For faster navigation, this Iframe is preloading the Wikiwand page for লাভলি প্ৰফেচনেল ইউনিভাৰচিটি.

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি

এই প্ৰবন্ধত উপযুক্ত তথ্যতকৈ বিষয়টোত বিজ্ঞাপন যেন লগা পাঠ্য থকা যেন হে দেখা গৈছে। অনুগ্ৰহ কৰি এনে অসমৰ্থিত ভাষ্য পৰিহাৰ কৰক।
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি

লাভলি প্ৰফেচনেল ইউনিভাৰচিটিৰ মুখ্যদ্বাৰ
আচাৰ্য অশোক কে মিট্টাল
উপাচাৰ্য ৰমেশ কানৱাৰ
স্থান ফাগৱাৰা, জলন্ধৰ, পঞ্জাব, ভাৰত
চৌহদ 600+ acres
ভুক্তি UGC
ৱেবছাইট lpu.in

লাভলি প্ৰফেচনেল ইউনিভাৰচিটি (ইংৰাজী: Lovely professional university) এখন বেচৰকাৰি আৰু অৰ্ধ আবাসিক বিশ্ববিদ্যালয়। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ভাৰতৰ ভিতৰত এটি চৌহদত সৰ্বোচ্চ ছাত্ৰ-ছাত্ৰী থকা বেচৰকাৰি বিশ্ববিদ্যালয়। ইয়াৰ বৰ্তমান মাটি ১০০০ একৰ। ইয়াত ২৬খন ৰাজ্য আৰু ১৬খন দেশৰ মুঠ ২৫০০০+ ছাত্ৰ-ছাত্ৰী আছে। বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আইনৰ ২(এফ) ১৯৫৬ৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত। ইয়াত ল'ৰা আৰু ছোৱালীৰ ববে পৃথক আবাসনৰ ব্যাৱস্থা আছে। এচি আৰু ন'ন এচিৰ ও ব্যাৱস্থা আছে। লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে ডক্টৰেট, স্নাতকোত্তৰ, স্নাতক আৰু ডিপ্ল'মা প্ৰ'গ্ৰামৰে নতুন নতুন প্ৰযুক্তিবিদ্যাৰে শিক্ষা দিয়ে। লাভলি প্ৰফেচনেল বিশ্ববিদ্যালয়য়ে twinning প্ৰ'গ্ৰাম আৰু আন্তৰ্জাতিক এক্সপ'জাৰ প্ৰ'গ্ৰামৰ বাবে কেবাখনো বিদেশী বিশ্ববিদ্যালয়ৰ লগত সন্নিবদ্ধ হৈছে।

CSR-GHRDCৰ ২০১১চনৰ চাৰ্ভে[1] অনুসৰি লাভলি ফেকাল্টি অফ টেকন'লজিৰ ক্ৰম ২৯তম। ভাৰত চৰকাৰৰ কমিউনিকেচন আৰু আই.টি বিভাগৰ পৰা শ্ৰেষ্ঠ সন্মান লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে লাভ কৰিছে। ভাৰতৰ শ্ৰেষ্ঠ বিশ্ববিদ্যালয় মেনেজমেণ্টৰ পুৰস্কাৰ লাভলি প্ৰফেচনেল ইউনিভাৰচিটিয়ে লাভ কৰিছে।

ট্ৰাম চলোৱাৰ পৰিকল্পনা

[সম্পাদনা কৰক]

বৈদ্যুৎ চালিত ট্ৰাম অতি সোনকালে বিশ্ববিদ্যালয়ৰ চৌহদত চলিব। বিশ্ববিদ্যালয়য়ে ইতিমধ্যে পঞ্জাব চৰকাৰৰ পৰা সেউজ সংকেত পাইছে, আৰু ই ভাৰতৰ কলিকতাৰ পিছত দ্বিতীয় ঠাই যত এই eco-friendly সেৱা আছে। ইয়াৰ আচাৰ্য অশোক কে মিট্টালে জনোৱা অনুসৰি কলিকতাৰ CTCৰ লগত আলোচনা কৰিছে আৰু ২০১৪ চনৰ ভিতৰত এই ট্ৰাম বিশ্ববিদ্যালয়ৰ চৌহদত চলিব। লগতে তেখতে জনায় যে বিশ্ববিদ্যালয়ৰ বিশাল বিদ্যায়তনত ছাত্ৰ-ছাত্ৰী আৰু কৰ্মচাৰীৰ যোগাযোগৰ ব্যাৱস্থা ভাল কৰিবলৈ এই পৰিকল্পনা হাতত লোৱা হৈছে।

শ্বপিং মল

[সম্পাদনা কৰক]

বিশ্ববিদ্যালয়ৰ বিদ্যায়তনৰ ভিতৰত এখন শ্বপিং মল মুকলি কৰিছে। ইয়াত খাদ্য, ব্ৰেণ্ডেত আইটেম, সাজ-পোচাক, লাইফষ্টাইল নিহত, ইলেকট্ৰনিক গেজেট (মোবাইল, কম্পিউটাৰ, লেপটপ, ইত্যাদি), Opticals, ফটো ষ্টুডিও, ক্ৰীড়াসামগ্ৰী, সঙ্গীত আৰু বিনোদন, সৌন্দৰ্য পাৰ্লাৰ সংক্ৰান্ত, চেলুন, সৰ্বাধুনিক ফেশনৰ ব্ৰেণ্ডেত দোকান আদি আছে।

স্বীকৃতি আৰু অনুমোদন

[সম্পাদনা কৰক]

তলত দিয়া স্বীকৃতি আৰু অনুমোদন লাভলি প্ৰফেচনেল ইউনিভাৰচিটিৰ আছে:

  • বিশ্ববিদ্যালয় অনুদান আয়োগ
  • ভাৰতীয় বিশ্ববিদ্যালয় সংস্থা
  • দূৰবৰ্তী শিক্ষা কাউন্সিল
  • শিক্ষকৰ শিক্ষাৰ জাতীয় কাউন্সিল
  • ভাৰতীয় ঔষধালয় কাউন্সিল
  • ভাৰতীয় ফিজিওথেৰাপিষ্ট সথহা
  • স্থাপত্য কাউন্সিল
  • ভাৰতীয় বাৰ কাউন্সিল
  • অভিযান্ত্ৰিক প্ৰতিষ্ঠান

দূৰৱৰ্তী শিক্ষা

[সম্পাদনা কৰক]

এল.পি.ইউ য়ে সমগ্ৰ ভাৰতত দূৰবৰ্তী শিক্ষা প্ৰৱৰ্তন কৰিছে যিটো এল.পি.ইউ ৰ পৰিচালকবৰ্গই পৰিচালনা কৰে। এল.পি.ইউ ৰ দূৰবৰ্তী শিক্ষা দূৰবৰ্তী শিক্ষা কাউন্সিলৰ স্বীকৃতি প্ৰাপ্ত।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
লাভলি প্ৰফেচনেল ইউনিভাৰচিটি
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?