For faster navigation, this Iframe is preloading the Wikiwand page for বৰদিন.

বৰদিন

বৰদিন
বৰদিন
বৰদিনৰ সজ্জা
অন্য নাম খ্ৰীষ্টমাছ
নোয়েল
ইয়ুল
ফিষ্ট অফ নেটিভিটি
পালন কৰে খ্ৰীষ্টান
একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়[1]
প্ৰকাৰ খ্ৰীষ্টীয়, সাংস্কৃতিক
মহত্ব প্ৰথানুসাৰে যীশুখ্ৰীষ্টৰ জন্ম-তিথি
তাৰিখ ২৫ ডিচেম্বৰ
আচাৰ উপহাৰ প্ৰদান, গিৰ্জাত উপাসনা, পাৰিবাৰিক সন্মিলন, গৃহসজ্জা

বৰদিন বা খ্ৰীষ্টমাছ (ইংৰাজী: Christmas[2] বা Christmas Day[3][4]) খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্যে এই উৎসৱ পালন কৰা হয়।[5][6] এই দিনটো যীশুৰ প্ৰকৃত জন্মদিন হয় নে নহয় জনা নাযায়। আদিযুগীয় খ্ৰীষ্টানসকলৰ বিশ্বাস অনুসৰি, এই তাৰিখৰ ঠিক ন মাহ পূৰ্বে যীশুৱে মেৰীৰ গৰ্ভত প্ৰবেশ কৰে। সম্ভবতঃ, এই হিচাপ অনুসৰিয়েই ২৫ ডিচেম্বৰ তাৰিখটোকে যীশুৰ জন্ম তাৰিখ ধৰা হয়।[7] অন্যমতে ই হৈছে এক ঐতিহাসিক ৰোমান উৎসৱ[8] অথবা উত্তৰ গোলাৰ্ধৰ দক্ষিণ অয়নান্ত দিবসৰ অনুষঙ্গত ২৫ ডিচেম্বৰ তাৰিখে যীশুৰ জন্মজয়ন্তী পালনৰ প্ৰথাটোৰ সূত্ৰপাত হয়।[9] বৰদিন বৰদিনৰ ছুটিৰ কেন্দ্ৰীয় দিন আৰু খ্ৰীষ্টান ধৰ্ম্মৰ বাৰ দিন ব্যাপী খ্ৰীষ্টমাছটাইড অনুষ্ঠানৰ সূচনাদিবস।[10]

প্ৰকৃতিগতভাৱে এটি খ্ৰীষ্টীয় ধৰ্মানুষ্ঠান হোৱা সত্ত্বেও, একাধিক অ-খ্ৰীষ্টান সম্প্ৰদায়ও মহা সমাৰোহে বৰদিন উৎসৱ পালন কৰে।[1][11] আনকি কোনো কোনো ঠাইত উৎসৱৰ আয়োজনত প্ৰাক-খ্ৰীষ্টীয় আৰু ধৰ্মনিৰপেক্ষ বিষয়ভাবনাৰ সমাবেশও দেখা যায়। উপহাৰ প্ৰদান, সংগীত, খ্ৰীষ্টমাছ কাৰ্ডৰ বিনিময়, গিৰ্জাত ধৰ্মোপাসনা, ভোজ, আৰু খ্ৰীষ্টমাছ বৃক্ষ, আলোকসজ্জা, মালা, মিছলটো, যীশুৰ জন্মদৃশ্য আদিৰ সমন্বিত এক বিশেষ ধৰণৰ সাজসজ্জাৰ প্ৰদৰ্শনী আধুনিক কালৰ বৰদিন উৎসৱ উদযাপনত অঙ্গ। কোনো কোনো দেশে ফাদাৰ খ্ৰীষ্টমাছ (উত্তৰ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু আয়াৰলেণ্ডত ছাণ্টাক্লজ)-এ শিশুসকলৰ বাবে উপহাৰ অনাৰ উপকথাটো বেছ জনপ্ৰিয়।[12]

উপহাৰ প্ৰদানৰ ৰীতি সহ বৰদিন উৎসৱৰ নানা অনুষঙ্গ খ্ৰীষ্টানৰ লগতে অ-খ্ৰীষ্টানসকলৰ অৰ্থনীতিত বিশেষ গুৰুত্বপূৰ্ণ। এই উৎসৱ উপলক্ষ্যে ব্যৱসায়-বাণিজ্য আৰু কিনা-বেছাৰ এক বিশেষ বতৰ চলে। বিগত কেইবাটাও শতাব্দীধৰি বিশ্বৰ বিভিন্ন অঞ্চলত বৰদিনৰ অৰ্থনৈতিক প্ৰভাৱ লাহে লাহে প্ৰসাৰিত হোৱা দেখা গৈছে। ভাৰততো বৰদিন এটা ৰাষ্ট্ৰীয় ছুটীৰ দিন।

নামৰ উৎপত্তি

[সম্পাদনা কৰক]

ইংৰাজী শব্দ খ্ৰীষ্টমাছ হৈছে ‘খ্ৰীষ্টৰ মাছ’ (মাছ মানে উৎসৱ) ৰ সংক্ষিপ্ত ৰূপ। ১০৩৮ চনত এই শব্দটো ক্ৰীষ্টেছমেছ আৰু ১১৩১ চনত ক্ৰীষ্টেছ-মেছ বুলি লিপিবদ্ধ হিচাপে পোৱা গৈছে।[6] Crīstৰ (মূল শব্দ Crīstes) গ্ৰীক ৰূপ Khrīstos (Χριστός)ৰ হিব্ৰু ভাষাৰ Māšîaḥ (מָשִׁיחַ), 'মচীহা'ৰ অনুবাদ[13][14] আৰু mæsse লেটিন missa, খ্ৰীষ্টীয় উদযাপনৰ অনুবাদ।[15]

২২ ডিচেম্বৰৰ মকৰ সংক্ৰান্তিৰ পিছত উত্তৰ গোলাৰ্ধত দিন ক্ৰমাৎ দিন দীঘল বা বৰ হবলৈ আৰম্ভ হয়। আকৌ খ্ৰীষ্টানসকলৰ বাবে যীশুৰ জন্মদিনক সৰ্বোত্তম দিন বুলি গণ্য কৰা হয়, গতিকে এই দিনটোক বৰদিন বুলি কোৱা হয়। ইংৰাজৰ শাসনকালত ইংৰাজে এই দিনটোক বিশেষ কৰি তুলিবলৈ হিন্দীত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। ভাৰতীয়সকলে এই দিনটোক গুৰুত্ব দি বিশেষ দিন বুলি গণ্য কৰাৰ উদ্দেশ্যে ইংৰাজে এই উৎসৱক ভাৰতীয় ভাষাত ‘বড়া দিন’ বুলি অভিহিত কৰিছিল। সেই বড়াদিন অসমীয়াত বৰদিনলৈ হ'ল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 Christmas as a Multi-faith Festival—BBC News. Retrieved 2008-09-30.
  2. Canadian Heritage – Public holidays Archived 2009-11-24 at the Wayback Machine — Government of Canada. Retrieved November 27, 2009.
  3. 2009 Federal Holidays Archived 2013-01-16 at the Wayback Machine — U.S. Office of Personnel Management. Retrieved November 27, 2009.
  4. Bank holidays and British Summer timeHM Government. Retrieved November 27, 2009.
  5. Christmas, Merriam-Webster. Retrieved October 6, 2008.
    "Christmas Archived 2009-09-23 at the Wayback Machine," MSN Encarta. Retrieved October 6, 2008. 2009-10-31.
  6. 6.0 6.1 "Christmas", The Catholic Encyclopedia, 1913.
  7. "How December 25 Became Christmas, Biblical Archaeology Review, Retrieved 2009-12-13". Archived from the original on 2012-12-18. https://web.archive.org/web/20121218034441/http://www.bib-arch.org/e-features/christmas.asp। আহৰণ কৰা হৈছে: 2011-12-21. 
  8. "Christmas Archived 2009-08-31 at the Wayback Machine", Encarta
    Roll, Susan K., Toward the Origins of Christmas, (Peeters Publishers, 1995), p.130.
    Tighe, William J., "Calculating Christmas". Archived 2009-10-31.
  9. Newton, Isaac, Observations on the Prophecies of Daniel, and the Apocalypse of St. John (1733). Ch. XI.
    A sun connection is possible because Christians consider Jesus to be the "sun of righteousness" prophesied in Malachi 4:2.
  10. "The Christmas Season". CRI / Voice, Institute. Archived from the original on 2008-12-17. https://web.archive.org/web/20081217034734/http://www.cresourcei.org/cyxmas.html। আহৰণ কৰা হৈছে: 2008-12-25. 
  11. Non-Christians focus on secular side of ChristmasSioux City Journal. Retrieved November 18, 2009.
  12. "Poll: In a changing nation, Santa endures", Associated Press, December 22, 2006. Retrieved November 18, 2009.
  13. Schoenborn, Christoph (1994). God's human face: the Christ-icon. পৃষ্ঠা. 154. ISBN 978-0-89870-514-0. 
  14. Galey, John (1986). Sinai and the Monastery of St. Catherine. পৃষ্ঠা. 92. ISBN 978-977-424-118-5. 
  15. "Christmas | Origin, Definition, Traditions, History, & Facts | Britannica" (en ভাষাত). www.britannica.com. https://www.britannica.com/topic/Christmas। আহৰণ কৰা হৈছে: December 22, 2021. 
এই উৎসৱ বিষয়ক চমু প্ৰবন্ধটোক বহলাই লিখা প্ৰয়োজন। আপুনিও ইচ্ছা কৰিলে যোগদান কৰিব পাৰে। সহায় কৰিবৰ বাবে ইয়াত ক্লিক কৰক। আপুনি যদি নবাগত তেন্তে ৱিকিপিডিয়াত সম্পাদনা কৰাৰ অনুগ্ৰহ কৰি আগেয়ে সহায়িকাখন এবাৰ চকু ফুৰাব।
{{bottomLinkPreText}} {{bottomLinkText}}
বৰদিন
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?