For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা, লক্ষীমপুৰ বালিকা মহাবিদ্যালয়.

ৱিকিপিডিয়া:ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা, লক্ষীমপুৰ বালিকা মহাবিদ্যালয়

যোৱা ৯ এপ্ৰিল ২০২৪ ত লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত “চেণ্টাৰ ফৰ ইণ্টাৰনেট এণ্ড ছ'ছাইটি-একচেছ টু ন’লেজ” (CIS-A2K)ৰ 'She Leads' অভিযানৰ অধীনত এখন অসমীয়া ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা অনুষ্ঠিত হয়। এই অনুষ্ঠানৰ উদ্দেশ্য আছিল অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ প্ৰচাৰ আৰু এইসমূহত মহিলা অৱদানকাৰীৰ সংখ্যা বৃদ্ধি কৰা। উল্লেখযোগ্য যে এই পৰ্যন্ত মহিলা অৱদানকাৰীৰ সংখ্যা মাত্ৰ ৩০% হে। মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত এই অনুষ্ঠানৰ আয়োজন কৰে সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান ৰুমী বৰা আৰু |জ্যোতি চিৰিঙে। প্ৰায় অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণেৰে কৰ্মশালাখন সফলতাৰে সম্পন্ন হয়। সক্ৰিয় অসমীয়া ৱিকিমিডিয়ান নয়ন জ্যোতি নাথে কৰ্মশালাখনত সমল ব্যক্তি হিচাপে অংশ লৈ অসমীয়া ৱিকিপিডিয়াৰ লগতে বিভিন্ন ভগ্নী প্ৰকল্প যেনে ৱিকিউৎস, ৱিকিউদ্ধৃতি আৰু ৱিকিকমন্সৰ বিষয়ে প্ৰশিক্ষণ প্ৰদান কৰে। মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ সুৰজিত ভূঞা দেৱে অসমীয়া ৱিকিমিডিয়াৰ গুৰুত্বৰ বিষয়ে ছাত্ৰীসকলক অৱগত কৰে। তাৰোপৰি অসমীয়া বিভাগৰ অধ্যাপক কুসুম্বৰ চেতিয়াই ৱিকিপিডিয়াত কিয় লিখিব লাগে, সেই বিষয়ে অতি সুন্দৰকৈ বুজাই দি ছাত্ৰীসকলক এই বৌদ্ধিক আন্দোলনত সহযোগ কৰিবলৈ আহ্বান জনায়।

কাৰ্য্যসূচী

[সম্পাদনা কৰক]
  1. পুৱা ১১ বজাৰ পৰা ১১:১০ বজালৈ - আৰম্ভণি - জ্যোতি চিৰিং
  2. পুৱা ১১:১০ বজাৰ পৰা ১১:২৫ বজালৈ - সমন্বয়কৰ দু-আষাৰ
  3. পুৱা ১১:২৫ বজাৰ পৰা ১১:৫৫ বজালৈ - ৱিকিমিডিয়াৰ ভগ্নী প্ৰকল্পৰ বিষয়ে বক্তব্য (ৱিকি কমন্স, ৱিকিউদ্ধৃতি, ৱিকি উৎস) - ৰুমী বৰা
  4. পুৱা ১১:৫৫ বজাৰ পৰা দুপৰীয়া ১২:২৫ বজালৈ - অসমীয়া মহিলা ৱিকিমিডিয়ানৰ বক্তব্য ( ভিদিঅ' ) লগতে চাহ বিৰতি
  5. দুপৰীয়া ১২:২৫ বজাৰ পৰা ১:১০ বজালৈ - ৱিকিপিডিয়াৰে পৰিচয় আৰু একাউণ্ট সৃষ্টি - নয়ন জ্যোতি নাথ
  6. দুপৰীয়া ১:১০ বজাৰ পৰা ১:৪০ বজালৈ - প্ৰশ্নোত্তৰ শিতান
  7. দুপৰীয়া ১:৪০ বজাৰ পৰা ২:৩০ বজালৈ - আহাৰ বিৰতি
  8. ২:৩০ বজাৰ পৰা ৩:৫০ বজালৈ - হাতে-কামে ৱিকি ( নয়ন জ্যোতি নাথ, জ্যোতি চিৰিং,ৰুমী বৰা )
  9. ৩:৫০ বজাৰ পৰা ৪:০০ বজালৈ - শলাগৰ শৰাই - ৰুমী বৰা

অংশগ্ৰহণকাৰীসকল

[সম্পাদনা কৰক]
  1. দৰ্শনা নেওগ (বাৰ্তা) 07:40, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  2. Rumi Borah~aswiki (বাৰ্তা) 07:44, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  3. জোনমণি দাস (বাৰ্তা) 07:46, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  4. Tikli saikia (বাৰ্তা)
  5. Trisha hazarika (বাৰ্তা)
  6. পৰিস্মিতা শইকীয়া (বাৰ্তা)
  7. চুনু শইকীয়া (বাৰ্তা)
  8. দীপা বিশ্বাস (বাৰ্তা) 07:55, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  9. পম্পী গগৈ (বাৰ্তা) 08:01, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  10. মায়াজ্যোতি নৰহ (বাৰ্তা) 08:02, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  11. প্ৰতিমা গগৈ (বাৰ্তা) 08:19, 9 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  12. Jyoti Chiring (বাৰ্তা) 12:13, 10 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  13. Nayan j Nath (বাৰ্তা) 12:49, 10 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  14. 2409:40E6:31:24D9:E411:546C:D09C:C5DF 09:36, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]
  15. Prerona Deb (বাৰ্তা) 11:06, 30 April 2024 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

আলোকচিত্ৰ

[সম্পাদনা কৰক]


{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:ৱিকিমিডিয়াৰ সজাগতা সভা আৰু কৰ্মশালা, লক্ষীমপুৰ বালিকা মহাবিদ্যালয়
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?