নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰ
ধ্ৰুপদী বলবিজ্ঞান |
---|
ধ্ৰুপদী বলবিজ্ঞানৰ ইতিহাস · আৰু সময়ৰেখা |
শাখাবোৰ স্থিতিবিজ্ঞান · গতিবিজ্ঞান Kinematics · প্ৰায়োগিক বলবিজ্ঞান মহাকাশীয় বলবিজ্ঞান · সাতত্যক বলবিজ্ঞান পৰিসাংখ্যিক বল বিজ্ঞান |
সূত্ৰ সমূহ
|
বিষয় সমূহ দৃঢ় পদাৰ্থ · Rigid body dynamics অইলাৰৰ সূত্ৰ (দৃঢ় পদাৰ্থ) · গতি নিউটনৰ গতিৰ সূত্ৰ · নিউটনৰ মহাকৰ্ষণৰ সূত্ৰ অইলাৰৰ গতিৰ সূত্ৰ · জড় প্ৰসংগ প্ৰণালী অজড় প্ৰসংগ প্ৰণালী আৱৰ্তনীয় প্ৰসংগ প্ৰণালী ভুৱা বল · ৰৈখিক গতি সমতলীয় গতিৰ কণিকাৰ পদাৰ্থ বিজ্ঞান সৰণ (ভেক্টৰ) · আপেক্ষিক বেগ ঘৰ্ষণ · সৰল পৰ্য্যাবৃত্ত গতি পৰ্য্যাবৃত্ত দোলক · কম্পন Damping · Damping ratio আৱৰ্তন গতি · বৃত্তীয় গতি সম বৃত্তীয় গতি · অ-সম বৃত্তীয় গতি অভিকেন্দ্ৰিক বল · অপকেন্দ্ৰিক বল অপকেন্দ্ৰিক বল (আৱৰ্তনশীল প্ৰসংগ প্ৰণালী) প্ৰতিক্ৰিয়াত্মক অপকেন্দ্ৰিক বল ক’ৰিয়লিৰ শক্তি · দোলক আৱৰ্তনীয় বেগ · কৌণিক ত্বৰণ কৌণিক বেগ · কৌণিক কম্পনাংক কৌণিক সৰণ |
বিজ্ঞানীসকল গেলিলিঅ’ গেলিলি · আইজাক নিউটন জেৰেমিয়াহ হ’ৰ’কচ · অইলাৰ দি এ’লেমবাৰ্ট · এলেক্সিচ ক্লেইৰোট যোচেফ লুই লাগৰাঞ্জ · পিয়েৰ-চিমন লাপলাছ ৱিলিয়াম ৰো’ৱান হেমিল্টন · চেমিয়ন-ডেনিচ পইচন |
১৬৮৭ চনত ইংৰাজী গণিতজ্ঞ ছাৰ আইজাক নিউটনে তেঁওৰ মহানতম সৃষ্টি “প্ৰিন্সিপিয়া” (ইংৰাজী: Principia)ত মহাকৰ্ষণৰ সূত্ৰ আগবঢ়াইছিল। মহাকৰ্ষণৰ সূত্ৰমতে,
“বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতিটো কণাই আন প্ৰতিটো কণাক আকৰ্ষণ কৰি আছে আৰু এই আকৰ্ষণ বলৰ মান কণাদুটাৰ ভৰৰ পূৰণফলৰ সমানুপাতিক আৰু সিহঁতৰ মাজৰ দূৰত্বৰ বৰ্গৰ ব্যস্তানুপাতিক।”
বাখ্যা
[সম্পাদনা কৰক]ধৰাহ'ল, আৰু ভৰৰ দুটা কণাক পৰস্পৰ দূৰত্বত ৰখা হৈছে। নিউটনৰ সূত্ৰ অনুসৰি দুয়োটা কণাই পৰস্পৰে পৰস্পৰক আকৰ্ষণ কৰিছে। ভৰৰ কণাই ভৰৰ কণাটোক বলৰ দ্বাৰা আৰু ভৰৰ কণাই ভৰৰ কণাটোক বলৰ দ্বাৰা আকৰ্ষণ কৰিছে, অৰ্থাৎ । আকৌ ধৰাহ'ল । নিউটনৰ বিশ্বজনীন মহাকৰ্ষণ সূত্ৰমতে,
য'ত হৈছে মহাকৰ্ষণিক ধ্ৰুৱক। মহাকৰ্ষণিক ধ্ৰুৱকক বিশ্বজনীন ধ্ৰুৱক বুলিও কোৱা হয়। ৰ মান হ'ল, [2]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ D.S. Mathur. Mechanics.
- ↑ "bn.wikipedia.org". https://bn.wikipedia.org/wiki/%E0%A6%A8%E0%A6%BF%E0%A6%89%E0%A6%9F%E0%A6%A8%E0%A7%87%E0%A6%B0_%E0%A6%AE%E0%A6%B9%E0%A6%BE%E0%A6%95%E0%A6%B0%E0%A7%8D%E0%A6%B7_%E0%A6%B8%E0%A7%82%E0%A6%A4%E0%A7%8D%E0%A6%B0। আহৰণ কৰা হৈছে: 26 August 2016.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.