For faster navigation, this Iframe is preloading the Wikiwand page for অৰুণাচল প্ৰদেশৰ জিলাসমূহ.

অৰুণাচল প্ৰদেশৰ জিলাসমূহ

অৰুণাচল প্ৰদেশৰ জিলাসমূহ

অৰুণাচল প্ৰদেশ উত্তৰ-পূব ভাৰতৰ এখন ৰাজ্য। ইয়াৰ ৰাজধানী ইটানগৰ। অৰুণাচল প্ৰদেশক ১৭ খন প্ৰশাসনিক জিলাত বিভক্ত কৰা হৈছে।[1]

১৯৬৫ চনৰ ১ ডিচেম্বৰ তাৰিখে সেইসময়ৰ নেফা (North-East Frontier Agency)-ক পাঁচখন জিলাত ভাগ কৰা হৈছিল। সেইকেইখন আছিল: কামেং জিলা, সোৱণশিৰি জিলা, ছিয়াঙ জিলা, লোহিত জিলা, আৰু টিৰাপ জিলা

১৯৮০ চনৰ ১৩ মে’ত সোৱণশিৰি জিলা দুভগত বিভক্ত হয়: নামনি সোৱণশিৰি জিলা আৰু উজনি সোৱণশিৰি জিলা। সেইসময়ৰ সোৱণশিৰি জিলাৰ দাপৰিজো মহকুমাক লৈ উজনি সোৱণশিৰি জিলা গঠিত হয় আৰু বাকীঅংশৰে গঠন হয় নামনি সোৱণশিৰি জিলা।

১৯৮০ চনৰে ১ জুনত লোহিত জিলাক দুভগত বিভক্ত কৰা হয়: লোহিত জিলা আৰু দিবাং উপত্যকা জিলা। একেদিনাখনেই ছিয়াং জিলাকো দুভাগত ভাগ কৰা হয়: পূব ছিয়াং জিলা আৰু পশ্চিম ছিয়াং জিলা। লগতে কামেং জিলাৰ চেপ্লা আৰু ব’মডিলা মহকুমাক লৈ ক্ৰমে পূব কামেং জিলা আৰু পশ্চিম কামেং জিলাৰ গঠন কৰা হয়।

১৮৮৪ চনৰ ৬ অক্টোবৰত পূব কামেং জিলাৰ পৰা টাৱাং জিলা পৃথক হৈ যায়। ১৯৮৭ চনত সেই সময়ৰ টিৰাপ জিলাক দুভাগত ভাগ কৰি বৰ্তমনৰ টিৰাপ জিলা আৰু চাংলাং জিলাৰ গঠন কৰা হয়। ১৯৯২ চনৰ ২২ চেপ্টেম্বৰত সেইসময়ৰ নামনি সোৱণশিৰি জিলাক পুনৰ দুভাগত ভাগ কৰি নামনি সোৱণশিৰি জিলা আৰু পাপুমপাৰে জিলাৰ গঠন কৰা হয়। ২০০০ চনৰ জুন মাহত নামনি সোৱণশিৰি জিলাৰ পৰা পুনৰ এখন নতুন জিলা কুৰুং কুমেইৰ গঠন কৰা হয়। ২০০১ চনৰ ১৬ ডিচৰম্বৰত দিবাং উপত্যকা জিলাৰ অংশৰ পৰা নামনি দিবাং উপত্যকা জিলাৰ গঠন কৰা হয়। ১৬ ফেব্ৰুৱাৰী ২০০৪ তাৰিখে লোহিত জিলাৰ একাংশৰ পৰা অঞ্জাও জিলাৰ গঠন কৰা হয়।

প্ৰশাসন

[সম্পাদনা কৰক]

জিলাসমূ্হ প্ৰশাসনিক বিষয়া হৈছে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্ত। ৰাজ্যখনৰ বিভিন্ন চৰকাৰী বিভাগে জিলা দণ্ডাধিকাৰী অথবা জিলা উপায়ুক্তক জিলাখন সূচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।

জিলাখনৰ আইন সম্বন্ধীয় বিষয়সমূহ পুলিছ অধীক্ষকে (ইংৰাজী: Superintendent of Police) পৰিচালনা কৰে।

জিলাসমূহ

[সম্পাদনা কৰক]

বৰ্তমান, অৰুণাচল প্ৰদেশ ১৭ খন জিলাৰে গঠিত। এই জিলাসমূহত ৰাজ্যখনৰ বিভিন্ন জনগোষ্ঠীৰ লোকসকলে বাস কৰে। জিলাসমূহ হৈছে[2]:

ক’ড জিলা সদৰ জনসংখ্যা
(২০১১)[3]
মাটিকালি
(বৰ্গ কিমি)
জনঘনত্ব
(প্ৰতি বৰ্গ কিমি)
ৱেবছাইট মানচিত্ৰ
AJ অনজৌ জিলা
(Anjaw)
হাৱাই
Hawai
২১,০৮৯ ৬,১৯০ lohit.nic.in
CH চাংলাং জিলা
(Changlang)
চাংলাং
(ইংৰাজী: Changlang)
১৪৭,৯৫১ ৪,৬৬২ ২৭ changlang.nic.in
EK পূব কামেং জিলা
(ইংৰাজী: East Kameng)
ছেপ্পা
(ইংৰাজী: Seppa)
৭৮,৪১৩ ৪,১৩৪ ১৪ eastkameng.nic.in
ES পূব ছিয়াং জিলা
(ইংৰাজী: East Siang)
পাছিঘাট
(ইংৰাজী: Pasighat)
৯৯,০১৯ ৪,০০৫ ২২ eastsiang.nic.in
EL লোহিত জিলা
(Lohit)
তেজু
(ইংৰাজী: Tezu)
১৪৫,৫৩৮ ২,৪০২ ১৩ lohit.nic.in
লংডিং জিলা
(Longding)

লংডিং
(ইংৰাজী: Longding)
-- -- -- -- --
LB নামনি সোৱণশিৰি জিলা
(ইংৰাজী: Lower Subansiri)
জিৰ’
(ইংৰাজী: Ziro)
৮২,৮৩৯ ৩,৪৬০ ২৪ lowersubansiri.nic.in
PA পাপুমপাৰে জিলা
(ইংৰাজী: Papum Pare)
য়ুপিয়া
(ইংৰাজী: Yupia)
১৭৬,৩৮৫ ২,৮৭৫ ৪২ papumpare.nic.in
TA টাৱাং জিলা
(Tawang)
টাৱাং চহৰ
(ইংৰাজী: Tawang Town)
৪৯,৯৫০ ২,০৮৫ ১৯ tawang.nic.in
TI টিৰাপ জিলা
(Tirap)
খ’নছা
(ইংৰাজী: Khonsa)
১১১,৯৯৭ ২,৩৬২ ৪২ tirap.nic.in
UD নামনি দিবাং উপত্যকা জিলা
(ইংৰাজী: Lower Dibang Valley)
ৰ’য়িং
(ইংৰাজী: Roing)
৫৩,৯৮৬ ৩,৯০০ ১৪ roing.nic.in
US উজনি ছিয়াং জিলা
Upper Siang
য়িংকিয়ং
(ইংৰাজী: Yingkiong)
৩৩,১৪৬ ৬,১৮৮ uppersiang.nic.in
UB উজনি সোৱণশিৰি জিলা
(ইংৰাজী: Upper Subansiri)
দাপ’ৰিজ’
(ইংৰাজী: Daporijo)
৮৩,২০৫ ৭,০৩২ --
WK পশ্চিম কামেং জিলা
(ইংৰাজী: West Kameng)
ব’মডিলা
(ইংৰাজী: Bomdila)
৮৭,০১৩ ৭,৪২২ ১০ westkameng.nic.in
WS পশ্চিম ছিয়াং জিলা
(West Siang)
আলং
(ইংৰাজী: Along)
১১২,২৭২ ৮,৩২৫ ১২ westsiang.nic.in
উজনি দিবাং উপত্যকা জিলা
(ইংৰাজী: Upper Dibang Valley)
আনিনি
(ইংৰাজী: Anini)
৭,৯৪৮ ৯,১২৯ --
কুৰুং কুমেই জিলা
(Kurung Kumey)
ক’ল’ৰিয়াং
(ইংৰাজী: Koloriang)
৮৯,৭১৭ ৮,৮১৮ ১০ --

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Arunachal Pradesh at a glance". Arunachal Pradesh State Govenment. Archived from the original on August 4, 2013. https://web.archive.org/web/20130804193321/http://arunachalpradesh.nic.in/glance.htm। আহৰণ কৰা হৈছে: August 23, 2012. 
  2. "At a glance". Government of Arunachal Pradesh website. Archived from the original on 2013-08-04. https://web.archive.org/web/20130804193321/http://arunachalpradesh.nic.in/glance.htm। আহৰণ কৰা হৈছে: 2012-08-23. 
  3. "Distribution of Population, Decadel Growth Rate, Sex-Ration and Population Density" (XLS). The Registrar General & Census Commissioner, India, New Delhi-110011. 2010 - 2011. http://censusindia.gov.in/2011-prov-results/data_files/arunachal/17_Table%201%20-%20B.xls। আহৰণ কৰা হৈছে: 2012-08-23. 
{{bottomLinkPreText}} {{bottomLinkText}}
অৰুণাচল প্ৰদেশৰ জিলাসমূহ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?