For faster navigation, this Iframe is preloading the Wikiwand page for বিশ্ব দৃষ্টি দিৱস.

বিশ্ব দৃষ্টি দিৱস

বিশ্ব দৃষ্টি দিৱস (World Sight Day) প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে গোটেই বিশ্বজুৰি পালন কৰা হয়। গোলকীয় প্ৰেক্ষাপটত অন্ধতা, চকু আৰু দৃষ্টি সম্পৰ্কীয় ৰোগ আৰু চকুৰ যতনৰ বাবে জসচেতনতা বৃদ্ধি কৰায় এই দিৱসৰ মূল লক্ষ্য। ২০০০ চনত আন্তৰ্জাতিক লায়েন্স ক্লাৱে (Lions Club International) অনুষ্ঠিত কৰা SightFirstCampaignৰ ফলশ্ৰুতিত এই দিৱস জন্ম হৈছিল।

বৰ্তমান বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত আন্তৰাষ্ট্ৰীয় অন্ধতা দূৰীকৰণ সন্থাৰ পৰিচালনাত এই দিৱস বহুল ভাৱে প্ৰচাৰিত হৈ ভিশ্যন২০২০ লৈ উন্নীত হৈছে।

প্ৰতি বছৰৰ অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে এই দিৱস উদযাপন কৰা হয়।[1]

এই দিৱসৰ দিনা বিভিন্ন সভা-সমিতি, বক্তৃতা অনুষ্ঠান পাতি দৃষ্টি সম্পৰ্কীয় নানা দিহা-পৰামৰ্শ আদান প্ৰদান কৰা হয়। চকু চিকিৎসা শিবিৰ পাতি বিনামূলীয়া চিকিৎসা প্ৰদান কৰা হয়। নেত্ৰদানৰ বিষয়ে সাধাৰণ জনতাক আকৰ্ষণ কৰা এই দিৱসৰ অন্যতম উদ্দেশ্য।

বিশ্ব দৃষ্টি দিৱসৰ প্ৰতিপাদ্য(থীম)[2]

[সম্পাদনা কৰক]
২০০০ - নাই -
২০০১ - নাই -
২০০২ - নাই -
২০০৩ - নাই -
২০০৪ - নাই -
২০০৫ দৃষ্টিৰ অধিকাৰ(The Right to Sight)
২০০৬ নিম্ন দৃষ্টি(Low Vision)
২০০৭ শিশুৰ বাবে দৃষ্টি(Vision for Children)
২০০৮ দৃষ্টি সম্পৰ্কীয় ৰোগৰ বিৰুদ্ধে বৃদ্ধ বয়সত যুজঁ দিয়া(Fighting Vision Impairment in Later Life)
২০০৯ লিংগ আৰু চকুৰ স্বাস্থ্য
২০১০ ২০২০ লৈ ওলোটা গণনা(Countdown to 2020)
২০১১ - নাই -
২০১২ - নাই -
২০১৩ বিশ্বজনীন চকুৰ স্বাস্থ্য(Universal Eye Health)
২০১৪ অন্ধতাক আৰু অধিক অৱজ্ঞা কৰা নহব(No more Avoidable Blindness)
২০১৫ সকলোৰে বাবে চকুৰ যতন(Eye care for all)
২০১৬ একেলগে বেছি শক্তিমান (Stronger Together)

তথ্য উৎস

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
বিশ্ব দৃষ্টি দিৱস
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?