For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ.

ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ

NIT Silchar 1st wikimeetup

৬ মাৰ্চ, ২০১৪ত ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰত অনুষ্টুপিয়াকৈ এখন ইউনিক'ড আৰু ৱিকিপিডিয়া কৰ্মশালাৰ আয়োজন কৰা হয়। কৰ্মশালাখনত মুখ্য অতিথি হিচাপে উপস্থিত আছিল কম্পিউটাৰ চায়েন্স ইঞ্জীনিয়াৰিঙৰ অধ্যাপক প্ৰভাকৰ শৰ্মা নেওগ। তেখেতে উপস্থিত ছাত্ৰসকলৰ লগত ৱিকিপিডিয়াৰ বিভিন্ন দিশত যথেষ্ট বিষদভাৱে আলোচনা কৰে। কৰ্মশালাখনত মেকানিকেল ইঞ্জীনিয়াৰিঙৰ স্নাতোকত্তৰ শাখাৰ ছাত্ৰ ফাৰুক আজিজে ছাত্ৰসকলৰ লগত ইউনিকোডত অসমীয়া টাইপিং সম্পৰ্কে কিছু মত বিনিময় কৰে। কৰ্মশালাখনত ২৭ জন ছাত্ৰ উপস্থিত আছিল।

অধিক চিত্ৰ ৱিকিমিডিয়া কমন্সত এই লিংকত উপলব্ধ।

অংশগ্ৰহণকাৰী

[সম্পাদনা কৰক]
  1. প্ৰভাকৰ শৰ্মা নেওগ
  2. ফাৰুক আজিজ
  3. চম্পকজ্যোতি ৰাজবংশী
  4. অৰুনাভ চৌধুৰী
  5. অঙ্কুৰ গোস্বামী
  6. ৰমেন বৰা
  7. নিবিড় বৰা
  8. প্ৰাঞ্জল শৰ্মা
  9. ছাইদুল ইছলাম
  10. প্ৰৱালজ্যোতি দাস
  11. কমলজিত মেধি
  12. নিতু কুমাৰ দাস
  13. গৌতম বৰপাত্ৰ
  14. ত্ৰিদিপ দাস
  15. জিতু বেজবৰুৱা
  16. হিমাংশু কলিতা
  17. নৱনীত গোস্বামী
  18. দীপাংকুল ভট্টাচাৰ্য
  19. নীৰজ বৰুৱা
  20. তন্ময় ডেকা
  21. চৈতন্য বেজ
  22. নৱপল্লৱ ডেকা
  23. দিপাঙ্কৰ গগৈ
  24. চানচুমা বড়ো
  25. দিগন্ত বড়ো
  26. হিমাংশু বৰা
  27. চন্দন গগৈ


{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:অসমীয়া ৱিকিপিডিয়া কৰ্মশালা, ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?