For faster navigation, this Iframe is preloading the Wikiwand page for ৰবাব টেঙা.

ৰবাব টেঙা

ৰবাব টেঙা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Rutaceae
গণ: Citrus
প্ৰজাতি: C. maxima
বৈজ্ঞানিক নাম
Citrus maxima
Merr.
Pomelo, raw
Flesh of a pomelo
পৌষ্টিক মূল্য প্ৰতি ১০০ গ্ৰামত
শক্তি 159 কিলোজুল (38 কিলোকেলৰি)
শৰ্কৰাসমূহ 9.62 g
- খাদ্য আঁহ 1 g
চৰ্বী 0.04 g
প্ৰ’টিন 0.76 g
থায়েমিন (ভিটামিন বি) 0.034 mg (3%)
Rৰাইবফ্লভিন (ভিটামিন বি) 0.027 mg (2%)
নিয়াচিন (ভিটামিন বি) 0.22 mg (1%)
ভিটামিন বি 0.036 mg (3%)
ভিটামিন চি 61 mg (73%)
লো 0.11 mg (1%)
মেগনেছিয়াম 6 mg (2%)
মেংগানিজ 0.017 mg (1%)
ফছফ’ৰাছ 17 mg (2%)
পটাছিয়াম 216 mg (5%)
ছডিয়াম 1 mg (0%)
জিংক 0.08 mg (1%)
Link to USDA Database entry
শতাংশসমূহ প্ৰাপ্তবয়স্কৰ বাবে ইউ.এছ.
পৰামৰ্শৰ ভিত্তিত আনুমানিকভাৱে দিয়া হৈছে।
উৎস: ইউ.এছ.ডি.এ. পোষক তথ্যকোষ

ৰবাব টেঙা (ইংৰাজী: Pomelo) বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷ [1]


ৰবাব টেঙা দুই প্ৰকাৰৰ৷ এবিধৰ জিম ৰঙা আৰু আনবিধৰ বগা৷ দুয়োবিধৰে স্বাদ মিঠা৷ Pummelo আৰু Grapefruit দুয়োবিধক ৰবাব টেঙা বুলি কোৱা হয়৷ কিন্তু এই দুয়োবিধ ফলৰ গছ-পাত,ফল আদিৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যকেইটা হ’ল:- Pummeloৰ ফলবোৰ এটা এটাকৈ লাগে, অক্ষ(axis) প্ৰায় ফোঁপোলা। আনহাতে Grapefruit-অৰ ফলবোৰ থোপা বান্ধি লাগে। আঙুৰৰ(Grape) দৰে থোপা বান্ধি লগাৰ বাবেই এইবিধ ফলক ইংৰাজীত Grapefruit বোলা হয়। এইবিধৰ ফল আকাৰত আনবিধকৈ সৰু, বাকলি কিছু পাতল আৰু অক্ষ প্ৰায় পূৰঠ অৱস্থাত থাকে। অবিভক্ত অসমত নবিধ Pummelo ফল পোৱা যায়৷ [2]


ৰবাব টেঙাৰ ফল যথেষ্ট ডাঙৰ হয়৷ ৰবাব টেঙাত বহিৰ্ভিত্তি (epicarp) আৰু মধ্যৰ্ভিত্তি (mesocarp) একত্ৰিত হৈ বাকলি তৈয়াৰ হয়৷ বাকলিৰ অংশবিশেষ মাজে মাজে ভিতৰলৈ সোমাই ফোটা বা কোঁহৰ সৃষ্টি কৰে৷ কোঁহৰ ভিতৰত অসংখ্য ৰসাল জিমৰ উৎপত্তি হয়৷ জিমৰ মাজত বীজ থাকে৷ পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰপৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷ আঘোণ মাহৰ ধাননিপথাৰত ৰবাব টেঙাৰ জুতি ল'বলৈ বৰ সোৱাদ৷

অৰ্থনৈতিক মূল্য

[সম্পাদনা কৰক]

ৰবাব টেঙাৰ প্ৰতি ১০০ মিলিলিটাৰ ৰসত ২৫-৮৫ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন 'ছি' পোৱা যায়৷

খাদ্য হিচাপে

[সম্পাদনা কৰক]

ৰবাব টেঙা পৈণত হ'লে ফুটাৰ ভিতৰৰ জিম আৱৰণৰ পৰা এৰুৱাই নিমখ সানি (কিছুমানে জলকীয়া লৈ) খোৱা হয়৷


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ড° অন্নজ্যোতি গগৈ (১৬ - ৩০ জুন ২০০৮). "অসমত পোৱা কেইবিধমান ছাইট্ৰাছ ফলৰ পৰিচয় আৰু ব্যৱহাৰ". প্ৰান্তিক খণ্ড ২৭শ বছৰ (১৪শ সংখ্যা): পৃষ্ঠা ৩৬. 
  2. ড° চাদিকুল হুছেইন (১৬ - ৩১ আগষ্ট ২০১১). "বিলুপ্তিৰ পথত অসমৰ নেমুজাতীয় ফলসমূহ". প্ৰান্তিক. 
{{bottomLinkPreText}} {{bottomLinkText}}
ৰবাব টেঙা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?