For faster navigation, this Iframe is preloading the Wikiwand page for এম জি ৰামচন্দ্ৰন.

এম জি ৰামচন্দ্ৰন

অনুগ্ৰহ কৰি এই প্ৰবন্ধটো বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে। আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব। অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক। উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত ((Reimprove)) বা ((Verify)) বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্‍সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্‍সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ।
এম. জি. ৰামচন্দ্ৰন
জন্ম মাৰুধুৰ গোপালান ৰামচন্দ্ৰন
১৭ জানুৱাৰী, ১৯১৭
পেৰুমথান্নিত, ত্ৰিবান্দ্ৰম, কেৰালা
মৃত্যু ২৪ ডিচেম্বৰ, ১৯৮৭ (৭০ বছৰ)
চেন্নাই, তামিলনাডু
অন্য নাম M. G. R., Puratchi Thalaivar, Makkal Thilagam
পেচা অভিনেতা, ৰাজনীতিবিদ, চলচ্চিত্ৰ প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৩৫-১৯৮৪ (অভিনেতা)
১৯৫৩-১৯৮৭ (ৰাজনীতিবিদ)
ধৰ্ম হিন্দু ধৰ্ম
দাম্পত্যসঙ্গী Thangamani (deceased)
Sathanandavathi (deceased)
V. N. Janaki (died in 1996)
আত্মীয়-স্বজন M.G.Chakrapani (Brother)
বঁটা, সন্মান, পুৰস্কাৰ আদি ভাৰত ৰত্ন (১৯৮৮)

এম. জি. ৰামচন্দ্ৰন (ইংৰাজী: M. G. Ramachandran; ১৯০৪-১৯৮৭) অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ। তেওঁ জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰবক্ত আছিল আৰু সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদকৰ দায়িত্বত আছিল। হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক আছিল। তেওঁ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল।[1]

জন্ম আৰু পৰিয়াল

[সম্পাদনা কৰক]

এম. জি. ৰামচন্দ্ৰনৰ জন্ম হয় ১৯০৪ চনৰ ৮ অক্টোৱৰ তাৰিখে, কেৰালাৰ ত্ৰিবান্দ্ৰমৰ পেৰুমথান্নিত। তেওঁৰ পিতাকৰ নাম আছিল কে. গোবিন্দ পিল্লাই আৰু মাকৰ নাম আছিল মাধৱী থানকাচি।[1]

শিক্ষা জীৱন

[সম্পাদনা কৰক]

এম. জি. ৰামচন্দ্ৰনয়ে বিশ্ব ভাৰতী শান্তি নিকেতনৰ পৰা উচ্চ শিক্ষা লাভ কৰি, দেশ সেৱাত ব্ৰতী হয়। তেওঁ স্বামী বিবেকান্দ, মহাত্মা গান্ধী আৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰা ৰাজনৈতিক-সামাজিক জ্ঞানৰ শিক্ষা গ্ৰহণ কৰে। তেওঁ এটা বছৰ সবৰমতী আশ্ৰমত মহাত্মা গান্ধীৰ লগত কটাইছিল। সবৰমতীত থকা পিছৰ পৰাই তেওঁৰ সামাজিক জীৱন-যাত্ৰা আৰম্ভ হোৱা হয়।[1]

কৰ্মজীৱন

[সম্পাদনা কৰক]

এম. জি. ৰামচন্দ্ৰন জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ত কিছুদিন প্ৰবক্তা হৈ থকাৰ পাছত সেৱাগ্ৰামত হিন্দুস্তান তামিল সংঘৰ যুটীয়া সম্পাদক নিযুক্ত হয়। কেইবাবছৰৰ কাৰণে তেওঁ সৰ্বভাৰতীয় স্পিনাৰ্চ এচোছিয়েশ্যনৰ লগতো জড়িত হৈ আছিল। তেওঁ খাদী আন্দোলনৰো এগৰাকী গুৰি ধৰোঁতা আছিল। মহাত্মাই সংগঠন কৰা হৰিজন সেৱক সংঘৰ মাদ্ৰাজ আৰু কেৰালা ৰাজ্যৰ ৰামচন্দ্ৰন সম্পাদক নিযুক্ত হৈছিল। জাতি ভেদ আৰু অস্পৃশ্যতা বৰ্জনৰ বাবে তেওঁ যথেষ্ট ত্যাগ স্বীকাৰ কৰিছিল। কিছুদিন তেওঁ সৰ্বভাৰতীয় গ্ৰাম্য শিল্পকৰণ এচোছিয়েশ্যনৰ সাধাৰণ সম্পাদক আছিল আৰু তেওঁ এগৰাকী গান্ধী স্মাৰক-নিধিৰ নিষ্ঠাবান কৰ্মী আছিল। তদুপৰি তেওঁ আন আন সংগঠনৰ লগতো জড়িত হৈ দেশ সেৱা আগবঢ়াইছিল। ১৯৬২ চনত তেওঁ বিশ্ব শান্তি সন্মিলনত অংশ গ্ৰহণ কৰিছিল। ১৯২১ চন, ১৯৩০ চন, ১৯৪২ চনকে ধৰি ভাৰত স্বাধীনতা সংগ্ৰামৰ প্ৰতিটো আন্দোলনতে তেওঁ সক্ৰিয় ভূমিকা পালন কৰিছিল। এনেকৈ আন্দোলনত অংশ লোৱা বাবে তেওঁ কেইবাবাৰো জেল জীৱন কটাবলগীয়া হৈছিল। জেলৰ পৰা ওলাই ১৯৪৪-৪৫ চনত তেওঁ ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক নিযুক্ত হৈছিল। ১৯৪৭ চনত তেওঁ ত্ৰিবান্দ্ৰম বিধান সভা সমষ্টিৰ পৰা সদস্য নিৰ্বাচিত হয়। ১৯৬৪ চনত তেওঁ ৰাজ্যসভাৰ সদস্য নিৰ্বাচিত হয়।[1]

এম. জি. ৰামচন্দ্ৰনৰ ১৯৮৭ চনত পৰলোকপ্ৰাপ্তি ঘটে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 সমীন কলিতা. ভাৰত ৰত্ন. অজয় কুমাৰ দত্ত, ষ্টুডেণ্টচ্ ষ্ট'ৰচ্. পৃষ্ঠা. ৭৯,৮০. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
এম জি ৰামচন্দ্ৰন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?