For faster navigation, this Iframe is preloading the Wikiwand page for বিজয়া দশমী.

বিজয়া দশমী

বিজয়া দশমী
বিজয়া দশমী
বিজয়া দশমীয়ে অঞ্চলভেদে অশুভৰ ওপৰত দুৰ্গা বা ৰামৰ বিজয়ক উদযাপন কৰে[1]
অন্য নাম দশহেৰা, দশেৰা, নৱৰাত্ৰি, দশিনি
পালন কৰে হিন্দু ধৰ্মালম্বী
প্ৰকাৰ ধাৰ্মিক, সাংস্কৃতিক
মহত্ব অশুভৰ ওপৰত শুভৰ বিজয় উদযাপন কৰে
তাৰিখ আহিন (ছেপ্টেম্বৰ বা অক্টোবৰ)
উদযাপন দুৰ্গা পূজা আৰু ৰামলীলাৰ অন্তিম দিন সূচায়

বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰৰ ৭ম মাহ আশ্বিন (আহিন) মাহৰ দশম দিনটোত পালন কৰা হয়, ই সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত পৰে।[2][3][4] দুৰ্গা পূজাৰ শেষৰ দিনটোক বিজয়া দশমী বোলা হয়। এই দিনা মহিলাসকলে সেন্দূৰ খেলে আৰু মা দুৰ্গাক বিসৰ্জন দিয়া হয়। ষষ্ঠীৰ বেদীত প্ৰতিষ্ঠা কৰা দেৱী দুৰ্গাক বিজয়া দশমীৰ দিনা বিসৰ্জন দিয়া হয়।

বিজয়া দশমী বিভিন্ন কাৰণত পালন কৰা হয় আৰু ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণেৰে পালন কৰা হয়। দক্ষিণ, পূব, উত্তৰ-পূব, আৰু উত্তৰ ভাৰতৰ কিছুমান ৰাজ্যত, বিজয়া দশমীয়ে মহিষ দানৱ মহিশাসুৰৰ ওপৰত দেৱী দুৰ্গাৰ বিজয়ক ধৰ্মৰ পুনৰুদ্ধাৰ আৰু সুৰক্ষিত কৰাক স্মৰণ কৰি দুৰ্গা পূজাৰ সমাপ্তিৰ কথা ঘোষণা কৰে। উত্তৰ, মধ্য আৰু পশ্চিম ৰাজ্যসমূহত এই উৎসৱক দুশ্বেৰা (লগতে দশেৰা, দশহেৰা) বুলি কয়। এই অঞ্চলবোৰত, ইয়াৰ দ্বাৰা ৰামলীলাৰ সমাপ্তি কৰা হয় আৰু ৰাৱণৰ ওপৰত ঈশ্বৰ ৰামৰ বিজয়ৰ কথা স্মৰণ কৰে। একে উপলক্ষ্যত, অৰ্জুনে অকলে ভীষ্ম, দ্ৰোণ, অশ্বত্থামা, কৰ্ণ আৰু কৃপাচাৰ্য্যকে ধৰি সকলো কুৰু যুদ্ধাসহ ১০,০০,০০০ৰো অধিক সৈন্যক পৰাস্ত কৰি অশুভ শক্তিৰ (অধৰ্ম) ওপৰত শুভৰ (ধৰ্ম) বিজয়ৰ এক গুৰুত্বপূৰ্ণ উদাহৰণ ডাঙি ধৰাৰ কথা স্মৰণ কৰে।

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. Fuller, Christopher John (2004). The Camphor Flame: Popular Hinduism and Society in India. Princeton University Press. পৃষ্ঠা. 108–109. ISBN 978-0-69112-04-85. https://books.google.com/books?id=To6XSeBUW3oC&pg=PA108. 
  2. Encyclopedia Britannica 2015.
  3. James G. Lochtefeld 2002, পৃষ্ঠা. 212–213, 468–469.
  4. Encyclopedia Britannica Dussehra 2015.
{{bottomLinkPreText}} {{bottomLinkText}}
বিজয়া দশমী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?