For faster navigation, this Iframe is preloading the Wikiwand page for জিন-পিয়েৰী চাওভেজ.

জিন-পিয়েৰী চাওভেজ

জিন-পিয়েৰী চাওভেজ

Jean-Pierre Sauvage at Nobel press conference in Stockholm, Sweden, December 2016
জন্ম ২১ অক্টোবৰ, ১৯৪৪ (৭৯ বছৰ)
পেৰিচ, ফ্ৰান্স
জাতীয়তা ফৰাচী
ক্ষেত্ৰ coordination chemistry, supramolecular chemistry
কৰ্মস্থান Strasbourg University
ডক্তৰেল পৰামৰ্শদাতা Jean-Marie Lehn
উল্লেখনীয় বঁটা
  • French Academy of Sciences (1990)
  • Nobel Prize in Chemistry (2016)
চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা কেটেনৰ স্ফটিক ৰচনা,১৯৮৫, ২৪৪-২৪৭
চাওভেজ আৰু তেওঁৰ সহকৰ্মী সকলে ৰিপোৰ্ট কৰা দুটা কপাৰ(I) অণুৰ সৈতে আণৱিক ত্ৰীফইল গাঁঠি

জিন-পিয়েৰী চাওভেজ (Jean-Pierre Sauvage) (জন্ম: ২১ অক্টোবৰ, ১৯৪৪) এজন ফ্ৰেন্স ক'অৰ্ডিনেচন ৰসায়ন বিজ্ঞানী। তেওঁ ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। তেওঁ এজন অতিআণৱিক ৰসায়ন বিশেষজ্ঞ। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞাননোবেল বঁটা লাভ কৰে।[1][2]

চাওভেজে ১৯৪৪ চনৰ ২১ অক্টোবৰত ফ্ৰান্সৰ পেৰিচত জন্ম গ্ৰহণ কৰে। পিছলৈ তেওঁ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা বিজয়ী জিন মেৰী লেহ্নৰ তত্ত্ববধনাত পিএইছডি ডিগ্ৰী লাভ কৰে। পিএইছডিৰ গৱেষণাৰ সময়ত তেওঁ প্ৰথমে ক্ৰিপটেণ্ড লিগাণ্ডৰ সংশ্লেষণৰ দিশত অৱদান আগবঢ়ায়।[3] এম.এল.এইছ. গ্ৰীণৰ লগত পোষ্টডক্টৰেল গৱেষণাৰ পিছত তেওঁ ষ্ট্ৰাছবাৰ্গলৈ ঘূৰি আহে। বৰ্তমান তেওঁ ইয়াত এমিৰিটাছ অধ্যাপকৰ পদবীত অধিষ্ঠিত হৈ আছে।

এজন বিখ্যাত বিজ্ঞানী ৰূপে তেওঁ বহুতো দিশত গৱেষণা কৰে, যেনে CO2ৰ ইলেক্ট্ৰৰসায়ন বিজাৰণ মডেল আৰু সলোক সংশ্লেষণিক বিক্ৰিয়া কেন্দ্ৰ অধ্যয়ন।[4] তেওঁৰ গৱেষণাৰ মুখ্য বিষয় আছিল আণৱিক টপ'লজি আৰু বিশেষকৈ যান্ত্ৰীকভাৱে সংযোজিত আণৱিক সংৰচনা। তেওঁ কেটেনৰ সংশ্লেষণ আৰু আণৱিক গাঁঠিৰ বিষয়ে বিশদ অধ্যয়ন কৰি ব্যাখ্যা কৰিছে।[5]

১৯৯৭ চনৰ ২৬ মাৰ্চ তাৰিখে তেওঁ ফ্ৰেন্স একাডেমী অফ চাইন্সৰ সদস্য হিচাপে নিৰ্বাচিত হয়। তেওঁ বৰ্তমান ষ্ট্ৰাছবাৰ্গ বিশ্ববিদ্যালয়ৰ এমিৰিটাছ অধ্যাপক পদত অধিষ্ঠিত হৈ আছে। তেওঁ ছাৰ জেমছ ফ্ৰাছাৰ ষ্টদদাৰ্ট আৰু বেৰনাৰ্ড লুকাছ ফেৰীনগাৰ লগত যুটীয়া ভাবে "আণৱিক যন্ত্ৰৰ আৰ্হি প্ৰস্তুতকৰণ আৰু সংশ্লেষণ"ৰ কাৰণে ২০১৬ বৰ্ষৰ ৰসায়ন বিজ্ঞাননোবেল বঁটা লাভ কৰে।[1][2]

তথ্য উৎস

[সম্পাদনা কৰক]
  1. 1.0 1.1 Staff (5 October 2016). "The Nobel Prize in Chemistry 2016". Nobel Foundation. http://www.nobelprize.org/nobel_prizes/chemistry/laureates/2016/press.html। আহৰণ কৰা হৈছে: 5 October 2016. 
  2. 2.0 2.1 Chang, Kenneth; Chan, Sewell (5 October 2016). "3 Makers of ‘World’s Smallest Machines’ Awarded Nobel Prize in Chemistry". New York Times. http://www.nytimes.com/2016/10/06/science/nobel-prize-chemistry.html। আহৰণ কৰা হৈছে: 5 October 2016. 
  3. Dietrich, B.; Lehn, J. M.; Sauvage, J. P. (1969). "Les Cryptates". Tetrahedron Letters খণ্ড 10 (34): 2889–2892. doi:10.1016/S0040-4039(01)88300-3. 
  4. Collin, J. P.; Sauvage, J.-P. (1989). "Electrochemical reduction of carbon dioxide mediated by molecular catalysts". Coord. Chem. Rev. খণ্ড 93: 245–268. doi:10.1016/0010-8545(89)80018-9. 
  5. Dietrich-Buchecker, C.; Jimenez-Molero, M. C.; Sartor, V.; Sauvage, J.-P. (2003). "Rotaxanes and catenanes as prototypes of molecular machines and motors". Pure and Applied Chemistry খণ্ড 75: 1383–1393. doi:10.1351/pac200375101383. 

বহিঃসংযোগ

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
জিন-পিয়েৰী চাওভেজ
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?