For faster navigation, this Iframe is preloading the Wikiwand page for প্ৰতীক বব্বৰ.

প্ৰতীক বব্বৰ

প্ৰতীক বব্বৰ

২০১৭ চনত প্ৰতীক বব্বৰ
জন্ম ২৮ নৱেম্বৰ, ১৯৮৬ (৩৭ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০৮–বৰ্তমানলৈ
পিতৃ-মাতৃ ৰাজ বব্বৰ
স্মিতা পাটিল


প্ৰতীক বব্বৰ (জন্ম ২৮ নৱেম্বৰ ১৯৮৬) এজন ভাৰতীয় অভিনেতা আৰু সমৰ শিল্পী। তেওঁক মুখ্যতঃ হিন্দী ভাষাৰ চলচ্চিত্ৰত সক্ৰিয় ৰূপত দেখা যায়। প্ৰতীক, অভিনেত্ৰী স্মিতা পাটিল আৰু অভিনেতা ৰাজ বব্বৰৰ পুত্ৰ।[1] অভিনয়ৰ জীৱন আৰম্ভ কৰাৰ পূৰ্বে তেওঁ প্ৰযোজনা সহায়ক হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰাৰ আগতে বব্বৰে চলচ্চিত্ৰ নিৰ্মাতা প্ৰহ্লাদ কক্কৰৰ পৰামৰ্শঅনুসৰি নেছলে, কিটকেটকে ধৰি বিভিন্ন সামগ্ৰীৰ বাবে দূৰদৰ্শনৰ বিজ্ঞাপনত অভিনয় কৰিছিল। বলীউডত আত্মপ্ৰকাশ কৰাৰ পিছৰে পৰা, বব্বৰে ফিল্মফেয়াৰ বঁটা আৰু ষ্টাৰডাষ্ট বঁটা আদিৰ দৰে প্ৰশংসা লাভ কৰিছে। প্ৰতীক এজন মিশ্ৰিত সমৰ কলা অনুশীলনকাৰী। ব্ৰাজিলিয়ান জিউ-জিটচুত তেওঁ এটা হোৱাইট বেল্ট আৰু দুটা ষ্ট্ৰাইপ লাভ কৰিবলৈ সক্ষম হৈছে।

বব্বৰে ২০০৮ চনত তেওঁৰ জীৱনৰ প্ৰথমখন বোলছবি জানে তু...য়া জানে নাৰ মাধ্যমেৰে ৰূপালী পৰ্দাত আত্মপ্ৰকাশ কৰিছিল।[2] আনহাতে দৰবাৰ হৈছে তেওঁ অভিনীত প্ৰথমখন তামিল ভাষাৰ ছবি। তেওঁ ফিল্মফেয়াৰ্ছ, স্ক্ৰীণ এৱাৰ্ডছ, আৰু শ্ৰেষ্ঠ নতুন অভিনেতাৰ ষ্টাৰডাষ্ট বঁটাকে ধৰি বিভিন্ন বঁটা অনুষ্ঠানত মনোনয়ন লাভ কৰাৰ লগতে ধোবিঘাট বোলছবিৰ বাবে ২০১২ চনৰ ষ্টাৰডাষ্ট বঁটাৰ বিজেতা আছিল। বব্বৰে ২০১১ চনত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ ভিতৰত অপৰাধৰ থ্ৰিলাৰ দম মাৰো দম আৰু ৰাজনৈতিক ছবি অৰক্ষণ দৰে বাণিজ্যিকভাৱে লাভজনক প্ৰকল্প সমূহো আছিল। আনহাতে ধোবি ঘাট আৰু ৰোমাণ্টিক কমেডি মাই ফ্ৰেণ্ড পিণ্টোকে ধৰি স্বতন্ত্ৰ চলচ্চিত্ৰত তেওঁৰ অভিনয়ৰ বাবে সমালোচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। বক্স অফিচত কেইবাটাও বিফলতাৰ পিছত তেওঁ থ্ৰিলাৰ, বাগী ২ (২০১৮), কমেডি, ছিচোৰে (২০১৯) আৰু একচন ড্ৰামা ছবি, দৰবাৰ (২০২০)ৰ আছিল তেওঁৰ আটাইতকৈ ডাঙৰ সফলতা।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
প্ৰতীক বব্বৰ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?