For faster navigation, this Iframe is preloading the Wikiwand page for ১৯৫৭ৰ অসম বিধানসভা নিৰ্বাচন.

১৯৫৭ৰ অসম বিধানসভা নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচন, ১৯৫৭
ভাৰত
১৯৫১ ←
২৫-২-১৯৫৭
→ ১৯৬২

 


দল কংগ্ৰেছ

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বিষ্ণু ৰাম মেধি
কংগ্ৰেছ

মুখ্যমন্ত্ৰী


বিমলা প্ৰসাদ চলিহা
কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচন, ১৯৫৭ স্বাধীনোত্তৰ অসমৰ ২য় বিধানসভা নিৰ্বাচন। ২৫-২-১৯৫৭ তাৰিখে অসম বিধানসভাৰ ৯৪টা সমষ্টিৰ আটাইকেইটাতে মুঠ ১০৮জন বিধায়ক বাচনি কৰিবলৈ এই নিৰ্বাচন অনুষ্ঠিত হৈছিল। এই ৯৪টা বিধানসভা সমষ্টিৰ ১৪টা আছিল দুজনীয়া সদস্যৰ সমষ্টি আৰু আনকেইটা আছিল এজনীয়া সদস্যৰ। ৫২.৩৫% ভোট অংশীদাৰিত্বৰে এই নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৭১জন সদস্য জয়ী হৈ আহি বিষ্ণু ৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ১৯৫৭চনৰ ২৭ ডিচেম্বৰত মেধিয়ে মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ স্থলাভিষিক্ত হয় বিমলা প্ৰসাদ চলিহাই। ১২.৭৪% ভোট অংশীদাৰিত্বৰে ২য় স্থানত থাকে প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি। অৱশ্যে ভোটৰ শতাংশৰ দিশৰ পৰা ২য় স্থানত নিৰ্দলীয় সদস্যসকলহে আছিল। ১৯৫৭ চনৰ বিধানসভা নিৰ্বাচনত মাত্ৰ ৩টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতিপ্ৰাপ্ত দলেহে অংশগ্ৰহণ কৰিছিল।[1]

অংশগ্ৰহণকাৰী ৰাজনৈতিক দল[1]

[সম্পাদনা কৰক]
ক্ৰমিক নং দলৰ নাম লাভ কৰা আসন লাভ কৰা ভোটৰ শতাংশ
ভাৰতৰ কমিউনিষ্ট পাৰ্টি ৮.১০%
ভাৰতীয় জাতীয় কংগ্ৰেছ ৭১ ৫২.৩৫%
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি ১২.৭৪%
নিৰ্দলীয় ২৫ ২৬.৮১%

বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নং বিধানসভাৰ সমষ্টি বিজয়ী সদস্য দলৰ নাম
লুংলেই (জনজাতি) চি. থুমলুয়া নিৰ্দলীয়
আইজল পূব (জনজাতি) লালমাওৱা নিৰ্দলীয়
আইজল পশ্চিম (জনজাতি) থাংলুৰা নিৰ্দলীয়
পাথাৰকান্দি (অনুসূচীত জাতি) বিশ্বনাথ উপাধ্যায়
গোপেশ নমঃশুদ্ৰ
নিৰ্দলীয়
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
কৰিমগঞ্জ দক্ষিণ আব্দুল হামিদ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ উত্তৰ ৰণেন্দ্ৰ মোহন দাস প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
বদৰপুৰ মৌলৱী মঃ আব্দুল জলিল চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
হাইলাকান্দি আব্দুল মতলিব মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
কাটলিচেৰা গৌৰী শংকৰ ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ শিলচৰ পশ্চিম জ্যোংস্না চন্দ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ শিলচৰ পূব ময়নুল হক চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১২ কাটিগড়া হেমচন্দ্ৰ চক্ৰৱৰ্তী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ উদৰবন্দ তজমুল আলি বৰলস্কৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ লক্ষীপুৰ ৰাম প্ৰসাদ চৌবে ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ সোণাই নন্দ কিশোৰ সিনহা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ মোককচাং (জনজাতি) চুবাতেমচু আই আও নিৰ্দলীয়
১৭ নগাপাহাৰ মধ্য (জনজাতি) খেলহ’চ চেমা নিৰ্দলীয়
১৮ কহিমা (জনজাতি) চাতচুও আংগামী নিৰ্দলীয়
১৯ মিকিৰপাহাৰ পূব (জনজাতি) চাইচাই টেৰাং নিৰ্দলীয়
২০ মিকিৰপাহাৰ পশ্চিম (জনজাতি) চত্ৰসিং টেৰন ভাৰতীয় জাতীয় কংগ্ৰেছ
২১ উত্তৰ কাছাৰ পাহাৰ (জনজাতি) মোহন হেমধান নিৰ্দলীয়
২২ জোৱাই (জনজাতি) লাৰসিং খাইৰিয়েম নিৰ্দলীয়
২৩ নংপো (জনজাতি) জোৰমানিক চিয়েম নিৰ্দলীয়
২৪ শ্বিলং ব্ৰজমোহন ৰয় নিৰ্দলীয়
২৫ নংষ্টইন (জনজাতি) হেনৰী কটন নিৰ্দলীয়
২৬ চেৰাপুঞ্জি (জনজাতি) জে জে এম নিকলচ্ ৰয় নিৰ্দলীয়
২৭ বাঘমাৰা (জনজাতি) এনাৰচন মমিন নিৰ্দলীয়
২৮ তুৰা (জনজাতি) মোডী কে নাৰক নিৰ্দলীয়
২৯ ফুলবাৰী (জনজাতি) ৱিলিয়ামচন এ চাংমা নিৰ্দলীয়
৩০ দাইনাডুবি (জনজাতি) হেৰীচন মমিন নিৰ্দলীয়
৩১ মানকাচৰ কোবাদ হুছেইন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৩২ দক্ষিণ শালমাৰা মহম্মদ চাহাদত আলি নিৰ্দলীয়
৩৩ গোৱালাপৰা (জনজাতি) হাকিম চন্দ্ৰ ৰাভা
খগেন্দ্ৰনাথ নাথ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৪ উত্তৰ শালমাৰা (অনুসূচীত জাতি) হৰেশ্বৰ দাস
ডাঃ ঘনশ্যাম দাস
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৫ কোকৰাঝাৰ (জনজাতি) ৰূপনাথ ব্ৰহ্ম
স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬ গোসাইগাঁও মিথিয়াচ টুডু নিৰ্দলীয়
৩৭ গোলোকগঞ্জ ভুৱন চন্দ্ৰ প্ৰধানী ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮ ধুবুৰী তমিজুদ্দিন প্ৰধানী ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৯ গৌৰীপুৰ প্ৰকৃতিশ বৰুৱা নিৰ্দলীয়
৪০ বিলাসীপাৰা জাহানুদ্দিন আহমেদ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৪১ তাৰাবাৰী তাজুদ্দিন আহমেদ প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৪২ জনীয়া ফকৰুদ্দিন আলি আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩ সৰভোগ ঘনশ্যাম তালুকদাৰ নিৰ্দলীয়
৪৪ বৰপেটা (অনুসূচীত জাতি) শ্ৰীহৰি দাস
মহাদেৱ দাস
নিৰ্দলীয়
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৫ পাটাচাৰকুছি বীৰেন্দ্ৰ কুমাৰ দাস
সুৰেন্দ্ৰ নাথ দাস
প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ ৰঙিয়া (জনজাতি) সিদ্ধিনাথ শৰ্মা
বৈকুণ্ঠনাথ দাস
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭ কমলপুৰ (জনজাতি) শৰৎ চন্দ্ৰ গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ গুৱাহাটী গৌৰী শংকৰ ভট্টাচাৰ্য ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৪৯ পলাশবাৰী ৰাধিকাৰাম দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৫০ বকো ৰাধা চৰণ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৫১ ৰামপুৰ হৰেশ্বৰ গোস্বামী প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৫২ হাজো বিষ্ণু ৰাম মেধি ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৩ নলবাৰী পশ্চিম তৰুণ সেন ডেকা ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৫৪ নলবাৰী পূব প্ৰভাত নাৰায়ণ চৌধুৰী প্ৰজা ছোচিয়েলিষ্ট পাৰ্টি
৫৫ মঙলদৈ দণ্ডীৰাম দত্ত ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৬ পানেৰী (জনজাতি) হীৰালাল পাটোৱাৰী
পখীৰাজ ডেকা
নিৰ্দলীয়
নিৰ্দলীয়
৫৭ দলগাওঁ মহম্মদ মতলেবুদ্দিন নিৰ্দলীয়
৫৮ ঢেকিয়াজুলি অমিয় কুমাৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯ বৰচলা মহি কান্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬০ বালিপাৰা বিশ্বদেৱ শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ তেজপুৰ কমলা প্ৰসাদ আগৰৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬২ বিশ্বনাথ কামাখ্যা প্ৰসাদ ত্ৰিপাঠী ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩ গহপুৰ বিষ্ণুলাল উপাধ্যায় ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৪ লাহৰিঘাট (জনজাতি) ধীৰসিং দেউৰী
মতিৰাম বৰা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৫ ধিং নুৰুল ইচলাম ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৬ ৰূপহীহাট মৌলৱী মহম্মদ ইদ্ৰিছ ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭ কলিয়াবৰ লীলাকান্ত বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮ চামগুৰি উষা বৰঠাকুৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯ নগাঁও (অনুসূচীত জাতি) দেৱকান্ত বৰুৱা
মহেন্দ্ৰ নাথ হাজৰিকা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭০ যমুনামুখ মৌলৱী ৰহিমুদ্দিন আহমেদ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ লামদিং ৰামনাথ শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭২ মৰঙি দণ্ডেশ্বৰ হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩ গোলাঘাট ৰাজেন্দ্ৰ নাথ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪ দেৰগাঁও (অনুসূচীত জাতি) ৰামনাথ দাস
নৰেন্দ্ৰ নাথ শৰ্মা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ তিতাবৰ সৰ্বেশ্বৰ বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬ টিয়ক হৰিনাৰায়ণ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭ আমগুৰি খগেন্দ্ৰনাথ বৰবৰুৱা নিৰ্দলীয়
৭৮ নাজিৰা টংকেশ্বৰ চেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯ সোণাৰি পূৰ্ণানন্দ চেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৮০ থাওৰা দূৰ্গেশ্বৰ শইকীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৮১ শিৱসাগৰ গিৰিন্দ্ৰনাথ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ যোৰহাট (জনজাতি) মহীধৰ পেগু
দেৱেশ্বৰ শৰ্মা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৩ কাটনিগাঁও কমল কুমাৰী বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪ উত্তৰ লক্ষীমপুৰ (জনজাতি) মহানন্দ বৰা
কৰ্ক চন্দ্ৰ দলে’
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ মৰাণ (জনজাতি) ললিত চন্দ্ৰ দলে’
পদ্মকুমাৰী গোঁহাই
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ ডিব্ৰুগড় নীলমণি বৰঠাকুৰ ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৮৭ লাহোৱাল লিলী সেনগুপ্তা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৮ টেঙাখাট মাণিক চন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯ জয়পুৰ যুগোকান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯০ বগদাং ইন্দ্ৰেশ্বৰ খাউণ্ড ভাৰতীয় জাতীয় কংগ্ৰেছ
৯১ তিনিচুকীয়া ৰাধা কিষাণ খেমকা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ ডিগবৈ দ্বিজেশ চন্দ্ৰ দেৱশৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩ ডুমডুমা মলিয়া তাঁতী ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪ চৈখোৱা দেবেন্দ্ৰনাথ হাজৰিকা ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
১৯৫৭ৰ অসম বিধানসভা নিৰ্বাচন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?