For faster navigation, this Iframe is preloading the Wikiwand page for ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা.

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ঃ সচিৱালয় ভৱনৰ দক্ষিণ ব্লক

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধানমন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰীৰ বাব পাইছে। ইয়াৰে আটাইতকৈ বেছি দিন দায়িত্বত থকা প্ৰধানমন্ত্ৰীগৰাকী হ'ল জৱাহৰলাল নেহৰু। তেখেতে ১৬ বছৰ ৯ মাহ প্ৰধানমন্ত্ৰীৰ পদত আছিল। আটাইতকৈ কম দিন প্ৰধানমন্ত্ৰী হোৱা ব্যক্তিগৰাকী হ'ল গুলজাৰিলাল নন্দা। তেখেত দুটা কাৰ্যকালত এমাহতকৈয়ো কম দিনৰ বাবে দায়িত্বত আছিল। জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ পাছত তেখেতে কেইটামান কেইটামান দিনৰ বাবে প্ৰধান মন্ত্ৰিত্ব লাভ কৰিছিল। তেখেত প্ৰকৃততে পূৰ্ণ পৰ্যায়ৰ নে তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী আছিল, সেইটো লৈ বিতৰ্ক হয় যদিও ভাৰতীয় সংবিধানত তত্ত্বাৱধায়ক প্ৰধানমন্ত্ৰী বুলি কোনো ব্যৱস্থা নাই।


ক্ৰমিক
নং
লোকসভাৰ ক্ৰম ছবি প্ৰধানমন্ত্ৰীৰ নাম জন্ম-মৃত্যু সমষ্টি কাৰ্যকাল ৰাজনৈতিক দল
১৯৫২
(প্ৰথম লোকসভা)
জৱাহৰলাল নেহৰু[1] জঃ ১৪ নৱেম্বৰ, ১৮৮৯
মৃঃ ২৭ মে, ১৯৬৪
ফুলপুৰ ১৫ আগষ্ট, ১৯৪৭ৰ পৰা
২৭ মে, ১৯৬৪ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭
(দ্বিতীয় লোকসভা)
জৱাহৰলাল নেহৰু ফুলপুৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
(তৃতীয় লোকসভা)
জৱাহৰলাল নেহৰু ফুলপুৰ ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
(তৃতীয় লোকসভা)
গুলজাৰিলাল নন্দা[2][3] জঃ ৪ জুলাই, ১৮৯৮
মৃঃ ১৫ জানুৱাৰী, ১৯৯৮
সবৰকান্থ ২৭ মে, ১৯৬৪ৰ পৰা
৯ জুন, ১৯৬৪ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
(তৃতীয় লোকসভা)
লাল বাহাদুৰ শাস্ত্ৰী[4][5] জঃ ২ অক্টোৱৰ, ১৯০৪
মৃঃ ১১ জানুৱাৰী, ১৯৬৬
এলাহাবাদ ৯ জুন, ১৯৬৪ৰ পৰা
১১ জানুৱাৰী, ১৯৬৬ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
(তৃতীয় লোকসভা)
গুলজাৰিলাল নন্দা সবৰকান্থ ১১ জানুৱাৰী, ১৯৬৬ৰ পৰা
২৮ জানুৱাৰী, ১৯৬৬ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২
(তৃতীয় লোকসভা)
ইন্দিৰা গান্ধী জঃ ১৯ নৱেম্বৰ, ১৯১৭
মৃঃ ৩১ অক্টোৱৰ ১৯৮৪
ৰাই বেৰেলী ২৮ জানুৱাৰী, ১৯৬৬ৰ পৰা
২৪ মাৰ্চ, ১৯৭৭লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭
(চতুৰ্থ লোকসভা)
ইন্দিৰা গান্ধী ৰাই বেৰেলী ভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১
(পঞ্চম লোকসভা)
ইন্দিৰা গান্ধী ৰাই বেৰেলী ভাৰতীয় জাতীয় কংগ্ৰেছ
১০ ১৯৭৭
(ষষ্ঠ লোকসভা)
মোৰাৰজী দেশাই জঃ ২৯ ফেব্ৰুৱাৰী, ১৮৯৬
মৃঃ ১০ এপ্ৰিল, ১৯৯৬
সুৰাট ২৪ মাৰ্চ, ১৯৭৭ৰ পৰা
২৮ জুলাই, ১৯৭৯ লৈ
জনতা দল
১১ ১৯৭৭
(ষষ্ঠ লোকসভা)
চৌধুৰী চৰণ সিং জঃ ২০ ডিচেম্বৰ, ১৯০২
মৃঃ ২৯ মে, ১৯৮৭
বাগপত ২৮ জুলাই, ১৯৭৯ৰ পৰা
১৪ জানুৱাৰী, ১৯৮০ লৈ
জনতা দল (চেকুলাৰ)
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সমৰ্থনত
১২ ১৯৮০
(সপ্তম লোকসভা)
ইন্দিৰা গান্ধী ৰাই বেৰেলী ১৪ জানুৱাৰী, ১৯৮০ৰ পৰা
৩১ অক্টোবৰ, ১৯৮৪ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ (ইন্দিৰা)
১৩ ১৯৮৪
(অষ্টম লোকসভা)
ৰাজীৱ গান্ধী জঃ ২০ আগষ্ট, ১৯৪৪
মৃঃ ২১ মে, ১৯৯১
আমেথী ৩১ অক্টোৱৰ, ১৯৮৪ৰ পৰা
২ ডিচেম্বৰ, ১৯৮৯ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৪ ১৯৮৯
(নৱম লোকসভা)
ভি পি সিং জঃ ২০ জুন, ১৯৩১
মৃঃ ২৭ নৱেম্বৰ ২০০৮
ফটেহপুৰ ২ ডিচেম্বৰ, ১৯৮৯ৰ পৰা
১০ নৱেম্বৰ, ১৯৯০ লৈ
জনতা দল
জাতীয় মৰ্চা
১৫ ১৯৮৯
(নৱম লোকসভা)
চন্দ্ৰ শেখৰ জঃ ১ জুলাই, ১৯২৭
মৃঃ ৮ জুলাই, ২০০৭
বালিয়া ১০ নৱেম্বৰ, ১৯৯০ৰ পৰা
২১ জুন, ১৯৯১ লৈ
সমাজবাদী জনতা পাৰ্টি
ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থনত
১৬ ১৯৯১
(দশম লোকসভা)
পি ভি নৰসিংহ ৰাও জঃ ২৮ জুলাই, ১৯২১
মৃঃ ২৩ ডিচেম্বৰ ২০০৪
নন্দীয়াল ২১ জুন, ১৯৯১ৰ পৰা
১৬ মে, ১৯৯৬ লৈ
ভাৰতীয় জাতীয় কংগ্ৰেছ
১৭ ১৯৯৬
(একাদশ লোকসভা)
অটল বিহাৰী বাজপায়ী জঃ ২৫ ডিচেম্বৰ, ১৯২৪ লক্ষ্ণৌ ১৬ মে, ১৯৯৬ৰ পৰা
১ জুন, ১৯৯৬ লৈ
ভাৰতীয় জনতা পাৰ্টি
১৮ ১৯৯৬
(একাদশ লোকসভা)
এইচ ডি দেৱেগৌড়া জঃ ১৮ মে, ১৯৩৩ ৰাজ্যসভাৰ সংসদ
(কৰ্ণাটক)[6]
১ জুন, ১৯৯৬ৰ পৰা
২১ এপ্ৰিল, ১৯৯৭ লৈ
জনতা দল
সংযুক্ত মৰ্চা
১৯ ১৯৯৬
(একাদশ লোকসভা)
ইন্দৰ কুমাৰ গুজৰাল জঃ ৪ ডিচেম্বৰ, ১৯১৯ ৰাজ্যসভাৰ সংসদ
(বিহাৰ)
২১ এপ্ৰিল, ১৯৯৭ৰ পৰা
১৯ মাৰ্চ, ১৯৯৮ লৈ
জনতা দল
সংযুক্ত মৰ্চা
২০ ১৯৯৮
(দ্বাদশ লোকসভা)
অটল বিহাৰী বাজপায়ী লক্ষ্ণৌ ১৯ মাৰ্চ, ১৯৯৮ৰ পৰা
২২ মে, ২০০৪ লৈ
ভাৰতীয় জনতা দল
২১ ১৯৯৯
(ত্ৰয়োদশ লোকসভা)
অটল বিহাৰী বাজপায়ী লক্ষ্ণৌ ভাৰতীয় জনতা দল নেতৃত্বাধীন
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা
২২ ২০০৪
(চতুৰ্দশ লোকসভা)
মনমোহন সিং জঃ ২৬ চেপ্তম্বৰ, ১৯৩২ ৰাজ্যসভাৰ সাংসদ
(অসম)
২২ মে, ২০০৪ৰ পৰা
১৬ মে, ২০১৪
ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন
সংযুক্ত প্ৰগতিশীল মৰ্চা
২৩ ২০০৯
(পঞ্চদশ লোকসভা)
মনমোহন সিং ৰাজ্যসভাৰ সাংসদ
(অসম)
ভাৰতীয় জাতীয় কংগ্ৰেছ নেতৃত্বাধীন
সংযুক্ত প্ৰগতিশীল মৰ্চা
২8 ২৬ মে, ২০১৪
(ষোড়শ লোকসভা)
নৰেন্দ্ৰ মোদী জঃ ১৭ ছেপ্টেম্বৰ, ১৯৫০ লোকসভাৰ সাংসদ
(বাৰাণসী)[7]
১৬ মে, ২০১৪ ৰ পৰা বৰ্তমানলৈ ভাৰতীয় জনতা দল নেতৃত্বাধীন
ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?