For faster navigation, this Iframe is preloading the Wikiwand page for কালপুৰুষ (চলচ্চিত্ৰ).

কালপুৰুষ (চলচ্চিত্ৰ)

কালপুৰুষ

কালপুৰুষৰ পোষ্টাৰ
পৰিচালক বুদ্ধদেৱ দাসগুপ্ত
ৰচনা বুদ্ধদেৱ দাসগুপ্ত
প্ৰযোজক সঞ্জয় ৰাউতৰয়
ঝামু সুগন্ধ[1]
অভিনয়ত মিথুন চক্ৰৱৰ্তী
ৰাহুল বসু
সমীৰা ৰেড্ডী
চিত্ৰগ্ৰহণকাৰী সুদীপ চেতাৰ্জী
সম্পাদনা সঞ্জীৱ দত্ত
সংগীত পৰিচালক বিশ্বদীপ দাসগুপ্ত
মুক্তি
২৪ জুলাই ২০০৫ (2005-07-24) (এছীয় চলচ্চিত্ৰ উৎসৱ, নতুন দিল্লী)
২৫ এপ্ৰিল ২০০৮ (2008-04-25) (ভাৰত)
দেশ ভাৰত
ভাষা বঙালী

কালপুৰুষ (ইংৰাজী: Kaalpurush; ইংৰাজী নাম:Memories in the Mist) বুদ্ধদেৱ দাসগুপ্ত পৰিচালিত আৰু ৰচিত আৰু ২০০৫ চনত নিৰ্মিত বঙালী ভাষাৰ চলচ্চিত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে মিথুন চক্ৰৱৰ্তী আৰু ৰাহুল বসুৱে।

টৰন্টো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ছবিখনৰ ১২০ মিনিটৰ সংস্কৰণটো প্ৰদৰ্শিত হৈছিল। যদিও ছবিখন ২০০৫ চনতে সম্পূৰ্ণ হয়, ভাৰতত মুক্তি পায় ২০০৮ চনতহে।২০০৬ চনত এই ছবিখনে শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে আৰু মিথুনে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰ বাবে মনোনীত হয়।[2][3]

কাহিনীৰ সাৰাংশ

[সম্পাদনা কৰক]

অজানাক জানিবৰ বাবে অশ্বিনীৰ অনন্ত হেঁপাহ। তেওঁ বিচাৰে খোলা আকাশত উৰিবলৈ। কিন্তু পত্নী পুতুল আৰু পুত্ৰ সুমন্তৰ প্ৰতি থকা প্ৰেমে তেওঁক বান্ধি ৰাখে। দ্বিতীয়বাৰৰ বাবে আভা তেওঁৰ জীৱনলৈ অহাৰ পিছত চৌপাশৰ দেৱাল ভেদি বাহিৰলৈ ওলাই যোৱাৰ তাড়না বাঢ়ি যায়। সম্পৰ্কৰ প্ৰতি থকা তেওঁৰ সততা আৰু তেওঁৰ নিজস্ব বিশ্বাসেও জীৱনৰ ক্ৰৰতাৰ পৰা তেওঁক বচাব নোৱাৰিলে। জীৱনৰ চূডা়ন্ত পাকঘূৰণিত তেওঁ নিজকে অকলশৰীয়া ৰূপত আৱিষ্কাৰ কৰে।

এক অনৈতিক বুজাপৰাত সন্মতি নজনোৱা বাবে সুমন্তই তেওঁৰ কাৰ্যালয়ত পদোন্নতি নাপায়। বাহিৰা মানুহৰ দৃষ্টিত তেওঁ এজন অসফল ব্যক্তি ৰূপে পৰিগণিত হয়। তেওঁ কাৰোবাৰ আগত, কোনোবা এজনৰ আগত, বিশেষকৈ দেউতাকৰ আগত নিজৰ ভাৱনাখিনি ব্যক্ত কৰিব বিচাৰে।[3]

অভিনয়শিল্পী

[সম্পাদনা কৰক]
  • মিথুন চক্ৰৱৰ্তী (পিতৃ)
  • ৰাহুল বসু (পুত্ৰ)
  • সমীৰা ৰেড্ডী (সুপ্ৰিয়া)
  • সুদীপ্ত চক্ৰৱৰ্তী
  • লাৱণী সৰকাৰ
  • মীনাক্ষী গোস্বামী
  • শৰমন মুখাৰ্জী (ৰাহুল বসুৰ সৰুকালৰ ভুমিকাত)
  • ২০০৬-৫৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা: শ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ স্বৰ্ণকমল।[3]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Lagaan producer Jhamu Sughand passes away". The Times of India. May 27, 2008. http://timesofindia.indiatimes.com/india/Lagaan-producer-Jhamu-Sughand-passes-away/articleshow/3076751.cms। আহৰণ কৰা হৈছে: 2016-01-02. 
  2. 53rd National Film Awards The Times of India, 7 August 2007.
  3. 3.0 3.1 3.2 "53rd National Film Awards". Directorate of Film Festivals. পৃষ্ঠাসমূহ: 10–11. http://dff.nic.in/2011/53rd_nff_2006.pdf। আহৰণ কৰা হৈছে: 19 March 2012. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
কালপুৰুষ (চলচ্চিত্ৰ)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?