For faster navigation, this Iframe is preloading the Wikiwand page for ৰুটী.

ৰুটী

ৰুটী

ভাৰতীয় চেপেটা ৰুটী, চাপাটী চাপাটি
অন্য নাম ৰুটী
প্ৰকাৰ চেপেটা ৰুটী
উৎপত্তিৰ স্থান ভাৰতীয় উপমহাদেশ [1][2][3]
উদ্ভাৱক সিন্দু উপত্যাকাৰ সভ্য়তা [1]
মুখ্য উপাদান আটা
ভিন্ন প্ৰকাৰ চাপাটি, গুমধানৰ ৰুটী, বাজৰী ৰুটী, ৰুমালী ৰুটী, তন্দুৰী ৰুটী, মেৰিওৱা ৰুটী, কানাই ৰুটী, পাৰাঠা, ভাকৰী

ৰুটী (en:Roti)হৈছে গোল চেপেটা আটা বা ময়দাৰে প্ৰস্তুত কৰা এবিধ খাদ্য । ইয়াক চাপাটি বুলিও জনা যায়। ইয়াৰ ব্যৱহাৰ প্ৰথমে ভাৰতীয় উপমহাদেশত আৰম্ভ হয়। ইয়াক শিলত গুৰি কৰা ঘেঁহুৰ আটাৰ লগত পানী, নিমখ আৰু তেল মিহলাই প্ৰথমে লাৰুৰ দৰে কৰি বেলনাৰে বেলি গোল আৰু চেপেটা কৰি লোৱা হয় ।[4]

ব্যুৎপত্তি

[সম্পাদনা কৰক]

ৰুটী শব্দটো সংস্কৃতৰ পৰা সংকলিত। সংস্কৃতত ইয়াক ৰুটীকা মানে ব্ৰেড বুলি জনা যায় ।[5]

প্ৰণালী

[সম্পাদনা কৰক]

প্ৰথমে আটাখিনিত পানী,তেল আৰু অলপ নিমখ মিহলাই সানি লৈ ৫মিনিটমান সময় ঢাকি ৰাখিব লাগে। তাৰপাছত সৰু সৰু বলৰ দৰে আটাৰ লদা কৰি লৈ বেলনা এখনৰ ওপৰত থৈ বেলনা মাৰিৰে লাহে লাহে ওপৰেৰে ঘূৰাই ফুৰাই লৈ যাব লাগে যাতে আকৃতিটো চেপেটা আৰু ঘূৰণীয়া হয়। তাৰ পাছত ইয়াক এখন টাৱাত দুয়োফালে ভালদৰে সেকিব লাগে। সেকা হোৱাৰ পাছত গৰম ৰুটীখনত সোৱাদ অনুযায়ী ঘিউ বা তেল লগাই ল’ব পৰি।[6] ৰুটী আধা সেকা হোৱাৰ পাছত জুইত দি ফুলাই ল’ব পাৰি৷

ভাৰতীয় উপমহাদেশ

[সম্পাদনা কৰক]

ভাৰতীয় উপমহাদেশৰ পৰা আফ্ৰিকালৈকে আৰু আফ্ৰিকাৰ পৰা ওচেনিয়ালৈকে আৰু ওচেনিয়াৰ পৰা মাল উপদ্বীপলৈকে আৰু মাল উপদ্বীপৰ পৰা আমেৰিকা মহাদেশলৈকে চেপেটা ব্ৰেড আৰু ৰুটীৰ বিভিন্ন ধৰণৰ বৈচিত্ৰ্য পৃথিৱীৰ বিভিন্ন সংস্কৃতিত পোৱা যায় ।[7]ৰুটী হৈছে ভাৰতীয় উপমহাদেশৰ ঐতিহাসিকভাৱে গ্ৰহণ কৰা এবিধ চেপেটা ব্ৰেড ।[8] ইয়াক সাধাৰণতে ভাজি, জোল বা দাইলৰ লগত গ্ৰহণ কৰা হয়। সেইবাবেই ইয়াক এইবোৰৰ বাহক বুলিও কোৱা হয় ।[9] ইয়াক সাধাৰণতে ঘেহুৰ আটাৰ পৰা তৈয়াৰ কৰা হয় আৰু এখন চেপেতা লোহাৰ টাৱাত সেকা হয় । অবশ্যে অতীত কালৰ দৰে আজিকালিও ৰুটী জৱাৰ, বাজৰী, গুমধানৰ নাইবা চাউলৰ আটাৰ পৰাও তৈয়াৰ কৰা হয় ।

শ্ৰীলঙ্কা

[সম্পাদনা কৰক]

শ্ৰীলঙ্কাত পোল ৰুটী নামেৰে এবিধ ৰুটী ঘেহু বা কুৰাক্কান আটাৰে নাৰিকল দি বনোৱা হয় ।কেতিয়াবা, কেঁছা জলকীয়া আৰু পিয়াঁজ সৰুকৈ কাটি লৈ আটাৰ লদাত মিহলাই লৈ সেকা হয় ।এইবোৰ ৰুটী সাধাৰণতে আনবোৰ ৰুটীতকৈ শকতকৈ বেলা হয় । পোল ৰুটী এওঁলোকে জোল বা চাম্ভাৰ বা লুনু মিৰিৰ লগত লগত প্ৰধান আহাৰ হিচাবে গ্ৰহণ কৰে ।


plain chapati/roti, commercially prepared
100 গ্ৰাম (3.5 oz)ৰ পৌষ্টিক মূল্য
৪৬.৩৬ g গ্ৰাম
শৰ্কৰা ২.৭২ গ্ৰাম
খাদ্যজ আঁহ ৪.৯ g গ্ৰাম
৭.৪৫ g গ্ৰাম
১১.২৫ g গ্ৰাম
খাদ্যপ্ৰাণ
থাইমিন (বি)
(৪৮%)
০.৫৫ মিগ্ৰা
ৰাইব'ফ্লেভিন (বি)
(১৭%)
০.২ মিগ্ৰা
নাএচিন (বি)
(৪৫%)
৬.৭৮ মিগ্ৰা
line-height:1.1em
(১২%)
০.৫৮ মিগ্ৰা
ভিটামিন বি
(২১%)
০.২৭০ মিগ্ৰা
ফ'লেট (বি)
(১৫%)
৬১ μগ্ৰা
ভিটামিন ই
(৬%)
০.৮৮ মিগ্ৰা
ভিটামিন কে
(০%)
০ μগ্ৰা
লৱন
কেলচিয়াম
(৯%)
৯৩ মিগ্ৰা
লো
(২৩%)
৩ মিগ্ৰা
মেগনেছিয়াম
(১৭%)
৬২ মিগ্ৰা
মেংগানিজ
(৬০%)
১.২৫ মিগ্ৰা
ফছফৰাছ
(২৬%)
১৮৪ মিগ্ৰা
পটেছিয়াম
(৬%)
২৬৬ মিগ্ৰা
ছডিয়াম
(২৭%)
৪০৯ মিগ্ৰা
জিংক
(১৭%)
১.৫৭ মিগ্ৰা
অন্যান্য উপাদান
পানী ৩৩ g গ্ৰাম
Selenium ৫৩.৭ ug

  • এককসমূহ
  • μগ্ৰা = মাইক্ৰ'গ্ৰাম • মিগ্ৰা = মিলিগ্ৰাম
  • আএ = আন্তঃৰাষ্ট্ৰীয় একক
শতকৰা হাৰসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ. ৰিক'মেণ্ডেচন ব্যৱহাৰ কৰি আনুমানিকভাৱে নিৰ্ধাৰণ কৰা হৈছে।
উৎস: USDA Nutrient Database


চিত্ৰ বিথীকা

[সম্পাদনা কৰক]
  1. 1.0 1.1 Alan Davidson (21 August 2014). The Oxford Companion to Food. OUP Oxford. পৃষ্ঠা. 692–. ISBN 978-0-19-104072-6. https://books.google.com/books?id=bIIeBQAAQBAJ&pg=PA692. 
  2. Jim Smith (15 April 2008). Technology of Reduced Additive Foods. John Wiley & Sons. পৃষ্ঠা. 113–. ISBN 978-1-4051-4795-8. https://books.google.com/books?id=u1-YidnFGYUC&pg=PA113. 
  3. Bruce Kraig; Colleen Taylor Sen (9 September 2013). Street Food Around the World: An Encyclopedia of Food and Culture. ABC-CLIO. পৃষ্ঠা. 301–. ISBN 978-1-59884-955-4. https://books.google.com/books?id=9XCjAQAAQBAJ&pg=PA301. 
  4. Wrigley, C.W.; Corke, H.; Seetharaman, K.; Faubion, J. (2015). Encyclopedia of Food Grains. Elsevier Science. p. 19. ISBN 978-0-12-394786-4. Retrieved 9 February 2018.
  5. "আৰ্কাইভ কপি". Archived from the original on 2016-03-04. https://web.archive.org/web/20160304200158/http://www.spokensanskrit.de/index.php?tinput=mango&link=m। আহৰণ কৰা হৈছে: 2022-03-22. 
  6. https://books.google.ca/books?id=Zx8ZmeBtC1oC&dq=%22roti+board%22&pg=PT14&redir_esc=y#v=onepage&q=%22roti%20board%22&f=false
  7. https://books.google.ca/books?id=ce7tBgAAQBAJ&pg=RA2-PA19&redir_esc=y#v=onepage&q&f=false
  8. https://books.google.ca/books?id=UzIKK1CXozgC&q=%22Roti%22+-wikipedia&pg=PT23&redir_esc=y#v=snippet&q=%22Roti%22%20-wikipedia&f=false
  9. Choice, Antoinette; Choice, Joseph (19 December 2018). Dinosaurs Love Roti with Curry. AuthorHouse. ISBN 9781546264620 – via Google Books.
{{bottomLinkPreText}} {{bottomLinkText}}
ৰুটী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?