For faster navigation, this Iframe is preloading the Wikiwand page for ১৯৫১ৰ অসম বিধানসভা নিৰ্বাচন.

১৯৫১ৰ অসম বিধানসভা নিৰ্বাচন

অসম বিধানসভা নিৰ্বাচন, ১৯৫১
ভাৰত
অপ্ৰযোজ্য ←
২৭-৩-১৯৫২
→ ১৯৫৭

 


দল কংগ্ৰেছ
জনপ্ৰিয় ভোট ১০,৬৪,৮৫০
শতাংশ ৪৩.৪৮%

নিৰ্বাচনৰ পূৰ্বৰ মুখ্যমন্ত্ৰী

বিষ্ণু ৰাম মেধি
কংগ্ৰেছ

মুখ্যমন্ত্ৰী


বিষ্ণু ৰাম মেধি
কংগ্ৰেছ

অসম বিধানসভা নিৰ্বাচন, ১৯৫১ স্বাধীনোত্তৰ অসমৰ প্ৰথম বিধানসভাখন গঠন কৰিবলৈ অনুষ্ঠিত কৰা হৈছিল। আধিকাৰিকভাবে এই নিৰ্বাচনটোক ১৯৫১ চনৰ বিধানসভা নিৰ্বাচন বুলি জনা যায় যদিও দৰাচলতে নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৭ মাৰ্চ তাৰিখে। ৪৩.৪৮ শতাংশ ভোটেৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৭৬জন বিধায়ক নিৰ্বাচিত হৈ আহে আৰু একক সংখ্যা গৰিষ্ঠতা লাভ কৰি বিষ্ণু ৰাম মেধিৰ নেতৃত্বত চৰকাৰ গঠন কৰে। ৪জন বিধায়েকেৰে ২য় স্থানত থাকে ছোচিয়েলিষ্ট পাৰ্টি[1]

প্ৰথম বিধানসভাত মুঠ ৯৪টা সমষ্টি আছিল। ইয়াৰে ১৩টা সমষ্টিত দুজনকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ ব্যৱস্থা আছিল। সেয়েহে প্ৰথম অসম বিধানসভাত মুঠ সদস্য আছিল ১০৭জন। সেইসময়ত মিজোৰাম, নাগালেণ্ড আৰু মেঘালয় পৃথক ৰাজ্য হিচাপে গঠিত হোৱা নাছিল আৰু অসমৰ সৈতেই সংলগ্ন হৈ আছিল।[1]

ৰাজনৈতিক দল

[সম্পাদনা কৰক]

এই নিৰ্বাচনত ৯টা ৰাষ্ট্ৰীয় পৰ্যায়ৰ দলে আৰু ১০টা অস্বীকৃতিপ্ৰাপ্ত পঞ্জীভূক্ত দলে অংশগ্ৰহণ কৰিছিল। ৪৩.৪৮ শতাংশ ভোট আৰু ৭৪জন বিধায়কেৰে ভাৰতীয় জাতীয় কংগ্ৰেছ প্ৰথম স্থানত আছিল আৰু ৪জন বিধায়েকেৰে ছোচিয়েলিষ্ট পাৰ্টি ২য় স্থানত আছিল। বহুকেইটা সমষ্টিত ছোচিয়েলিষ্ট পাৰ্টিয়ে কংগ্ৰেছৰ সৈতে প্ৰতিদ্বন্দিতা আগবঢ়াইছিল। লক্ষণীয় যে ১৫জন বিধায়কে নিৰ্দলীয়ভাবে জয়ী হৈ আহিছিল। সংখ্যাৰ ফালৰ পৰা নিৰ্দলীয়সকলহে ২য় স্থানত আছিল। মিজোপাহাৰ জিলাৰ ৩টা সমষ্টিৰ পৰাই আঞ্চলিক দল মিজো ইউনিয়ন জয়ী হৈ আহিছিল। খাচী-জয়ন্তীয়া পাহাৰ আৰু গাৰোপাহাৰ জিলা দুখনৰ (বৰ্তমান মেঘালয়) পৰা ৫খন আসন আঞ্চলিক দল 'খাচী দৰবাৰ', 'খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ' আৰু 'গাৰো নেচনেল কাউঞ্চিলে' লাভ কৰিছিল। নগাপাহাৰ জিলাৰ তিনিখন আসনৰ সদস্য তিনিজনে বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকিছিল।[1]

অংশগ্ৰহণ ৰাজনৈতিক দল[1]

[সম্পাদনা কৰক]
ক্ৰমিক
নং
দলৰ নাম লাভ কৰা
আসন
লাভ কৰা
ভোটৰ অংশ
ভাৰতীয় জনসংঘ
ভাৰতৰ বলচেভিক পাৰ্টি
ভাৰতৰ কমিউনিষ্ট পাৰ্টি
ফৰৱাৰ্ড ব্লক (ৰুইকাৰ গ্ৰুপ)
অখিল ভাৰতীয় হিন্দু মহাসভা
ভাৰতীয় জাতীয় কংগ্ৰেছ ৭৬
কিষাণ মজদুৰ প্ৰজা পাৰ্টি
ৰিভ’লুচনাৰী ছোচিয়েলিষ্ট পাৰ্টি
ছোচিয়েলিষ্ট পাৰ্টি
১০ অল পিপ'লচ্ পাৰ্টি
১১ গাৰো নেচনেল কাউঞ্চিল
১২ খাচী জয়ন্তীয়া দৰবাৰ
১৩ খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ
১৪ খাচী জয়ন্তীয়া ৰুৰেল অৰ্গেনাইজেচন
১৫ মিজো ইউনিয়ন
১৬ SCTS
১৭ ট্ৰাইবেল লিগ
১৮ ট্ৰাইবেল সংঘ
১৯ ইউনাইটেড মিজো ফ্ৰণ্ট অৰ্গেনাইজেচন
১৯ নিৰ্দলীয় ১৪


বিজয়ী প্ৰাৰ্থীসকল[1]

[সম্পাদনা কৰক]
সমষ্টি নং সমষ্টি নাম বিধায়কৰ নাম ৰাজনৈতিক দল
লুংলেই
(বৰ্তমান মিজোৰামৰ অন্তৰ্গত)
আৰ দেংথুৱামা মিজো ইউনিয়ন
আইজল পূব
(বৰ্তমান মিজোৰামৰ অন্তৰ্গত)
পু আৰ. থাংলিৰা মিজো ইউনিয়ন
আইজল পশ্চিম
(বৰ্তমান মিজোৰামৰ অন্তৰ্গত)
পু চ. চাপ্ৰাৱাঙ্গা মিজো ইউনিয়ন
ৰাতাবাৰী পাথাৰকান্দি বৈদ্যনাথ মুখাৰ্জী
ৰমেশ চন্দ্ৰ দাস চৌধুৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
পাথাৰকান্দি কৰিমগঞ্জ মৌলবী মহম্মদ আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
কৰিমগঞ্জ ৰমেন্দ্ৰ মোহন দাস কিষাণ মজদুৰ প্ৰজা পাৰ্টি
বদৰপুৰ মৌলানা আব্দুল জলিল ভাৰতীয় জাতীয় কংগ্ৰেছ
কাটিগড়া বৰভূঞা নামৱাৰ আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
লক্ষীপুৰ ৰঘূনন্দন ধুবী
ৰামপ্ৰসাদ চৌবে
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ বৰখলা ৰাইচান্দ নাথ ভাৰতীয় জাতীয় কংগ্ৰেছ
১১ শিলচৰ মেহৰাব আলি লস্কৰ নিৰ্দলীয়
১২ শিলচৰ সোণাই ময়মুল হক চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩ সোণাই নন্দকিশোৰ সিনহা ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ হাইলাকান্দি শিলচৰ হেমচন্দ্ৰ চক্ৰৱৰ্তী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৫ হাইলাকান্দি আব্দুল মতলিব মজুমদাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৬ কাটলিচেৰা গৌৰী শংকৰ ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ শ্বিলং
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
জে জে এম নিকলচ্ ৰয় ভাৰতীয় জাতীয় কংগ্ৰেছ
১৮ জোৱাই
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
ইউ কিষ্ট’বিন্দু ৰেমবাই নিৰ্দলীয়
১৯ নংষ্টইন
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
আজৰা সিং খংফাই নিৰ্দলীয়
২০ নংপ’
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
এ এলে’ খাচী জয়ন্তীয়া নেচনেল ফেডাৰেচন ষ্টেট কনফাৰেঞ্চ
২১ চেৰা
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
মাহাম সিং খাচী জয়ন্তীয়া দৰবাৰ
২২ উত্তৰ কাছাৰ পাৰ্বত্য জয়ভদ্ৰ হাগজেৰ নিৰ্দলীয়
২৩ মিকিৰ পাহাৰ পশ্চিম নিহাং ৰংফাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
২৪ মিকিৰ পাহাৰ পূব খৰচিং টেৰাং ভাৰতীয় জাতীয় কংগ্ৰেছ
২৫ নগাপাহাৰ উত্তৰ
(বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত)
২৬ নগাপাহাৰ মধ্য
(বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত)
২৭ নগাপাহাৰ দক্ষিণ
(বৰ্তমান নাগালেণ্ডৰ অন্তৰ্গত)
২৮ বাঘমৰা
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
হেৰীচন মমিন গাৰো নেচনেল কাউঞ্চিল
২৯ তুৰা
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
এমাৰচন মমিন গাৰো নেচনেল কাউঞ্চিল
৩০ ফুলবাৰী
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
ইমনসিং চাংমা নিৰ্দলীয়
৩১ দাইনাডুবি
(বৰ্তমান মেঘালয়ৰ অন্তৰ্গত)
আৰম চাংমা গাৰো নেচনেল কাউঞ্চিল
৩২ মানকাচৰ কোবাদ হুছেইন আহমেদ নিৰ্দলীয়
৩৩ দক্ষিণ শালমাৰা মঃ ছাহাদত আলি মণ্ডল নিৰ্দলীয়
৩৪ ধুবুৰী তমিজুদ্দিন প্ৰধানী নিৰ্দলীয়
৩৫ গোলোকগঞ্জ সন্তোষ কুমাৰ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৬ গোসাইগাঁও যতীন্দ্ৰ নাৰায়ণ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৭ কোকৰাঝাৰ চিদলী ৰাজা অজিত নাৰায়ণ দেৱ
ৰূপনাথ ব্ৰহ্ম
নিৰ্দলীয়
ভাৰতীয় জাতীয় কংগ্ৰেছ
৩৮ বিলাসীপাৰা মহম্মদ ওমৰুদ্দিন নিৰ্দলীয়
৩৯ বিজনী স্বামী কৃষ্ণানন্দ ব্ৰহ্মচাৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৪০ উত্তৰ শালমৰা হৰেশ্বৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪১ গোৱালপাৰা হাকিম চন্দ্ৰ ৰাভা
খগেন্দ্ৰনাথ নাথ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪২ সৰভোগ অক্ষয় কুমাৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৩ তাৰাবাৰী পাহাৰ খান নিৰ্দলীয়
৪৪ বৰপেটা পশ্চিম মুখতাৰ আলি নিৰ্দলীয়
৪৫ বৰপেটা উত্তৰ পূব মহাদেৱ দাস
মহেন্দ্ৰ মোহন চৌধুৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৬ পাটাচাৰকুছি বৰমা হোমেশ্বৰ দেৱচৌধুৰী
বৈকুণ্ঠনাথ দাস
ছোচিয়েলিষ্ট পাৰ্টি
ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৭ নলবাৰী দক্ষিণ প্ৰফুল্ল চন্দ্ৰ গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৮ নলবাৰী উত্তৰ প্ৰভাত চন্দ্ৰ গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৪৯ ৰঙিয়া সিদ্ধিনাথ শৰ্মা
ধৰণীধৰ বসুমতাৰী
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৫০ কমলপুৰ মহেন্দ্ৰ নাথ ডেকা নিৰ্দলীয়
৫১ হাজো বিষ্ণুৰাম মেধি ভাৰতীয় জাতীয় কংগ্ৰেছ
৫২ বকো ৰাধাচৰণ চৌধুৰী ছোচিয়েলিষ্ট পাৰ্টি
৫৩ পলাশবাৰী হৰেশ্বৰ গোস্বামী ছোচিয়েলিষ্ট পাৰ্টি
৫৪ পূব-বংশৰ শিলাসুন্দৰী ঘোপা ৰাধিকাৰাম দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৫ গুৱাহাটী গৌৰী শংকৰ ভট্টাচাৰ্য ভাৰতৰ কমিউনিষ্ট পাৰ্টি
৫৬ মঙলদৈ পুৰন্দৰ শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৭ কলাইগাঁও দণ্ডীৰাম দত্ত ছোচিয়েলিষ্ট পাৰ্টি
৫৮ পানেৰী ডেভিদচন ভাবোৰা
শশধৰ ঘোষ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৫৯ ঢেকিয়াজুলি উত্তৰ অমিয় কুমাৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬০ ঢেকিয়াজুলি দক্ষিণ মহিকান্ত দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৬১ তেজপুৰ উত্তৰ বিশ্বদেৱ শৰ্মা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬২ তেজপুৰ দক্ষিণ কমলাপ্ৰসাদ আগৰৱালা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৩ চতিয়া বিজয় চন্দ্ৰ ভাগৱতী ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৪ গহপুৰ গহন চন্দ্ৰ গোস্বামী ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৫ লাহৰিঘাট মহম্মদ ৰফিক নিৰ্দলীয়
৬৬ মৰিগাঁও বেলিৰাম দাস
মতিৰাম বৰা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৭ নগাঁও ৰহা প্ৰতাপ চন্দ্ৰ শৰ্মা
মহেন্দ্ৰ হাজৰিকা
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৮ যমুনামুখ বিমলাকান্ত বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৬৯ চামগুৰি উষা বৰঠাকুৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭০ কলিয়াবৰ লীলাকান্ত বৰা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭১ ৰূপহীহাট মহম্মদ ইদ্ৰিছ ভাৰতীয় জাতীয় কংগ্ৰেছ
৭২ গোলাঘাট পূব ৰাজেন্দ্ৰ নাথ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৩ গোলাঘাট পশ্চিম চানু খেৰীয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৪ দেৰগাঁও দেৱেশ্বৰ ৰাজখোৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৫ যোৰহাট দক্ষিণ কুলধৰ চলিহা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৬ যোৰহাট উত্তৰ ৰামনাথ দাস
নীলমণি ফুকন
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৭ তিতাবৰ সৰজুপ্ৰসাদ সিং অল পিপ'লচ্ পাৰ্টি
৭৮ তিয়ক হৰিনাৰায়ণ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৭৯ আমগুৰি ৰবীন কাকতি ভাৰতীয় জাতীয় কংগ্ৰেছ
৮০ শিৱসাগৰ গিৰিন্দ্ৰনাথ গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৮১ নাজিৰা আনন্দ চন্দ্ৰ বেজবৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮২ নাজিৰা সোণাৰি থানুৰাম গগৈ ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৩ সোণাৰি পূৰ্ণানন্দ চেতিয়া ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৪ বিহপুৰীয়া সৰ্বেশ্বৰ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৫ উত্তৰ লক্ষীমপুৰ হেনচন্দ্ৰ হাজৰিকা
কৰ্ক দলে’
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৬ মৰাণ ঘনকান্ত গগৈ নিৰ্দলীয়
৮৭ ডিব্ৰুগড় পশ্চিম ফয়নুৰ আলি ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৮ ডিব্ৰুগড় পূব ৰমেশ চন্দ্ৰ বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৮৯ তিনিচুকীয়া উত্তৰ ইন্দ্ৰেশ্বৰ খাউণ্ড ভাৰতীয় জাতীয় কংগ্ৰেছ
৯০ তিনিচুকীয়া দক্ষিণ যদুনাথ ভূঞা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯১ বৰডুবি মাণিক চন্দ্ৰ দাস ভাৰতীয় জাতীয় কংগ্ৰেছ
৯২ জয়পুৰ জগোকান্ত বৰুৱা ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৩ ডুমডুমা হৰিহৰ চৌধুৰী ভাৰতীয় জাতীয় কংগ্ৰেছ
৯৪ ডিগবৈ যাদৱ চন্দ্ৰ খাখলাৰী
দলবীৰ সিং লোহাৰ
ভাৰতীয় জাতীয় কংগ্ৰেছ
ভাৰতীয় জাতীয় কংগ্ৰেছ

তথ্য উৎস

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
১৯৫১ৰ অসম বিধানসভা নিৰ্বাচন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?