For faster navigation, this Iframe is preloading the Wikiwand page for আৰাধনা (১৯৬৯ চলচ্চিত্ৰ).

আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)

আৰাধনা
পৰিচালক শক্তি সামন্ত
ৰচনা শচীন ভৌমিৰ
আনন্দ বক্সী (গীতিকাৰ)
প্ৰযোজক শক্তি সামন্ত
অভিনয়ত শৰ্মিলা ঠাকুৰ
ৰাজেশ খান্না
সুজিত কুমাৰ
ফৰিদা জালাল
অভি ভট্টাচাৰ্য
অশোক কুমাৰ
চিত্ৰগ্ৰহণকাৰী আলোক দাশগুপ্তা
সম্পাদনা চাহিল বুধিৰাজা
সংগীত পৰিচালক শচীন দেৱ বৰ্মন
ৰাহুল দেৱ বৰ্মন
পৰিবেশক শক্তি ফিল্ম্‌ছ
মুক্তি
২৭ ছেপ্টেম্বৰ ১৯৬৯ (1969-09-27)
দৈৰ্ঘ্য
১৬৯ মিনিট
দেশ ভাৰত
ভাষা হিন্দী
সৰ্বমুঠ আয় est. 17.85 কৌটি[টোকা 4]

আৰাধনা (ইংৰাজী: Aradhana) ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত এখন হিন্দী ভাষী ৰোমাণ্টিক ড্ৰামা চলচ্চিত্ৰ। শক্তি সামন্তৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে শৰ্মিলা ঠাকুৰ আৰু ৰাজেশ খান্না‌ই। ১৭ সংখ্যক ফিল্মফেয়াৰ এৱাৰ্ডছত চলচ্চিত্ৰখনে শ্ৰেষ্ঠ চলচ্চিত্ৰৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে। ইয়াৰোপৰি শৰ্মিলা ঠাকুৰে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হয়।[6] মূলতঃ হিন্দী ভাষাত মুক্তি লাভ কৰা[7] আৰু বঙালী ভাষালৈ ডাব কৰা আৰাধনাৰ বৃহৎ সফলতাৰ ফলত তামিল[8] আৰু তেলেগু ভাষাত[9] চলচ্চিত্ৰখন পুনৰ্নিমাণ কৰা হয়। ১৯৬৯ চনৰ পৰা ১৯৭১ চনৰ ভিতৰত ৰাজেশ খান্নাৰ একেৰাহে বৃহৎ সাফল্য লাভ কৰা ১৭ খন চলচ্চিত্ৰৰ ভিতৰত আৰাধনাও এখন। আৰাধনা ভাৰতৰ বাহিৰে ছোভিয়েট ইউনিয়নটো ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছে।[10] চলচ্চিত্ৰখনৰ বিষয়বস্তু ১৯৪৬ চনৰ To Each His Own চলচ্চিত্ৰখনৰ ওপৰত আধাৰিত আছিল।[11]

অভিনয় শিল্পী

[সম্পাদনা কৰক]
  • শৰ্মিলা ঠাকুৰ (বন্দনা বৰ্মা / বন্দনা ত্ৰিপাঠী)
  • ৰাজেশ খান্না (ফ্লাইট লেফটেনেণ্ট অৰুণ বৰ্মা / সূৰজ কুমাৰ বৰ্মা / সূৰজ কুমাৰ ছাক্সেনা) (দ্বৈত চৰিত্ৰ)
  • সুজিত কুমাৰ (এয়াৰ কমোদৰ মদন বৰ্মা)
  • অশোক কুমাৰ (এয়াৰ কমোদৰ গাঙ্গুলী)
  • পাহাৰী সন্যাল (গোপাল ত্ৰিপাঠী)
  • অনিতা গুহ (মিচেছ প্ৰসাদ ছাক্সেনা)
  • অভী ভট্টাচাৰ্য্য (ৰাম প্ৰসাদ ছাক্সেনা)
  • মনমোহন (শ্যাম)
  • মদন পুৰী (জেইলৰ)
  • অসিত সেন (টিকাৰাম)
  • ফৰিদা জালাল (ৰেণু বৰ্মা)
  • সুভাষ ঘাই (ফ্লাইট লেফটেনেণ্ট প্ৰকাশ)
  • কৃষ্ণকান্ত (মিষ্টাৰ বৰ্মা)
নং শিৰোনামকণ্ঠশিল্পী দৈৰ্ঘ্য
1. "মেৰে চপনো কী ৰাণী"  কিশোৰ কুমাৰ ৫:০০
2. "কোৰা কাগজ থা য়ে মন মেৰা"  কিশোৰ কুমাৰ, লতা মংগেশকাৰ ৫:৩৮
3. "গুণ গুণা ৰহে হে ভাৱৰে"  মহম্মদ ৰফী, আশা ভোছলে ৩:৫৩
4. "ৰূপ তেৰা মস্তানা"  কিশোৰ কুমাৰ ৩:৪৫
5. "সফল হোগী তেৰী আৰাধনা"  এছ ডি বৰ্মণ ৫:৪৫
6. "চন্দা হে তু মেৰা সূৰজ হে তু"  লতা মংগেশকাৰ ৪:০২
7. "বাঘো মে বাহাৰ হে"  লতা মংগেশকাৰ, মহম্মদ ৰফী ৩:৫২
মুঠ দৈৰ্ঘ্য:
৩১:৫৫


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Box Office 1969". Box Office India. 14 October 2013. Archived from the original on 14 October 2013. https://web.archive.org/web/20131014065501/http://www.boxofficeindia.com/showProd.php?itemCat=175&catName=MTk2OQ==। আহৰণ কৰা হৈছে: 18 August 2021. 
  2. 2.0 2.1 Sergey Kudryavtsev (3 August 2008). "Зарубежные популярные фильмы в советском кинопрокате (Индия)". http://kinanet.livejournal.com/1469857.html। আহৰণ কৰা হৈছে: 16 December 2017. 
  3. Moscow Prime Time: How the Soviet Union Built the Media Empire that Lost the Cultural Cold War, page 48 Archived 10 May 2018 at the Wayback Machine, Cornell University Press, 2011
  4. "Archive". Central Bank of Russia. 1992. http://cbr.ru/currency_base/OldDataFiles/USD.xls। আহৰণ কৰা হৈছে: 16 December 2017. 
  5. "Pacific Exchange Rate Service". University of British ColumbiaUBC Sauder School of Business. পৃষ্ঠা: 3. Archived from the original on 24 January 2019. https://web.archive.org/web/20190124061916/http://fx.sauder.ubc.ca/etc/USDpages.pdf#page=3। আহৰণ কৰা হৈছে: 21 November 2017. 
  6. "rediff.com: Dial D for Darjeeling". Specials.rediff.com. http://specials.rediff.com/movies/2008/jun/19slide2.htm। আহৰণ কৰা হৈছে: 14 January 2012. 
  7. Aradhana. 0:19. 1969. 
  8. "Why not in Tamil?". Sunday Times. 22 February 1998. http://www.sundaytimes.lk/980222/mirror2.html। আহৰণ কৰা হৈছে: 12 May 2017. 
  9. "Birthday Special: Remembering Rajesh Khanna's top five films". Jagran Post. 29 December 2014. http://post.jagran.com/birthday-special-remembering-rajesh-khannas-top-five-films-1419847963। আহৰণ কৰা হৈছে: 2018-10-01. 
  10. "Archived copy". Archived from the original on 13 April 2018. https://web.archive.org/web/20180413124749/https://www.cinestaan.com/articles/2018/apr/12/12464/remembering-master-screenwriter-sachin-bhowmick-ndash-death-anniversary-special। আহৰণ কৰা হৈছে: 12 April 2018. 
  11. "Aradhana (1969) & To Each His Own (1946)". bobbytalkscinema.com. http://bobbytalkscinema.com/recentpost.php?postid=postid070409095932। আহৰণ কৰা হৈছে: 14 February 2016. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল

{{bottomLinkPreText}} {{bottomLinkText}}
আৰাধনা (১৯৬৯ চলচ্চিত্ৰ)
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?