For faster navigation, this Iframe is preloading the Wikiwand page for চৈয়দ মহম্মদ ছাদুল্লা.

চৈয়দ মহম্মদ ছাদুল্লা

ছাৰ

চৈয়দ মহম্মদ ছাদুল্লা
ব্যক্তিগত তথ্য
জন্ম ২১ মে', ১৮৮৫
গুৱাহাটী
মৃত্যু ৮ জানুৱাৰী, ১৯৫৫ (৬৯ বছৰ)
ৰাষ্ট্ৰীয়তা ব্ৰিটিছ ভাৰতীয়
ৰাজনৈতিক দল মুছলিম লীগ
শিক্ষানুষ্ঠান কটন কলেজ
প্ৰেচিডেন্সি কলেজ, কলকাতা
পেচা স্বাধীনতাৰ আগত অসম প্ৰদেশৰ প্ৰথম মুখ্যমন্ত্ৰী(তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল)
জীৱিকা অধিবক্তা, ৰাজনৈতিক নেতা
পুৰস্কাৰ নাইট উপাধি (অৰ্ডাৰ অফ ইণ্ডিয়ান এম্পায়াৰ) (১৯৪৬)

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা (ইংৰাজী: Sir Syed Muhammad Saadulla; ২১ মে' ১৮৮৫ - ৮ জানুৱাৰী ১৯৫৫) অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী। স্বাধীনতাৰ আগত ব্ৰিটিছ ভাৰতৰ অসম প্ৰদেশৰ তেওঁ মুখ্যমন্ত্ৰী (তেতিয়া প্ৰধানমন্ত্ৰী বোলা হৈছিল) আছিল। তেওঁ ১৯৩৭ চনৰ এপ্ৰিলৰ পৰা ১৯৩৮ চনৰ ছেপ্টেম্বৰ মাহলৈ আৰু ১৯৪২ চনৰ পৰা ১৯৪৫ চনলৈ মুছলিম লীগৰ কেবিনেটৰ মুখ্যমন্ত্ৰী আছিল।[1]

১৯১৯ চনৰ গুৱাহাটী পৌৰসভাৰ তেওঁ সভাপতি আছিল। ১৯২৪ চনৰ পৰা ১৯৩৪ চনলৈ তেওঁ অসমৰ শিক্ষা আৰু কৃষি বিভাগৰ ভাৰপ্ৰাপ্ত মন্ত্ৰী আছিল আৰু ১৯৩৭ চনত তেওঁ অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ব্ৰিটিছ চৰকাৰে তেওঁক ১৯৪৬ চনত নাইট উপাধিৰে বিভূষিত কৰে। এই সন্মান ১৯২৮ জন্মদিন সন্মান ৰূপে তেওঁক অৰ্ডাৰ অফ ইণ্ডিয়ান আম্পায়াৰ নাইট কমাণ্ডাৰ হিচাপে নিযুক্ত কৰা হৈছিল।[2][3]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা ১৮৮৫ চনৰ ২১ মে তাৰিখে গুৱাহাটীৰ এখন গোড়া মুছলিম পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল।

তেওঁ চৈয়দ মহম্মদ তৈবুল্লাৰ দ্বিতীয় পুত্ৰ আছিল। ১৮৭৮ চনত চৈয়দ মহম্মদ তৈবুল্লা গোলাঘাটৰ কাছাৰীঘাট নামৰ সৰু গাওঁ এখনৰ পৰা আহি গুৱাহাটীত বসবাস কৰিছিল।

ছাৰ চৈয়দ মহম্মদ ছাদুল্লা গুৱাহাটীৰ কটন কলেজ আৰু কলকাতাৰ প্ৰেচিডেন্সি কলেজত শিক্ষা গ্ৰহণ কৰে।

তথ্য উৎস

[সম্পাদনা কৰক]
{{bottomLinkPreText}} {{bottomLinkText}}
চৈয়দ মহম্মদ ছাদুল্লা
Listen to this article

This browser is not supported by Wikiwand :(
Wikiwand requires a browser with modern capabilities in order to provide you with the best reading experience.
Please download and use one of the following browsers:

This article was just edited, click to reload
This article has been deleted on Wikipedia (Why?)

Back to homepage

Please click Add in the dialog above
Please click Allow in the top-left corner,
then click Install Now in the dialog
Please click Open in the download dialog,
then click Install
Please click the "Downloads" icon in the Safari toolbar, open the first download in the list,
then click Install
{{::$root.activation.text}}

Install Wikiwand

Install on Chrome Install on Firefox
Don't forget to rate us

Tell your friends about Wikiwand!

Gmail Facebook Twitter Link

Enjoying Wikiwand?

Tell your friends and spread the love:
Share on Gmail Share on Facebook Share on Twitter Share on Buffer

Our magic isn't perfect

You can help our automatic cover photo selection by reporting an unsuitable photo.

This photo is visually disturbing This photo is not a good choice

Thank you for helping!


Your input will affect cover photo selection, along with input from other users.

X

Get ready for Wikiwand 2.0 🎉! the new version arrives on September 1st! Don't want to wait?