For faster navigation, this Iframe is preloading the Wikiwand page for মুম্বাই চিটি এফ চি.

মুম্বাই চিটি এফ চি

মুম্বাই চিটি এফ চি मुंबई सिटी एफ सी
সম্পূৰ্ণ নাম মুম্বাই চিটি ফুটবল ক্লাব
প্ৰতিষ্ঠা ২০১৪
খেলপথাৰ মুম্বাই ফুটবল এৰিনা
(আসন: ৬,৬০০)
গৰাকী চিটি ফুটবল গ্ৰুপ (৬৫%)
ৰণবীৰ কাপুৰ (১৮%)
বিমল পাৰেখ (১৭%)
মেনেজাৰ চেক গণৰাজ্য পিটাৰ ক্ৰাটকী
লীগ ইণ্ডিয়ান চুপাৰ লীগ
২০২২-২৩
ৱেবছাইট ক্লাব হ'ম পেজ Club home page
ঘৰুৱা খেলসমূহত
পোচাকৰ ৰং
বাহিৰা খেলসমূহত
পোচাকৰ ৰং

মুম্বাই চিটি ফুটবল ক্লাব (মাৰাঠি:मुंबई सिटी फुटबॉल क्लब) এটি ইণ্ডিয়ান চুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰমুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত।[1][2]

এই ফুটবল ক্লাব চিটি ফুটবল গ্ৰুপ, বলিউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু মুম্বাইত আধাৰিত চনদ গাণনিক বিমল পাৰেখৰ। এই দলৰ প্ৰশিক্ষণ এগ্নেল মাল্টিপাৰ্প'জ স্কুল, ৱাচিৰ জুনিয়ৰ কলেজ আদিত হৈছিল। আই-এচ-এলৰ সময়ত প্ৰশিক্ষণ ক'লাবাৰ কুপাৰেজ পথাৰত হয়।[1]

বুৰঞ্জী

[সম্পাদনা কৰক]

২০১৪ৰ আগৰ অংশত ঘোষণা কৰা হ'ল যে সৰ্ব ভাৰতীয় ফুটবল ফেডাৰেচন আৰু আই-এম-জি ৰিলায়েঞ্চে ৯ৰ ভিতৰত ৮ মনোনীত চহৰৰ মালিকীস্বত্ত্বৰ বাবে নিবিদা গ্ৰহণ কৰিব,হ'বলগীয়া ইণ্ডিয়ান চুপাৰ লীগৰ বাবে, যি এটি ৮ দলীয় ফ্ৰেঞ্চাইচ লীগ আৰু ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ক্ৰিকেট প্ৰতিযোগিতাৰ আৰ্হিত পতা হ'ব।[1][3]

মুম্বাই ১২ অক্টোবৰৰ এটলেটিক' দি কলকাতাৰ চল্ট লেক ষ্টেডিয়ামত আই-এচ-এলৰ প্ৰথম খেলত আলহী আছিল। নিক'লাচ এনেল্কা আৰু ফ্ৰেডী জাংবাৰ্গৰ অভাৱত মুম্বাই ৩–০ৰে পৰাজিত হ'ল।[4]

ষ্টেডিয়াম

[সম্পাদনা কৰক]

মুম্বাই চিটি এফচিয়ে তেওঁলোকৰ গৃহ খেলসমূহ ৬,৬০০ আসন বিশিষ্ট মুম্বাই ফুটবল এৰিনাত খেলে।

বৰ্তমান দল

[সম্পাদনা কৰক]

টোকা: পতাকাই ফিফাৰ নিয়মৰ মতেহে জাতীয় দল দৰ্শাইছে, অন্যথা, খেলুৱৈসকলৰ একাধিক অ-ফিফা ৰাষ্ট্ৰীয়তা থাকিব পাৰে।Note: Flags indicate national team as has been defined under FIFA eligibility rules. Players may hold more than one non-FIFA nationality.

নং. স্থান খেলুৱৈ
1 ভাৰত গ’লকীপাৰ চুব্ৰতা পল
2 ফ্ৰান্স ডিফেণ্ডাৰ জহান লেটজেল্টাৰ
3 ভাৰত ডিফেণ্ডাৰ ৰাজু গাইক্বাদ
4 ছুইজাৰলেণ্ড মিড ফিল্ডাৰ তিয়াগ' ৰিবেইৰ'
5 জাৰ্মানী ডিফেণ্ডাৰ মেনুৱেল ফ্ৰাইড্ৰিচ (vice captain)
6 চেক গণৰাজ্য মিড ফিল্ডাৰ জান স্তহাঞ্জ
7 ভাৰত মিড ফিল্ডাৰ ৰ'হিত মিৰ্জা
8 ছুইডেন মিড ফিল্ডাৰ ফ্ৰেড্ৰিক জাংবাৰ্গ
9 ভাৰত ফৰৱাৰ্ড অভিচেক য়াদৱ
10 আৰ্জেণ্টিনা ফৰৱাৰ্ড দিয়েগ' নাদায়া
11 স্পেইন মিড ফিল্ডাৰ জাভি ফাৰ্ণাণ্ডেজ
12 ভাৰত ফৰৱাৰ্ড চিংগম চুভাচ চিং
13 ভাৰত মিড ফিল্ডাৰ ৰাম মালিক
14 ভাৰত ফৰৱাৰ্ড নাদং ভুতিয়া
নং স্থান খেলুৱৈ
15 ভাৰত মিড ফিল্ডাৰ আচিফ কত্তায়িল
16 ভাৰত ডিফেণ্ডাৰ পিটাৰ ক'ষ্টা
17 ভাৰত ডিফেণ্ডাৰ দীপক মণ্ডাল
18 ভাৰত ফৰৱাৰ্ড চুচিল কুমাৰ চিং
19 ভাৰত ডিফেণ্ডাৰ চৈয়দ ৰহিম নাবি (captain[5])
20 ভাৰত মিড ফিল্ডাৰ লাল্ৰিণ্ডিকা ৰাল্টেল
21 ব্ৰাজিল মিড ফিল্ডাৰ আণ্ড্ৰে' ম'ৰিট্জ
23 ভাৰত ফৰৱাৰ্ড লাল্ৰিন ফেলা
26 গ্ৰীচ ডিফেণ্ডাৰ ইলিয়াচ পল্লালিচ
27 চেক গণৰাজ্য ডিফেণ্ডাৰ পাভেল ম'ভ্চ
31 ভাৰত গ’লকীপাৰ ঈশান দেবনাথ
39 ফ্ৰান্স ফৰৱাৰ্ড নিক'লাচ এনেল্কা [6]
41 পৰ্তুগাল গ’লকীপাৰ আণ্ড্ৰে' প্ৰেট'

টোকা: নং আই-এচ-এলৰ অফিচিয়েল এপৰ পৰা লোৱা হৈছে।

দল পৰিচালনা

[সম্পাদনা কৰক]
পদবী নাম
মুখ্য প্ৰশিক্ষক চেক গণৰাজ্য পিটাৰ ক্ৰাটকী
সহযোগী প্ৰশিক্ষক ভাৰত এন্থনী ফাৰ্নানডেজ

কিত্ নিৰ্মাতা আৰু চোলা পৃষ্ঠপোষক

[সম্পাদনা কৰক]
সময় কিত্ নিৰ্মাতা চোলা পৃষ্ঠপোষক
২০২২- পিউমা ষ্টেক নিউজ

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Basu, Saumyajit. "Stars embrace soccer through Indian Super League". Times of India. http://timesofindia.indiatimes.com/sports/football/indian-super-league/top-stories/Stars-embrace-soccer-through-Indian-Super-League/articleshow/33712666.cms#write। আহৰণ কৰা হৈছে: 22 April 2014. 
  2. "আৰ্কাইভ কপি". Archived from the original on 2015-09-23. https://web.archive.org/web/20150923211516/http://www.croydonadvertiser.co.uk/Crystal-Palace-team-Mumbai-City-FC-search-Indian/story-24642956-detail/story.html। আহৰণ কৰা হৈছে: 2014-12-02. 
  3. "Indian Super League sees interest from 30 franchise bidders". Business Standard. http://www.business-standard.com/article/companies/indian-super-league-sees-interest-from-30-franchise-bidders-114032300585_1.html। আহৰণ কৰা হৈছে: 22 April 2014. 
  4. "Ex-Liverpool stars Luis Garcia and Josemi start as Atletico de Kolkata win first Indian Super League clash against Mumbai City". Daily Mail. Associated Press. 12 October 2014. http://www.dailymail.co.uk/sport/football/article-2790093/ex-liverpool-stars-luis-garcia-josemi-start-atletico-kolkata-win-indian-super-league-clash-against-mumbai-city.html। আহৰণ কৰা হৈছে: 13 October 2014. 
  5. "MCFC coach Reid not worried over Anelka's unavailability". The Times of India: 23. 10 October 2014. 
  6. "Nicolas Anelka joins Mumbai City in Indian Super League". Sports-nova. Archived from the original on 10 October 2014. https://web.archive.org/web/20141010145838/http://sports-nova.com/nicolas-anelka-join-mumbai-city-indian-super-league/। আহৰণ কৰা হৈছে: 15 September 2014. 
{{bottomLinkPreText}} {{bottomLinkText}}
মুম্বাই চিটি এফ চি
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?