For faster navigation, this Iframe is preloading the Wikiwand page for ৰাম মন্দিৰ, অযোধ্যা.

ৰাম মন্দিৰ, অযোধ্যা

ৰাম মন্দিৰ, অযোধ্যা

ৰাম জনমভূমি মন্দিৰ
স্থান
দেশ ভাৰত
ৰাজ্য উত্তৰ প্ৰদেশ
স্থান ৰাম জনমভূমি, অযোধ্যা
স্থানাংক 26°47′44″N 82°11′39″E / 26.7956°N 82.1943°E / 26.7956; 82.1943স্থানাংক: 26°47′44″N 82°11′39″E / 26.7956°N 82.1943°E / 26.7956; 82.1943
ইতিহাস
প্ৰতিস্থাপক শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ
স্থপতি সোমপুৰা পৰিবাৰ[টোকা 1]
মন্দিৰ ফলক শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ
ৱেবছাইট srjbtkshetra.org

ৰাম মন্দিৰ (হিন্দী: राम मंदिर, ইংৰাজী: Ram Mandir) এটা হিন্দু মন্দিৰ যি ভাৰতৰ উত্তৰ প্ৰদেশৰ অযোধ্যাত ৰামৰ পবিত্ৰ জন্মভূমিৰ তীৰ্থস্থানত নিৰ্মাণ কৰা হৈছে।[3] বহু হিন্দুসকলে বিশ্বাস কৰে যে এই স্থানটো ৰামৰ জন্মস্থান, যাক ভগৱান বিষ্ণুৰ সপ্তম অৱতাৰ হিচাপে উপাসনা কৰা হয়। মন্দিৰটোৰ নিৰ্মাণৰ কাম শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰৰ দ্বাৰা পৰিচালিত হয়। গুজৰাটৰ সোমপুৰা পৰিবাৰে এই মন্দিৰটোৰ ডিজাইন কৰিছে। ই বাবৰী মছজিদৰ স্থানৰ ওপৰত নিৰ্মিত, যাক ১৯৯২ চনত ভাঙি পেলোৱা হৈছিল।

ভগৱান বিষ্ণুৰ এক অৱতাৰ হিচাপে জনাজাত ৰাম এক ব্যাপক ৰূপত পূজা কৰা হিন্দু দেৱতা। প্ৰাচীন ভাৰতীয় মহাকাব্য ৰামায়ণৰ মতে, ৰামৰ জন্ম অযোধ্যাত হৈছিল। ইয়াক ৰাম জন্মভূমি বা ৰামৰ জন্মভূমি বুলি জনা যায়। ১৫শ শতাব্দীত, মোগলে ৰাম জন্মভূমিত এক মছজিদ, বাবৰী মছজিদ নিৰ্মাণ কৰে। হিন্দীসকলৰ মতে, মছজিদটো এক হিন্দু মন্দিৰক ভাঙি নিৰ্মাণ কৰা হৈছিল। এই বিষয়টোৱে ১৮৫০ৰ দশকত বিবাদ হিংসক অৱস্থালৈ গতি কৰে।[4]

বিশ্ব হিন্দু পৰিষদে ঘোষণা কৰিছিল যে, ই এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ পীঠৰ দ্বাৰা স্থগিত ৰখাৰ আদেশ দিয়াৰ আগত বিবাদ ক্ষেত্ৰত মন্দিৰৰ আধাৰশিলা থাকিব। বিহিতে তেতিয়া ইয়াৰ ওপৰত “শ্ৰী ৰাম” লিখি ধনৰাশি আৰু ইটা একত্ৰিত কৰে। পিছত, ৰাজীৱ গান্ধী মন্ত্ৰালয়ে বিশ্ব হিন্দু পৰিষদৰ শিলান্যাসক অনুমতি দিয়ে, তৎকালীন গৃহমন্ত্ৰী বূটা সিঙে বিশ্ব হিন্দু পৰিষদৰ নেতা অশোক সিংঘলক অনুমতি দি দিয়ে। প্ৰথমৱস্থাত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে বিবাদস্থলৰ বাহিৰত শিলান্যাসৰ আয়োজনত একমত আছিল। যদিও, ১৯৮৯ চনৰ ৯ নৱেম্বৰত বিহিত নেতা আৰু সাধুৰ এক সমূহে বিবাদ ভূমিত ৭ বৰ্গফুট গাত খণ্ডি আধাৰশিলা ৰাখে। সিংহদ্বাৰ (প্ৰৱেশ দ্বাৰ) ইয়াত স্থাপন কৰিছিল।[5] কামেশ্বৰ চৌপাল (বিহাৰৰ এগৰাকী দলিত নেতা) পাথৰ বিক্ৰীকাৰীয়ে প্ৰথম ব্যক্তিসকলোৰ লগত এক হয়।[6]

বিবাদৰ হিংসাত্মক ৰূপ ১৯৯২ত বৃদ্ধি হয় যেতিয়া বাবৰী মছজিদৰ বিধ্বংস হয়। বিভিন্ন শিৰোনাম আৰু আইনী বিৰোধ ঘটিছিল, যেনে অযোধ্যা অধ্যাদেশ ১৯৯৩ৰ নিৰ্দিষ্ট অঞ্চল অধিগ্ৰহণৰ পাছ হোৱা। অযোধ্যা বিতৰ্কত ১৯৯২ উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছতো বিতৰ্কিত ভূমি এক ট্ৰাষ্টৰ হাতত হস্তান্তৰ কৰাৰ সিদ্ধান্ত লয়। চৰকাৰ কৰ্তৃক গঠিত ট্ৰাষ্টটো হ’ল শ্ৰী ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ।[4] ২০২০ চনৰ ৫ ফ্ৰেব্ৰুৱাৰীত সংসদে ঘোষণা কৰে যে দ্বিতীয় মোদী মন্ত্ৰালয়ে মন্দিৰটো নিৰ্মাণৰ বাবে এক প্ৰকল্প গ্ৰহণ কৰিছে।[7]

মন্দিৰৰ উপাসক ৰাম লাল্লা ১৯৮৯ চনৰ পৰা এই বিৰোধৰ আদালত কেচৰ এগৰাকী মোকৰ্দ্দমাকাৰী (litigant) আছিল। তেওঁৰ প্ৰতিনিধি আছিল ত্ৰিলোকি নাথ পাণ্ডে, এগৰাকী চিনিয়ৰ বিশ্ব হিন্দু পৰিষদৰ নেতা, যাক ৰাম লাল্লাৰ পৰৱৰ্তী ‘মানৱ’ বন্ধু হিচাপে বিবেচিত কৰা হৈছে।[8]

স্থাপত্যশিল্প

[সম্পাদনা কৰক]

ৰাম মন্দিৰৰ মূল নক্সাটো ১৯৮৮ চনত আহমেদাবাদৰ সোমপুৰা পৰিবাৰে তৈয়াৰ কৰিছিল।[9] সোমপুৰা পৰিবাৰে কমপক্ষেও ১৫ প্ৰজন্ম ধৰি পৃথিৱী জুৰি ১০০ টাতকৈও অধিক মন্দিৰৰ নক্সা তৈয়াৰ কৰিছে।[10] মূল ডিজাইনৰ কিছু পৰিৱৰ্তন কৰি ৰাম মন্দিৰৰ বাবে এটা নতুন নক্সা ২০২০ চনত সোমপুৰা পৰিবাৰে প্ৰস্তুত কৰিছিল। মন্দিৰটো প্ৰস্থ ২৩৫ ফুট, দীৰ্ঘ ৩৬০ ফুট আৰু উচ্চতা ১৬১ ফুট।[11][10] মন্দিৰৰ প্ৰধান স্থপতি হ’ল চন্দ্ৰকান্ত সোমপুৰা আৰু তেওঁৰ দুই পুত্ৰ নিখিল সোমপুৰা আৰু আশিস সোমপুৰা, তেওঁলোকো একোজন স্থপতি।[11] সোমপুৰা পৰিবাৰে 'নাগাৰা' শৈলী ('Nagara' style architecture) আৰ্কিটেকচাৰ অনুসৰণ কৰি ৰাম মন্দিৰটোৰ নক্সা তৈয়াৰ কৰিছে, যি ভাৰতীয় মন্দিৰ স্থাপত্যৰ অন্যতম।[10]

মন্দিৰ চৌপাশত এটি প্ৰাৰ্থনা হল, “এটি ৰামকথা কুঞ্জ (বক্তৃতা হল), বৈদিক পাঠশালা (শিক্ষামূলক সুবিধা), এটি সন্ত বাসস্থান (সাধুসকলৰ আবাস) আৰু এটি যাত্ৰী নিবাস (দৰ্শনাৰ্থীসকলৰ হোষ্টেল)” আৰু যাদুঘৰৰ দৰে অন্যান্য সুবিধা থাকিব আৰু এটি ভোজন গৃহ (cafeteria)।[12] মন্দিৰ সম্পূৰ্ণ হোৱাৰ পিছত বিশ্বৰ তৃতীয় বৃহত্তম হিন্দু মন্দিৰ হ’ব।[11] ২০১৯ চনত প্ৰয়াগ কুম্ভ মেলাৰ সময়ত প্ৰস্তাৱিত মন্দিৰটোৰ এটি আৰ্হি প্ৰদৰ্শন কৰা হৈছিল।[13]

ৰাম লাল্লা বিৰাজমান, ৰামৰ শিশু ৰূপৰ এক অৱতাৰ, বিষ্ণু মন্দিৰৰ ভগৱান।[8] ৰাম লাল্লাৰ সাজপাৰ চিলাই কৰে ভাগৱত প্ৰসাদ আৰু শংকৰ লালে। শংকৰ লাল ভগৱান ৰামৰ মূৰ্তিৰ চতুৰ্থ প্ৰজন্মৰ দৰ্জী।[14][15]

লগতে চাওক

[সম্পাদনা কৰক]
  1. চন্দ্ৰকান্ত সোমপুৰা,[1] নিখিল সোমপুৰা আৰু আশিষ সোমপুৰা[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Umarji, Vinay (15 November 2019). "Chandrakant Sompura, the man who designed a Ram temple for Ayodhya". Business Standard. https://www.business-standard.com/article/current-affairs/chandrakant-sompura-the-man-who-designed-a-ram-temple-for-ayodhya-119111501801_1.html. 
  2. Pandey, Alok (23 July 2020). "Ayodhya's Ram Temple Will Be 161-Foot Tall, An Increase Of 20 Feet". NDTV. https://www.ndtv.com/india-news/ayodhya-ram-temple-will-be-161-feet-tall-an-increase-by-20-feet-2267315। আহৰণ কৰা হৈছে: 23 July 2020. 
  3. Bajpai, Namita (7 May 2020). "Land levelling for Ayodhya Ram temple soon, says mandir trust after video conference". The New Indian Express. https://www.newindianexpress.com/nation/2020/may/07/land-levelling-for-ayodhya-ram-temple-soon-says-mandir-trust-after-video-conference-2140354.html। আহৰণ কৰা হৈছে: 8 May 2020. 
  4. 4.0 4.1 Deepalakshmi, K. (8 November 2019). "Ramjanmabhoomi-Babri Masjid title dispute: The story so far". The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/ramjanmabhoomi-babri-masjid-title-dispute-the-story-so-far/article29925573.ece. 
  5. Mathew, Liz (4 August 2020). "Explained: The Ayodhya Ram temple journey, from November 9, 1989 to August 5, 2020" (en ভাষাত). The Indian Express. https://indianexpress.com/article/explained/explained-the-ayodhya-ram-temple-journey-from-november-9-1989-to-august-5-2020-6539284/। আহৰণ কৰা হৈছে: 4 August 2020. 
  6. "Ministry of Home Affairs notifies temple trust; RSS, VHP members kept out". The Hindu. 5 February 2020. https://www.thehindu.com/news/national/mha-notifies-ram-temple-trust/article30744476.ece। আহৰণ কৰা হৈছে: 31 July 2020. 
  7. Phukan, Sandeep (5 February 2020). "PM announces Cabinet nod for Ram temple in Ayodhya" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/ram-temple-at-ayodhya-autonomous-trust-to-be-set-up-for-construction-says-pm-modi/article30740700.ece. 
  8. 8.0 8.1 "Ayodhya Case Verdict: Who is Ram Lalla Virajman, the 'Divine Infant' Given the Possession of Disputed Ayodhya Land". News18. 9 November 2019. https://www.news18.com/news/india/ayodhya-case-verdict-who-is-ram-lalla-virajman-the-divine-infant-given-the-possession-of-disputed-ayodhya-land-2379679.html। আহৰণ কৰা হৈছে: 4 August 2020. 
  9. Pandey, Alok (23 July 2020). "Ayodhya's Ram Temple Will Be 161-Foot Tall, An Increase Of 20 Feet". NDTV. https://www.ndtv.com/india-news/ayodhya-ram-temple-will-be-161-feet-tall-an-increase-by-20-feet-2267315। আহৰণ কৰা হৈছে: 23 July 2020. 
  10. 10.0 10.1 10.2 Sampal, Rahul (28 July 2020). "Somnath, Akshardham & now Ram Mandir – Gujarat family designing temples for 15 generations" (en-US ভাষাত). ThePrint. https://theprint.in/india/somnath-akshardham-now-ram-mandir-gujarat-family-designing-temples-for-15-generations/469120/। আহৰণ কৰা হৈছে: 29 July 2020. 
  11. 11.0 11.1 11.2 Bajpai, Namita (21 July 2020). "280-feet wide, 300-feet long and 161-feet tall: Ayodhya Ram temple complex to be world's third-largest Hindu shrine". The New Indian Express. Archived from the original on 22 July 2020. https://web.archive.org/web/20200722221129/https://www.newindianexpress.com/nation/2020/jul/21/280-feet-wide-300-feet-long-and-161-feet-tall-ayodhya-ram-temple-complex-to-be-worlds-third-largest-hindu-shrine-2172847.html। আহৰণ কৰা হৈছে: 23 July 2020. 
  12. "Grand Ram temple in Ayodhya before 2022". The New Indian Express. 11 November 2019. https://www.newindianexpress.com/nation/2019/nov/11/grand-ram-temple-in-ayodhya-before-2022-2060227.html। আহৰণ কৰা হৈছে: 26 May 2020. 
  13. India, Press Trust of (6 February 2020). "Ayodhya Ram Mandir construction to begin in April this year: Trustee". Business Standard India. https://www.business-standard.com/article/pti-stories/ram-temple-work-to-begin-in-april-this-year-trustee-120020601389_1.html. 
  14. "अयोध्या: 5 अगस्त को इस टेलर का सिला पोशाक पहनेंगे रामलला" (hi ভাষাত). News18 India. 27 July 2020. https://hindi.news18.com/news/uttar-pradesh/ayodhya-ayodhya-tailor-bhagwat-prasad-and-shyam-lal-preparing-cloths-for-ramlala-upat-3187451.html। আহৰণ কৰা হৈছে: 27 July 2020. 
  15. "What the idol of Ram Lalla will don for the Ayodhya temple 'bhoomi pujan' - Divine Couture". The Economic Times. 4 August 2020. https://economictimes.indiatimes.com/news/politics-and-nation/what-the-idol-of-ram-lalla-will-don-for-the-ayodhya-temple-bhoomi-pujan/divine-couture/slideshow/77348088.cms। আহৰণ কৰা হৈছে: 4 August 2020. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
ৰাম মন্দিৰ, অযোধ্যা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?