For faster navigation, this Iframe is preloading the Wikiwand page for চেৰেছ.

চেৰেছ

এই সৌৰজগত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব।


চেৰেছ ⚳

হাবল মহাকাশ দূৰবীণযোগে প্ৰাপ্ত চেৰেছ গ্ৰহৰ চিত্ৰ
আৱিষ্কাৰ[1]
আৱিষ্কাৰক Giuseppe Piazzi
আৱিষ্কাৰৰ তাৰিখ 1 January 1801
বিৱৰণ
এমপিচি পদমৰ্যাদা 1 Ceres
উচ্চাৰণ /ˈsɪərz/[2][3] or as লেটিন: Cerēs
নামকৰণৰ উৎস Ceres
বিকল্প নামসমূহ A899 OF; 1943 XB
ক্ষুদ্ৰ গ্ৰহসমূহৰ শ্ৰে‍ণী dwarf planet
main belt
বিশেষণ Cererian /sɨˈrɪəri.ən/[4]
কক্ষপথৰ বৈশিষ্ট্য[6]
যুগ June 18, 2009
(JD 2455000.5)
অপসূৰ 446669320km(446,669,320km)
অনুসূৰ 380995855km(380,995,855km)
অৰ্ধ-মুখ্য অক্ষ 413832587km(413,832,587km)
উৎকেন্দ্ৰতা 0.07934
কক্ষীয় পৰ্যায়কাল 4.60 yr
1680.5 d
গড় কক্ষীয় দ্ৰুতি 17.882 km/s
গড় দ্ৰুতি 27.448°
নতি 10.585° to Ecliptic
9.20° to Invariable plane[5]
উদ্বিন্দুৰ দ্ৰাঘিমা 80.399°
অনুসূৰৰ উৎপত্তি 72.825°
উপযুক্ত কক্ষপথৰ উপাদান[7]
উপযুক্ত অৰ্ধ-মুখ্য অক্ষ 2.7670962 AU
উপযুক্ত উৎকেন্দ্ৰতা 0.1161977
উপযুক্ত নতি 9.6474122°
উপযুক্ত গড় গতি 78.193318 ডিগ্ৰী / বছৰ
উপযুক্ত কক্ষীয় পৰ্যায়কাল 4.60397 বছৰ
(1681.601 দি)
অনুসূৰৰ অয়নচলন 54.070272 আৰ্কছেকেণ্ড / বছৰ
ঊৰ্ধ্বগামী নোডৰ অয়নচলন −59.170034 আৰ্কছেকেণ্ড / বছৰ
ভৌতিক বৈশিষ্ট্যসমূহ
বিষুৱীয় ব্যাসাৰ্ধ 487.3 ± 1.8 km
মেৰু ব্যাসাৰ্ধ 454.7 ± 1.6 km
পৃষ্ঠৰ ক্ষেত্ৰফল 2,850,000 sq km
ভৰ 9.43 ± 0.07×1020 kg
0.00015 Earths
0.0128 Moons
গড় ঘনত্ব 2.077 ± 0.036 g/cm3
বিষুৱীয় পৃষ্ঠৰ অভিকৰ্ষ 0.27 m/s2
0.028 g[8]
পলায়ন বেগ 0.51 km/s[8]
নাক্ষত্ৰিক ঘূৰ্ণনকাল 0.3781 d
9.074170 h[9]
অক্ষীয় ঢাল about 3°
উত্তৰ মেৰুৰ বিষুৱাংশ 19 h 24 min
291°
উত্তৰ মেৰুৰ বিষুৱলম্ব 59°
প্ৰতিফলন অনুপাত 0.090 ± 0.0033 (V-band geometric)
পৃষ্ঠৰ তাপমাত্ৰা ন্যূনতম মধ্যমীয়া সৰ্বোচ্চ
Kelvin ? ~127 K 235 K
বৰ্ণালীৰ ধৰণ C
আপাত মান 6.7 to 9.32
পৰম মান (H) 3.36 ± 0.02
কৌণিক ব্যাস 0.84"[10] to 0.33"[8]

চেৰেছ (প্রতীক: ⚳)[11] সৌৰজগতৰ সবাতোকৈ ক্ষুদ্ৰ আৰু গ্ৰহাণুবলয়ৰ একমাত্ৰ বাওনা গ্ৰহ। ইটালীয় জ্যোতিৰ্বিদ গুইছেপ্পি পিয়াজ্জিয়ে ১৮০১ খৃষ্টাব্দৰ প্ৰথম দিনাই (অৰ্থাত ১ জানুৱাৰী, ১৮০১) এই গ্ৰহটো আৱিস্কাৰ কৰিছিল [12]। চেৰেছ নামটোৰ উৎস হৈছে ৰোমান দেৱী চেৰেছ যাক শস্য, ফল-মূল তথা মাতৃস্নেহৰ দেৱী বুলি জনা যায়।

৯৫০ কিলোমিটাৰ ব্যাসৰ অধিকাৰী চেৰেছ গ্ৰহাণুপুঞ্জৰ সবাতোকৈ ডাঙৰ জ্যোতিষ্ক। গ্ৰহাণুপুঞ্জৰ সকলো গ্ৰহাণুৰ মুঠ ভৰৰ প্ৰায় এক-তৃতীয়াংশ ভৰ চেৰেছতেই আছে। সাম্প্ৰতিক পৰ্যবেক্ষনসমূহৰ পৰা জনা যায়, চেৰেছৰ পৃষ্ঠ সম্ভৱত পানী, বৰফ আৰু পানীত দ্ৰৱীভূত বিভিন্ন খনিজ পদাৰ্থৰ মিশ্ৰনৰ পৰা তৈয়াৰ হৈছে।

তথ্যসূত্ৰ

  1. Schmadel, Lutz (2003). Dictionary of minor planet names (5th সম্পাদনা). প্ৰকাশক Germany: Springer. পৃষ্ঠা. 15. ISBN 978-3-540-00238-3. http://books.google.com/?id=KWrB1jPCa8AC&pg=PA15. 
  2. seer-eez; সাঁচ:USdict.
  3. "Dictionary.com Unabridged (v 1.1)". Random House, Inc.. Archived from the original on 2007-03-13. https://web.archive.org/web/20070313094439/http://dictionary.reference.com/browse/CERES। আহৰণ কৰা হৈছে: 2007-09-26. 
  4. Simpson, D. P. (1979). Cassell's Latin Dictionary (5th সম্পাদনা). প্ৰকাশক London: Cassell Ltd. পৃষ্ঠা. 883. ISBN 978-0-304-52257-6. 
  5. "The MeanPlane (Invariable plane) of the Solar System passing through the barycenter". 2009-04-03. Archived from the original on 2009-04-20. https://web.archive.org/web/20090420194536/http://home.comcast.net/~kpheider/MeanPlane.gif। আহৰণ কৰা হৈছে: 2009-04-10.  (produced with Solex 10 written by Aldo Vitagliano; see also Invariable plane)
  6. Yeomans, Donald K. (July 5, 2007). "1 Ceres". JPL Small-Body Database Browser. Archived from the original on 2015-11-15. https://web.archive.org/web/20151115202651/http://ssd.jpl.nasa.gov/sbdb.cgi?sstr=Ceres। আহৰণ কৰা হৈছে: 2009-04-10. —The listed values were rounded at the magnitude of uncertainty (1-sigma).
  7. "AstDyS-2 Ceres Synthetic Proper Orbital Elements". Department of Mathematics, University of Pisa, Italy. Archived from the original on 2011-11-21. https://web.archive.org/web/20111121225850/http://hamilton.dm.unipi.it/astdys/index.php?pc=1.1.6&n=1। আহৰণ কৰা হৈছে: 2011-10-01. 
  8. 8.0 8.1 8.2 Calculated based on the known parameters
  9. Chamberlain, Matthew A.; Sykes, Mark V.; Esquerdo, Gilbert A. (2007). "Ceres lightcurve analysis – Period determination". Icarus খণ্ড 188 (2): 451–456. doi:10.1016/j.icarus.2006.11.025. 
  10. Ceres Angular Size @ Feb 2009 Opposition: 974 km diam. / (1.58319 AU * 149 597 870 km) * 206265 = 0.84"
  11. JPL/NASA (2015-04-22). "What is a Dwarf Planet?". Jet Propulsion Laboratory. https://www.jpl.nasa.gov/infographics/what-is-a-dwarf-planet। আহৰণ কৰা হৈছে: 2022-01-19. 
  12. Piazzi, Giuseppe (1801) (Italian ভাষাত). Risultati delle osservazioni della nuova Stella scoperta il dì 1 gennajo all'Osservatorio Reale di Palermo. প্ৰকাশক Palermo. 

বাহ্যিক সংযোগ

সূৰ্যবুধশুক্ৰচন্দ্ৰপৃথিৱীPhobos and Deimosমঙ্গলCeresThe asteroid beltবৃহস্পতিJupiter's natural satellitesশনিSaturn's natural satellitesইউৰেনাচUranus' natural satellitesNeptune's natural satellitesনেপচুনCharon, Nix, and Hydraপ্লুটোThe Kuiper beltDysnomiaএৰিছThe scattered discওৰ্ট মেঘ
সূৰ্য

সৌৰ গোলক
সৌৰ আৱৰণ
হেলিওপজ
হাইড্ৰজেন দেৱাল
গ্ৰহসমূহ
= প্ৰাকৃতিক উপগ্ৰহ = বলয়সমূহ
বুধ শুক্ৰ পৃথিৱী মঙ্গল
বৃহস্পতি শনি ইউৰেনাচ নেপচুন
বাওনা গ্ৰহসমূহ চেৰেছ প্লুটো এৰিছ
সুক্ষ্ম
সৌৰ
জাগতিক
অৱয়ব
গ্ৰহাণু
(সুক্ষ্ম গ্ৰহ)
গ্ৰহাণু শ্ৰেণী আৰু পৰিবাৰ: ভালকানয়েডসমূহ · পৃথিৱীৰ নিকটৱৰ্তী গ্ৰহাণু · গ্ৰহাণু বেষ্টনী
বৃহস্পতি ট্ৰজানসমূহ · চেন্টাউৰ · নেপচুন ট্ৰজান · গ্ৰহাণু চন্দ্ৰ · উল্কা
আৰু চাওক: গ্ৰহাণুসমূহৰ তালিকা, অৰ্থ আৰু গ্ৰহাণুসমূহৰ নামৰ উচ্চাৰণ.
নেপচুন-
উত্তৰ
কুইপাৰ বেষ্টনীপ্লুটিনো: অৰকাচ · ইক্সিয়ন – কিউৱানো:
ধূমকেতু পৰ্যাবৃত্ত আৰু অপৰ্যাবৃত্ত ধূমকেতুসমূহৰ তালিকা · ডেমোক্লয়েড · ওৰ্ট মেঘ
আৰু চাওক: জ্যোতিৰ্বৈজ্ঞানিক অৱয়ব, সৌৰজগতৰ অৱয়বসমূহৰ তালিকা, যাৰ ভিত্তি হৈছে; ব্যাসাৰ্ধ অথবা ভৰ, আৰু জ্যোতিৰ্বিজ্ঞান
{{bottomLinkPreText}} {{bottomLinkText}}
চেৰেছ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?