For faster navigation, this Iframe is preloading the Wikiwand page for সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা.

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
All India United Democratic Front
अखिल भारतीय संयुक्त लोकतांत्रिक मोर्चा
নেতা বদৰুদ্দিন আজমল
সংসদীয় সভাপতি
লোকসভাত নেতা
ৰাজ্যসভাত নেতা
প্ৰতিষ্ঠা ২০০৪
মূখ্য কাৰ্যালয় ৩ নং ফ্ৰেণ্ডচ্ পথ, হাতীগাঁও, গুৱাহাটী-৭৮১০৩৮
ৱেবছাইট www.aiudf.org

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা (All India United Democratic Front বা AIUDF) ভাৰতৰ এক ৰাজনৈতিক দল। উত্তৰ-পূৰ্বাঞ্চলৰ অসমত এই দলৰ উৎপত্তি হৈছিল[1]। মৌলানা বদৰুদ্দিন আজমল এই দলৰ মুখ্য নেতা। ২০০৫ চনৰ অক্টোবৰ মাহত তেওঁ এক আঞ্চলিক দল হিচাপে "অসম সংযুক্ত গণতান্ত্ৰীক মৰ্চা"(Assam United Democratic Front (AUDF)) গঠন কৰে। ২০০৯ চনৰ ফেব্ৰুৱাৰী মাহত নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত ইয়াক সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নামাকৰণ কৰি এক জাতীয় দল হিচাপে ঘোষণা কৰা হয়। এই দলৰ প্ৰধান কাৰ্য্যালয় গুৱাহাটীৰ হাতীগাঁৱত অৱস্থিত।[2][3]

সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা অসমৰ প্ৰধান বিৰোধী দল। ২০১১ চনৰ অসম বিধানসভা নিৰ্বাচনত তেওঁলোকে ১২৬ খন আসনৰ ভিতৰত ১৮ খনত জয়ী হৈছিল।[4]

দলীয় নিৰ্বাচনী চিহ্ন

তলা-চাবি সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা নিৰ্বাচনী প্ৰতীক। দলৰ পতাকা তিনি বৰণীয়া। ওপৰত সেউজীয়া, মাজত বগা আৰু তলত ক'লা। দলৰ প্ৰতীক তলা-চাবি বগা ৰঙৰ মাজত বিদ্যমান।





নিৰ্বাচন ইতিহাস

[সম্পাদনা কৰক]
চন নিৰ্বাচন বিজয়ী আসন আসনৰ পৰিবৰ্তন ভোটৰ শতাংশ ভোটৰ শতাংশ পৰিৱৰ্তন
২০০৯ ১৫তম লোকসভা
২০১১ ১৩তম অসম বিধানসভা ১৮
২০১৪ ১৫তম লোকসভা - -
২০১৯ ১৬তম লোকসভা - -

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?