For faster navigation, this Iframe is preloading the Wikiwand page for গতি.

গতি

পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি গতি বা চলনৰ (ইংৰাজী: Motion) অৰ্থ হ'ল কোনো এক বস্তুৱে সময়ৰ সৈতে স্থান সলনি কৰা।[1]

সাধাৰণ লয়বদ্ধ চলন

দ্ৰুতি হ'ল কোনো বিন্দুৰ প্ৰতি একক সময়ত হোৱা স্থানৰ পৰিবৰ্তনৰ হাৰৰ এক অদিশ ৰাশি। অৰ্থাৎ এটি বস্তুৰ গতিৰ হাৰক দ্ৰুতি বোলা হয়।[2] যিহেতু গতিশীল বস্তু এটাৰ দ্ৰুতি সাধাৰণতে সমান হৈ নাথাকে, সেয়েহে গড় দ্ৰুতি উলিওৱা হয়। গড় দ্ৰুতি = মুঠ দূৰত্ব / মুঠ সময়[3]

বেগ হ'ল যিকোনো এটা গৈ থকা বস্তুৱে কিমান জোৰে গতি কৰিছে তাৰ পৰিমাণ বুজোৱা এটা ধ্ৰুৱক, যাৰ দিশ বস্তুটোৱে গতি কৰা দিশৰ সৈতে একে। দ্ৰুতিৰ দৰে এটি বস্তুৰ গতিৰ সময়ত বেগো সলনি হয়, সেয়েহে, গড় বেগ উলিওৱা হয়। গড় বেগ = সৰণ / মুঠ সময়[4]

গতিবেগ সলনি হোৱাৰ হাৰকে ত্বৰণ বোলে। ত্বৰণ = (অন্তিম বেগ - প্ৰাৰম্ভিক বেগ) / সময়।[5]

গতিৰ ৩ বিধান

[সম্পাদনা কৰক]

প্ৰথম বিধান

[সম্পাদনা কৰক]

গতিৰ ১ম বিধানৰ মতে সকলো বস্তুৱে তাৰ চলনৰ অৱস্থাত অহা যিকোনো সালসলনিৰ বিৰোধিতা কৰে। অৰ্থাৎ বাহিৰা বলে ক্ৰিয়া নকৰিলে গতিশীল বস্তু একে গতিতে বা স্থিতিশীল বস্তু একে স্থিতিতে থাকিবলৈ প্ৰয়াস কৰে[6]

কোনো বস্তুৰ স্থান পৰিবৰ্তনৰ জোখক সৰণ বোলে। গাণিতিকভাবে, সুষম বেগত (v) গৈ থকা বস্তু এটাৰ বাবে

সৰণ য'ত v = বস্তুটোৰ বেগ আৰু t = সময়।

দ্বিতীয় বিধান

[সম্পাদনা কৰক]

গতিৰ ২য় বিধানৰ মতে যেতিয়া কোনো বলে এটি বস্তুত কাম কৰে, বস্তুটোৰ গতিত ত্বৰণ দেখা যায়, আৰু বস্তুটোৰ ভৰ যিমানেই বেছি হ'ব, বস্তুটোৰ গতিত ত্বৰণ আনিবলৈ সিমানেই বল দিব লাগিব।[7] ২য় বিধানে আমাক বলৰ পৰিমাণ জনাত সহায় কৰে। ২য় বিধানে কয় যে, ৰৈখিক ভৰবেগৰ সলনিৰ হাৰ, বস্তুটোত প্ৰয়োগ কৰা বাহ্যিক বলৰ সমানুপতিক।[8] যদি F বল প্ৰয়োগ কৰি m ভৰৰ বস্তু এটাৰ বেগ t সময়ত uৰ পৰা vলৈ সলোৱা হ'ল ত্বৰণ a ৰে,

কাৰণ ত্বৰণ

য'ত k এটা সমানুপাতিক ধ্ৰুবক

এতিয়া যদি আমি এক একক ভৰ (m) -অৰ ওপৰত ক্ৰিয়া কৰি এক একক ত্বৰণ (a) উৎপন্ন কৰা বলকে (F) একক বল বুলি লওঁ অৰ্থাৎ F = m = a = 1 ধৰোঁ যাতে k = 1 হৈ পৰে, তেন্তে বলৰ সংজ্ঞা হ'ব

উদাহৰণ স্বৰূপে MKS পদ্ধতিত বলৰ একক হৈছে "নিউটন।" সেয়ে এক নিউটন বলৰ সংজ্ঞা হ'ব যে ১ কিলোগ্ৰাম ভৰৰ কোনো বস্তুৰ ওপৰত ক্ৰিয়া কৰি ১ মিটাৰ প্ৰতি বৰ্গ ছেকেণ্ড ত্বৰণ উৎপন্ন কৰা বলকে ১ নিউটন বল বুলি কোৱা হয়'[9][10]

দ্বিতীয় বিধানৰ পৰা প্ৰথম বিধান উলিওৱা

[সম্পাদনা কৰক]

২য় বিধানৰ মতে, F=ma। ১ম বিধানৰ মতে যদি

অৰ্থাৎ যদি মুঠ বল=০, কোনো ত্বৰণ দেখা নাযায়, ৰৈ থকা বস্তু ৰৈ থাকিব, আৰু গৈ থকা বস্তু সমান বেগেৰে গৈ থাকিব।[11]

তৃতীয় বিধান

[সম্পাদনা কৰক]

৩য় বিধানৰ মতে, যদি কোনো বস্তুৱে দ্বিতীয় বস্তুৰ ওপৰত বল দিয়ে, ২য় বস্তুটোৱেও ১ম বস্তুটোৰ ওপৰত সমানেই বল দিয়ে, কিন্তু বলৰ দিশ সদায় ওলোটা হয়।[12]

গতিৰ ৩ সমীকৰণ

[সম্পাদনা কৰক]

যদি কোনো বস্তুৰ 't' সময়ত 'a' ত্বৰণৰে 's' দূৰত্ব অতিক্ৰম কৰোঁতে (সৰণ) বেগ, 'u'ৰ পৰা 'v'লৈ সলনি হয় ( হ'ল গড় বেগ) তেন্তে গতিৰ সমীকৰণ ৩টা হব[13]---------

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. http://www.icoachmath.com/physics/definition-of-motion.html
  2. http://www.thefreedictionary.com/speed
  3. "আৰ্কাইভ কপি". Archived from the original on 2014-12-16. https://web.archive.org/web/20141216073611/http://formulas.tutorvista.com/physics/average-speed-formula.html। আহৰণ কৰা হৈছে: 2014-11-05. 
  4. http://www.physicsclassroom.com/class/1DKin/Lesson-1/Speed-and-Velocity
  5. http://www.physicsclassroom.com/class/1DKin/Lesson-1/Acceleration
  6. "আৰ্কাইভ কপি". Archived from the original on 2014-11-02. https://web.archive.org/web/20141102100204/http://teachertech.rice.edu/Participants/louviere/Newton/law1.html। আহৰণ কৰা হৈছে: 2014-11-05. 
  7. "আৰ্কাইভ কপি". Archived from the original on 2014-11-02. https://web.archive.org/web/20141102100056/http://teachertech.rice.edu/Participants/louviere/Newton/law2.html। আহৰণ কৰা হৈছে: 2014-11-05. 
  8. http://www.etutorphysics.com/tutorial_1.html
  9. https://edurev.in/studytube/Additional-Ncert-(Cbse)-questions-for-CBSE-Board-Exam-Force--Laws-of-Motion/793b76ee-170e-49c8-9bf6-4cd1adc83672_t
  10. http://www.excellup.com/classnine/sciencenine/forcenine_2ndLawofmotion.aspx
  11. http://www.meritnation.com/ask-answer/question/prove-that-newton-s-second-law-of-motion-is-the-real-law/laws-of-motion/2933179
  12. "আৰ্কাইভ কপি". Archived from the original on 2014-11-02. https://web.archive.org/web/20141102100233/http://teachertech.rice.edu/Participants/louviere/Newton/law3.html। আহৰণ কৰা হৈছে: 2014-11-05. 
  13. http://physics.info/motion-equations/
{{bottomLinkPreText}} {{bottomLinkText}}
গতি
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?