For faster navigation, this Iframe is preloading the Wikiwand page for দল-হৰিণা.

দল-হৰিণা

দল-হৰিণা (Barasingha or Swamp deer)[1]
সংৰক্ষণ স্থিতি

অসুৰক্ষিত  (IUCN 3.1)[2]
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Artiodactyla
পৰিয়াল: Cervidae
গণ: Rucervus
প্ৰজাতি: R. duvaucelii
বৈজ্ঞানিক নাম
Rucervus duvaucelii
(G. Cuvier, 1823)
দল-হৰিণাৰ বিতৰণ, ঐতিহাসিক বিতৰণ-হালধীয়া; বৰ্তমানৰ বিতৰণ: duvaucelii (ৰঙা); branderi (সেউজীয়া); ranjitsinhi (নীলা)

দল-হৰিণা (ইংৰাজী: Barasingha or Swamp deer) ভাৰতবৰ্ষ, দক্ষিণ-পশ্চিম নেপাল তথা পাকিস্তানৰ কিছু অংশত বিস্তৃত হৈ থকা এবিধ পহুৰ প্ৰজাতি৷ পূৰ্বতে বাংলাদেশ তো পোৱা গৈছিল যদিও[2] এই প্ৰাণীবিধৰ আটাইতকৈ বৈশিষ্ট্যপূৰ্ণ অংগটো হৈছে ইয়াৰ শিং (antler)৷ একোটা পূৰ্ণবয়স্ক প্ৰাণীৰ শিঙত ১০-১৪ ডালকৈ ভাগ (tine) থকা দেখা যায়৷ এই বৈশিষ্ট্যপূৰ্ণ ১২ টা ভাগৰ বাবেই হিন্দী ভাষাত ইয়াক বাৰাশিঙ্গা (Barasingha) বুলি কোৱা হয়৷[3] ই ভাৰত উপ-মহাদেশৰ পহুৰ বিলুপ্তপ্ৰায় প্ৰজাতি সমূহৰ ভিতৰত অন্যতম৷

দল-হৰিণাৰ শিং

দল-হৰিণা মধ্যমীয়া আকাৰৰ পহুৰ প্ৰজাতি ৷ ইয়াৰ দেহৰ উচ্চতা প্ৰায় ১৩০ ছে: মি: আৰু ওজন প্ৰায় ১৮০ কি:গ্ৰা: হয় ৷ দেহৰ বৰণ মটীয়া ৷ প্ৰজননৰ সময়ত দেহৰ বৰণ গাঢ় হৈ পৰে ৷ মতা দল-হৰিণাৰ দীঘল শিং থাকে ৷

বিতৰণ তথা বসতিস্থল

[সম্পাদনা কৰক]
কানহা ৰাষ্ট্ৰীয় উদ্যানত দলহৰিণা

এসময়ত দল-হৰিণা ভাৰত-বৰ্ষৰ প্ৰায়বোৰ অঞ্চলতে দেখা পোৱা গৈছিল ৷ কিন্তু বৰ্তমান নানা কাৰণত ইয়াক কেৱল উত্তৰ-প্ৰদেশ, অসম আৰু মধ্যপ্ৰদেশৰ সংৰক্ষিত বনাঞ্চলত দেখা যায়৷ উত্তৰ-পূব ভাৰতত এই প্ৰাণীবিধ প্ৰধানকৈ অসমত দেখা পোৱা যায়৷[4] অসমৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যান এই প্ৰজাতিৰ মূখ্য বসতিস্হল৷[5][6][7]অৰুণাচল প্ৰদেশত ইয়াক ইতিমধ্যে লুপ্তপ্ৰায় বুলি গণ্য কৰা হয়৷[8]

দল-হৰিণাই প্ৰধানতঃ নৈ বা জলাহ অঞ্চলৰ কাষৰ ওখ ঘাঁহনিত চৰিবলৈ ভাল পায়৷

দল-হৰিণাই সাধাৰণতে দল বান্ধি বাস কৰে ৷ একোটা দলত ৮-২০ টাকৈ প্ৰাণী থাকে ৷ প্ৰজননৰ সময় সাধাৰণতে ছেপ্টেম্বৰৰ পৰা এপ্ৰিল পৰ্য্যন্ত ৷ ২৪০-২৫০ দিন ধৰি গৰ্ভধাৰণ কৰাৰ পিছত পোৱালিৰ জন্ম দিয়ে৷[9]

দল-হৰিণা সাধাৰণতে তৃণভোজী৷ মূলত: গছৰ পাত আৰু ঘাঁহ খাদ্য হিচাপে গ্ৰহণ কৰে৷[3]

স্থিতি তথা সংৰক্ষণ

[সম্পাদনা কৰক]

দল-হৰিণাক আই.ইউ. চি. এন (IUCN) ৰ তালিকাত অসুৰক্ষিত (Vulnerable) প্ৰাণী বুলি ঘোষণা কৰা হৈছে৷ [10]বনাঞ্চল ধ্বংস, জলাহ ভূমিৰ খেতিৰ বাবে ৰূপান্তৰণ আদিৰ বাবে এই প্ৰাণী বিধৰ প্ৰাকৃতিক বসতিস্হল ক্ৰমান্বয়ে লোপ পাই আহিবলৈ ধৰিছে৷ তাৰোপৰি দল-হৰিণাক ইয়াৰ শিঙৰ বাবেও চিকাৰ কৰা হয় বুলি জনা যায়৷

শিং

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Grubb, Peter (16 November 2005). Wilson, Don E., and Reeder, DeeAnn M., eds. ed. Mammal Species of the World (3rd সম্পাদনা). প্ৰকাশক Baltimore: "Johns Hopkins University Press", 2 vols. (2142 pp.). পৃষ্ঠা. 668–669. ISBN 978-0-8018-8221-0. OCLC 62265494. http://www.bucknell.edu/msw3/browse.asp?id=14200429. 
  2. 2.0 2.1 Duckworth, J.W., Samba Kumar, N., Chiranjibi Prasad Pokheral, Sagar Baral, H., Timmins, R.J. (2008). Rucervus duvaucelii. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 5 April 2009. Database entry includes a brief justification of why this species is of vulnerable.
  3. 3.0 3.1 Prater, S. H. (1948) The book of Indian animals. Oxford University Press. (10th impression)
  4. Choudhury, A. U. (1997) Checklist of the mammals of Assam. Revised 2nd edition. Gibbon Books & Assam Science Technology & Environment Council, Guwahati, India. 103pp. ISBN 81-900866-O-X
  5. Choudhury, A.U.(2004). Kaziranga: Wildlife in Assam. Rupa & Co., New Delhi.
  6. Choudhury, A. U. (1987). Railway threat to Kaziranga. 'Oryx' 21: 160–163.
  7. Choudhury, A. U. (1986). Manas Sanctuary threatened by extraneous factors. The Sentinel 16 February.
  8. Choudhury, A. U. (2003). The mammals of Arunachal Pradesh. Regency Publications, New Delhi. 140pp.
  9. Schaller, G.B. (1967) The Deer and the Tiger - A Study of Wildlife in India. University Chicago Press, Chicago, IL, USA.
  10. https://indiabiodiversity.org/species/show/253969

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]
  • M. Acharya, M. Barad, S.Bhalani, P. Bilgi, M.Panchal, V.Shrimali, W. Solanki, D.M. Thumber. Kanha Chronicle, Centre for Environment Education, Ahmedabad in collaboration with the United tates National Park Service.

বহি:সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
দল-হৰিণা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?