For faster navigation, this Iframe is preloading the Wikiwand page for চেন্নাই.

চেন্নাই

এই ভাৰত সম্পৰ্কীয় চমু প্ৰবন্ধটো বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে প্ৰবন্ধটো বিস্তাৰ কৰি ইয়াৰ মান উন্নত কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব।
চেন্নাই
சென்னை
মাদ্ৰাছ
উপনাম: 
ডেট্ৰৈট অৱ ইণ্ডিয়া (Detroit of India)
দেশ ভাৰত
ৰাজ্য তামিল নাডু
জিলা চেন্নাই, কাঞ্চিপুৰম আৰু তিৰুভেল্লুৰ[upper-alpha 1]
পূৰ্বৰ নাম মাদ্ৰাছ
চৰকাৰ
 • ধৰণ মেয়ৰ–কাউন্সিল
 • পৰিচালনা চেন্নাই কৰ্পৰেশ্যন
 • মেয়ৰ চৈদয় দুৰাইস্বামী[1]
 • ডেপুটি মেয়ৰ পি বেঞ্জামিন
 • কৰ্পোৰেশ্যন কমিশ্যনাৰ ডি কৰ্থেকেয়ন
 • পুলিছ কমিছনাৰ S George[2]
কালি
 • মেট্ৰপলিচ 426.5 km2 (164.5 sq mi)
 • মেট্ৰ’
1,189 km2 (464.45 sq mi)
উচ্চতা
6 m (20 ft)
জনসংখ্যা
 (2011)[3]
 • মেট্ৰপলিচ 50,08,763
 • স্থান ৩য়
 • ঘনত্ব 12,000/km2 (30,000/sq mi)
 • মেট্ৰ’ 86,96,010
 • মেট্ৰ ৰেংক
৩য়
  1. The Chennai metropolitan area also includes the entire Kanchipuram and Tiruvallur districts.

চেন্নাই (তামিল: சென்னை) বা পূৰ্বৰ এই শব্দটোৰ বিষয়ে মাদ্ৰাজ (তামিল: மதறாஸ் মাড্ৰাছ‍) দক্ষিণ ভাৰতৰ তামিল নাডু ৰাজ্যৰ ৰাজধানী তথা ভাৰতৰ চতুৰ্থতম বৃহত্তম মেট্ৰ'পলিটান চহৰ। এইখন বঙ্গোপসাগৰৰ কৰমণ্ডল উপকূলত অৱস্থিত। ৩৬৮ বছৰ পুৰনি এই চহৰৰ জনসংখ্যা আনুমানিক ৬.৯১ মিলিয়ন (২০০৬)[5]; জনসংখ্যাৰ দিশৰ পৰা এইখন পৃথিৱীৰ ৩৬তম বৃহত্তম মেট্ৰোপলিটান চহৰ।

চেন্নাই এখন শিল্প আৰু বাণিজ্যৰ এটা ডাঙৰ কেন্দ্ৰ আৰু সাংস্কৃতিক ঐতিহ্য আৰু মন্দিৰ স্থাপত্যৰ বাবে বিখ্যাত। চেন্নাই ভাৰতৰ মটৰগাড়ী উদ্যোগৰ ৰাজধানী। ইয়াত ভাৰতৰ মটৰ গাড়ী উদ্যোগৰ প্ৰায় ৪০% কোম্পানী আছে। ভাৰতত উৎপাদিত গাড়ীৰ এটা প্ৰধান অংশ ইয়াত তৈয়াৰ কৰা হয়। চেন্নাইক দক্ষিণ এছিয়াৰ "ডেট্ৰয়েট" হিচাপেও উল্লেখ কৰা হয়।[6]

চেন্নাইৰ পুৰনা নাম মাদ্ৰাজ আছিল য’ৰ উৎপত্তি মাদ্ৰাজপত্তনম শব্দৰ পৰা হৈছিল। ১৬৩৯ চনত ব্ৰিটিশ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এটা স্থায়ী উপনিবেশ স্থাপনৰ বাবে মাদ্ৰাজপত্তনমক নিৰ্বাচন কৰে। চেন্নাপত্তনম নামে এখন গাওঁ দক্ষিণত অৱস্থিত আছিল। পৰৱৰ্তীসময়ত এই দুই চহৰ একত্ৰিত কৰা হয় আৰু ব্ৰিটিছসকলৰ পছন্দ অনুসৰি মাদ্ৰাজ নামে পৰিচিত হয়। তথাপিও স্থানীয় কিছুলোকে চহৰখনক চেন্নাপত্তনম বা চেন্নাপুৰি হিচাপে উল্লেখ কৰিছিল।

১৯৯৬ চনৰ আগষ্ট মাহত এই চহৰৰ নাম মাদ্ৰাজৰ পৰা পৰিবৰ্তন কৰি চেন্নাই কৰা হয়,[7]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Who's Who". About Corporation of Chennai. Corporation of Chennai. Archived from the original on 2019-01-07. https://web.archive.org/web/20190107001608/http://www.chennaicorporation.gov.in/about-chennai-corporation/PublicCMSPages.do?do=listWhoswho। আহৰণ কৰা হৈছে: 2012-12-28. 
  2. "Commissioner of Police". Government of Tamil Nadu. http://www.thehindu.com/news/cities/chennai/article3915661.ece। আহৰণ কৰা হৈছে: 2012-12-28. 
  3. "Cities with population of 1 Lakh and Above". censusindia.gov.in. http://censusindia.gov.in/2011-prov-results/paper2/data_files/India2/Table_2_PR_Cities_1Lakh_and_Above.pdf। আহৰণ কৰা হৈছে: 30 January 2014. 
  4. "INDIA STATS : Million plus cities in India as per Census 2011". National Informatics CentrePress Information Bureau, Mumbai. http://pibmumbai.gov.in/scripts/detail.asp?releaseId=E2011IS3। আহৰণ কৰা হৈছে: 20 August 2015. 
  5. http://archive.is/20121209042925/http://www.world-gazetteer.com/wg.php?x=&men=gpro&lng=en&dat=32&geo=-104&srt=pnan&col=aohdq&pt=a&va=&geo=-1048954
  6. "Chennai has the 'potential' to become Detroit of South Asia". দ্য হিন্দু. http://www.hindu.com/2005/07/18/stories/2005071803510600.htm। আহৰণ কৰা হৈছে: ২০০৫. 
  7. "আৰ্কাইভ কপি". Archived from the original on 2005-08-28. https://web.archive.org/web/20050828090112/http://www.shashitharoor.com/articles/iht/name-game.php। আহৰণ কৰা হৈছে: 2013-03-10. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
চেন্নাই
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?