For faster navigation, this Iframe is preloading the Wikiwand page for হাউলী.

হাউলী

হাউলী
Howly
নগৰ
দেশ  ভাৰত
ৰাজ্য অসম
অসমৰ জিলাসমূহ বৰপেটা জিলা
উচ্চতা
43 m (141 ft)
জনসংখ্যা
 (2001)
 • মুঠ 15,958

হাউলী (IPA:ˈhaʊlɪ) (ইংৰাজী: Howli) অসমবৰপেটা জিলাত অৱস্থিত এখন ঠাই।

ভৌগোলিক বিৱৰণ

[সম্পাদনা কৰক]

ভৌগোলিকভাৱে হাউলী 26°26′N 90°58′E / 26.43°N 90.97°E / 26.43; 90.97.[1]ত অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৪৩ মিটাৰ (১৪১ ফুট)।

আন্ত:গাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি হাউলীৰ মুঠ জনসংখ্যা ১৫,৯৫৮ জন[2]। ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা। মুঠ জনসংখ্যাৰ ১৪% ছয় বছৰৰ অনুৰ্ধৰ। হাউলী ৰ গড় সাক্ষৰতাৰ হাৰ ৬৩%। ইয়াৰ ভিতৰত পুৰুষ আৰু মহিলাৰ গড় সাক্ষৰতাৰ হাৰ পৃথককৈ ক্ৰমান্বয়ে ৬৯% আৰু ৫৬%।

যাতায়ত ব্যৱস্থা

[সম্পাদনা কৰক]
বিদ্যালয়
  • শংকৰদেৱ শিশু নিকেতন,হাউলী
  • হাউলী উচ্চ মাধ্যমিক বিদ্যালয়
  • আদৰ্শ বিদ্যাপীঠ হাইস্কুল
  • অহল্যা বালিকা প্ৰাথমিক বিদ্যালয়
  • জাতীয় বিদ্যালয়
  • ইংৰাজী মাধ্যমৰ বিদ্যালয়
মহাবিদ্যালয়
  • বি এইচ মহাবিদ্যালয়
  • হাউলী জুনিয়ৰ কলেজ
  • হাউলী উচ্চতৰ মাধ্যমিক বিদ্যালয়

উল্লেখযোগ্য ব্যক্তি

[সম্পাদনা কৰক]

হৃষিকেশ গোস্বামী (প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মিডিয়া উপদেষ্টা,অসম চৰকাৰ)[3]

হেমেন দাস (প্ৰধান সচিব,অসম বিধান সভা)[4]

উল্লেখযোগ্য স্থান

[সম্পাদনা কৰক]
  • চণ্ডীবৰুৱা স্মৃতি ভৱন
  • ইংৰাজে স্থাপন কৰা ডাক-বঙলা
  • ঘিলাঝাৰী সত্ৰ
  • মৈৰামাৰা নামটি সত্ৰ
  • পোৰাভঁঢ়াল সত্ৰ
  • কালঝাৰ সত্ৰ
  • মদন মোহন নামঘৰ
  • হাউলী ৰাস-মন্দিৰ
  • হালাপাকুৰী শংকৰসমাজ কীৰ্তনঘৰ
  • ৰাধা গোবিন্দ মন্দিৰ
  • শিৱ মন্দিৰ
  • হনুমান মন্দিৰ
  • ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ, হাউলী খণ্ড
  • অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ
  • হাউলী গাওঁ ৰাখাল গোঁসাই থান

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Falling Rain Genomics, Inc - Howli
  2. "Census of India 2001: Data from the 2001 Census, including cities, villages and towns (Provisional)". Census Commission of India. Archived from the original on 2004-06-16. http://web.archive.org/web/20040616075334/http://www.censusindia.net/results/town.php?stad=A&state5=999। আহৰণ কৰা হৈছে: 2008-11-01. 
  3. Desk, Sentinel Digital (2016-08-04). "Hrishikesh Goswami is CM’s Media adviser - Sentinelassam" (en ভাষাত). www.sentinelassam.com. https://www.sentinelassam.com/guwahati-today/hrishikesh-goswami-is-cms-media-adviser/। আহৰণ কৰা হৈছে: 2022-07-12. 
  4. admin. "Hemen Das is Principal Secretary, Assam Legislative Assembly |". Whispersinthecorridors. https://www.whispersinthecorridors.com/detail/70652-Hemen-Das-is-Principal-Secretary,-Assam-Legislative-Assembly। আহৰণ কৰা হৈছে: 2022-07-12. 
{{bottomLinkPreText}} {{bottomLinkText}}
হাউলী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?