For faster navigation, this Iframe is preloading the Wikiwand page for ৱিকিপিডিয়া:পদক.

ৱিকিপিডিয়া:পদক

এই পৃষ্ঠাত ৱিকিপিডিয়ানসকলে এজনে-আনজনক বিভিন্ন উপলক্ষত দিব পৰা পদকসমূহ তালিকা আছে।

সততে ব্যৱহাৰ হোৱা পদকসমূহ

[সম্পাদনা কৰক]
চিত্ৰ কি লিখিব পদকৰ বিৱৰণ কেনেকৈ দেখা যাব
এই মাহৰ ৱিকিমিডিয়ান
এই মাহৰ ৱিকিমিডিয়ান
((এই মাহৰ ৱিকিমিডিয়ান)) এই মাহৰ ৱিকিমিডিয়ানএই মাহৰ ৱিকিমিডিয়ান

অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি সদস্য এজনক এই পদক দিয়া হয়।

এই মাহৰ ৱিকিমিডিয়ান
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে যোৱা মাহত অসমীয়া ৱিকিমিডিয়াৰ সদস্যসকলে কৰা সম্পাদনাৰ সংখ্যা আৰু সেইবোৰৰ গুৰুত্বৰ ওপৰত ভিত্তি কৰি আপোনাক “এই মাহৰ ৱিকিমিডিয়ান” সন্মানেৰে বিভূষিত কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে-

অসমীয়া ৱিকিমিডিয়া সমাজ


অক্লান্ত কৰ্মী
অক্লান্ত কৰ্মী
((অক্লান্ত কৰ্মী)) অক্লান্ত কৰ্মীঅক্লান্ত কৰ্মী

অসমীয়া ৱিকিপিডিয়ালৈ নিৰন্তৰভাৱে বৰঙণি আগবঢ়াই অহা সদস্য এজনক এই পদক দিয়া হয়।

অক্লান্ত কৰ্মী পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত আপোনাৰ মূল্যবান অৱদানৰ বাবে ৱিকিমিডিয়া সমাজৰ হৈ আপোনাক কৃতজ্ঞতা জনালোঁ। আশাকৰোঁ আপুনি আগলৈকো এনেদৰেই ৱিকিপিডিয়াৰ লগত জড়িত হৈ থাকি ইয়াৰ উন্নতি সাধন কৰিব। ধন্যবাদেৰে - অসমীয়া ৱিকিমিডিয়া সমাজ
প্ৰতিভাৱান ন-সম্পাদক
প্ৰতিভাৱান ন-সম্পাদক
((প্ৰতিভাৱান ন-সম্পাদক)) এই মাহৰ ৱিকিমিডিয়ানপ্ৰতিভাৱান ন-সম্পাদক

অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা নৱাগত সদস্যক এই পদক দিয়া হয়।

প্ৰতিভাবান ন-সম্পাদকৰ পদক

সঠিক পথত এজন নতুন সম্পাদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিপিডিয়াত এজন নৱাগত লেখকৰূপে আগবঢ়োৱা অমূল্য বৰঙণিৰ বাবে আপোনালৈ এই পদক আগবঢ়ালোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ
কাৰিকৰী বিশেষজ্ঞ পদক
কাৰিকৰী বিশেষজ্ঞ পদক
((কাৰিকৰী বিশেষজ্ঞ পদক)) কাৰিকৰী বিশেষজ্ঞ পদককাৰিকৰী বিশেষজ্ঞ পদক

অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে সদস্যক এই পদক দিয়া হয়।

কাৰিকৰী বিশেষজ্ঞ পদক
হে ৱিকিসতীৰ্থ, অসমীয়া ৱিকিমিডিয়া প্ৰকল্পসমূহৰ কাৰিকৰী দিশলৈ আগবঢ়োৱা বৰঙণিৰ স্বীকৃতি স্বৰূপে আপোনাক এই বিশেষ পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে -অসমীয়া ৱিকিমিডিয়া সমাজ
জীৱবিজ্ঞানৰ ভোটাতৰা
জীৱবিজ্ঞানৰ ভোটাতৰা
((জীৱবিজ্ঞানৰ ভোটাতৰা)) জীৱবিজ্ঞানৰ ভোটাতৰাজীৱবিজ্ঞানৰ ভোটাতৰা

জীৱবিজ্ঞান সম্পৰ্কীয় প্ৰবন্ধৰে অসমীয়া ৱিকি প্ৰকল্পসমূহলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

জীৱবিজ্ঞানৰ ভোটাতৰা
হে ৱিকিসতীৰ্থ, জীৱবিজ্ঞান সম্পৰ্কীয় ভালেমান উপযুক্ত প্ৰবন্ধৰে অসমীয়া ৱিকিক চহকী কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ


সহযোগিতা পদক
সহযোগিতা পদক
((সহযোগিতা পদক)) সহযোগিতা পদকসহযোগিতা পদক

অসমীয়া ৱিকি প্ৰকল্পসমূহত সহযোগিতামূলক বৰঙণি আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

সহযোগিতা পদক
অভিনন্দন! জনাবলৈ পাই সুখী হৈছোঁ যে আপুনি যোৱা মাহত অসমীয়া ৱিকিপিডিয়ালৈ আগবঢ়োৱা সহযোগিতামূলক বৰঙণিলৈ চাই আপোনাক "সহযোগিতা পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

জীৱনীকাৰ পদক
জীৱনীকাৰ পদক
((জীৱনীকাৰ পদক)) জীৱনীকাৰ পদকজীৱনীকাৰ পদক

অসমীয়া ৱিকিপিডিয়াত বিশিষ্ট ব্যক্তিৰ জীৱনীমূলক প্ৰৱন্ধৰে বৰঙণি আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

জীৱনীকাৰ পদক
অসমীয়া ৱিকিপিডিয়াত বিশিষ্ট ব্যক্তিৰ জীৱনীমূলক প্ৰৱন্ধৰে বৰঙণি আগবঢ়োৱা বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলোঁ৷ আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে— অসমীয়া ৱিকিমিডিয়া সমাজ
প্ৰশাসক পদক
প্ৰশাসক পদক
((প্ৰশাসক পদক)) প্ৰশাসক পদকপ্ৰশাসক পদক

অসমীয়া ৱিকি প্ৰকল্পসমূহত প্ৰশাসনীয় কাম-কাজ সুকলমে চলাই বৰঙণি আগবঢ়োৱা ৱিকি প্ৰশাসকক এই পদক দিয়া হয়।

প্ৰশাসক পদক
(({1))}
পথ প্ৰদৰ্শকৰ পদক
পথ প্ৰদৰ্শকৰ পদক
((পথ প্ৰদৰ্শকৰ পদক)) পথ প্ৰদৰ্শকৰ পদকপথ প্ৰদৰ্শকৰ পদক

অসমীয়া ৱিকি প্ৰকল্পসমূহত বিভিন্ন ধৰণে পথ প্ৰদৰ্শন কৰা পুৰণি সদস্যক এই পদক দিয়া হয়।

পথ প্ৰদৰ্শকৰ পদক
(({1))}


সাহিত্য সৌৰভ পদক
সাহিত্য সৌৰভ পদক
((সাহিত্য সৌৰভ পদক)) সাহিত্য সৌৰভ পদকসাহিত্য সৌৰভ পদক

অসমীয়া ৱিকি প্ৰকল্পসমূহত সাহিত্য-সম্পৰ্কীয় প্ৰৱন্ধ আৰু তথ্যৰে বৰঙণি আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

সাহিত্য সৌৰভ পদক
(({1))}


প্ৰচাৰ পদক
প্ৰচাৰ পদক
((ৱিকিমিডিয়া প্ৰচাৰ পদক)) ৱিকিমিডিয়া প্ৰচাৰ পদকৱিকিমিডিয়া প্ৰচাৰ পদক

সামাজিক মাধ্যমসমূহত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জনপ্ৰিয় কৰি বৰঙণি আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

ৱিকিমিডিয়া প্ৰচাৰ পদক
অভিনন্দন ! আপোনাক জনাবলৈ পাই সুখী হৈছোঁ যে সামাজিক মাধ্যমসমূহত অসমীয়া ৱিকিমিডিয়া প্ৰকল্পবোৰ জনপ্ৰিয় কৰিবলৈ আপুনি কৰা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে আপোনাক "ৱিকিমিডিয়া প্ৰচাৰ পদক" পদক প্ৰদান কৰা হৈছে। আশা কৰোঁ অসমীয়া ৱিকিমিডিয়া প্ৰকল্পলৈ আপোনাৰ অমূল্য অৱদানৰ ধাৰা অব্যাহত থাকিব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিমিডিয়া সমাজ

বিশিষ্ট অনুবাদক পদক
বিশিষ্ট অনুবাদক পদক
((বিশিষ্ট অনুবাদক পদক)) বিশিষ্ট অনুবাদক পদকবিশিষ্ট অনুবাদক পদক

গুৰুত্বপূৰ্ণ প্ৰবন্ধৰ অনুবাদেৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰি বৰঙণি আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

বিশিষ্ট অনুবাদক পদক
মাননীয় ৱিকিসতীৰ্থ, ভালে সংখ্যক অসাধাৰণ আৰু গুৰুত্বপূৰ্ণ প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালোঁ৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ
অসম পদক
অসম পদক
((অসম পদক)) অসম পদকঅসম পদক

অসম সম্পৰ্কীয় প্ৰবন্ধ লিখি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰা সদস্যক এই পদক দিয়া হয়।

অসম পদক
হে ৱিকিসতীৰ্থ, অসম সম্পৰ্কীয় অসংখ্য সৰু-বৰ প্ৰবন্ধ লিখি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰাৰ বাবে আপোনালৈ কৃতজ্ঞতাস্বৰূপে এই পদক আগবঢ়ালো৷ আগলৈও এনেদৰেই বৰঙণি আগবঢ়াই যাব বুলি আশা ৰাখিলোঁ৷ -অসমীয়া ৱিকিমিডিয়া সমাজ
ফটোগ্ৰাফাৰৰ পদক
ফটোগ্ৰাফাৰৰ পদক
((ফটোগ্ৰাফাৰৰ পদক)) ফটোগ্ৰাফাৰৰ পদকফটোগ্ৰাফাৰৰ পদক

মূল্যৱান চিত্ৰ যোগ দি অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধ কৰা সদস্যক এই পদক দিয়া হয়।

ফটোগ্ৰাফাৰৰ পদক
অসমীয়া ৱিকিপিডিয়াৰ প্ৰবন্ধসমূহৰ বাবে উপযোগী বহুতো মূল্যৱান চিত্ৰ যোগ দি আপুনি আগবঢ়োৱা অৱদানৰ বাবে কৃতজ্ঞতাস্বৰূপে এই পদক প্ৰদান কৰিলোঁ৷ আগলৈকে একেই উৎসাহেৰে কাম কৰি যাব বুলি আশা ৰাখিছোঁ৷


ৱিকিপত্ৰিকা পদক
ৱিকিপত্ৰিকা পদক
((ৱিকিপত্ৰিকা পদক)) ৱিকিপত্ৰিকা পদকৱিকিপত্ৰিকা পদক

মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণত অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

ৱিকিপত্ৰিকা পদক
মাহেকীয়াভাৱে প্ৰকাশিত ৱিকিপত্ৰিকাৰ প্ৰস্তুতি আৰু উন্নীতকৰণৰ বাবে আপুনি আগবঢ়াই অহা অমূল্য অৱদান আৰু নিৰলস প্ৰচেষ্টাৰ শলাগ লৈছোঁ। ৱিকিমিডিয়া সমাজৰ তৰফৰ পৰা কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদকটি আগবঢ়ালোঁ। - অসমীয়া ৱিকিমিডিয়া সমাজ
সব্যসাচী ৱিকিমিডিয়ান পদক
সব্যসাচী ৱিকিমিডিয়ান পদক
((সব্যসাচী ৱিকিমিডিয়ান পদক)) সব্যসাচী ৱিকিমিডিয়ান পদকসব্যসাচী ৱিকিমিডিয়ান পদক

অসমীয়া ৱিকিৰ একাধিক সক্ৰিয় প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিকমন্স আৰু ৱিকিডাটা)ত উল্লেখযোগ্য অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

সব্যসাচী ৱিকিমিডিয়ান পদক
প্ৰিয় সতীৰ্থ, আপুনি অসমীয়া ৱিকিৰ সকলো সক্ৰিয় প্ৰকল্প (ৱিকিপিডিয়া, ৱিকিউৎস, ৱিকিউদ্ধৃতি, ৱিকিকমন্স আৰু ৱিকিডাটা) তে উল্লেখযোগ্য অৱদান আগবঢ়াই অসমীয়া ৱিকিমিডিয়াক সমৃদ্ধ কৰাৰ বাবে কৃতজ্ঞতাস্বৰূপে আপোনালৈ এই পদক আগবঢ়ালোঁ। ৱিকিত আপোনাৰ এই যাত্ৰা চিৰযুগমীয়া হওক।-অসমীয়া ৱিকিমিডিয়া সমাজ
এডিটাথনৰ তেজীঘোঁৰা
এডিটাথনৰ তেজীঘোঁৰা
((এডিটাথনৰ তেজীঘোঁৰা)) এডিটাথনৰ তেজীঘোঁৰাএডিটাথনৰ তেজীঘোঁৰা

অসমীয়া ৱিকিৰ বিভিন্ন এডিটাথনত প্ৰৱন্ধ যোগ দি অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

এডিটাথনৰ তেজীঘোঁৰা
হে ৱিকিসতীৰ্থ,
চলিত <এডিটাথনৰ নাম অন্তৰ্ভুক্ত কৰক> এডিটাথনত আপুনি সৃষ্টি কৰা অমূল্য প্ৰবন্ধসমূহৰ বাবে কৃতজ্ঞতাস্বৰূপে এই সামান্য সন্মান আগবঢ়ালোঁ। -অসমীয়া ৱিকিমিডিয়া সমাজ
ৱিকি শতক পদক
ৱিকি শতক পদক
((ৱিকি শতক পদক)) ৱিকি শতক পদকৱিকি শতক পদক

এক শতক মূল্যৱান প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

ৱিকি শতক পদক
হে ৱিকিসতীৰ্থ, এক শতক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক-অসমীয়া ৱিকিমিডিয়া সমাজ
তিনি শতাধিক প্ৰবন্ধ পদক
তিনি শতাধিক প্ৰবন্ধ পদক
((তিনি শতাধিক প্ৰবন্ধ পদক)) তিনি শতাধিক প্ৰবন্ধ পদকতিনি শতাধিক প্ৰবন্ধ পদক

তিনি শতাধিক মূল্যৱান প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

তিনি শতাধিক প্ৰবন্ধ পদক
হে ৱিকিসতীৰ্থ, তিনি শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ
পঞ্চ শতাধিক তাৰকা পদক
পঞ্চ শতাধিক তাৰকা পদক
((পঞ্চ শতাধিক তাৰকা পদক)) পঞ্চ শতাধিক তাৰকা পদকপঞ্চ শতাধিক তাৰকা পদক

পাঁচ শতাধিক মূল্যৱান প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

পঞ্চ শতাধিক তাৰকা পদক
হে ৱিকিসতীৰ্থ, পাঁচ শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতা সহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ
ছয় শতাধিক প্ৰবন্ধ পদক
ছয় শতাধিক প্ৰবন্ধ পদক
((ছয় শতাধিক প্ৰবন্ধ পদক)) ছয় শতাধিক প্ৰবন্ধ পদকছয় শতাধিক প্ৰবন্ধ পদক

ছয় শতাধিক মূল্যৱান প্ৰবন্ধ সৃষ্টিৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱা সদস্যক এই পদক দিয়া হয়।

ছয় শতাধিক প্ৰবন্ধ পদক
হে ৱিকিসতীৰ্থ, ছয় শতাধিক মূল্যৱান প্ৰবন্ধৰে অসমীয়া ৱিকিপিডিয়াক শক্তিশালী কৰি তোলাৰ বাবে ধন্যবাদ আৰু কৃতজ্ঞতাসহকাৰে আপোনালৈ এই পদকটো আগবঢ়োৱা হ’ল। আপোনাৰ এই গতি চিৰদিন অব্যাহত থাকক। -অসমীয়া ৱিকিমিডিয়া সমাজ
প্ৰতিভাবান নবাগত লেখক পদক
প্ৰতিভাবান নবাগত লেখক পদক
((প্ৰতিভাবান নবাগত লেখক পদক)) প্ৰতিভাবান নবাগত লেখক পদকপ্ৰতিভাবান নবাগত লেখক পদক

একাধিক প্ৰৱন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ অৱদান আগবঢ়োৱা নতুন সদস্যক এই পদক দিয়া হয়।

প্ৰতিভাবান নবাগত লেখক পদক
একাধিক নতুন প্ৰবন্ধ সৃষ্টি তথা অন্যান্য সম্পাদনাৰে অসমীয়া ৱিকিপিডিয়ালৈ আপুনি যি অৱদান আগবঢ়াইছে, তাৰ স্বীকৃতি স্বৰূপে আপোনালৈ এই সামান্য পদক আগবঢ়োৱা হ'ল। আশা কৰোঁ, অসমীয়া ৱিকিপিডিয়াক সমৃদ্ধিশালী কৰিবলৈ আপুনি নিৰন্তৰ সেৱা আগবঢ়াই যাব। আপোনাৰ সুন্দৰ ভৱিষ্যতৰ কামনাৰে—

অসমীয়া ৱিকিপিডিয়া সমাজ

{{bottomLinkPreText}} {{bottomLinkText}}
ৱিকিপিডিয়া:পদক
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?