For faster navigation, this Iframe is preloading the Wikiwand page for জৰ্ডান.

জৰ্ডান

হাছিমীয় জৰ্ডান ৰাজ্য
المملكة الأردنية الهاشمية
আল্‌মাম্‌লাকাল্‌'উৰ্দুনিয়াল্‌হাশ্বিমিয়া
ৰাষ্ট্ৰীয় সঙ্গীত
عاش المليك
The Royal Anthem of Jordan
  ("As-salam al-malaki al-urdoni")1
Long live the King

Jordan-ৰ অৱস্থান
Jordan-ৰ অৱস্থান
ৰাজধানীঅম্মান
31°57′N 35°56′E / 31.95°N 35.933°E / 31.95; 35.933
বৃহত্তম নগৰ ৰাজধানী
ৰাষ্ট্ৰভাষা (সমূহ) আৰৱী
জাতীয়তাসূচক বিশেষণ জৰ্ডানীয়ান, জৰ্ডানী
চৰকাৰ Constitutional monarchy
 -  ৰজা আব্দুল্লাহ দ্বিতীয়
 -  প্ৰধানমন্ত্ৰী চামীৰ ৰিফাই
স্বাধীন
 -  End of British League of Nations mandate
২৫ মে ১৯৪৬ 
মাটিকালি
 -  মুঠ ৮৯,৩৪২ বৰ্গ কিমি (১১২তম)
৪৫,৪৯৫ বৰ্গ মাইল 
 -  জলভাগ (%) নগণ্য
জনসংখ্যা
 -  জুলাই ২০০৭ আনুমানিক ৫৯,২৪,০০০ (১১০তম)
 -  ২০০৪ লোকপিয়ল ৫১,০০,৯৮১ 
জিডিপি (পিপিপি) ২০০৫ আনুমানিক
 -  মুঠ $২৭.৯৬ বিলিয়ন (৯৭তম)
 -  জনমুৰি $৪,৯০০ (১০৩তম)
জিনি সহগ? (২০০২-০৩) ৩৮.৮ ( মধ্যম
মানৱ উন্নয়ন সূচক (২০০৪) বৃদ্ধি ০.৭৬০ (মধ্যম) (৮৬তম)
মুদ্ৰা জৰ্ডানীয়ান ডিনাৰ (JOD)
সময় অঞ্চল UTC+২ (ইউটিচি+২)
 -  গ্ৰীষ্মকালীন (ডিএছটি) UTC+৩ (ইউটিচি+৩)
ইণ্টাৰনেট টিএলডি .jo
কলিং ক'ড +৯৬২
1 Also serves as the Royal anthem.

জৰ্ডান (আৰবী: الأردن আল্‌'উৰ্দুন্‌) বা হাছিমীয় জৰ্ডান ৰাজ্য (المملكة الأردنية الهاشمية আল্‌মাম্‌লাকাল্‌'উৰ্দুনিয়াল্‌হাশ্বিমিয়া) মধ্যপ্ৰাচ্যৰ এখন ৰাজতান্ত্ৰীক ৰাষ্ট্ৰ। জৰ্ডান ৰাজবংশ নিজকে হজৰত মহম্মদৰ পিতামহ হাছিমৰ বংশধৰ বুলি বিশ্বাস কৰে।

জৰ্ডানৰ ভূ্প্ৰকৃতি উষ্ণ মৰুভূমিময়। ইয়াত প্ৰাকৃতিক সম্পদৰ পৰিমাণো কম। কিন্তু মধ্যপ্ৰাচ্যৰ ইতিহাসত দেশখনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই দেশ ওচমানীয় সম্ৰাজ্যৰ অংশ আছিল। প্ৰথম বিশ্বযুদ্ধত ওচমানীয় সম্ৰাজ্যৰ পতন ঘটাত ব্ৰিটিছ সকলে এই অঞ্চল দখল কৰে। জৰ্ডান নদীৰ পূবতীৰৰ ট্ৰান্সজৰ্ডান আৰু পশ্চিম তীৰৰ ফিলিস্তিন উভয়ই ব্ৰিটিছ সকলৰ নিয়ন্ত্ৰণত আহে। ১৯৪৬ চনত ট্ৰান্সজৰ্ডান অংশটো এখন স্বাধীন ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে। ১৯৪৯ চনত ইয়াৰ নাম সলাই কেৱল জৰ্ডান ৰখা হয়। ১৯৪৮ চনত ফিলিস্তিনৰ অংশবিশেষ ইজৰাইলে স্বাধীনতা ঘোষণা কৰাত জৰ্ডান আৰু চাৰিখন আৰৱ ৰাষ্ট্ৰৰ লগত একত্ৰিত হৈ ইজৰাইল আক্ৰমণ কৰে। যুদ্ধশেষত ইজৰাইলী সকলে পশ্চিম জেৰুজালেম আৰু জৰ্ডানী সকলে পশ্চিম তীৰ আৰু পূব জেৰুজালেম দখল কৰে। ১৯৬৭ চনৰ জুন মাহত ছয় দিনৰ যুদ্ধত ইজৰাইল পূব জেৰুজালেম আৰু পশ্চিম তীৰো দখল কৰে। জৰ্ডান পশ্চিম তীৰক জৰ্ডানৰ অংশ হিচাপে দাবী কৰি থাকিলেও স্বাধীনতাকামী ফিলিস্তিনী সকলৰ দাবীৰ বাবে ১৯৮৮ চনত জৰ্ডানৰ বাদছাহ হুছেইনে পশ্চিম তীৰৰ ওপৰৰ পৰা জৰ্ডান দাবী প্ৰত্যাহাৰ কৰে।

বৰ্তমানে জৰ্ডানৰ উত্তৰে ছিৰিয়া, পূবে ইৰাক আৰু চৌদি আৰৱ, দক্ষিণে চৌদি আৰৱ আৰু আকাবা উপসাগৰ আৰু পশ্চিমে ইজৰাইল আৰু পশ্চিম তীৰ। জৰ্ডানৰ আয়তন ৮৯,৫৫৬ বৰ্গকিলোমিটাৰ। আম্মান জৰ্ডানৰ বৃহত্তম চহৰ তথা ৰাজধানী।

{{bottomLinkPreText}} {{bottomLinkText}}
জৰ্ডান
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?