For faster navigation, this Iframe is preloading the Wikiwand page for টিম বাৰ্নাৰ্ছ লী.

টিম বাৰ্নাৰ্ছ লী

ছাৰ টিম বাৰ্নাৰ্ছ লী

২০১২ চনত বাৰ্নাৰ্ছ লী
জন্ম টিমথী জন বাৰ্নাৰ্ছ-লী
৮ জুন, ১৯৫৫ (৬৯ বছৰ)
লণ্ডন, ইংলেণ্ড, যুক্তৰাজ্য
বাসগৃহ যুক্তৰাজ্য আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ[1]
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ
শিক্ষানুষ্ঠান দা কুইন্স কলেজ, অক্সফ'ৰ্ড
পেচা কম্পিউটাৰ বিজ্ঞানী
নিয়োগকৰ্তা
  • ৱৰ্ল্ড ৱাইড ৱেব কন্‌চ'ৰ্টিয়াম
  • চাউথাম্পটন বিশ্ববিদ্যালয়
  • Plessey
  • মাচাচুছেট্‌ছ ইন্‌ষ্টিটিউট অৱ টেক্‌ন'ল'জী (MIT)
জনা যায়
  • ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱন
  • at MIT-ৰ কম্পিউটাৰ চায়েঞ্চ আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লেবৰেটৰীৰ 3Com Founders আসনৰ অধিকাৰী
পদবী অধ্যাপক
ধৰ্ম Unitarian (raised as Anglican)[2]
অংশীদাৰ Rosemary Leith
পিতৃ-মাতৃ
  • Conway Berners-Lee
  • Mary Lee Woods
ৱেবছাইট
www.w3.org/People/Berners-Lee

ছাৰ টিমথী জন "টিম" বাৰ্ণাৰ্ছ-লী (Sir Timothy John "Tim" Berners-Lee), OM, KBE, FRS, FREng, FRSA, DFBCS (জন্ম ৮ জুন ১৯৫৫), বা "TimBL", এজন ব্ৰিটিছ কম্পিউটাৰ বিজ্ঞানী। ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱনৰ বাবে তেওঁ বিখ্যাত। এক তথ্য ব্যৱস্থাপনা প্ৰণালীৰ বাবে ১৯৮৯ চনত তেওঁ এটা প্ৰস্তাৱ দিছিল।[3]সেইমতেই নৱেম্বৰৰ মাজভাগত এটা Hypertext Transfer Protocol (HTTP) ক্লায়েণ্ট আৰু চাৰ্ভাৰৰ মাজত তেওঁ ইণ্টাৰনেটৰ জৰিয়তে তথ্যৰ আদান-প্ৰদান কৰিবলৈ সমৰ্থ হয়।[4]

বাৰ্ণাৰ্ছ-লীয়ে ৱেবৰ বিকাশক ওপৰত চকু ৰখা ৱৰ্ল্ড ৱাইড ৱেব কন্‌চৰ্টিয়ামৰ নিৰ্দেশকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁ ৱৰ্ল্ড ৱাইড ৱেব ফাউণ্ডেচনৰো প্ৰতিষ্ঠাতা আৰু MIT-ৰ কম্পিউটাৰ চায়েঞ্চ আৰু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ লেবৰেটৰীৰ (CSAIL)ৰ প্ৰতিষ্ঠাপক আসনৰ অধিকাৰী।[5] তেওঁ ৱেব চায়েঞ্চ ৰিছাৰ্চ ইনিচিয়েটিভ (WSRI)-ৰ নিৰ্দেশক,[6] আৰু MIT Center for Collective Intelligence-ৰ উপদেষ্টা সমিতিৰ এজন সদস্য।[7][8]

২০০৪ চনত বাৰ্ণাছ-লীক তেওঁৰ কৰ্মৰাজীৰ বাবে ৰাণী এলিজাবেথ দ্বিতীয়ই নাইটহুড সন্মান প্ৰদান কৰে।[9][10] ২০০৯ চনৰ এপ্ৰিলত United States National Academy of Sciences-ৰ এজন বিদেশী সদস্যৰূপে তেওঁক মনোনীত কৰা হয়।[11] ২০১২ চনৰ গ্ৰীষ্মকালীন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত তেওঁক "ৱৰ্ল্ড ৱাইড ৱেবৰ উদ্ভাৱক"ৰূপে সন্মান জনোৱা হৈছিল। সেই অনুষ্ঠানত এটা পুৰণি NeXT কম্পিউটাৰৰ সৈতে তেওঁ নিজেই লণ্ডন অলিম্পিক ষ্টেডিয়ামত উপস্থিত আছিল। তেওঁ "This is for everyone" বুলি এটা টুইট কৰিছিল, যিটো আশী হাজাৰ দৰ্শকৰ আসনত লাগি থকা LCD লাইটৰ সহায়ত দৃশ্যমান কৰা হৈছিল।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Lunch with the FT: Tim Berners Lee". Financial Times.
  2. "Faces of the week". Archived from the original on 2014-03-27. https://web.archive.org/web/20140327062246/http://news.bbc.co.uk/2/hi/uk_news/magazine/3142618.stm। আহৰণ কৰা হৈছে: 2014-03-12. 
  3. "info.cern.ch – Tim Berners-Lee's proposal". Info.cern.ch. http://info.cern.ch/Proposal.html। আহৰণ কৰা হৈছে: 21 December 2011. 
  4. Tim Berners Lee's own reference. The exact date is unknown.
  5. "Draper Prize". Massachusetts Institute of Technology. http://web.mit.edu/newsoffice/2007/draper-prize.html। আহৰণ কৰা হৈছে: 25 May 2008. 
  6. "People". The Web Science Research Initiative. Archived from the original on 28 June 2008. https://web.archive.org/web/20080628052526/http://webscience.org/about/people/। আহৰণ কৰা হৈছে: 17 January 2011. 
  7. "MIT Center for Collective Intelligence (homepage)". Cci.mit.edu. http://cci.mit.edu। আহৰণ কৰা হৈছে: 15 August 2010. 
  8. "MIT Center for Collective Intelligence (people)". Cci.mit.edu. http://cci.mit.edu/people/index.html। আহৰণ কৰা হৈছে: 15 August 2010. 
  9. "Web's inventor gets a knighthood". BBC News. 31 December 2003. http://news.bbc.co.uk/1/hi/technology/3357073.stm। আহৰণ কৰা হৈছে: 10 November 2015. 
  10. "Creator of the web turns knight". BBC News. 16 July 2004. http://news.bbc.co.uk/1/hi/technology/3899723.stm। আহৰণ কৰা হৈছে: 10 November 2015. 
  11. "Timothy Berners-Lee Elected to National Academy of Sciences". Dr. Dobb's Journal. http://www.ddj.com/217200450। আহৰণ কৰা হৈছে: 9 June 2009. 

অতিৰিক্ত পঠন

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
টিম বাৰ্নাৰ্ছ লী
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?