For faster navigation, this Iframe is preloading the Wikiwand page for ২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ.

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

এই প্ৰবন্ধটো বৰ্তমান লিখি থকা হৈছে। আপুনিও এই কাৰ্যত অংশগ্ৰহণ কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। বৰ্তমান কাম কৰি থকা লিখকৰ নাম জানিবলৈ ইচ্ছা কৰিলে এই লিংক চাওক; যদি এই প্ৰবন্ধত বহুদিন ধৰি একো কাম হোৱা নাই, তেনেহ’লে এই সাঁচটো আঁতৰাই দিব পাৰিব।অধিক জানিবৰ বাবে সোঁফালে থকা [দেখুৱাওক] লিংকটোত ক্লিক কৰক। দুজন লিখকে একে সময়তে (বেলেগ বেলেগ স্থানৰ পৰা) কাম কৰি থাকে যদি কোনোজনে save কৰিবলৈ দিলে "সম্পাদনা দ্বন্দ্ব" বা "edit conflict" বুলি বাৰ্তা আহিব পাৰে, আৰু এনেক্ষেত্ৰত সচৰাচৰ আপুনি সম্পাদনা কৰাখিনি হেৰাই যাব পাৰে। এনে ধৰণৰ অসুবিধাৰ পৰা হাত সাৰিবৰ বাবে আপুনি পৃষ্ঠা সঁচাৰ আগে আগে আপুনি কৰা সম্পাদনাখিনি কীব'ৰ্ডৰ Ctrl + C ব্যৱহাৰ কৰি প্ৰতিলিপি কৰি ৰাখিব পাৰে বা অন্য কোনো editor যেনে notepad, Microsoft word, open office আদিত save কৰি থ'ব। সম্পাদনা দ্বন্দ্ব মানে কাজিয়া হৈছে বুলি ভুল বুজাবুজি নকৰি কিছুসময় অপেক্ষা কৰি আপোনাৰখিনি পাছত যোগ দিব পাৰিব। প্ৰয়োজন হ'লে প্ৰবন্ধৰ "ইতিহাস" টেবত চাই যাৰ লগত আপোনাৰ সম্পাদনা দ্বন্দ্ব হৈছে তেওঁৰ লগত আলোচনা কৰি দুয়োজনে মিলাপ্ৰীতিৰে সম্পাদনা কৰি প্ৰবন্ধটো লিখি উলিয়াব পাৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় উপায় হৈছে ((সম্পাদনা দ্বন্দ্ব))ৰ ব্যৱহাৰ। আপুনি লিখিবলৈ আৰম্ভ কৰা পৃষ্ঠাটোত যদি আন কোনোৱেই সমসাময়িকভাৱে সম্পাদনা কৰাটো নিবিচাৰে তেনেহ’লে এই সাঁচটো ব্যৱহাৰ কৰিব পাৰে। আপোনাৰ সম্পাদনা শেষ হোৱাৰ পাছত এই সাঁচটো আঁতৰাই দিবলৈ নাপাহৰে যেন।
২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
দিনাংক ২২ মাৰ্চ – ২৬ মে' ২০২৪
প্ৰশাসক(সমূহ) ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ড (বিচিচিআই)
ধৰণ টুৱেণ্টি-২০
প্ৰতিযোগিতাৰ ধৰণ(সমূহ) দ্বৈত ৰাউণ্ড–ৰবিন আৰু প্লে-অফ
আয়োজক(সমূহ) ভাৰত
দলৰ সংখ্যা ১০
মুঠ খেলৰ সংখ্যা ৭৪
আনুষ্ঠানিক ৱেবছাইট iplt20.com
← ২০২৩
২০২৫ →

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (পৃষ্ঠপোষকতাৰ বাবে টাটা আই পি এল ২০২৪, লগতে আই পি এল ২০২৪ নামেৰেও পৰিচিত) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজন হ'ব। ইয়াৰ পৰিচালনা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।[1] টুৰ্ণামেণ্টখন মুঠ ১০টা দলৰ মাজত ২০২৪ চনৰ ২২ মাৰ্চৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হ’ব।[2]

সম্প্ৰসাৰণ

[সম্পাদনা কৰক]

ষ্টাৰ স্প’ৰ্টছ এই ছিজনৰ অফিচিয়েল টিভি সম্প্ৰচাৰক, আনহাতে জিঅ’ চিনেমা হৈছে অফিচিয়েল ডিজিটেল সম্প্ৰচাৰক।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "When is the next Indian Premier League? IPL 2024 auction date and season schedule" (en-us ভাষাত). www.sportingnews.com. 2023-05-29. https://www.sportingnews.com/us/cricket/news/IPL-2024-auction-date-season-schedule-next-Indian-Premier-League/jntw2qkwnem2drqhltikpkrg। আহৰণ কৰা হৈছে: 2023-06-16. 
  2. "'IPL most likely to start from...': Chairman Arun Dhumal says BCCI to work with government over fixtures" (en ভাষাত). Times of India. https://timesofindia.indiatimes.com/sports/cricket/ipl/top-stories/ipl-most-likely-to-start-from-chairman-arun-dhumal-says-bcci-to-work-with-government-over-fixtures/articleshow/107691648.cms। আহৰণ কৰা হৈছে: 2024-02-15. 
{{bottomLinkPreText}} {{bottomLinkText}}
২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?