ৰঙিয়া মহাবিদ্যালয়
ৰঙিয়া মহাবিদ্যালয় | |
---|---|
স্থাপিত | ৫ আগষ্ট ১৯৬৩ |
প্ৰশাসনিক কৰ্মচাৰী | ৩৩ |
স্থান | ৰঙিয়া, অসম, ভাৰত 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°Eস্থানাংক: 26°11′14″N 91°44′40″E / 26.18722°N 91.74444°E |
চৌহদ | নগৰ |
ৱেবছাইট | www |
ৰঙিয়া মহাবিদ্যালয় (ইংৰাজী: Rangia College) হৈছে অসমৰ কামৰূপ জিলাৰ ৰঙিয়া চহৰত অৱস্থিত; ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এক উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
ইতিহাস
[সম্পাদনা কৰক]ৰঙিয়া মহাবিদ্যালয়খনক ১৯৬৩ চনৰ ৫ আগষ্ট তাৰিখে প্ৰতিষ্ঠা কৰা হৈছিল৷
বিভাগ
[সম্পাদনা কৰক]কলা শাখা
[সম্পাদনা কৰক]- আৰবী
- অসমীয়া
- বঙালী
- বড়ো
- অৰ্থনীতি
- শিক্ষা
- ইংৰাজী
- ইতিহাস
- দৰ্শন
- ৰাজনীতি
- সংস্কৃত
বিজ্ঞান শাখা
[সম্পাদনা কৰক]- উদ্ভিদ বিজ্ঞান
- ৰসায়ন বিদ্যা
- ভূগোল
- গণিত
- পদাৰ্থ বিজ্ঞান
- প্ৰাণী বিজ্ঞান
বাণিজ্য শাখা
[সম্পাদনা কৰক]- হিচাপবিদ্যা
- বেংকিং
- বাণিজ্যিক আইন (Commercial law)
- অৰ্থনীতি
- ইংৰাজী (business communication)
- FMIL (commerce)
- তথ্য প্ৰযুক্তি ব্যৱস্থাপনা (Information technology Management)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "About Rangia College.". https://rangiacollege.ac.in/। আহৰণ কৰা হৈছে: 29 January 2022.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.