অনুগ্ৰহ কৰি এই প্ৰবন্ধটো
বিস্তাৰ কৰক। প্ৰবন্ধটো বিস্তাৰ কৰিবৰ বাবে আটাইতকৈ সহজ উপায়টো হ’ল অনুবাদ। আপুনি এই প্ৰবন্ধটো আন কোনো ভাষাৰ ৱিকিপিডিয়াৰ পৰা (পৰাপক্ষত ইংৰাজী ভাষাৰ) হুবহু অনুবাদ কৰিও ৱিকিপিডিয়াক সহায় কৰিব পাৰে।
আলোচনা পৃষ্ঠাত এই সম্পৰ্কে অধিক তথ্য থাকিব পাৰে, সম্পাদনা কৰা পূৰ্বে সেয়াও এবাৰ চকু ফুৰাই চাই যেন।
|
বিজ্ঞান বিষয়ক নিবন্ধমালাৰ অংশ |
বিজ্ঞান |
---|
আনুষ্ঠানিক বিজ্ঞান
গণিত
গাণিতিক যুক্তি
গাণিতিক পৰিসংখ্যা
|
ভৌতিক বিজ্ঞান
পদাৰ্থ বিজ্ঞান
প্ৰায়োগিক বিজ্ঞান · পাৰমাণৱিক পদাৰ্থ বিজ্ঞান
সংগণক পদাৰ্থ বিজ্ঞান
ঘনীভূত দ্ৰব্য পদাৰ্থ বিজ্ঞান
পৰীক্ষামূলক পদাৰ্থ বিজ্ঞান · বলবিজ্ঞান
নিউক্লীয় পদাৰ্থ বিজ্ঞান
কণিকা পদাৰ্থ বিজ্ঞান · প্লাজমা পদাৰ্থ বিজ্ঞান
কোৱাণ্টাম বলবিজ্ঞান
কঠিন বলবিজ্ঞান · তাত্বিক পদাৰ্থ বিজ্ঞান
তাপগতিবিজ্ঞান · এনট্ৰ'পী
সাধাৰণ আপেক্ষিকতাবাদ · এম থিয়ৰি
বিশেষ আপেক্ষিকতাবাদ
ৰসায়ন বিজ্ঞান
অম্ল-ক্ষাৰ বিক্ৰিয়া তত্বসমূহ · এল্কেমী
তাত্বিক ৰসায়ন · জ্যোতিৰ্ৰসায়ন বিজ্ঞান
জৈৱ ৰসায়ন · স্ফটিকবিদ্যা
পৰিৱেশ ৰসায়ন · খাদ্য বিজ্ঞান
ভূ-ৰসায়ন · সেউজ ৰসায়ন
অজৈৱ ৰসায়ন · ধাতৱ বিদ্যা
আণৱিক পদাৰ্থ বিজ্ঞান · নিউক্লীয় ৰসায়ন বিজ্ঞান
জীৱ ৰসায়ন · আলোক ৰসায়ন
ভৌতিক ৰসায়ন · তেজষ্ক্ৰিয় ৰসায়ন
কঠিন-অৱস্থা ৰসায়ন · Stereochemistry
Supramolecular chemistry
পৃষ্ঠ ৰসায়ন · তাত্বিক ৰসায়ন বিজ্ঞান
জ্যোতিৰ্বিজ্ঞান
জ্যোতিৰ্পদাৰ্থ বিজ্ঞান · Cosmology
Galactic astronomy · Planetary geology
গ্ৰহ বিজ্ঞান · Stellar astronomy
পৃথিৱী বিজ্ঞান
বায়ুমণ্ডল বিজ্ঞান · পৰিৱেশ বিজ্ঞান
পৰিস্থিতিবিদ্যা · ভূগোল
ভূতত্ব · Geomorphology
ভূ-পদাৰ্থ বিজ্ঞান · Glaciology · জলবিজ্ঞান
Limnology · Mineralogy · Oceanography
Paleoclimatology · Palynology
Physical geography · ভূমি বিজ্ঞান
মহাকাশ বিজ্ঞান
|
জীৱবিজ্ঞান
আভ্যন্তৰীণ দেহতত্ব বিদ্যা · জ্যোতিৰ্জীৱ বিদ্যা · জৈৱ ৰসায়ন
ভৌগোলিক জীৱবিজ্ঞান · জৈৱ অভিযান্ত্ৰিক বিজ্ঞান · জৈৱ পদাৰ্থ বিজ্ঞান
আচৰণ স্নায়ুবিজ্ঞান · জৈৱ প্ৰযুক্তিবিদ্যা
উদ্ভিদ বিদ্যা · কোষ জীৱবিজ্ঞান · সংৰক্ষণ জীৱবিজ্ঞান · Cryobiology
Developmental biology
পৰিস্থিতি বিজ্ঞান · Ethnobiology
ক্ৰমবিৱৰ্তন বিদ্যা
বংশগতি বিদ্যা
Gerontology · প্ৰতিৰোধ জীৱবিজ্ঞান · Limnology
সাগৰীয় জীৱবিজ্ঞান · অণুজীৱ বিদ্যা
অণুজীৱ বিদ্যা · স্নায়ুবিজ্ঞান
প্ৰত্নতত্ব বিদ্যা · পৰজীৱী প্ৰাণীবিজ্ঞান · বাহ্যিক দেহতত্ব বিদ্যা
তেজস্ক্ৰিয় জীৱবিজ্ঞান · তাত্বিক জীৱবিজ্ঞান
বৰ্গীকৰণ · তাত্বিক জীৱবিজ্ঞান
বিষবিদ্যা · প্ৰাণীবিজ্ঞান
|
সামাজিক আৰু ব্যৱহাৰিক বিজ্ঞান |
প্ৰায়োগিক বিজ্ঞান
অভিযান্ত্ৰিক বিদ্যা
কৃষি · Aerospace · জৈৱচিকিৎসা ৰসায়ন · উদ্যোগিক ·
কম্পিউটাৰ বৈদ্যুতিক · অগ্নি প্ৰতিৰোধ · আনুবংশিক উদ্যোগিক · যান্ত্ৰিক · Military
খনি · নিউক্লীয় · Operations research Robotics · ছফটৱেৰ
স্বাস্থ্য বিজ্ঞান
জৈৱিক অভিয়ান্ত্ৰিক বিদ্যা · দন্ত বিজ্ঞান
বহিঃত্বকবিদ্যা · স্বাস্থ্য সেৱা · চিকিৎসা বিজ্ঞান
নাৰ্চিং · ফাৰ্মাচী · সামাজিক কৰ্ম
পশু চিকিৎসা বিজ্ঞান
|
আনুসংগিক বিষয়সমূহ
Interdisciplinarity
প্ৰায়োগিক পদাৰ্থ বিজ্ঞান · কৃত্ৰিম বুদ্ধিমত্তা
Bioethics · বায়'ইন্ফৰ্মেটিক্ছ · জৈৱ-ভূ বিদ্যা
জৈৱচিকিৎসা অভিযান্ত্ৰিক বিজ্ঞান · জৈৱপৰিসংখ্যা
Cognitive science · Computational linguistics
সাংস্কৃতিক অধ্যয়ন · Cybernetics
পৰিৱেশ অধ্যয়ন · Ethnic studies
Evolutionary psychology · Forestry
স্বাস্থ্য · পুথিভঁৰাল বিজ্ঞান · যুক্তি
গাণিতিক জীৱবিজ্ঞান · গাণিতিক পদাৰ্থ বিজ্ঞান
Scientific modelling · Neural engineering
স্নায়ুবিজ্ঞান · Political economy
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা অধ্যয়ন
বিজ্ঞান অধ্যয়ন · Semiotics · সামাজিক জীৱবিজ্ঞান
Systems theory · Transdisciplinarity
Urban planning
বৈজ্ঞানিক পদ্ধতি
বিজ্ঞানৰ ইতিহাস
বিজ্ঞানৰ দৰ্শন
বিজ্ঞান নীতি
মানৱতাবাদ
Fringe science
Pseudoscience
|
|
পৰিৱেশ বিজ্ঞান ( ইংৰাজী: Environmental science ) হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা। বৰ্তমান এই শাখাই পৰিস্থিতিক তন্ত্ৰসমূহৰ সম্পৰ্কে সম্পূৰ্ণ, গুণগত আৰু বহুবিভক্ত মাৰ্গ প্ৰদৰ্শন কৰে।[1]
পৰিৱেশ বিজ্ঞানৰ সৈতে সম্পৰ্কৃত ক্ষেত্ৰবোৰ হৈছে- পৰিৱেশ অধ্যয়ন আৰু পৰিস্থিতিক অভিযান্ত্ৰিকী।
পৰিৱেশ অধ্যয়নে বিশেষকৈ পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক, জ্ঞান আৰু নীতিসমূহৰ অধ্যয়ন কৰে আৰু পৰিস্থিতিক অভিযান্ত্ৰিকীয়ে প্ৰতিটো দিশতে পৰিৱেশৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে আৰ্হি আৰু প্ৰযুক্তি সম্পৰ্কত মনোনিৱেশ কৰে। পৰিৱেশ বিজ্ঞানী সকলে ভূ-প্ৰক্ৰিয়া, বিকল্প শক্তিৰ সন্ধান, প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা, আৰু গোলকীয় জলবায়ু পৰিবৰ্তনৰ প্ৰভাৱ, ভৌতিক, ৰাসায়নিক আৰু জীৱবৈজ্ঞানিক প্ৰক্ৰিয়াসমূহৰ পাৰস্পৰিক ক্ৰিয়া আদি বিষয়সমূহ অধ্যয়ন কৰে।
সাধাৰণতে পৰিৱেশ বিজ্ঞান আৰু পৰিস্থিতিবিদ্যা এটাক আনটোৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয়, কিন্তু কৌশলগতভাৱে পৰিৱেশবিদ্যাই কেৱল জীৱ আৰু জীৱসমূহৰ পাৰস্পৰিক ক্ৰিয়া আৰু পৰিৱেশৰ সৈতে থকা সমন্ধৰ আধ্যয়নকহে সূচায। পৰিস্থিতিবিদ্যাক পৰিৱেশ বিজ্ঞানৰ এটা উপবিভাগ হিচাপে বিবেচনা কৰিব পাৰি।
- বায়ুমণ্ডল বিজ্ঞান
- পৰিস্থিতিবিদ্যা
- পৰিৱেশ ৰসায়ন
- ভূবিজ্ঞান
- ↑ Environmental Science: Iowa State University. Environmental Sciences provides an integrated and interdisciplinary approach to understand and mitigate hazards arising from anthropogenic and natural activities by focusing on key areas of environmental chemistry, earth sciences, environmental engineering, atmospheric sciences, and sustainable systems. http://www.ensci.iastate.edu (Accessed 17 February 2010)
|
---|
| প্ৰধান ক্ষেত্ৰ |
- বায়ুমণ্ডল বিজ্ঞান
- জৈৱৰসায়ন
- পৰিস্থিতিবিদ্যা
- পৰিৱেশ ৰসায়ন
- ভূতত্ব
- জলবিজ্ঞান
- মৃদু পানী বিজ্ঞান
- সমুদ্ৰ বিজ্ঞান
- ভূমিবিজ্ঞান
| |
---|
| সম্পৰ্কৃত ক্ষেত্ৰ |
- জীৱবিদ্যা
- ৰসায়নবিদ্যা
- পৰিস্থিতিক অৰ্থনীতি
- পৰিৱেশ যোজনা
- পৰিৱেশ অৰ্থনীতি
- পৰিৱেশ অভিযান্ত্ৰিকী
- পৰিৱেশ স্বাস্থ্য
- পৰিৱেশ অধ্যয়ন
- পৰিৱেশ বিষবিদ্যা
- ভূগোল
- পদাৰ্থবিদ্যা
- সহনশীলতা বিজ্ঞান
- পৰিস্থিতি তন্ত্ৰ
- নগৰীয়া পৰিস্থিতিবিদ্যা
|
---|
| প্ৰায়োগিক |
শক্তি সংৰক্ষণ
পৰিৱেশ প্ৰযুক্তি
প্ৰাকৃতিক সম্পদ ব্যৱস্থাপনা
প্ৰদূষন নিয়ন্ত্ৰণ
পুনৰ্ব্যৱহাৰ
পৰিৱেশ উন্নীতকৰণ
নবীকৰণযোগ্য শক্তি
আৱৰ্জনা প্ৰতিকাৰ
নগৰীয়া পৰিপাক
জল নিকাকৰণ
আৱৰ্জনা ব্যৱস্থাপনা |
---|
| আৰু চাওক |
পৰিৱেশৰ ওপৰত মানুহৰ প্ৰভাৱ
সহনশীলতা |
---|
| |
|