চেবুআন' ৱিকিপিডিয়া
![]() | |
---|---|
![]() | |
ইউ আৰ এল | ceb.wikipedia.org |
শ্লোগান | মুক্ত বিশ্বকোষ |
বাণিজ্যক | নহয় |
প্ৰকাৰ | ইণ্টাৰনেট বিশ্বকোষ প্ৰকল্প |
পঞ্জীয়ন | বৈকল্পিক |
ভাষা | চেবুআন' ভাষা es-us |
স্বত্বাধিকাৰী | ৱিকিমিডিয়া ফাউণ্ডেশ্যন |
চেবুআন' ৱিকিপিডিয়া অনলাইন মুক্ত বিশ্বকোষ ৱিকিপিডিয়াৰ চেবুআন' সংস্কৰণ। ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ অন্তৰ্গত এই প্ৰকল্পত বৰ্তমান 61,17,201 প্ৰবন্ধ আছে।
পৰিসংখ্যা
২০২৪ চনত চেবুআন' ৱিকিপিডিয়াৰ ৬১,১৭,২০১ টা প্ৰবন্ধ, ১,১৮,০০০ গৰাকী সম্পাদক, ৫ গৰাকী প্ৰশাসক আৰু ১ টা ফাইল আছে। মুঠ সম্পাদনা সংখ্যা ৩,৫০,৪৭,২৭৭।[1]
বাহ্যিক সংযোগ
তথ্য সংগ্ৰহ
|
Text is available under the CC BY-SA 4.0 license; additional terms may apply.
Images, videos and audio are available under their respective licenses.