the Wikiwand page for অশোক চক্ৰ (পদক).

অশোক চক্ৰ (পদক)

অশোক চক্ৰ


বঁটাৰ তথ্য
প্ৰকাৰ সামৰিক বঁটা
শ্ৰেণী শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ পদক
বৰ্ণনা বৃত্তাকাৰ পদকৰ মাজত অশোক চক্ৰ আৰু তাৰ চাৰিওফালে পদুম খোদিত থাকে। পিছফালে ইংৰাজী আৰু হিন্দী ভাষাত অশোক চক্ৰ বুলি লিখা থাকে।
প্ৰতিষ্ঠা ১৯৫২
অন্তিমবাৰ প্ৰদান ২০১৮
মুঠ প্ৰদানৰ সংখ্যা ৮৫ (২০১৯ চনলৈ)[1]
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
প্ৰথম প্ৰাপক সুহাস বিশ্বাস
নৰবাহাদুৰ থাপা
বাচিত্ৰৰ সিং
অন্তিম প্ৰাপক নাজিৰ আহমেদ ৱানী, ২০১৯
বঁটাৰ মৰ্যদা
পৰমবীৰ চক্ৰঅশোক চক্ৰপদ্মবিভূষণ

অশোক চক্ৰ ভাৰত সৰ্বোচ্চ শান্তিকালীন সাহসিকতাৰ সৰ্বোচ্চ সামৰিক পদক। যুদ্ধক্ষেত্ৰৰ বাহিৰে আন ঠাইত অতুলনীয় সাহস আৰু আত্মত্যাগ প্ৰদৰ্শনৰ স্বীকৃতি স্বৰূপে এই পদক প্ৰদান কৰা হয়। এই পদক মৰণোত্তৰ ভাৱেও প্ৰদান কৰা হয়। এই পদক সামৰিক আৰু অসামৰিক যিকোনো ব্যক্তিয়ে লাভ কৰিব পাৰে। ই আমেৰিকা যুক্তৰাষ্ট্ৰ শান্তিকালীন মেডেল অফ অনাৰ আৰু যুক্তৰাজ্যজৰ্জ ক্ৰচৰ সমতুল্য। ১৯৫২ চনত পোনপ্ৰথম বাৰৰ বাবে এই পদক প্ৰদান কৰা হৈছিল আৰু সুহাস বিশ্বাস, নৰবাহাদুৰ থাপা, বাচিত্ৰৰ সিঙে প্ৰথমে অশোক চক্ৰ লাভ কৰিছিল। প্ৰথমতে অশোকচক্ৰ শ্ৰেণী ১ হিচাপে জনাজাত এই পদকক ১৯৬৭ চনত অশোকচক্ৰ নাম দিয়া হয়। তেতিয়াৰ অশোকচক্ৰ শ্ৰেণী ২ আৰু শ্ৰেণী ৩ পদকক পিছলৈ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ নাম দিয়া হয়।[2]

অশোক চক্ৰ প্ৰথম বৰ্গৰ পদক। ইয়াৰ লগতে শান্তিকালীন সাহসিকতাৰ বাবে ভাৰত চৰকাৰে দ্বিতীয় আৰু তৃতীয় বৰ্গৰ কীৰ্তি চক্ৰ আৰু শৌৰ্য চক্ৰ প্ৰদান কৰে।

অশোক চক্ৰ প্ৰাপকৰ তালিকা

[সম্পাদনা কৰক]
চিহ্ন
# মৰণোত্তৰভাৱে পোৱা সূচায়
অশোক চক্ৰ প্ৰাপকৰ তালিকা
চন প্ৰাপক উৎস
২০১৯ নাজিৰ আহমেদ ৱানী
২০১৮ জ্যোতি প্ৰকাশ নিৰালা # [3]
২০১৬ হাংগপন দাদা # [4]
২০১৫ মোহন গোস্বামী # [4]
২০১৪ মুকুন্দ ভাৰদৰঞ্জন # [4]
২০১৪ নিৰজ কুমাৰ সিং # [4]
২০১৩ কে. প্ৰসাদ বসু # [5]
২০১২ নৱদ্বীপ সিং # [4]
২০১১ লাইশ্ৰাম জ্যোতিন সিং # [4]
২০১০ ৰাজেশ কুমাৰ # [4]
২০১০ ডি. শ্ৰীৰাম কুমাৰ [4]
২০০৯ মোহিত শৰ্মা # [4]
২০০৯ বাহাদুৰ সিং বহৰা # [6]
২০০৯ হেমন্ত কাৰকাৰে # [6]
২০০৯ বিজয় চালাস্কাৰ # [6]
২০০৯ অশোক কামটে # [6]
২০০৯ তুকাৰাম অম্বলে # [6]
২০০৯ গজেন্দ্ৰৰ সিং বিষ্ট # [6]
২০০৯ সন্দ্বীদ্বীপ উন্নীকৃষ্ণণ # [6]
২০০৯ মোহন চান্দ শৰ্মা # [6]
২০০৯ জজান থমাছ # [6]
২০০৯ আৰ. পি. দিয়েঙদহ # [6]
২০০৯ প্ৰমোদ কুমাৰ সতপঠি # [6]
২০০৮ দীনেশ ৰঘু ৰমন # [7]
২০০৭ ৰাধাকৃষ্ণণ নায়াৰ হৰ্ষন # [7]
২০০৭ চুনী লাল # [7]
২০০৭ বসন্ত বেণুগোপাল # [7]
২০০৪ ত্ৰিবেণী সিং # [7]
২০০৪ চাজং ছেত্ৰী # [7]
২০০২ চুৰিন্দৰ সিং # [7]
২০০২ ৰামবীৰ সিং তমাৰ # [7]
২০০১ কমলেশ কুমাৰী # [7]
২০০০ সুধিৰ কুমাৰ ৱালীয়া # [7]
১৯৯৭ পুনিত নাথ দত্ত # [7]
১৯৯৭ শান্তি স্বৰূপ ৰাণা # [7]
১৯৯৬ অৰ্জুন সিং জছৰতিয়া # [7]
১৯৯৫ ৰাজীৱ কুমাৰ জুন # [7]
১৯৯৫ সুজ্জন সিং # [7]
১৯৯৫ হৰ্ষ উদয় সিং গৌৰ [7]
১৯৯৪ নিলকান্তন জয়চন্দ্ৰন নায়াৰ [7]
১৯৯৩ ৰাকেশ সিং [7]
১৯৯২ সন্দ্বীপ সংখালা [8]
১৯৯১ ৰণধিৰ প্ৰসাদ বাৰ্মা [8]
১৯৮৭ নীৰজা ভানোট # [8]
১৯৮৫ চেৰিং মুটুঁপ [8]
১৯৮৫ নিৰ্ভয় সিং # [8]
১৯৮৫ ভৱানী দত্ত যোশী [8]
১৯৮৫ ৰাম প্ৰকাশ ৰোপৰিয়া [8]
১৯৮৫ যশবীৰ সিং ৰাইনা [8]
১৯৮৫ ভূকান্ত মিশ্ৰ [8]
১৯৮৫ ৰাকেশ শৰ্মা [8]
১৯৮৪ গেনন্দী স্ত্ৰেকলভ [8]
১৯৮৪ য়ুৰি মালিচেভ [8]
১৯৮১ চাইৰাছ অদি পিঠাৱালা [8]
১৯৭৪ গুৰুনাম সিং [8]
১৯৭২ উম্মেড সিং মেহৰা # [8]
১৯৬৯ যশ ৰাম সিং [8]
১৯৬৫ জীয়া লাল গুপ্তা [8]
১৯৬২ খৰ্ক বাহাদুৰ লিনীবু [8]
১৯৬২ মন বাহাদুৰ ৰায় [8]
১৯৫৮ এৰিক জেমছ টুকাৰ # [8]
১৯৫৮ জেম বাজিৰাও শাকপাল [8]
১৯৫৭ জে. আৰ. চিটনিচ # [8]
১৯৫৭ পি. এম. ৰমন # [8]
১৯৫৭ যোগিন্দ্ৰৰ সিং # [8]
১৯৫৬ সুন্দৰ সিং [8]
১৯৫২ সুহাস বিশ্বাস [8]
১৯৫২ বাচিত্ৰৰ সিং # [8]
১৯৫২ নৰবাহাদুৰ থাপা [8]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. "Awardees - Gallantry Awards". gallantryawards.gov.in. http://gallantryawards.gov.in/awardees-0. 
  2. "ABOUT GALLANTRY AWARDS". gallantryawards.gov.in. https://gallantryawards.gov.in/about-gallantry-awards। আহৰণ কৰা হৈছে: 15 June 2020. 
  3. https://timesofindia.indiatimes.com/india/martyred-corporal-jyoti-prakash-nirala-joins-elite-iaf-club-tomorrow/articleshow/62647401.cms
  4. 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 "Ashoka Chakra recipients (2009–16)". Indian Army Web Portal. http://indianarmy.nic.in/Site/FormTemplete/frmPhotoGalleryWithMenuWithTitle.aspx?MnId=Zb02lKANjvkVUclnaE1NSg%3d%3d&ParentID=xvMfYnM+Kb8YsPT0gtXYmg%3d%3d। আহৰণ কৰা হৈছে: 18 January 2017. 
  5. "The President, Shri Pranab Mukherjee giving away the highest gallantry award Ashok Chakra to Shri K. Venkatraman father of the Reserve Inspector, Govt. of Andhra Pradesh, Shri K.L.V.S.S.H.N.V. Prasad Babu, (Posthumous), during the 65th Republic Day Parade 2014, in New Delhi on January 26, 2014.". Press Information Bureau, India. 26 January 2014. http://pib.nic.in/newsite/photoright.aspx?phid=52360। আহৰণ কৰা হৈছে: 18 January 2017. 
  6. 6.00 6.01 6.02 6.03 6.04 6.05 6.06 6.07 6.08 6.09 6.10 "Ashoka Chakra awardees and their saga of gallantry" (Press release). Press Information Bureau, India. 25 January 2009. http://pib.nic.in/newsite/PrintRelease.aspx?relid=46980। আহৰণ কৰা হৈছে: 18 January 2017. 
  7. 7.00 7.01 7.02 7.03 7.04 7.05 7.06 7.07 7.08 7.09 7.10 7.11 7.12 7.13 7.14 7.15 7.16 7.17 "Ashoka Chakra recipients (1993–2009)". Indian Army Web Portal. http://indianarmy.nic.in/Site/FormTemplete/frmPhotoGalleryWithMenuWithTitle.aspx?MnId=Zb02lKANjvkVUclnaE1NSg%3d%3d&ParentID=xvMfYnM+Kb8YsPT0gtXYmg%3d%3d। আহৰণ কৰা হৈছে: 18 January 2017. 
  8. 8.00 8.01 8.02 8.03 8.04 8.05 8.06 8.07 8.08 8.09 8.10 8.11 8.12 8.13 8.14 8.15 8.16 8.17 8.18 8.19 8.20 8.21 8.22 8.23 8.24 8.25 8.26 8.27 "Ashoka Chakra recipients (1952–92)". Indian Army Web Portal. http://indianarmy.nic.in/Site/FormTemplete/frmPhotoGalleryWithMenuWithTitle.aspx?MnId=Zb02lKANjvkVUclnaE1NSg==&ParentID=xvMfYnM+Kb8YsPT0gtXYmg==। আহৰণ কৰা হৈছে: 18 January 2017. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
অশোক চক্ৰ (পদক)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?