For faster navigation, this Iframe is preloading the Wikiwand page for সদস্য:দিব্য দত্ত/পৰীক্ষাগাৰ/১.

সদস্য:দিব্য দত্ত/পৰীক্ষাগাৰ/১

অসমীয়া ৱিকিপিডিয়াৰ বৈশিষ্টপূৰ্ণ প্ৰবন্ধসমূহ

অসমীয়া ৱিকিপিডিয়াৰ বৈশিষ্টপূৰ্ণ প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা তৰা চিহ্ন
অসমীয়া ৱিকিপিডিয়াৰ বৈশিষ্টপূৰ্ণ প্ৰবন্ধসমূহৰ বাবে নিৰুপণ কৰা তৰা চিহ্ন

বৈশিষ্টপূৰ্ণ প্ৰবন্ধ (featured article) হ’ল সেইবোৰ প্ৰবন্ধ, যিবোৰে ৱিকিপিডিয়াৰ সম্পাদক আৰু ব্যৱহাৰকাৰীসকলৰ অনুসৰি ৱিকিপিডিয়াৰ শ্ৰেষ্ঠতম প্ৰবন্ধসমূহৰ মাজত স্থান লাভ কৰে। এই পৃষ্ঠাত স্থান লাভ কৰাৰ আগেয়ে প্ৰস্তাৱনা আৰু বিশ্লেষণৰ মাধ্যমৰে এইবোৰ প্ৰবন্ধৰ মান, নিৰ্ভৰযোগ্যতা, নিৰপেক্ষতা, পৰিপূৰ্ণতা আৰু লিখনৰীতি পৰীক্ষণ কৰা হয়। এই সংক্ৰান্তত অধিক নিৰ্দেশনা আছে বৈশিষ্টপূৰ্ণ প্ৰবন্ধৰ মানদণ্ড পৃষ্ঠাত।

বৰ্তমান অসমীয়া ৱিকিপিডিয়াৰ মুঠ ১৩,৬৯৫ টা প্ৰবন্ধৰ মাজত টা বৈশিষ্টপূৰ্ণ প্ৰবন্ধ আছে।

বৈশিষ্টপূৰ্ণ প্ৰবন্ধ সাঁচ মনোনীত প্ৰবন্ধ পৃষ্ঠাত ওপৰত লিখি ৰাখিলে এটা ক্ষুদ্ৰ তাৰকা চিহ্ন () দ্বাৰা প্ৰবন্ধটো নিৰ্দেশিত হয়।

নিঁখুত, নিৰ্বাচিত আৰু ভাল প্ৰবন্ধৰ সংযোগসমূহ:

বৈশিষ্টপূৰ্ণ প্ৰবন্ধৰ তালিকা

ৱিকিপিডিয়াৰ বৈশিষ্টপূৰ্ণ প্ৰবন্ধত তলৰ বৈশিষ্ট্যসমূহ থকা বাঞ্চনীয়:

  1. প্ৰবন্ধটো ৱিকিপিডিয়াৰ সম্পাদকসকলৰ কৰ্মৰ শ্ৰেষ্ঠতম নমুনা হোৱা উচিত।
  2. প্ৰবন্ধটো "সুলিখিত", "সুসমন্বিত", "তথ্যগতভাৱে নিৰ্ভুল", "নিৰপেক্ষ" আৰু "স্থায়ী"। নিৰ্বাচিত প্ৰবন্ধৰ মান কিমান কেনেদৰে নিৰূপণ কৰিব পাৰি সেয়া জনাৰ বাবে ভাল প্ৰবন্ধ এটা কেনেদৰে সৃষ্টি কৰিব? আৰু নিখুঁত প্ৰবন্ধ পঢ়ক। ইয়াত:
    • (ক) "সুলিখিত" বুলি ক’লে লেখাটিৰ মনোগ্ৰাহী ভাষাৰ বিষয়ে বুজোৱা হৈছে;
    • (খ) "সুসমন্বিত" বুলিলে প্ৰবন্ধটোতে বিষয়বস্তু সম্বন্ধে সকলোবোৰ বিতং বৰ্ণনা দিয়া হৈছেনে নাই আৰু কিবা প্ৰধান তথ্য আদি বাকী ৰৈ গৈছে নেকি সেয়া পৰীক্ষা কৰা;
    • (গ) "তথ্যগতভাৱে সঠিক" বুলিলে প্ৰবন্ধটোত উল্লিখিত তথ্যসমূহৰ যথাযথ প্ৰমাণ আৰু উদ্ধৃতিৰ সহায়েৰে সমৰ্থন কৰা হৈছে নে নাই (ৱিকিপিডিয়া:নিৰ্ভৰযোগ্যতা চাওক); প্ৰবন্ধটোত “তথ্য সংগ্ৰহৰ” অনুচ্ছেদ আছে, য’ত তথ্য-উৎসসমূহ ধাৰাবাহিকভাৱে দিছে; ইয়াৰ বাদেও প্ৰয়োজন হ’লে প্ৰবন্ধৰ মাজতো বিভ্ৰান্তিকৰ উৎসৰ উল্লেখ থাকিব পাৰে (ৱিকিপিডিয়া:তথ্য উদ্ধৃতি চাওক)। পাদটীকা আৰু প্ৰবন্ধৰ শেষৰ উৎসপঞ্জীৰ বাবে meta:cite-ত উল্লিখিত ধৰণ অনুসৰণযোগ্য;
    • (ঘ) "নিৰপেক্ষ" বুলিলে প্ৰবন্ধটোৰ নিৰপেক্ষতা আৰু তথ্যগত সঠিকতালৈ কোনো বিতৰ্ক নোহোৱা বুজায় (ৱিকিপিডিয়া:নিৰপেক্ষ দৃষ্টিভঙ্গী চাওক); আৰু
    • (ঙ) "স্থায়ী" বুলিলে প্ৰবন্ধটোত নিয়মিতভাৱে কোনোধৰনৰ গুৰুত্বপূৰ্ণ পৰিবৰ্তন সাধন কৰা নহয় আৰু প্ৰবন্ধটো কোনো সম্পাদনা দ্বন্দৰ চিকাৰ নহয়।

বৈশিষ্টপূৰ্ণ প্ৰবন্ধ

[সম্পাদনা কৰক]

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

ৱিকিপিডিয়া:বৈশিষ্টপূৰ্ণ প্ৰবন্ধ/সংখ্যা

{{bottomLinkPreText}} {{bottomLinkText}}
সদস্য:দিব্য দত্ত/পৰীক্ষাগাৰ/১
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?