For faster navigation, this Iframe is preloading the Wikiwand page for ধনাত্মক অখণ্ড সংখ্যা.

ধনাত্মক অখণ্ড সংখ্যা

The number line
The number line

ধনাত্মক অখণ্ড সংখ্যা(positive integer): অখণ্ড সংখ্যাৰ তালিকাৰ এটা ভাগ হৈছে ধনাত্মক অখণ্ড সংখ্যা। এই সংখ্যাবোৰ একো একোটা বাস্তৱ সংখ্যা। গণিতৰ জগত খনত ধনাত্মক অখণ্ড সংখ্যা বোৰক গাণনিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলিও কোৱা হয়। যাৰ মান শূন্যতকৈ বেছি। ধনাত্মক সংখ্যা বোৰে যিকোনো মানৰ যোগাত্মক মানক প্ৰতিনিধিত্ব কৰে। উদাহৰণ স্বৰূপে সাগৰ পৃষ্ঠৰ ওপৰত বুজাবলৈ ধনাত্মক আৰু তলত বুজাবলৈ ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰা হয়। ঠিক তেনেদৰে, জমা ধনৰাশিক বুজাবলৈ ধনাত্মক আৰু উলিওৱা ধন বা খৰচ কৰা ধন ৰাশিক বুজাবলৈ ঋণাত্মক সংখ্যা ব্যৱহাৰ কৰা হয়। একেদৰে লাভ-লোকচান, দীঘল-চুটি আদি বিশেষণ সমূহ ধনাত্মক-ঋণাত্মক সংখ্যাৰ দ্বাৰা বুজোৱা হয়। সংখ্যা ৰেখাত এই ধনাত্মক অখণ্ড সংখ্যা বোৰে শূন্যৰ সোঁ ফালে অৱস্থান কৰে। এই সংখ্যা বোৰ লিখোঁতে সংখ্যাবোৰৰ আগত স্বাভাৱিকতে যোগ চিন(+) ব্যৱহাৰ কৰা নহয়। উদাহৰণ স্বৰূপে (+৩) বুলি নিলিখি কেৱল বুলি লিখিলেই ই ধনাত্মক অখণ্ড সংখ্যা বুজাব। (শূন্য)টো প্ৰকৃততে কোনো ধনাত্মক বা ঋণাত্মক সংখ্যা নহয়।[1] এই সংখ্যা সমূহক প্ৰতীকী ৰূপত দেখুৱাবলৈ z+ চিহ্ন ব্যৱহাৰ কৰা হয়।[2]ধনাত্মক অখণ্ড সংখ্যা এটাৰ বিপৰীত মান সদায় সংখ্যাটোৰ ঋণাত্মক অখণ্ড মান। অৰ্থাৎ -(+৪)=-৪

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. The convention that zero is neither positive nor negative is not universal. For example, in the French convention, zero is considered to be both positive and negative. The French words positif and négatif mean the same as English "positive or zero" and "negative or zero" respectively.
  2. "MathWorld". http://mathworld.wolfram.com/PositiveInteger.html. 
{{bottomLinkPreText}} {{bottomLinkText}}
ধনাত্মক অখণ্ড সংখ্যা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?