For faster navigation, this Iframe is preloading the Wikiwand page for সদস্য বাৰ্তা:Jpnath008.

সদস্য বাৰ্তা:Jpnath008

(Bishnu Saikia) বিষ্ণু শ‍ইকীয়া 15:40, 19 ডিচেম্বৰ 2011 (UTC)

উত্তৰ দিছোঁ, পঢ়িবাঁ

[সম্পাদনা কৰক]

উত্তৰ দিছোঁ, পঢ়িবাঁ http://as.wikipedia.org/wiki/Wikipedia:%E0%A7%B0%E0%A6%BE%E0%A6%87%E0%A6%9C%E0%A7%B0_%E0%A6%9A%27%E0%A7%B0%E0%A6%BE_(%E0%A6%A8%E0%A7%80%E0%A6%A4%E0%A6%BF)#Building_Asaamese_wikipedia_and_Assamese_Wiki_community


প্রভাকৰ শৰ্মা নেওগ 11:56, 3 জানুৱাৰী 2012 (UTC)

পুৰীয়া

[সম্পাদনা কৰক]

প্ৰয়োজন হ'লে ৱিকিপিডিয়া:নকলৰ পুৰীয়াৰ সহায় ল'ব পাৰা! ‍Gitartha.bordoloi 19:37, 17 জানুৱাৰী 2012 (UTC)

কাৰ্যসূচী

[সম্পাদনা কৰক]

ৱিকিপিডিয়া:Meetup/GAU1#প্ৰস্তাৱিত কাৰ্যসূচী চোৱা। Gitartha.bordoloi 11:30, 21 জানুৱাৰী 2012 (UTC)

তেজপুৰ নহয় দূৰ

[সম্পাদনা কৰক]

তেজপুঅৰলৈকো সেইদিনা যেনেতেনে এপাক আহিব| শুভেচ্ছা তাতহে ল’ম|

ৱিকিপিডিয়া: তথ্য আৰু প্ৰযুক্তিবিদ্যা প্ৰকল্পৰ নাম সলনি

[সম্পাদনা কৰক]

উত্তৰ দিলোঁ, চাবাচোন কেনে পোৱা প্রভাকৰ শৰ্মা নেওগ 11:44, 10 ফেব্ৰুৱাৰী 2012 (UTC)


সম্বৰ্থনা

[সম্পাদনা কৰক]
The Teamwork Barnstar
প্রিয় সতীৰ্থ, অসমীয়া ৱিকিপিডিয়াৰ লগত আমি একেলগে বহুদূৰ আহিলোঁ, যাবলৈও আছে আৰু বহুদুৰ। যাত্ৰাপথৰ এই মোৰত আপোনাক ইয়াকে দি সামান্য সম্বৰ্থনা জনালোঁ। প্রভাকৰ শৰ্মা নেওগ 02:31, 14 ফেব্ৰুৱাৰী 2012 (UTC)

ধন্যবাদ। গীতাৰ্থ বৰদলৈ 18:01, 20 ফেব্ৰুৱাৰী 2012 (UTC)


সন্মিলন

[সম্পাদনা কৰক]

বৰ্তমানৰখনত খেলিমেলি কিছুমান আছে| সেইবোৰ আতৰ কৰি ললে অনাগত মিটিংত আলোচনা কৰাত সুবিধা হ’ব| বিষ্ণু বাৰ্তা 13:22, 23 মে' 2012 (UTC)

মোক শান্তিৰে কামটো কৰিব দিলে ভাল লাগিলহেতেনে| আগৰ সভাকেইখন কৰি / দেখি অভিজ্ঞতাৰ ফালৰ পৰা এই সালসলনি কৰিছো| বেয়া দেখিলে আকৌ ঘূৰাই আনিব পাৰি| আলোচনা পৃষ্ঠাত প্ৰয়োজন বোধ হ’লে নিশ্চয় দিম| বিষ্ণু বাৰ্তা

কটন কলেজ ৱিকিপদক

[সম্পাদনা কৰক]
তৃতীয় অসমীয়া ৱিকিসন্মিলনৰ ৱিকিপদক (১০ জুলাই, ২০১২, কটন কলেজ)
বন্ধুবৰ,

এই ৱিকিসন্মিলনত আপোনাৰ অৱদানৰ বাবে এই সামান্য সন্মান জনালোঁ।

কিন্তু আমি আমাৰ এই outreach effort অটুত ৰাখিব লাগিব। প্রভাকৰ শৰ্মা নেওগ (talk) 00:44, 5 জুলাই 2012 (UTC)

ৱিকিপিডিয়া:ৰাইজৰ চ'ৰা (প্ৰস্তাৱসমূহ) চাওক| ইয়াত প্ৰতিলিপি সম্পৰ্কীয় এক আলোচনা উত্থাপন কৰা হৈছে| আপুনি সেই পৃষ্ঠাত নিজৰ মতামত দিবৰ বাবে অনুৰোধ জনালো| বিষ্ণু শইকীয়া 15:26, 17 নৱেম্বৰ 2012 (UTC)

বোলছবিৰ নাম

[সম্পাদনা কৰক]

তুমি " আইদেউ (২০০৭ চলচ্চিত্ৰ)"ৰ পৰা "আইদেউ ২০০৭ (চলচ্চিত্ৰ)"লৈ স্থানান্তৰ কৰিলা। কিন্তু চলচ্চিত্ৰখনৰ নাম জানমণি, অঞ্জনা আদিৰ নিচিনাকৈ "আইদেউ ২০০৭" নহয়। গতিকে দুয়োটা শব্দ বন্ধনীৰ বাহিৰত থাকিলে ভুল হ'ব। আগৰটোৱেই ঠিক আছিল। — গীতাৰ্থ বৰদলৈ (talk) 07:29, 20 নৱেম্বৰ 2012 (UTC)

অঁ একে নামৰ দুখন ছবি নাথাকিলে চনটোৰ প্ৰয়োজন নাই। — গীতাৰ্থ বৰদলৈ (talk) 08:44, 20 নৱেম্বৰ 2012 (UTC)
পুনশ্ব: তুমি আজি স্থানান্তৰ কৰা পৃষ্ঠাসমূহত অলপ অসুবিধা যেন দেখা পালো| দুটা সম্পাদনা ম‍ই পূৰ্ববত কৰিলো| চাবাচোন| কাৰণবোৰ ওপৰত গীতাৰ্থ‍ই কৈছেই| লগতে স্থানান্তৰ কৰাৰ ক্ষেত্ৰত আগলৈ অলপ সাবধান হবা, সেই পৃষ্ঠালৈ কি কি পৃষ্ঠা, পুনৰ্নিৰ্দেশ জড়িত হৈ আছে সেয়াও চকু ফুৰাই চাবা আৰু থাকিলে সেইবোৰৰ গতি লগতে লগাই থবা| নহ’লে সংযোগবোৰ বিচ্ছিন্ন হৈ পৰে| আনহাতে মোৰ বোধে কিছুমান চলচ্চিত্ৰৰ নামৰ পাছত " .... (২০১০ চলচ্চিত্ৰ) " লগোৱাৰ প্ৰয়োজন নাই, যেনে "পলে পলে উৰে মন" , "মন যায়", "সাগৰলৈ বহু দূৰ" নামৰ অন্য এটা প্ৰবন্ধ ৱিকিত আৰু নোলায়| গতিকে সেইবোৰৰ পাছত চলচ্চিত্ৰ নিদিলেও হয়| কিন্তু এই ধৰা "মহাত্মা গান্ধী"ৰ নামত এখন চলচ্চিত্ৰ উলিয়ালে, তেতিয়া সেই প্ৰবন্ধৰ নাম মহাত্মা গান্ধী (২০১০ চলচ্চিত্ৰ) বুলি দিয়া উচিত| বুজি পাইছা চাগে| বিষ্ণু শইকীয়া 14:06, 20 নৱেম্বৰ 2012 (UTC)

প্ৰবন্ধ এটাত উপশ্ৰেণী এটা যোগ দিয়াৰ পিছত তাত মূল শ্ৰেণীবোৰ যোগ দিব নালাগে। যেনে- জিতেন্দ্ৰনাথ গোস্বামী প্ৰবন্ধটোত 'অসমীয়া বিজ্ঞানী' যোগ দিয়াৰ পিছত 'বিজ্ঞানী', 'জীৱনী' এইবোৰ নালাগে। আকৌ তাত 'বিজ্ঞান' শ্ৰেণীটোৰো কাম নাই কাৰণ লেখাটো ব্যক্তি বিষয়কহে, বিজ্ঞান বিষয়ক নহয়। 'মঙ্গলযান' প্ৰবন্ধত 'ভাৰতৰ মহাকাশ অভিযান' জাতীয় শ্ৰেণীহে খাপ খাব, কেৱল 'ভাৰত' নহয়। শ্ৰেণীবোৰে লেখাটোক ভালকৈ প্ৰতিনিধিত্ব কৰিব লাগে। — গীতাৰ্থ বৰদলৈ (talk) 07:04, 12 নৱেম্বৰ 2013 (UTC)

মানুহৰ বিষয়ে লিখা প্ৰবন্ধ বিজ্ঞানৰ ভিতৰত নপৰে ঔ। বাকীবোৰ ৱিকিপিডিয়া চাবাচোন। কিবা শ্ৰেণীৰ প্ৰয়োজনীয়তা দেখিলে সৃষ্টি কৰি দিবা। — গীতাৰ্থ বৰদলৈ (talk) 11:26, 12 নৱেম্বৰ 2013 (UTC)

মঙ্গলযান

[সম্পাদনা কৰক]

আপোনাৰ বাৰ্তাটো অলপ দেৰিকৈহে দেখা পালো। ইতিমধ্যে অনিমেষ আৰু দীপাংকৰে ঠিক ঠাক কৰি দিলেই। এই প্ৰৱন্ধটো ইংৰাজীটোৰ অনুকৰণতে আপডে'ট কৰি গৈ থাকিলে ভাল হ'ব।

প্ৰণৱ জ্যোতি ভূঞা 16:44, 12 নৱেম্বৰ 2013 (UTC)

২০২১ চনৰ ৱিকিমিডিয়া ফাউণ্ডেচন নিৰ্বাচনৰ বাবে মনোনয়ন আহ্বান

[সম্পাদনা কৰক]

প্ৰিয় Jpnath008,

২০২১ চনৰ বোৰ্ড অফ ট্ৰাষ্টীজৰ নিৰ্বাচন ৪ আগষ্টৰ পৰা ১৭ আগষ্টলৈ অনুষ্ঠিত হ'ব। খালি হোৱা আসনসমূহ পূৰণ কৰিবলৈ ৱিকি-সম্প্ৰদায়ৰ পৰা প্ৰাৰ্থীৰ প্ৰয়োজন।

ৱিকিমিডিয়া ফাউণ্ডেচন ব'ৰ্ড অৱ ট্ৰাষ্টীয়ে ৱিকিমিডিয়া ফাউণ্ডেচনৰ কাৰ্যকলাপৰ তত্ত্বাৱধান কৰে। ভোটৰ মাধ্যমেৰে ৱিকি-সম্প্ৰদায়ৰ পৰা নিৰ্বাচিত ট্ৰাষ্টী আৰু নিযুক্ত ট্ৰাষ্টীসকলক লৈ ট্ৰাষ্টী বোৰ্ড গঠন কৰা হয়। ট্ৰাষ্টীসকলৰ কাৰ্যকাল তিনি বছৰ। বিভিন্ন ৱিকি-সম্প্ৰদায়ে কমিউনিটি ট্ৰাষ্টীসকলক ভোট দিয়াৰ সুযোগ লাভ কৰিব। ইতিমধ্যে ৯ জুন ২০২১ তাৰিখৰ পৰা প্ৰাৰ্থীসকলৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে আৰু ই ২৯ জুন ২০২১ তাৰিখে সমাপ্ত হ’ব।

প্ৰাৰ্থীসকলৰ যোগ্যতা সম্পৰ্কে জানিবলৈ এই পৃষ্ঠাটো চাওক। সকলো প্ৰকল্প আৰু ৱিকি-সম্প্ৰদায়ৰ যোগ্য প্ৰাৰ্থীসকলক স্বাগতম জনোৱা হৈছে। যদি আপুনি এজন ভাল ট্ৰাষ্টী হ'ব পৰা কাৰোবাক জানে, তেওঁলোকক নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ উৎসাহিত কৰক। মনোনয়ন দাখিল কৰাৰ লিংক ইয়াতে পাব।

নিৰ্বাচন কমিটিৰ হৈ,
বাবুল বৈশ্য 08:29, 12 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

2021 Wikimedia Foundation Board elections: Eligibility requirements for voters

[সম্পাদনা কৰক]

Greetings,

The eligibility requirements for voters to participate in the 2021 Board of Trustees elections have been published. You can check the requirements on this page.

You can also verify your eligibility using the AccountEligiblity tool.

MediaWiki message delivery (বাৰ্তা) 16:27, 30 June 2021 (ইউ.টি.চি.)[উত্তৰ দিয়ক]

Note: You are receiving this message as part of outreach efforts to create awareness among the voters.

{{bottomLinkPreText}} {{bottomLinkText}}
সদস্য বাৰ্তা:Jpnath008
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?